Biju Phukan – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Thu, 18 Feb 2021 07:24:10 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Biju Phukan – Rupaliparda.com https://rupaliparda.com 32 32 163073109 অসমীয়া চলচিত্ৰৰ বিখ্যাত তথা জনপ্ৰিয় তাৰকা বিজু ফুকনৰ জন্মদিনঃ https://rupaliparda.com/archives/24275 https://rupaliparda.com/archives/24275#respond Thu, 18 Feb 2021 12:30:13 +0000 https://rupaliparda.com/?p=24275 অসমীয়া চলচিত্ৰত ৭০ ৰ দশকৰ পৰা ৰাজত্ব কৰা এগৰাকী অভিনেতা। মৃত্যুৰ পিছতো তেওঁ অভিনীত চলচিত্ৰই মুক্তি লাভ কৰিছিল। “ডাঃ বেজবৰুৱা” নামে ছবিখনত এটা সৰু চৰিত্ৰৰে ভুমূকি মৰা এই গৰাকী অভিনেতাই ৪০ বছৰত প্ৰায় ৮০ খন চিনেমাত অভিনয় কৰে। অভিনেতাগৰাকীক নতুনকৈ চিনাকী কৰি দিয়া হয়টো প্ৰয়োজন নাই। এইগৰাকীয়ে হৈছে অসমীয়া চলচিত্ৰৰ বিখ্যাত ও জনপ্ৰিয় অভিনেতা বিজু ফুকন।

অসমীয়া চলচিত্ৰৰ বিখ্যাত ও জনপ্ৰিয় তাৰকা বিজু ফুকনঃ 2


বিজু ফুকনে ব্যৱসায়িক ছবিৰ লগতে সমান্তৰাল চিনেমাতো অভিনয় কৰিছিল। জাহ্নু বৰুৱা তথা ভবেন্দ্ৰনাথ শইকীয়াৰ কেইবাখনো চিনেমাত অভিনয় কৰাৰ লগতে তেওঁ থিয়েটাৰৰ পৰাও আঁতৰি থকা নাছিল। সমান্তৰালকৈ, অসমীয়া চিনেমাত নিজৰ নাম উজ্বলোৱাৰ লগতে বাংলা ভাষাৰ ৪ খন চিনেমাতো তেওঁ নিজৰ অভিনয় প্ৰদৰ্শিত কৰিবলৈ সক্ষম হৈছিল।

অসমীয়া চলচিত্ৰৰ বিখ্যাত ও জনপ্ৰিয় তাৰকা বিজু ফুকনঃ 3


অভিনেতা বিজু ফুকনৰ দ্বাৰা পৰিচালিত ছবি “ভাই-ভাই”-য়ে মুক্তি লাভ কৰিছিল যদিও তেওঁৰ শিশু চলচিত্ৰ “অতিক্ৰম” -এ বৰ্তমানেও মুক্তি লাভ কৰা নাই। ইয়াৰ উপৰিও অভিনেতা গৰাকীয়ে কেইবাখনো ধাৰাবাহিক আৰু টেলিনাটকতো অভিনয় কৰিছে। এক কথাত ক’বলৈ গ’লে, অভিনেতা গৰাকীয়ে অভিনয়ৰ ক্ষেত্ৰখনৰ পৰা কোনোদিন পিছ হুহুকা নাছিল। সৰু-ডাঙৰ প্ৰত্যেকটো চৰিত্ৰতেই নিজক খাপ খুৱাই ৰাখিছিল অভিনেতা গৰাকীয়ে। ১৯৯৯ চনত লোকসভা নিৰ্বাচনত ডিব্ৰুগড়ৰ পৰা প্ৰতিদ্বন্দিতা কৰিছিল যদিও তেওঁ বিফল হৈছিল।

অসমীয়া চলচিত্ৰৰ বিখ্যাত ও জনপ্ৰিয় তাৰকা বিজু ফুকনঃ 4

২০১৭ চনৰ ২২ নৱেম্বৰত এই গৰাকী মহান অভিনেতাই ইহলীলা সম্বৰণ কৰে

]]>
https://rupaliparda.com/archives/24275/feed 0 24275
একচন থ্ৰিলাৰঃ “এণ্টনী মোৰ নাম” https://rupaliparda.com/archives/8559 https://rupaliparda.com/archives/8559#respond Thu, 05 Dec 2019 13:40:56 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=8559 নীপ বৰুৱাৰ পৰিচালনাৰে আৰু শইকীয়া এন্টাৰপ্ৰাইজৰ বেনাৰত ধৰ্মকান্ত শইকীয়াই প্ৰযোজনা কৰা এখন অসমীয়া বোলছবি; “এণ্টনী মোৰ নাম”। ১৯৮৬ চনত মুক্তিপ্ৰাপ্ত বোলছবিখনত আছে একচন, থ্ৰিলাৰ আৰু আকস্মিকতাৰ সংযোজন।

