bollywood actor – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Mon, 02 Dec 2024 09:10:04 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 bollywood actor – Rupaliparda.com https://rupaliparda.com 32 32 163073109 Baffling Funeral Tale: Chunky Panday Reveals Paid Role With Tear-Jerking Offer https://rupaliparda.com/archives/31426 https://rupaliparda.com/archives/31426#respond Mon, 02 Dec 2024 09:06:54 +0000 https://rupaliparda.com/?p=31426 “Chunky Panday’s Hilarious Misstep: From Film Sets to Funeral Surprises!”

Chunky Panday

Chunky Panday, a well-known Bollywood actor, recently shared a humorous yet intriguing incident from his early acting days on “The Great Indian Kapil Show.” As he recounted to host Kapil Sharma, in the initial phase of his career, he relied heavily on attending various events to earn some extra income. Chunky revealed that he would be ready with a bag to go to any event that came his way, be it weddings, birthdays, or even traditional Mundan ceremonies.

One unusual incident involved him attending a funeral. Chunky narrated how he received a call from an event organizer while he was about to leave for a shoot in Film City. The organizer proposed a short event on his way, enticing him with good pay. Without giving it much thought, Chunky agreed and was instructed to wear white clothes. Upon arrival, he was perplexed by the sight of numerous people donning white and whispering among themselves about his presence.

Chunky Panday

It dawned on him that he was at a funeral when he spotted the deceased. Initially assuming the organizer might have passed away suddenly, Chunky soon realized the truth when he saw the organizer casually standing in a corner. To his surprise, he was assured by the organizer that his payment was secure, but the family was willing to pay extra if he shed tears during the ceremony.

Chunky Panday

Chunky’s story sheds light on the unpredictable nature of his early career days, where he starred in events of all sorts for extra cash. The actor debuted in the 1987 film “Aag Hi Aag” and became a prominent figure with notable films such as “Tezaab,” “Aankhen,” “Tirchhi Topiwale,” “De Dana Dan,” and the “Housefull” series.

]]>
https://rupaliparda.com/archives/31426/feed 0 31426
Vikrant Massey Ignites Outrage: ‘Muslims Are Not In Danger, Everything Is Fine’ https://rupaliparda.com/archives/31293 https://rupaliparda.com/archives/31293#respond Tue, 12 Nov 2024 14:13:56 +0000 https://rupaliparda.com/?p=31293 “Unveiling the Truth: Vikrant Massey’s Bold Stand on India’s Transformation Sparks Heated Debate”

vikrant massey

Vikrant Massey, a notable Bollywood actor, recently stirred controversy with his comments on India’s social fabric and infrastructure. In a recent interview on the podcast “Unplugged” with Shubhankar Mishra, Vikrant shared his views, suggesting India is becoming a better place infrastructure-wise and is currently the best country to live in globally. He expressed his belief that neither Muslims nor Hindus are under threat, countering widespread narratives of communal danger.

Previously a critic of the BJP, Vikrant indicated a shift in his political stance, acknowledging improvements under the current government. He rejected the perception that India is going through tumultuous times, instead asserting that the country’s development is apparent, emphasizing enhanced infrastructure and changing lifestyles. Vikrant shared a personal anecdote about improved connectivity in a small town in Himachal Pradesh, where improved road infrastructure has notably decreased travel time.

The actor also discussed the evolution of ideologies in India, noting that instead of a Left versus Right dichotomy, there now exists a Right versus Anti-Right division. Highlighting the positive recognition he received from the government, Vikrant mentioned his film “12th Fail” being showcased in government schools to inspire students, adding to his view of progressive changes in the nation.

His comments, however, have sparked debate, with critics accusing him of opportunism and aligning with the mainstream for personal gain. Accusations of him changing sides to promote his upcoming project, “The Sabarmati Report,” have circulated on social media, with some attributing his remarks to an attempt to gain publicity for his new film based on the 2002 Godhra train burning incident.

Despite the backlash, Vikrant remains steadfast in his revised outlook, underscoring India’s potential as a leading global nation and the positive changes he perceives.

]]>
https://rupaliparda.com/archives/31293/feed 0 31293
EXCLUSIVE: Aamir Khan’s Thrilling Dive into a Superhero Film with Lokesh Kanagaraj & Exciting Ghajini 2 Prospects! https://rupaliparda.com/archives/31032 https://rupaliparda.com/archives/31032#respond Sat, 19 Oct 2024 10:28:13 +0000 https://rupaliparda.com/?p=31032 “Unstoppable: Aamir Khan’s Bold Cinematic Vision Ignites Bollywood’s Future!”

Aamir khan

Aamir Khan, a prominent figure in Indian cinema, is actively planning an exciting lineup of projects for the upcoming years. Currently, he is focused on his role in “Sitara Zameen Par,” set for release in 2025. One of the intriguing developments involves Aamir reuniting with his “Andaz Apna Apna” director, Rajkumar Santoshi, for a potential comedy titled “Char Din Ki Zindagi.”

