Alia Bhat – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Thu, 14 May 2020 18:10:19 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Alia Bhat – Rupaliparda.com https://rupaliparda.com 32 32 163073109 Ranbir Kapoor and Alia Bhatt are like ‘Fire on Screen’: Says Brahmastra Co-Star Mouni Roy https://rupaliparda.com/archives/14850 https://rupaliparda.com/archives/14850#respond Thu, 14 May 2020 18:10:14 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=14850 Mouni Roy has come a long way in her journey as an actress. She started her career with TV shows and soon shared the space with the Bollywood celebs in the silver-screen. The actress will be next seen with Ranbir Kapoor and Alia Bhatt in ‘Brahmastra’.

Ranbir Kapoor and Alia Bhatt are like ‘Fire on Screen’: Says Brahmastra Co-Star Mouni Roy 1

Speaking about her experience in an interview with a news portal, Mouni expressed her feelings about working up with Alia and Ranbir in the film. She reportedly said that they were like “fire on screen”. According to her, they are as amazing actors as brilliant humans in real life. She also added that it was a privilege for her to work with them.

Adding to this, she said that she loves them together and that they make a great couple together, both on and off the screen.

Brahmastra is going to be the first film of Ranbir and Alia together. The most awaited movie recently revealed the release date as 4th December, 2020. But this was before the coronavirus lockdown and no further announcements are yet made by the team.

Ranbir Kapoor and Alia Bhatt are like ‘Fire on Screen’: Says Brahmastra Co-Star Mouni Roy 2

The movie also features Amitabh Bachchan, Dimple Kapadia, Nagarjuna Akkineni, and others in the key roles. There are reports that Shah Rukh Khan will be seen playing a special cameo in the film.

]]>
https://rupaliparda.com/archives/14850/feed 0 14850
Karan Johar busts Takht rumors, slammed media reports. https://rupaliparda.com/archives/12557 https://rupaliparda.com/archives/12557#respond Wed, 01 Apr 2020 16:47:01 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=12557 Karan Johar, whose much talked about film Takht is yet to go on floors, dismissed a rumour that was making rounds. On Wednesday, KJo clarified that the recent speculation about the acquisition of Takht is untrue. He tweeted, “News articles and speculations making the rounds about the acquisition of #TAKHT are baseless and untrue! I would request media houses to focus on more relevant and critical issues that plague our country and refrain from incorrect reportage!” Karan Johar’s statement arrived within an hour of certain media reports stating that Dharma Productions has collaborated with Bhushan Kumar’s T-Series for Takht.

Karan Johar busts Takht rumors, slammed media reports. 4

Takht is a perios drama set during Mughal emperor Aurangzeb’s reign. It will be a fictional on-screen adaption of the battle between Aurangzeb and his brother Dara Shukoh. The film will be featuring Kareena Kapoor, Alia Bhatt, Ranveer Singh, Vicky Kaushal, Janhvi Kapoor, Raveena Tandon, Anil Kapoor and Bhumi Pednekar.

]]>
https://rupaliparda.com/archives/12557/feed 0 12557
হাতত হাত থৈ খালে বিয়াঃ আৰমান-অনীসাৰ বিয়াত উপস্থিত বি-টাউন চিলেব্ৰেটী- https://rupaliparda.com/archives/10087 https://rupaliparda.com/archives/10087#respond Wed, 05 Feb 2020 14:36:16 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=10087 আৰমান জেইন আৰু তেওঁৰ প্ৰেয়সী অনীসা মালহোত্ৰাই যোৱা ৩ ফেব্ৰুৱাৰী তাৰিখে বিবাহ পাশত আৱদ্ধ হয়। বিবাহৰ পিছতেই ন-বিবাহিত যুঁটিটোৱে বলীউড ক্ষেত্ৰত থকা তেওঁলোকৰ বন্ধুবৰ্গক উদ্দেশ্যি বিবাহ উপলক্ষে এক গ্ৰেণ্ড পাৰ্টী দিয়ে। য’ত উপস্থিত থাকে বি-টাউনৰ কেইবাগৰাকীও গণ্য-মান্য তাৰকা।