একচন থ্ৰিলাৰঃ “এণ্টনী মোৰ নাম” 1


গৰ্ভতে পিতৃমোহৰ পৰা বঞ্চিত “এণ্টনী” ক মাতৃয়েও সৰুতে গটাই দিয়ে ফাডাৰ “যোচেফ” ৰ হাতত। অনাথ অথবা ঘাটমাউৰা হৈ জীয়াই “এণ্টনী” য়ে ডাঙৰ হৈ কেতবোৰ অপৰাধত লিপ্ত হয়। এই “অপৰাধ” সমূহ কিন্তু আইনৰ চকুতহে অপৰাধ অথবা “এণ্টনী” অপৰাধী; সাধাৰণ ৰাইজৰ বাবে “এণ্টনী” ভগৱানস্বৰূপ। “এণ্টনী” য়ে চুৰ, ডকাইত কৰে যদিও সেয়া সমাজৰ হিতৰ বাবে। তথাকথিত কিছু সমাজসেৱক বা বিষয়াই জনসাধাৰণৰ হিতাৰ্থে কাম কৰাৰ বাবে আশ্বাস দিয়ে যদিও সেই আশ্বাসেৰেই তেওঁলোকে সমাজৰ নিম্ন শ্ৰেণীৰ লোকক লুতি খায়। আৰু এনেবোৰ মুখা পিন্ধা ভদ্ৰলোকৰ মুখা খুলিবলৈয়ে “এণ্টনী” য়ে আইন নমনাকৈ কিছু কাম কৰে। শেষত, এণ্টনীয়ে নিজ মাতৃৰ কাকুতিত পুলিচৰ হাতত ধৰা দিয়ে আৰু আদালতৰ পৰা নিৰ্দোষী হিচাপে ওলাই আহি নিজ পৰিয়ালক পুনৰাই বিচাৰি পায়। এয়াই হৈছে বোলছবিখনৰ কাহিনীভাগ।

একচন থ্ৰিলাৰঃ “এণ্টনী মোৰ নাম” 2


৮০দশকৰ বোলছবি ৰূপে চিনেমাখন কাৰিকৰী দিশৰ পৰা কিছু নিম্ন শ্ৰেণীৰ যদিও মূল চৰিত্ৰ “এণ্টনী” ৰ অভিনয় কৰা বিজু ফুকনৰ অভিনয় লেখত ল’বলগীয়া। বোলছবিখনত আৰু অভিনয় কৰিছে পূৰৱী শৰ্মা ভট্টাচাৰ্য, আব্দুল মজিদ, ৰেবা গগৈ, কাশ্মিৰী শইকীয়া বৰুৱা,বনীতা শৰ্মা, পৰাথ চলিহা, দূৰ্গেশ্বৰ বৰঠাকুৰ, অনিলা দাছম, দিবাকৰ, লক্ষ্মীনাথ তামুলী, অৰুণ শইকীয়া আদিকে ধৰি বহু কেইজন পূৰণি অভিনেতা-অভিনেত্ৰীয়ে।

৪-৫ টা গানৰ সমাহেৰেৰে নিৰ্মিত বোলছবিখনত সকলো শিল্পীৰে অভিনয় সুন্দৰ। কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰৱন ষ্টুডিঅ’ ত দৃশ্যগ্ৰহণৰ সম্পন্ন কৰা হৈছিল “এণ্টনী মোৰ নাম” বোলছবিখনৰ।

]]>
https://rupaliparda.com/archives/8559/feed 0 8559
অসমীয়া চলচিত্ৰৰ বিখ্যাত ও জনপ্ৰিয় তাৰকা বিজু ফুকনৰ মৃত্যু-বাৰ্ষিকীঃ https://rupaliparda.com/archives/8199 https://rupaliparda.com/archives/8199#respond Fri, 22 Nov 2019 12:20:06 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=8199 অসমীয়া চলচিত্ৰত ৭০ ৰ দশকৰ পৰা ৰাজত্ব কৰা এগৰাকী অভিনেতা। মৃত্যুৰ পিছতো তেওঁ অভিনীত চলচিত্ৰই মুক্তি লাভ কৰিছিল। “ডাঃ বেজবৰুৱা” নামে ছবিখনত এটা সৰু চৰিত্ৰৰে ভুমূকি মৰা এই গৰাকী অভিনেতাই ৪০ বছৰত প্ৰায় ৮০ খন চিনেমাত অভিনয় কৰে। এই জনপ্ৰিয় অভিনেতাগৰাকী বিজু ফুকনলৈ তেওঁৰ মৃত্যু বাৰ্ষিকীত ৰূপালী পৰ্দাৰ সমূহ কৰ্মকতাই জনাইছো শ্ৰদ্ধাঞ্জলি।

অসমীয়া চলচিত্ৰৰ বিখ্যাত ও জনপ্ৰিয় তাৰকা বিজু ফুকনৰ মৃত্যু-বাৰ্ষিকীঃ 3


বিজু ফুকনে ব্যৱসায়িক ছবিৰ লগতে সমান্তৰাল চিনেমাতো অভিনয় কৰিছিল। জাহ্নু বৰুৱা তথা ভবেন্দ্ৰনাথ শইকীয়াৰ কেইবাখনো চিনেমাত অভিনয় কৰাৰ লগতে তেওঁ থিয়েটাৰৰ পৰাও আঁতৰি থকা নাছিল। সমান্তৰালকৈ, অসমীয়া চিনেমাত নিজৰ নাম উজ্বলোৱাৰ লগতে বাংলা ভাষাৰ ৪ খন চিনেমাতো তেওঁ নিজৰ অভিনয় প্ৰদৰ্শিত কৰিবলৈ সক্ষম হৈছিল।

