rupaliparda.com
অসমীয়া জনপ্ৰিয় খলনায়ক "দীনেশ দাস"- | Rupaliparda.com
এগৰাকী জনপ্ৰিয় অসমীয়া অভিনেতা দীনেশ দাস। প্ৰায়ে খলনায়কৰ চৰিত্ৰ ৰূপায়ন এই গৰাকী শিল্পীয়ে পঞ্চম শ্ৰেণীত থাকোতেই নাটকত অভিনয় কৰি অভিনেতা ৰূপে নিজক চিনাকী কৰোৱায়।