হাতত হাত থৈ খালে বিয়াঃ আৰমান-অনীসাৰ বিয়াত উপস্থিত বি-টাউন চিলেব্ৰেটী- 5
হাতত হাত থৈ খালে বিয়াঃ আৰমান-অনীসাৰ বিয়াত উপস্থিত বি-টাউন চিলেব্ৰেটী- 6


এইবোৰৰ মাজতেই তাত উপস্থিত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল বলীউডৰ কেইবাটাও প্ৰেমিক যুঁটিয়ে। অৰ্জুন কাপুৰ তথা মালাইকা আৰোৰাই য’ত হাতত হাত থৈ পাৰ্টীত উপস্থিত হোৱা দেখিবলৈ পোৱা গ’ল; তাতেই আকৌ এফালে আলিয়া আৰু ৰণৱীৰক মাতৃ নিতু কাপুৰৰ সৈতে দেখিবলৈ পোৱা গ’ল।

হাতত হাত থৈ খালে বিয়াঃ আৰমান-অনীসাৰ বিয়াত উপস্থিত বি-টাউন চিলেব্ৰেটী- 7
হাতত হাত থৈ খালে বিয়াঃ আৰমান-অনীসাৰ বিয়াত উপস্থিত বি-টাউন চিলেব্ৰেটী- 8


আনহাতে, এই বিবাহ ফাঞ্চনটোতেই অভিনেতা বৰুণ ধৱনক দেখিবলৈ পোৱা গ’ল তেওঁৰ প্ৰেয়সী নতাশা দালালৰ সৈতে।

]]>
https://rupaliparda.com/archives/10087/feed 0 10087
অস্কাৰ এৱাৰ্ডৰ দৌৰৰ পৰা বাহিৰ “গলী বঁয়”- https://rupaliparda.com/archives/8727 https://rupaliparda.com/archives/8727#respond Tue, 17 Dec 2019 12:38:02 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=8727 চলিত বৰ্ষত মুক্তিপ্ৰাপ্ত ছবি “গলী বঁয়” য়ে লাভ কৰিছিল অস্কাৰ এৱাৰ্ডৰ “বেষ্ট ইন্টাৰনেশ্বনেল ফিছৰ ফিল্ম” ৰ তালিকাত মনোনয়ন। কিন্তু, মংগলবাৰে মুকলি কৰি দিয়া তালিকানুসৰি জয়া আখতাৰৰ দ্বাৰা পৰিচালিত “গলী বঁয়” নাছিল এই অস্কাৰ এৱাৰ্ডৰ দৌৰত।

অস্কাৰ এৱাৰ্ডৰ দৌৰৰ পৰা বাহিৰ "গলী বঁয়"- 9


৯২ তম্ অস্কাৰ এৱাৰ্ডৰ “বেষ্ট ইন্টাৰনেশ্বনেল ফিছৰ ফিল্ম” ৰ তালিকাত মুঠ ১০ খন ছবিক অন্তৰ্ভূক্ত কৰা হয়; যি তালিকাত নাম নাছিল আলিয়া ভাট আৰু ৰণৱীৰ সিং অভিনীত ছবি “গলী বঁয়” ৰ।

অস্কাৰ এৱাৰ্ডৰ দৌৰৰ পৰা বাহিৰ "গলী বঁয়"- 10
অস্কাৰ এৱাৰ্ডৰ দৌৰৰ পৰা বাহিৰ "গলী বঁয়"- 11


চলিত বৰ্ষত ফেব্ৰুৱাৰী মাহত মুক্তিপ্ৰাপ্ত এই ছবিখনে সেই সময়ত ছবি সমালোচকৰ লগতে বহুল সংখ্যাত দৰ্শকৰ পৰা লাভ কৰিছিল সমাদৰ। উল্লেখ্য যে, অস্কাৰ এৱাৰ্ডৰ উক্ত শাখাটোৰ বাবে “গলী বঁয়” কে ধৰি মুঠ ৯০ খন ছবিয়ে দৌৰ লগাইছিল।