অসমীয়া চলচিত্ৰৰ বিখ্যাত ও জনপ্ৰিয় তাৰকা বিজু ফুকনৰ মৃত্যু-বাৰ্ষিকীঃ 4


অভিনেতা বিজু ফুকনৰ দ্বাৰা পৰিচালিত ছবি “ভাই-ভাই”-য়ে মুক্তি লাভ কৰিছিল যদিও তেওঁৰ শিশু চলচিত্ৰ “অতিক্ৰম” -এ বৰ্তমানেও মুক্তি লাভ কৰা নাই। ইয়াৰ উপৰিও অভিনেতা গৰাকীয়ে কেইবাখনো ধাৰাবাহিক আৰু টেলিনাটকতো অভিনয় কৰিছে। এক কথাত ক’বলৈ গ’লে, অভিনেতা গৰাকীয়ে অভিনয়ৰ ক্ষেত্ৰখনৰ পৰা কোনোদিন পিছ হুহুকা নাছিল। সৰু-ডাঙৰ প্ৰত্যেকটো চৰিত্ৰতেই নিজক খাপ খুৱাই ৰাখিছিল অভিনেতা গৰাকীয়ে। ১৯৯৯ চনত লোকসভা নিৰ্বাচনত ডিব্ৰুগড়ৰ পৰা প্ৰতিদ্বন্দিতা কৰিছিল যদিও তেওঁ বিফল হৈছিল।

অসমীয়া চলচিত্ৰৰ বিখ্যাত ও জনপ্ৰিয় তাৰকা বিজু ফুকনৰ মৃত্যু-বাৰ্ষিকীঃ 5


২০১৭ চনৰ ২২ নৱেম্বৰত এই গৰাকী মহান অভিনেতাই ইহলীলা সম্বৰণ কৰে।

]]>
https://rupaliparda.com/archives/8199/feed 0 8199
IFFI ৰ সোণালী জয়ন্তীত প্ৰদৰ্শিত হ’ব ছবি “অপৰূপা”: গৌৰন্বাম্বিত প্ৰত্যেকজন অসমীয়া- https://rupaliparda.com/archives/7988 https://rupaliparda.com/archives/7988#respond Sat, 16 Nov 2019 11:07:36 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=7988 আগন্তুক ২০ ৰ পৰা ২৮ নৱেম্বৰলৈ গোৱাত অনুষ্ঠিত হ’ব ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱ। উক্ত মহোৎসৱখনে এইবাৰ সম্পূৰ্ণ কৰিব নিজৰ ৫০ টা সোণালী বৰ্ষ। চলিত্ৰ মহোৎসৱখনৰ সোণালী জয়ন্তীত প্ৰদৰ্শিত কৰা হ’ব এখন অসমীয়া ছবি “অপৰূপা। অভিনেতা বিজু ফুকনক সশ্ৰদ্ধ স্মৰণ ও সন্মান জনাই “অপৰূপা” ছবিখনক প্ৰদৰ্শিত কৰা কথাটোৱেই এতিয়া প্ৰত্যেকজন অসমীয়াক গৌৰম্বান্বিত কৰি তুলিছে।

IFFI ৰ সোণালী জয়ন্তীত প্ৰদৰ্শিত হ'ব ছবি "অপৰূপা": গৌৰন্বাম্বিত প্ৰত্যেকজন অসমীয়া- 6


এতিয়া জানো আহক কি আছিল “অপৰূপা” ৰ কাহিনী ভাগত! কিয় ইমান জনপ্ৰিয় হৈ উঠিছিল ছবিখনৰ প্ৰত্যেকটো গীত তথা ইয়াৰ কাহিনী??

“অপৰূপা” হৈছে জাহ্নু বৰুৱাই ১৯৮২ চনত পৰিচালনা কৰা প্ৰথম অসমীয়া বোলছবি। ইয়াৰ লগতে ৰাষ্ট্ৰীয় চলচিত্ৰ নিগমে প্ৰযোজনা কৰা এইখনে প্ৰথম অসমীয়া বোলছবি। উক্ত বোলছবিখন হিন্দী ভাষাতো মুক্তি লাভ কৰে “অপেক্ষা” নামেৰে। উল্লেখযোগ্য যে, “অপৰূপা” বোলছবিখনৰ সংগীত পৰিচালনা কৰে ড° ভূপেন হাজৰিকাই।

IFFI ৰ সোণালী জয়ন্তীত প্ৰদৰ্শিত হ'ব ছবি "অপৰূপা": গৌৰন্বাম্বিত প্ৰত্যেকজন অসমীয়া- 7


