Podcasts – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Sat, 26 Sep 2020 08:21:21 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Podcasts – Rupaliparda.com https://rupaliparda.com 32 32 163073109 বাইক ষ্টন্ট অথবা হেলমেট নিপিন্ধাৰ ভয়াৱহতাৰ কাহিনীৰে চুটি ছবি “NH-17”- https://rupaliparda.com/archives/20634 https://rupaliparda.com/archives/20634#respond Sun, 27 Sep 2020 11:30:13 +0000 https://rupaliparda.com/?p=20634 সাৱধানৰ মৰণ নাই; অঘটন তথা দূৰ্ঘটনা ইত্যাদি কোনটো মূহুৰ্তত কি হয় সেয়া কোনোৱে নাপায়। কিন্তু, যেতিয়া কোনো এজন লোক সাৱধান হয় তেতিয়া সেই সময়ছোৱাত ঘটিবলগীয়া অঘটনৰ পৰা কিছু পৰিমাণে হ’লেও হাত সাৰিব পৰা যায়। এইখিনিতে, বিগত ৭-৮ মাহ ধৰি আৱদ্ধ হৈ থকা জনসাধাৰণে নিজৰ মাজত কোনো নতুনত্বৰ অনুভৱ কৰিছেনে বাৰু?? নিজৰ মাজতেই স্থিৰতা ৰাখি ওচৰে-পাজৰে চলা কাৰ্যসূচী অথবা কাৰ্যক্ৰম সমূহ উপভোগ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰা নাই নে আপোনালোকে?? আচলতে, এনে প্ৰশ্নৰ উত্তৰ সকলোৱে নিজৰ মাজতেই লাভ কৰিব। কিয়নো আমি কেতিয়াও নভবা এক পৰিস্থিতিয়ে যেতিয়া আমাক খুন্দা মাৰে তেতিয়া আমি আমাৰ জীৱনত ঘটা বহু সৰু সৰু বস্তুক উপলদ্ধি কৰিবলৈ লওঁ; আৰু এনে এক পৰিস্থিতি বৰ্তমান আজি আমাৰ সমুখত উপস্থিত হৈছে।

এতিয়া জনসাধাৰণে বহুল ৰূপত উপভোগ কৰিছে চুটি ছবি; শেহতীয়াকৈ যান-বাহন চলাচলক লৈ ল’বলগীয়া নীতি-নিৰ্দেশনাক উদ্দেশ্যি নিৰ্মাণ কৰি উলিওৱা হৈছিল এখন চুটি ছবি “NH-17″। PB Creatives’ ৰ বেনাৰত নিৰ্মাণ কৰা হৈছে এই চুটি ছবিখন। সম্প্ৰতি সময়ত এখন বাইকত উঠি কৰা ষ্টন্ট অথবা ৰাষ্টাত চলাওঁতে হেলমেট পৰিধান নকৰাকৈয়ে তীব্ৰ গতিত বাইক চলোৱাৰ পিছত বহু অঘটন সংঘটিত হোৱা আমি ইতিমধ্যে দেখিছো অথবা শুনিছো। এনে অঘটন অথবা দূৰ্ঘটনাৰ পিছত একাংশ তথাকথিত জনসাধাৰণৰ সম্যক জ্ঞানৰ অভাৱক এক নগ্ন চিত্ৰৰো উপস্থাপন কৰা হৈছে চুটি ছবিখনত।

বাইক ষ্টন্ট অথবা হেলমেট নিপিন্ধাৰ ভয়াৱহতাৰ কাহিনীৰে চুটি ছবি "NH-17"- 1

৩ মিনিট দৈৰ্ঘ্যৰ এই চুটি ছবিখনৰ পৰিচালনা উপব্ৰত আৰু সূৰুজমণিৰ। লগতে স্ক্ৰীপ্ট উপব্ৰতৰ আৰু সম্পাদনা সূৰুজমণিৰ; চাউণ্ড মিক্স গীতুৰ আৰু ইয়াত অভিনয় কৰিছে নীল নিবিড়, সঞ্জয়, সূদীপ্ত, অনুপম আৰু গীতুয়ে।

]]>
https://rupaliparda.com/archives/20634/feed 0 20634
The digital protest for Sushant Singh Rajput: Ankita Lokhande with several other celebs comes together to join #Candle4SSR protest https://rupaliparda.com/archives/18423 https://rupaliparda.com/archives/18423#respond Thu, 23 Jul 2020 10:19:24 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=18423 Bollywood actress Ankita Lokhande brought tears and smiles on the faces of her and Sushant Singh Rajput’s fans as she shared a photo of her alter while offering a pooja for the late star and her ex-beau Sushant Singh Rajput.