]]>
https://rupaliparda.com/archives/8727/feed 0 8727
পূৰ্বৰ তথা বৰ্তমানৰ প্ৰেয়সী একেলগে ৰণৱীৰৰ জন্মদিনতঃ https://rupaliparda.com/archives/6127 https://rupaliparda.com/archives/6127#respond Sat, 28 Sep 2019 13:53:32 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=6127 “সাৱেৰিয়া” ছবিৰ দ্বাৰা বলীউড ক্ষেত্ৰখনত ভৰি ৰখা ৰণৱীৰ কাপুৰে সম্পূৰ্ণ কৰিলে ৩৭ বছৰ বয়স। কাপুৰ পৰিয়ালৰ এইগৰাকী অভিনেতাৰ প্ৰথমখন ছবি চুপাৰ ফ্লপ হ’লেও ৰণৱীৰ অভিনীত কেইবাখনো ছবিয়ে বৰ্তমানেও দৰ্শকৰ মনত বাস কৰিছে। এই ছবি সমূহৰ ভিতৰত নাম ল’ব পাৰি “ৱেক আপ ছিড”, “ৰকষ্টাৰ”, “বৰফী” ইত্যাদি।

পূৰ্বৰ তথা বৰ্তমানৰ প্ৰেয়সী একেলগে ৰণৱীৰৰ জন্মদিনতঃ 12
পূৰ্বৰ তথা বৰ্তমানৰ প্ৰেয়সী একেলগে ৰণৱীৰৰ জন্মদিনতঃ 13


অভিনেতা ৰণৱীৰে নিজৰ জন্মদিন উপলক্ষে অনুষ্ঠিত কৰা পাৰ্টিত কেইবাজনো জনপ্ৰিয় তাৰকাৰ লগতে উপস্থিত থাকে বৰ্তমানৰ প্ৰেয়সী আলিয়া আৰু তেওঁৰ পূৰ্বৰ প্ৰেয়সী দীপিকা পাডুকনো। অভিনেতা গৰাকীৰ জন্মদিন উপলক্ষে আলিয়া ভাটে নিজৰ “লভ অৱ লাইফ” ক এক ইনষ্টাগ্ৰাম পোষ্ট যোগে শুভকামনা জনায়।

পূৰ্বৰ তথা বৰ্তমানৰ প্ৰেয়সী একেলগে ৰণৱীৰৰ জন্মদিনতঃ 14
https://www.instagram.com/p/B28lAifFHUC/?utm_source=ig_web_copy_link
]]>
https://rupaliparda.com/archives/6127/feed 0 6127
ভন্সালি আৰু আলিয়াৰ সৈতে কিয় কাম নকৰে ৰণৱীৰ কাপুৰে?? https://rupaliparda.com/archives/6019 https://rupaliparda.com/archives/6019#respond Thu, 26 Sep 2019 12:00:26 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=6019 সঞ্জয় লীলা ভন্সালিৰ আহিবলগীয়া “ইনছাল্লাহ” শীৰ্ষক ছবিখনৰ বন্ধৰ খবৰ অহাৰ পিছতেই তেওঁৰ আহিবলগীয়া ছবিত কোন থাকিব/ কোন নাথকিব আদি বিভিন্ন প্ৰশ্নই বলীউডৰ লগতে সাধাৰণজনৰ জীৱনতো চৰ্চা লাভ কৰিছিল। “ইনছাল্লাহ” ৰ জৰিয়তে আলিয়াই ভন্সালিৰ সৈতে কাম কৰাৰ সপোন দেখিছিল যদিও ছবিখন বন্ধৰ খবৰে অভিনেত্ৰী গৰাকীকো কিছু দিনলৈ হতাশগ্ৰস্ত কৰি তুলিছিল।

ভন্সালি আৰু আলিয়াৰ সৈতে কিয় কাম নকৰে ৰণৱীৰ কাপুৰে?? 15


কিন্তু, এতিয়া আৰু চিন্তাৰ কাৰণ নাই। আলিয়াই “ইনছাল্লাহ” ৰ জৰিয়তে নহ’লেও “গংগুবাই” ৰ যোগৰে কাম কৰিব ভন্সালিৰ সৈতে। হুসেন জেদীৰ নোৱেল “মাফিয়া কুইন অৱ মুম্বাই” ৰ ওপৰত কেন্দ্ৰ কৰি নিৰ্মাণ কৰা এই ছবিখনত “গংগুবাই কোঠেৱালী” ৰ আত্মজীৱনী দেখুওৱা হ’ব।