এখন তথাকথিত সমাজৰ বাবেই নাৰীয়ে কিদৰে নিজৰ নিজস্বতা হেৰুৱাই পেলায় তাৰ পটভূমিতে নিৰ্মাণ কৰা হৈছে বোলছবিখন। সমাজৰ কু-চিন্তাৰ বশৰ্ৱতী হৈ নাৰীয়ে নিজৰ ইচ্ছা, আশা আদিৰ লগতে নিজকো হত্যা কৰিবলগীয়া হোৱা পৰিস্থিতিৰ এখন জীয়া ছবিৰ বৰ্ণনা কৰা হৈছে “অপৰূপা” ত। পিতৃয়ে ঋণ পৰিশোধ কৰিব নোৱাৰি জীয়েকৰ শিক্ষা আধাতে সামৰি তাইৰ অনিচ্ছা স্বত্বেও এগৰাকী বাগিছাৰ মেনেজাৰ সৈতে বিয়া দিয়ে। তাইৰ সকলো সপোনৰ টেঁটু চেপি হত্যা কৰাৰ পিছতো তাই সমাজৰ বাবেই নিজৰ স্বাভাৱিক সুখৰ বাবে কৰিবলগীয়া কামখিনি কৰিব নোৱাৰে। এয়াই হৈছে “অপৰূপা” ৰ মূল কাহিনী ভাগ। “অপৰূপা” ৰ চৰিত্ৰত থকা সুহাসিনী মূলে ৰ অভিনয়ে চৰিত্ৰটো অধিক হৃদয়স্পৰ্শী কৰি তুলিছে।

IFFI ৰ সোণালী জয়ন্তীত প্ৰদৰ্শিত হ'ব ছবি "অপৰূপা": গৌৰন্বাম্বিত প্ৰত্যেকজন অসমীয়া- 8

ইয়াৰ পিছতেই আন মূল চৰিত্ৰ “ৰাণা” ত অভিনয় কৰিছে বিজু ফুকনে। পৰিয়ালৰ আৰ্থিক অৱস্থাৰ বাবেই নিজ প্ৰেয়সীক এৰি আৰ্মিত জইন কৰে আৰু যেতিয়া গাঁৱলৈ ঘূৰি আহে তেতিয়াই তেওঁ বুজি পায় যে গাঁৱৰ সাধাৰণজনে নিজক লৈ ব্যস্ত নহৈ কেৱল মাত্ৰ ব্যস্ত আনৰ কথাক লৈহে। ফলত শেষলৈ তেওঁ গাঁৱলৈ ঘূৰি নহাৰ সিদ্ধান্ত লৈ পেলায়।

IFFI ৰ সোণালী জয়ন্তীত প্ৰদৰ্শিত হ'ব ছবি "অপৰূপা": গৌৰন্বাম্বিত প্ৰত্যেকজন অসমীয়া- 9


বোলছবিখনত দুটাই মূখ্য চৰিত্ৰ আছে বুলি সঠিককৈ কৈ দিব নোৱাৰি। প্ৰত্যেকটা চৰিত্ৰই এটা আনটোৰ ওপৰত নিৰ্ভৰশীল; যেন এটা এৰুৱাই দিলে আনটো খহি পৰিব। নিপন গোস্বামীকো বোলছবিখনত কিছু মহুৰ্তৰ বাবে দেখিবলৈ পোৱা যায়। য’ত তেওঁ এজন সফল নাগৰিক হোৱাৰ চেষ্টা কৰাৰ লগতে নিজ গাঁওখনকো স্বাক্ষৰ কৰাৰ চেষ্টা কৰে যদিও শেষত ভাগৰি মদৰ আশ্ৰয় ল’বলগীয়া হয়।

IFFI ৰ সোণালী জয়ন্তীত প্ৰদৰ্শিত হ'ব ছবি "অপৰূপা": গৌৰন্বাম্বিত প্ৰত্যেকজন অসমীয়া- 10


“অপৰূপা” ত এখন গাঁৱৰ এটা নিঁভাজ পৰিৱেশৰ সৃষ্টি কৰা হৈছে। গাঁৱত কোনোবাই কিবা জগৰ লগালে পঞ্চায়তৰ কাষ চপা হয় আৰু পঞ্চায়তৰ বিচাৰেই শেষ বিচাৰ ৰূপে ধায্য কৰা হয়। “অপৰূপা তুমি মুক্ত” শীৰ্ষক গীতটিৰ বৰ্ণনায়ে বোলছবিখনৰ সাৰমৰ্ম বুজাই দিয়ে। বৰগীতৰ বহুল প্ৰচাৰ দেখা যায় বোলছবিখনত।
য’ত নাৰী নিজস্বতা নাথাকে তাত নাৰী বেছি দিন জীয়াই থাকিব নোৱাৰে। তেনে এক খণ্ড কাহিনীৰো যোগান ধৰা হৈছে বোলছবিখনত।

IFFI ৰ সোণালী জয়ন্তীত প্ৰদৰ্শিত হ'ব ছবি "অপৰূপা": গৌৰন্বাম্বিত প্ৰত্যেকজন অসমীয়া- 11


১৯৮৩ চনত “অপৰূপা” ই ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটা(ৰজত কমল) লাভ কৰে।

