rupaliparda.com
ফণী শৰ্মাৰ পৰিচালনাৰে এখন কলা-বগা ছবি "ধুমুহা"- | Rupaliparda.com
১৯৫৭ চনত মুক্তিপ্ৰাপ্ত এখন অন্যতম কলা-বগা অসমীয়া ছবি হৈছে "ধুমুহা"। ফণী শৰ্মাৰ কাহিনী, চিত্ৰনাট্য, পৰিচালনাৰে নিৰ্মিত এই ছবিখনৰ সংগীত আছিল ড° ভূপেন হাজৰিকাৰ।