ভন্সালি আৰু আলিয়াৰ সৈতে কিয় কাম নকৰে ৰণৱীৰ কাপুৰে?? 16
ভন্সালি আৰু আলিয়াৰ সৈতে কিয় কাম নকৰে ৰণৱীৰ কাপুৰে?? 17


কম বয়সতে বেশ্যাবৃত্তিত জোৰ কৰি ভৰাই দিয়া গংগুবাইয়ে পিছলৈ নিজেই এগৰাকী বেশ্যাবৃত্তিৰ দালাল হিচাপে মুম্বাইত প্ৰতিষ্ঠা লাভ কৰে। তেওঁৰ গ্ৰাহক হিচাপে থাকে ডাঙৰ ডাঙৰ দালাল আৰু ক্ৰিমিনেল। “গংগুবাই” ৰ এই জীৱন কাহিনীৰ ওপৰত আধাৰিত ছবিখনতেই নায়িকাৰ চৰিত্ৰত থাকিব আলিয়া ভাট।

ভন্সালি আৰু আলিয়াৰ সৈতে কিয় কাম নকৰে ৰণৱীৰ কাপুৰে?? 18


কিন্তু, ছবিখনৰ নায়ক ৰূপত ৰণৱীৰ কাপুৰক বিচৰা হৈছিল যদিও তেওঁ নাকচ কৰে এই প্ৰস্তাৱ। পূৰ্বতেও অভিনেতা গৰাকীয়ে ভন্সালিৰ সৈতে কাম কৰা ক্ষেত্ৰত অমান্তি হৈছিল। আছলতে, বহু চৰ্চিত এই প্ৰেমিকদ্বয়ে তেওঁলোকৰ আহিবলগীয়া ছবি “ব্ৰহ্মাস্ত” ৰ যোগেৰে চাব বিচাৰিছে যে দৰ্শকে তেওঁলোকক অন স্ক্ৰীণ কেনেদৰে আদৰি লয়!

সংগৃহীতঃ https://navbharattimes.indiatimes.com/movie-masti/news-from-bollywood/has-ranbir-kapoor-declined-to-work-with-alia-bhatt-in-gangubai/articleshow/71304713.cms

]]>
https://rupaliparda.com/archives/6019/feed 0 6019
বি-টাউনৰ কোন তাৰকাই কৰিছিল বাৰু নিজৰ ইউটিউব চেনেল মুকলি?? https://rupaliparda.com/archives/5975 https://rupaliparda.com/archives/5975#respond Wed, 25 Sep 2019 13:35:49 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=5975 সাধাৰণ নাইবা তাৰকা সকলৰ মাজতো চচিয়েল মিডিয়াই এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰি আহিছে। চিলেব্ৰেটী সকলে কোনো খবৰ তেওঁলোকৰ অনুৰাগীক দিবলৈ হ’লেও তেওঁলোকক চচিয়েল মিডিয়াৰ সহায় লোৱা দেখা যায়; যেনে ইউটিউব, ফেচবুক অথবা ইনষ্টাগ্ৰাম।

বি-টাউনৰ কোন তাৰকাই কৰিছিল বাৰু নিজৰ ইউটিউব চেনেল মুকলি?? 19


বহু চিলেব্ৰেটীয়ে নিজস্ব একোটা ইউটিউব চেনেলো মুকলি কৰি লৈছে। এনে চিলেব্ৰেটী সমূহৰ ভিতৰত আছে বৰুণ ধৱন, আলিয়া ভাট,প্ৰিয়ংকা চোপ্ৰা, শিল্পা চেট্টি, অজয় দেৱগণ তথা দিশা পাটানী আদি।


কিন্তু, আপোনালোকে জানেনে বি-টাউনত কোনেনো প্ৰথমে মুকলি কৰিছিল নিজৰ ইউটিউব চেনেল?? অভিনেতা গৰাকী কিন্তু একেবাৰে এতিয়াৰ সময়ৰ নহয়। তেওঁ আছিল জনপ্ৰিয় অভিনেতা শমশেৰ ৰাজ কাপুৰ অৰ্থাৎ শম্মী কাপুৰ। অভিনেতা গৰাকীয়ে ২০০৭ চনত মুকলি কৰিছিল নিজৰ ইউটিউব চেনেল আৰু ২০১০ ৰ পৰা তেওঁ উক্ত চেনেলত বিভিন্ন ভিডিঅ’- ফটো আপলোড কৰিবলৈ ধৰে।