]]>
https://rupaliparda.com/archives/7988/feed 0 7988
অসমীয়া চলচিত্ৰৰ বিখ্যাত ও জনপ্ৰিয় তাৰকা বিজু ফুকনঃ https://rupaliparda.com/archives/7002 https://rupaliparda.com/archives/7002#respond Sun, 20 Oct 2019 09:30:29 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=7002 অসমীয়া চলচিত্ৰত ৭০ ৰ দশকৰ পৰা ৰাজত্ব কৰা এগৰাকী অভিনেতা। মৃত্যুৰ পিছতো তেওঁ অভিনীত চলচিত্ৰই মুক্তি লাভ কৰিছিল। “ডাঃ বেজবৰুৱা” নামে ছবিখনত এটা সৰু চৰিত্ৰৰে ভুমূকি মৰা এই গৰাকী অভিনেতাই ৪০ বছৰত প্ৰায় ৮০ খন চিনেমাত অভিনয় কৰে। অভিনেতাগৰাকীক নতুনকৈ চিনাকী কৰি দিয়া হয়টো প্ৰয়োজন নাই। এইগৰাকীয়ে হৈছে অসমীয়া চলচিত্ৰৰ বিখ্যাত ও জনপ্ৰিয় অভিনেতা বিজু ফুকন।

অসমীয়া চলচিত্ৰৰ বিখ্যাত ও জনপ্ৰিয় তাৰকা বিজু ফুকনঃ 12


বিজু ফুকনে ব্যৱসায়িক ছবিৰ লগতে সমান্তৰাল চিনেমাতো অভিনয় কৰিছিল। জাহ্নু বৰুৱা তথা ভবেন্দ্ৰনাথ শইকীয়াৰ কেইবাখনো চিনেমাত অভিনয় কৰাৰ লগতে তেওঁ থিয়েটাৰৰ পৰাও আঁতৰি থকা নাছিল। সমান্তৰালকৈ, অসমীয়া চিনেমাত নিজৰ নাম উজ্বলোৱাৰ লগতে বাংলা ভাষাৰ ৪ খন চিনেমাতো তেওঁ নিজৰ অভিনয় প্ৰদৰ্শিত কৰিবলৈ সক্ষম হৈছিল।

অসমীয়া চলচিত্ৰৰ বিখ্যাত ও জনপ্ৰিয় তাৰকা বিজু ফুকনঃ 13


অভিনেতা বিজু ফুকনৰ দ্বাৰা পৰিচালিত ছবি “ভাই-ভাই”-য়ে মুক্তি লাভ কৰিছিল যদিও তেওঁৰ শিশু চলচিত্ৰ “অতিক্ৰম” -এ বৰ্তমানেও মুক্তি লাভ কৰা নাই। ইয়াৰ উপৰিও অভিনেতা গৰাকীয়ে কেইবাখনো ধাৰাবাহিক আৰু টেলিনাটকতো অভিনয় কৰিছে। এক কথাত ক’বলৈ গ’লে, অভিনেতা গৰাকীয়ে অভিনয়ৰ ক্ষেত্ৰখনৰ পৰা কোনোদিন পিছ হুহুকা নাছিল। সৰু-ডাঙৰ প্ৰত্যেকটো চৰিত্ৰতেই নিজক খাপ খুৱাই ৰাখিছিল অভিনেতা গৰাকীয়ে। ১৯৯৯ চনত লোকসভা নিৰ্বাচনত ডিব্ৰুগড়ৰ পৰা প্ৰতিদ্বন্দিতা কৰিছিল যদিও তেওঁ বিফল হৈছিল।

অসমীয়া চলচিত্ৰৰ বিখ্যাত ও জনপ্ৰিয় তাৰকা বিজু ফুকনঃ 14

২০১৭ চনৰ ২২ নৱেম্বৰত এই গৰাকী মহান অভিনেতাই ইহলীলা সম্বৰণ কৰে

]]>
https://rupaliparda.com/archives/7002/feed 0 7002
“অপৰূপা” তুমি মুক্তঃ https://rupaliparda.com/archives/5957 https://rupaliparda.com/archives/5957#respond Wed, 25 Sep 2019 11:03:06 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=5957 “অপৰূপা” হৈছে জাহ্নু বৰুৱাই ১৯৮২ চনত পৰিচালনা কৰা প্ৰথম অসমীয়া বোলছবি। ইয়াৰ লগতে ৰাষ্ট্ৰীয় চলচিত্ৰ নিগমে প্ৰযোজনা কৰা এইখনে প্ৰথম অসমীয়া বোলছবি। উক্ত বোলছবিখন হিন্দী ভাষাতো মুক্তি লাভ কৰে “অপেক্ষা” নামেৰে। উল্লেখযোগ্য যে, “অপৰূপা” বোলছবিখনৰ সংগীত পৰিচালনা কৰে ভূপেন হাজৰিকাই।

