rupaliparda.com
"অপৰাজেয়" ৰ সংগীত পৰিচালক সলিল চৌধুৰীৰ বিষয়ে কিছু কথাঃ | Rupaliparda.com
অসমীয়া, বাংলা, হিন্দী আৰু মালয়ালম ছবিকে ধৰি বিভিন্ন অন্যান্য আঞ্চলিক ভাষাৰ ছবিত সংগীত পৰিচালক হিচাপে কাম কৰা সলিল চৌধুৰী ভাৰতীয় চলচিত্ৰ জগতৰ এক জনপ্ৰিয় নাম।