The digital protest for Sushant Singh Rajput: Ankita Lokhande with several other celebs comes together to join #Candle4SSR protest 2

Sharing a photo of a lit candle, she offered prayers for the late star and beautifully captioned it with a smiley and a note saying, “HOPE, PRAYERS AND STRENGTH!!! Keep smiling wherever you are.”

https://www.instagram.com/p/CC8nWWDBf4Q/?utm_source=ig_web_copy_link

Later, in the same evening, actress Kangana Ranaut, Shekhar Suman Adhyayan Suman, Mukesh Chhabra joined fans including politician Subramanian Swamy to take part in the Candle4SSR online protest. This protest was initiated to demand justice for the late actor.

Kangana shared a photo of herself sitting with a candle in her Manali home which was shared on her digital team’s Twitter handle.

https://twitter.com/OfficalKangana/status/1285946235212328960?s=20
https://twitter.com/OfficalKangana/status/1285985646947885067?s=20

Actor Shekhar Suman and his son Adhyayan Suman also took to his Instagram and stood in solidarity as they paid tribute to Sushant by chanting prayers and lighting candles.

https://www.instagram.com/p/CC80NcnJyzn/?utm_source=ig_web_copy_link

“You will be burning in our hearts forever #SSR love you I hope wherever you are..you are at peace brother! #Candle4SSR #CBIEnquiryForSushantSinghRajput,” Adhyayan posted.

The #Candle$SSR protest was initiated by lawyer Ishkaran Singh Bhandari, who is said to be advising Kangana in the ongoing investigation of SSR’s case by the Mumbai Police. The digital protest called upon fans to light a candle in Sushant’s name at 8 pm. It is a peaceful way of requesting authorities to initiate a Central Bureau of Investigation (CBI) porbe into the actor’s untimely demise.

]]>
https://rupaliparda.com/archives/18423/feed 0 18423
যুৱপ্ৰজন্মৰ ব্যতিক্ৰমী চিন্তাৰে আৰম্ভ “DG Studios” নামৰ ইউটিউব চেনেলঃ https://rupaliparda.com/archives/11525 https://rupaliparda.com/archives/11525#respond Mon, 16 Mar 2020 12:30:24 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=11525 এখন উপন্যাস বা এটা গল্প পঢ়িলে পঢ়ুৱৈয়ে সেই কাহিনীটোত নিজকে বিচাৰি লয়। তেওঁলোকৰ কল্পনাৰ ৰাজ্যখনত বহুতো এনে কথা ঘূৰিবলৈ লয় যিয়ে তেওঁক এনে এখন পৃথিৱীলৈ লৈ যায়; য’ত তেওঁ নিজৰ সপোন বোৰ দিঠকত পৰিণত হোৱা যেন অনুভৱ কৰিৱলৈ লয় । এনে কিছু কাহিনীৰ জৰিয়তে পঢ়ুৱৈক আকৰ্ষিত কৰা একাংশ লেখকৰ সংখ্যা বৰ্তমান অসমত ভালেকেইজন আছে। গল্প, উপন্যাস আদি লিখি নিজ প্ৰতিভা বিকাশ কৰাও দেখিবলৈ পোৱা যায় বহু একাংশ অসমীয়া নৱ প্ৰজন্মক । ইয়াৰ ভিতৰত “ষ্টৰী টেলিং” ৰ নিচিনা সুন্দৰ প্লেটৰ্ফম আৰম্ভ কৰিছে অসমৰে একাংশ যুৱক যুৱতীয়ে। ইউটিউবত খোলা এনে এটা চেনেলৰ নাম হৈছে “ডি জি ষ্টুডিঅ’জ (DG Studios)”।