"অপৰূপা" তুমি মুক্তঃ 15


এখন তথাকথিত সমাজৰ বাবেই নাৰীয়ে কিদৰে নিজৰ নিজস্বতা হেৰুৱাই পেলায় তাৰ পটভূমিতে নিৰ্মাণ কৰা হৈছে বোলছবিখন। সমাজৰ কু-চিন্তাৰ বশৰ্ৱতী হৈ নাৰীয়ে নিজৰ ইচ্ছা, আশা আদিৰ লগতে নিজকো হত্যা কৰিবলগীয়া হোৱা পৰিস্থিতিৰ এখন জীয়া ছবিৰ বৰ্ণনা কৰা হৈছে “অপৰূপা” ত। পিতৃয়ে ঋণ পৰিশোধ কৰিব নোৱাৰি জীয়েকৰ শিক্ষা আধাতে সামৰি তাইৰ অনিচ্ছা স্বত্বেও এগৰাকী বাগিছাৰ মেনেজাৰ সৈতে বিয়া দিয়ে। তাইৰ সকলো সপোনৰ টেঁটু চেপি হত্যা কৰাৰ পিছতো তাই সমাজৰ বাবেই নিজৰ স্বাভাৱিক সুখৰ বাবে কৰিবলগীয়া কামখিনি কৰিব নোৱাৰে। এয়াই হৈছে “অপৰূপা” ৰ মূল কাহিনী ভাগ। “অপৰূপা” ৰ চৰিত্ৰত থকা সুহাসিনী মূলে ৰ অভিনয়ে চৰিত্ৰটো অধিক হৃদয়স্পৰ্শী কৰি তুলিছে।

"অপৰূপা" তুমি মুক্তঃ 16


ইয়াৰ পিছতেই আন মূল চৰিত্ৰ “ৰাণা” ত অভিনয় কৰিছে বিজু ফুকনে। পৰিয়ালৰ আৰ্থিক অৱস্থাৰ বাবেই নিজ প্ৰেয়সীক এৰি আৰ্মিত জইন কৰে আৰু যেতিয়া গাঁৱলৈ ঘূৰি আহে তেতিয়াই তেওঁ বুজি পায় যে গাঁৱৰ সাধাৰণজনে নিজক লৈ ব্যস্ত নহৈ কেৱল মাত্ৰ ব্যস্ত আনৰ কথাক লৈহে। ফলত শেষলৈ তেওঁ গাঁৱলৈ ঘূৰি নহাৰ সিদ্ধান্ত লৈ পেলায়।

"অপৰূপা" তুমি মুক্তঃ 17


বোলছবিখনত দুটাই মূখ্য চৰিত্ৰ আছে বুলি সঠিককৈ কৈ দিব নোৱাৰি। প্ৰত্যেকটা চৰিত্ৰই এটা আনটোৰ ওপৰত নিৰ্ভৰশীল; যেন এটা এৰুৱাই দিলে আনটো খহি পৰিব। নিপন গোস্বামীকো বোলছবিখনত কিছু মহুৰ্তৰ বাবে দেখিবলৈ পোৱা যায়। য’ত তেওঁ এজন সফল নাগৰিক হোৱাৰ চেষ্টা কৰাৰ লগতে নিজ গাঁওখনকো স্বাক্ষৰ কৰাৰ চেষ্টা কৰে যদিও শেষত ভাগৰি মদৰ আশ্ৰয় ল’বলগীয়া হয়।

"অপৰূপা" তুমি মুক্তঃ 18


“অপৰূপা” ত এখন গাঁৱৰ এটা নিঁভাজ পৰিৱেশৰ সৃষ্টি কৰা হৈছে। গাঁৱত কোনোবাই কিবা জগৰ লগালে পঞ্চায়তৰ কাষ চপা হয় আৰু পঞ্চায়তৰ বিচাৰেই শেষ বিচাৰ ৰূপে ধায্য কৰা হয়। “অপৰূপা তুমি মুক্ত” শীৰ্ষক গীতটিৰ বৰ্ণনায়ে বোলছবিখনৰ সাৰমৰ্ম বুজাই দিয়ে। বৰগীতৰ বহুল প্ৰচাৰ দেখা যায় বোলছবিখনত।

"অপৰূপা" তুমি মুক্তঃ 19


য’ত নাৰী নিজস্বতা নাথাকে তাত নাৰী বেছি দিন জীয়াই থাকিব নোৱাৰে। তেনে এক খণ্ড কাহিনীৰো যোগান ধৰা হৈছে বোলছবিখনত।

"অপৰূপা" তুমি মুক্তঃ 20


১৯৮৩ চনত “অপৰূপা” ই ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটা(ৰজত হকমল) লাভ কৰে।

]]>
https://rupaliparda.com/archives/5957/feed 0 5957
“আইনৰ চকুত অপৰাধী এণ্টনী”ঃ সাধাৰণজনৰ বাবে “ভগৱান” এণ্টনী- https://rupaliparda.com/archives/5572 https://rupaliparda.com/archives/5572#respond Tue, 17 Sep 2019 07:35:39 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=5572 নীপ বৰুৱাৰ পৰিচালনাৰে আৰু শইকীয়া এন্টাৰপ্ৰাইজৰ বেনাৰত ধৰ্মকান্ত শইকীয়াই প্ৰযোজনা কৰা এখন অসমীয়া বোলছবি; “এণ্টনী মোৰ নাম”। ১৯৮৬ চনত মুক্তিপ্ৰাপ্ত বোলছবিখনত আছে একচন, থ্ৰিলাৰ আৰু আকস্মিকতাৰ সংযোজন।