বি-টাউনৰ কোন তাৰকাই কৰিছিল বাৰু নিজৰ ইউটিউব চেনেল মুকলি?? 20

সংগৃহীতঃhttps://navbharattimes.indiatimes.com/movie-masti/news-from-bollywood/shammi-kapoor-was-the-first-bollywood-celeb-who-started-his-youtube-channel/articleshow/71292065.cms

]]>
https://rupaliparda.com/archives/5975/feed 0 5975
২৭ খন ছবিৰ দৌৰত জয়ী হ’ল “গলী বয়”- https://rupaliparda.com/archives/5790 https://rupaliparda.com/archives/5790#respond Sun, 22 Sep 2019 08:30:17 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=5790 এটা সাধাৰণ শ্ৰেণীৰ পৰিয়ালৰ অন্তৰ্গত এজন যুৱকৰ “ৰেপাৰ” হিচাপে নিজক প্ৰতিষ্ঠিত কৰিবলৈ কৰা সংগ্ৰাম সমূহক প্ৰদৰ্শিত কৰি নিৰ্মাণ কৰা হৈছিল “গলী বয়”। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত মুক্তি পোৱা ছবিখনত অভিনীত ৰণৱীৰ সিং আৰু আলিয়া ভাটৰ অভিনয়েও দৰ্শকৰ পৰা লাভ কৰি আহিছে যথেষ্ট সঁহাৰি। ২০১৯ বৰ্ষৰ দৰ্শকৰ পচন্দৰ কেইখনমান ছবিৰ ভিতৰত অন্যতম ছবিখন হৈছে “গলী বয়”। সমগ্ৰ সহাঁৰি আৰু সফলতাৰ লগতে “গলী বয়” ছবিখনে পুনৰ চুমিছে এক আন্তঃৰাষ্ট্ৰীয় সফলতাক।

২৭ খন ছবিৰ দৌৰত জয়ী হ'ল "গলী বয়"- 21


বেষ্ট ইন্টাৰনেশ্বনেল ফিল্ম কেটেগৰীত ৯২ সংখ্যক অকাডেমী এৱাৰ্ডছৰ বাবে ভাৰতৰ পৰা বৰ্তমান মনোনয়ন লাভ কৰিছে “গলী বয়”-এ। ছবিখনৰ প্ৰিমিয়াৰ অনুষ্ঠিত হৈছিল বৰ্ণিল ফিল্ম ফেষ্টিভেলত লগতে মেলৱৰ্ণৰ ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত ছবিখনে লাভ কৰিছিল “বেষ্ট ফিল্ম” ৰ এৱাৰ্ড।

২৭ খন ছবিৰ দৌৰত জয়ী হ'ল "গলী বয়"- 22
২৭ খন ছবিৰ দৌৰত জয়ী হ'ল "গলী বয়"- 23


উল্লেখ্য যে, ফিল্ম ফেডাৰেছন অফ ইণ্ডিয়া চমুকৈ “এফ এফ আই” এ ঘোষণাটি কৰাৰ লগতে জনাই যে এইটো বৰ্ষত “গলী বয়” ৰ বাহিৰেও মুঠ ২৭ খন ছবিয়ে উক্ত এৱাৰ্ডটোৰ দৌৰ লগাইছিল যদিও “গলী বয়”-এ লাভ কৰিছে অাধিকাৰিক সন্মতি।

]]>
https://rupaliparda.com/archives/5790/feed 0 5790
৭০ কিলোগ্ৰাম ওজন উঠাই দৰ্শকক কৰিলে আচৰিতঃ https://rupaliparda.com/archives/5474 https://rupaliparda.com/archives/5474#respond Sat, 14 Sep 2019 11:10:55 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=5474 বলীউডৰ মোহময়ী অভিনেত্ৰী আলিয়া ভাট নিতৌ চচিয়েল মিডিয়াত এখনকৈ নতুন ফটো আপলোড কৰি দৰ্শকক আকৰ্ষিত কৰি ৰাখে। তেনেক্ষেত্ৰত তেওঁ ইনষ্টাগ্ৰামত আপলোড কৰা এটা ভিডিঅ’ই চৰ্চা লাভ কৰিছে এতিয়া চচিয়েল মিডিয়াত।