যুৱপ্ৰজন্মৰ ব্যতিক্ৰমী চিন্তাৰে আৰম্ভ "DG Studios" নামৰ ইউটিউব চেনেলঃ 3


বৰ্তমানলৈ মুঠ ৮ টা এপিচ’ড অৰ্থাৎ খণ্ড মুক্তি দিয়া এই চেনেলটোৰ অধিক জনপ্ৰিয় হৈছে “মীৰা” শীৰ্ষক ভয়ানক গল্পটি। নৱ প্ৰজন্মৰ প্ৰতিভাৱান লেখিকা অন্তৰা কাশ্যপে লিখা এই কাহিনীটোত নিজ কন্ঠৰে শ্ৰোতাৰ সমুখত সুন্দৰকৈ উপস্থাপন কৰিছে দীপাংকৰ ঘোষাল নামে এজন যুৱকে। এজন ইঞ্জিনিয়াৰে এখন গাঁৱলৈ গৈ সন্মুখীন হোৱা ভয়ানক পৰিস্থিতিক কেন্দ্ৰ কৰিয়েই লিখা হৈছিল ১১ মিনিট দৈৰ্ঘ্যৰ এই “মীৰা” শীৰ্ষক গল্পটি। কাণত হেডফোন লগাই আপুনিও চকু মুদি যদি ভয়ানক কাহিনীৰ সোঁৱাদ ল’ব বিচাৰে তেন্তে এই সোঁৱাদ প্ৰদানৰ চেষ্টা কৰিছে DG Studios য়ে। উল্লেখ্য যে, এই গল্পটোত এখন গাওঁৱে সহ্য কৰা বিভিন্ন প্ৰাকৃতিক সমস্যাকো শ্ৰোতাৰ মন গহ্বৰত সোমোৱাই দিছে পাঠক দীপাংকৰ ঘোষালে।


ইয়াৰ উপৰিও, কোনো লোকে যদি নিজৰ গল্পক এওঁলোকলৈ পঠিয়াবলৈ বিচাৰে তেনেহ’লে তলত তেওঁলোকৰ ই-মেইলৰ লিংক দি দিয়া হৈছে- info@dgstudios.in

]]>
https://rupaliparda.com/archives/11525/feed 0 11525
DOCTOR’S-CHAMBER | RUPALI PARDA PODCAST | RADIO DRAMA S1E4 https://rupaliparda.com/archives/5231 https://rupaliparda.com/archives/5231#respond Mon, 09 Sep 2019 09:17:06 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=5231
]]>
https://rupaliparda.com/archives/5231/feed 0 5231
SWADHINATA-EK PROSNO | RUPALI PARDA PODCAST | RADIO DRAMA S1E3 https://rupaliparda.com/archives/5225 https://rupaliparda.com/archives/5225#respond Mon, 09 Sep 2019 09:02:15 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=5225
]]>
https://rupaliparda.com/archives/5225/feed 0 5225
CHATRA-PATI | Rupali Parda Podcast | Radio Drama | S1E2 https://rupaliparda.com/archives/3701 https://rupaliparda.com/archives/3701#respond Mon, 09 Sep 2019 08:59:09 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=3701
]]>
https://rupaliparda.com/archives/3701/feed 0 3701
Double Marriage | Rupali Parda Podcast | Radio Drama | S1E1 https://rupaliparda.com/archives/2996 https://rupaliparda.com/archives/2996#comments Fri, 12 Jul 2019 10:56:50 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=2996

Original Script by: Dr. Amitabh Bhattacharjee
Translated by: Raja Chakraborty
Voices by:
Nayan Jyoti Sharma As ASHIM
Dulumoni Das Sharma As DEBOLINA
Raja Chakraborty as MANOB

Radio drama or Audio drama is a dramatised, purely acoustic performance. With no visual component, radio drama depends on dialogue, music and sound effects to help the listener imagine the characters and story: “It is auditory in the physical dimension but equally powerful as a visual force in the psychological dimension.”

The “Shruti Naat” or Audio Drama achieved widespread popularity and was a popular form of entertainment till the advent of modern day entertainment devices, however, radio drama began losing its audience and very rarely heard in today’s world. It is a our humble initiative to revive the radio drama in the form of Podcasts. Hope you will like it.

]]>
https://rupaliparda.com/archives/2996/feed 1 2996