"আইনৰ চকুত অপৰাধী এণ্টনী"ঃ সাধাৰণজনৰ বাবে "ভগৱান" এণ্টনী- 21


গৰ্ভতে পিতৃমোহৰ পৰা বঞ্চিত “এণ্টনী” ক মাতৃয়েও সৰুতে গটাই দিয়ে ফাডাৰ “যোচেফ” ৰ হাতত। অনাথ অথবা ঘাটমাউৰা হৈ জীয়াই “এণ্টনী” য়ে ডাঙৰ হৈ কেতবোৰ অপৰাধত লিপ্ত হয়। এই “অপৰাধ” সমূহ কিন্তু আইনৰ চকুতহে অপৰাধ অথবা “এণ্টনী” অপৰাধী; সাধাৰণ ৰাইজৰ বাবে “এণ্টনী” ভগৱানস্বৰূপ। “এণ্টনী” য়ে চুৰ, ডকাইত কৰে যদিও সেয়া সমাজৰ হিতৰ বাবে। তথাকথিত কিছু সমাজসেৱক বা বিষয়াই জনসাধাৰণৰ হিতাৰ্থে কাম কৰাৰ বাবে আশ্বাস দিয়ে যদিও সেই আশ্বাসেৰেই তেওঁলোকে সমাজৰ নিম্ন শ্ৰেণীৰ লোকক লুতি খায়। আৰু এনেবোৰ মুখা পিন্ধা ভদ্ৰলোকৰ মুখা খুলিবলৈয়ে “এণ্টনী” য়ে আইন নমনাকৈ কিছু কাম কৰে। শেষত, এণ্টনীয়ে নিজ মাতৃৰ কাকুতিত পুলিচৰ হাতত ধৰা দিয়ে আৰু আদালতৰ পৰা নিৰ্দোষী হিচাপে ওলাই আহি নিজ পৰিয়ালক পুনৰাই বিচাৰি পায়। এয়াই হৈছে বোলছবিখনৰ কাহিনীভাগ।

"আইনৰ চকুত অপৰাধী এণ্টনী"ঃ সাধাৰণজনৰ বাবে "ভগৱান" এণ্টনী- 22


৮০দশকৰ বোলছবি ৰূপে চিনেমাখন কাৰিকৰী দিশৰ পৰা কিছু নিম্ন শ্ৰেণীৰ যদিও মূল চৰিত্ৰ “এণ্টনী” ৰ অভিনয় কৰা বিজু ফুকনৰ অভিনয় লেখত ল’বলগীয়া। বোলছবিখনত আৰু অভিনয় কৰিছে পূৰৱী শৰ্মা ভট্টাচাৰ্য, আব্দুল মজিদ, ৰেবা গগৈ, কাশ্মিৰী শইকীয়া বৰুৱা,বনীতা শৰ্মা, পৰাথ চলিহা, দূৰ্গেশ্বৰ বৰঠাকুৰ, অনিলা দাছম, দিবাকৰ, লক্ষ্মীনাথ তামুলী, অৰুণ শইকীয়া আদিকে ধৰি বহু কেইজন পূৰণি অভিনেতা-অভিনেত্ৰীয়ে।

"আইনৰ চকুত অপৰাধী এণ্টনী"ঃ সাধাৰণজনৰ বাবে "ভগৱান" এণ্টনী- 23


৪-৫ টা গানৰ সমাহেৰেৰে নিৰ্মিত বোলছবিখনত সকলো শিল্পীৰে অভিনয় সুন্দৰ। কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰৱন ষ্টুডিঅ’ ত দৃশ্যগ্ৰহণৰ সম্পন্ন কৰা হৈছিল “এণ্টনী মোৰ নাম” বোলছবিখনৰ।

]]>
https://rupaliparda.com/archives/5572/feed 0 5572
ৰাজনৈতিক প্ৰেক্ষাপটত নিৰ্মিত অসমীয়া ছবি “পাপৰি”- https://rupaliparda.com/archives/4647 https://rupaliparda.com/archives/4647#respond Thu, 29 Aug 2019 08:15:55 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=4647 ১৯৮৬ চনত জাহ্নু বৰুৱাৰ পৰিচালনা আৰু শৈলধৰ বৰুৱাৰ প্ৰযোজনাৰে মুক্তিপ্ৰাপ্ত অসমীয়া ছবিখন হৈছে “পাপৰি”। ১৯৮৩ চনত সংঘটিত ৰাজনৈতিক পৰিস্থিতিৰ প্ৰেক্ষাপটত নিৰ্মাণ কৰা হৈছিল উক্ত ছবিখন।

ৰাজনৈতিক প্ৰেক্ষাপটত নিৰ্মিত অসমীয়া ছবি "পাপৰি"- 24
ৰাজনৈতিক প্ৰেক্ষাপটত নিৰ্মিত অসমীয়া ছবি "পাপৰি"- 25