উক্ত ভিডিঅ’টোত ৭০ কিলোগ্ৰাম ওজন উঠাই অভিনেত্ৰী গৰাকীয়ে আচম্বিত কৰি তোলে দৰ্শকক। এনেধৰণে তেওঁ দুটা ভিডিঅ’ আপলোড কৰে; য’ত তেওঁ নিজক ফিট ৰখাৰ চেষ্টা অব্যাহত ৰাখিছিল।

৭০ কিলোগ্ৰাম ওজন উঠাই দৰ্শকক কৰিলে আচৰিতঃ 24
৭০ কিলোগ্ৰাম ওজন উঠাই দৰ্শকক কৰিলে আচৰিতঃ 25


উল্লেখ্য যে, আগন্তুক সময়ত আলিয়া ভাটক দেখিবলৈ পোৱা যাব অমিতাভ বচ্চন আৰু ৰণৱীৰ কাপুৰৰ সৈতে “ব্ৰহ্মাস্ত্ৰ” শীৰ্ষক ছবিখনত।

]]>
https://rupaliparda.com/archives/5474/feed 0 5474
সঞ্জয়-ছলমানৰ মাজৰ ৰৈ গ’ল আলিয়াঃ https://rupaliparda.com/archives/4726 https://rupaliparda.com/archives/4726#respond Fri, 30 Aug 2019 12:13:47 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=4726 ভন্সালি আৰু ছলমানৰ মাজত ৰৈ গ’ল আলিয়া। দীপিকা-ৰণৱীৰক এৰি বহু দিনৰ মূৰত সঞ্জয় লীলা ভন্সালিৰ ছবি “ইনছাল্লাহ” ত বলীউডৰ অইন অভিনেতা-অভিনেত্ৰীক দেখিবলৈ পোৱাৰ সম্ভাৱনা আছিল। ছলমান আৰু আলিয়াক ছবিখনৰ বাবে লৈ লোৱা পিছতেই কোনো কাৰণবশতঃ ঘোষণা কৰা হ’ল যে ছবিখনৰ শ্বুটিং ৰখাই দিয়া হৈছে।

সঞ্জয়-ছলমানৰ মাজৰ ৰৈ গ'ল আলিয়াঃ 26


ভন্সালি প্ৰডাকচনৰ ফালৰ পৰা এই ঘোষণাটি কৰা পিছতেই ছলমান ব্যস্ত হৈ পৰিছিল নিজৰ আহিবলগীয় ছবিৰ শ্বুটিঙত। কিন্তু, এই ঘোষণাটিৰ পৰা লোকচানত ভুগিবলগীয়া হ’ল আলিয়া। “ইনছাল্লাহ” ত লৈ লোৱা পিছতেই আলিয়াই লাভ কৰিছিল কেইবাখনো ছবিৰ অফাৰ।

সঞ্জয়-ছলমানৰ মাজৰ ৰৈ গ'ল আলিয়াঃ 27
সঞ্জয়-ছলমানৰ মাজৰ ৰৈ গ'ল আলিয়াঃ 28


জানিব পৰা মতে, অভিনেত্ৰী গৰাকীক আমিৰ খানৰ ছবি এখনৰ বাবেও দিয়া হৈছিল অফাৰ। কিন্তু সঞ্জয়-ছলমানক এৰি আলিয়াই যাবলৈ বিচৰা নাছিল অইন ছবিৰ বাবে। গতিকে “ইনছাল্লাহ” ৰ শ্বুটিং ৰখাই দিয়া বাতৰিটোৱে এতিয়া বেছি দুখ দিছে অভিনেত্ৰী গৰাকীক।

সঞ্জয়-ছলমানৰ মাজৰ ৰৈ গ'ল আলিয়াঃ 29


নিদিবনো কিয়??? আমিৰ খানৰ সৈতে ছবি কৰাৰ সুবিধা বাৰে বাৰেটো লাভ কৰা নহয়। হয়নে??

]]>
https://rupaliparda.com/archives/4726/feed 0 4726