rupaliparda.com
নতুন কনচেপ্ট ও ন-যুঁটিঃ আহি আছে "কাগজৰে কোলাৰ"- | Rupaliparda.com
এগৰাকী ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ শিল্পী অজয় সিংঘা। তেওঁৰ প্ৰথমটো অসমীয়া গীতত কন্ঠদান কৰিছে অসমৰ দুগৰাকী জনপ্ৰিয় কন্ঠশিল্পী ক্ৰমে দীপলিনা ডেকা আৰু ৰূপম ভূঞাই।