অসম আন্দোলনৰ সময়ছোৱাত তথাকথিত কিছু ৰাজনৈতিক নেতাৰ মৈমতালিয়ে কেনেদৰে এখন সংসাৰৰ সুখ কাঢ়িছিল তাকেই দেখুওৱা হৈছে উক্ত ছবিখনত। মূখ্য চৰিত্ৰ “পাপৰি” সমাজৰ এনে ৰাজনৈতিক পৰিৱেশৰ পৰা আঁতৰি আছিল; যদিও শেষলৈ তাইকো এইবোৰৰ মাজলৈ টানি আনি ধৰ্ষণ কৰি হত্যা কৰা হয় আৰু ইয়াৰ দোষী সাব্যস্ত কৰা হয় তাইৰ নিজৰেই স্বামীক। এয়াই হৈছে ছবিখনৰ কাহিনীভাগ।

ৰাজনৈতিক প্ৰেক্ষাপটত নিৰ্মিত অসমীয়া ছবি "পাপৰি"- 26


ছবিখনত অভিনয় কৰিছে গোপী দেশাই, সুশীল গোস্বামী,বিজু ফুকন, চেতনা দাস, হেমেন চৌধুৰী, আব্দুল মজিদ, দুলাল ৰয়, ৰুণজুন আৰু অমূল্য কাকতিয়ে।

]]>
https://rupaliparda.com/archives/4647/feed 0 4647
অসমীয়া চলচিত্ৰৰ বিখ্যাত ও জনপ্ৰিয় তাৰকা বিজু ফুকনঃ https://rupaliparda.com/archives/3363 https://rupaliparda.com/archives/3363#respond Sat, 27 Jul 2019 16:34:00 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=3363 অসমীয়া চলচিত্ৰত ৭০ ৰ দশকৰ পৰা ৰাজত্ব কৰা এগৰাকী অভিনেতা। মৃত্যুৰ পিছতো তেওঁ অভিনীত চলচিত্ৰই মুক্তি লাভ কৰিছিল। “ডাঃ বেজবৰুৱা” নামে ছবিখনত এটা সৰু চৰিত্ৰৰে ভুমূকি মৰা এই গৰাকী অভিনেতাই ৪০ বছৰত প্ৰায় ৮০ খন চিনেমাত অভিনয় কৰে। অভিনেতাগৰাকীক নতুনকৈ চিনাকী কৰি দিয়া হয়টো প্ৰয়োজন নাই। এইগৰাকীয়ে হৈছে অসমীয়া চলচিত্ৰৰ বিখ্যাত ও জনপ্ৰিয় অভিনেতা বিজু ফুকন।

অসমীয়া চলচিত্ৰৰ বিখ্যাত ও জনপ্ৰিয় তাৰকা বিজু ফুকনঃ 27


বিজু ফুকনে ব্যৱসায়িক ছবিৰ লগতে সমান্তৰাল চিনেমাতো অভিনয় কৰিছিল। জাহ্নু বৰুৱা তথা ভবেন্দ্ৰনাথ শইকীয়াৰ কেইবাখনো চিনেমাত অভিনয় কৰাৰ লগতে তেওঁ থিয়েটাৰৰ পৰাও আঁতৰি থকা নাছিল। সমান্তৰালকৈ, অসমীয়া চিনেমাত নিজৰ নাম উজ্বলোৱাৰ লগতে বাংলা ভাষাৰ ৪ খন চিনেমাতো তেওঁ নিজৰ অভিনয় প্ৰদৰ্শিত কৰিবলৈ সক্ষম হৈছিল।

অসমীয়া চলচিত্ৰৰ বিখ্যাত ও জনপ্ৰিয় তাৰকা বিজু ফুকনঃ 28


অভিনেতা বিজু ফুকনৰ দ্বাৰা পৰিচালিত ছবি “ভাই-ভাই”-য়ে মুক্তি লাভ কৰিছিল যদিও তেওঁৰ শিশু চলচিত্ৰ “অতিক্ৰম” -এ বৰ্তমানেও মুক্তি লাভ কৰা নাই। ইয়াৰ উপৰিও অভিনেতা গৰাকীয়ে কেইবাখনো ধাৰাবাহিক আৰু টেলিনাটকতো অভিনয় কৰিছে। এক কথাত ক’বলৈ গ’লে, অভিনেতা গৰাকীয়ে অভিনয়ৰ ক্ষেত্ৰখনৰ পৰা কোনোদিন পিছ হুহুকা নাছিল। সৰু-ডাঙৰ প্ৰত্যেকটো চৰিত্ৰতেই নিজক খাপ খুৱাই ৰাখিছিল অভিনেতা গৰাকীয়ে। ১৯৯৯ চনত লোকসভা নিৰ্বাচনত ডিব্ৰুগড়ৰ পৰা প্ৰতিদ্বন্দিতা কৰিছিল যদিও তেওঁ বিফল হৈছিল।

অসমীয়া চলচিত্ৰৰ বিখ্যাত ও জনপ্ৰিয় তাৰকা বিজু ফুকনঃ 29
অসমীয়া চলচিত্ৰৰ বিখ্যাত ও জনপ্ৰিয় তাৰকা বিজু ফুকনঃ 30


২০১৭ চনৰ ২২ নৱেম্বৰত এই গৰাকী মহান অভিনেতা গৰাকীয়ে ইহলীলা সম্বৰণ কৰে।

]]>
https://rupaliparda.com/archives/3363/feed 0 3363