Additionally, Aamir Khan is in preliminary talks with acclaimed filmmaker Lokesh Kanagaraj for a grand, big-screen superhero entertainer. Sources close to the situation reveal that the duo has had several meetings to brainstorm ideas, with the superhero concept generating the most excitement. Lokesh is working with his team of writers to develop a draft to present to Aamir. While Aamir is busy with “Sitara Zameen Par” and has other commitments with directors like Rajkumar Santoshi, Zoya Akhtar, or Avinash Arun, Lokesh is currently filming “Coolie” and will begin “Kaithi 2” in 2025. If the superhero script receives Aamir’s approval, production might kick off in 2026.

Adding to the buzz, Aamir Khan will soon film a cameo in Lokesh Kanagaraj’s “Coolie,” starring the iconic Rajinikanth. This special cameo came about during their superhero film discussions, and Aamir was quick to agree, promising fans a unique and exciting sequence with Rajinikanth.

Furthermore, Aamir is also exploring the idea of “Ghajini 2” with producer Allu Aravind, aiming to turn it into a successful franchise. Having made the original “Ghajini,” the first Indian film to earn Rs 100 crore, a sequel holds significant potential. Aamir is awaiting the first draft to decide the feasibility of the project.

]]>
https://rupaliparda.com/archives/31032/feed 0 31032
বৰ্তমান সময়ত কিমান দাম শ্বাহৰুখ খানৰ “মন্নত” ৰ? https://rupaliparda.com/archives/28670 https://rupaliparda.com/archives/28670#respond Thu, 07 Oct 2021 22:30:00 +0000 https://rupaliparda.com/?p=28670 শ্বাহৰুখ খানৰ ১৩ কোটি টকাৰ “মন্নত” ৰ বৰ্তমানৰ দাম হৈছে ২০০ কোটিতকৈও অধিক; কিং খানৰ এই বাসগৃহটোৰ দাম শুনি হয়টো আপোনালোকেও আচৰিত হৈ পৰিছে! ২০০১ চনত শ্বাহৰুখ খানে নিজৰ এই ঘৰটো ১৩ কোটি টকা ক্ৰয় কৰিছিল; ৬ মহলাযুক্ত এই সুন্দৰ বাসগৃহটোৰ ওপৰত শ্বাহৰুখ খানৰ প্ৰতিজন অনুৰাগীৰ লগতে মুম্বাইস্থিত প্ৰত্যেকজন জনসাধাৰণৰেই চকু। মুম্বাইলৈ গ’লে “মন্নত” ৰ ওচৰত গৈ যেন একপি ফটো উঠিলেহে তালৈ যোৱা সাৰ্থক হয় সকলোৰে। “মন্নত” ৰ নাম প্ৰথমছোৱাত “জন্নত” আছিল যদিও পিছলৈ ইয়াক সলনি কৰি দিয়া হৈছিল। শেহতীয়াকৈ শ্বাহৰুখ খানে নিজৰ ৫৫ তম জন্মদিন পালন কৰিছে; ডুবাইত সপৰিয়ালে লগ হৈ জন্মদিন উদযাপন কৰিছিল কিং খানৰ। বিগত ২৫ বছৰ ধৰি বলীউড ক্ষেত্ৰখনত অতিবাহিত কৰা শ্বাহৰুখ খানৰ অভিনয়ৰ চৰ্চা আৰু অনুৰাগীৰ ইমানেই দীঘলীয়া লিষ্ট যে সেয়া নক’লেও হৃদয়ংগম কৰিব পৰা যায়।

বৰ্তমান সময়ত কিমান দাম শ্বাহৰুখ খানৰ "মন্নত" ৰ? 1
বৰ্তমান সময়ত কিমান দাম শ্বাহৰুখ খানৰ "মন্নত" ৰ? 2


৮ বাৰকৈ ফিল্মফেয়াৰত সৰ্বশ্ৰেষ্ঠ অভিনেতাৰ পুৰষ্কাৰ প্ৰাপ্ত এই গৰাকী শ্বাহৰুখ খানৰ জন্মদিনত বিভিন্ন জন অনুৰাগীয়ে বিভিন্ন ধৰণৰ উপহাৰ দিয়াৰ লগতে তেওঁৰ নামেৰে চন্দ্ৰতো কিনি ৰখা হয় মাটি। চন্দ্ৰত শ্বাহৰুখ খানৰ এগৰাকী অনুৰাগীয়ে প্ৰতিটো বছৰৰ জন্মদিনত শ্বাহৰুখৰ নামেৰে এটুকুৰাকৈ মাটি কিনে। শ্বাহৰুখ খানেও এইগৰাকী অষ্ট্ৰেলিয়াৰ অনুৰাগীৰ সৈতে মেইলৰ যোগেৰে সংযোগ কৰি থাকে।

]]>
https://rupaliparda.com/archives/28670/feed 0 28670
জানেনে? কিমান টকা ব্যয়ৰে নিৰ্মাণ হৈছিল “মিৰ্জাপুৰ ২”?- https://rupaliparda.com/archives/28639 https://rupaliparda.com/archives/28639#respond Thu, 07 Oct 2021 10:30:00 +0000 https://rupaliparda.com/?p=28639 “লক-ডাউন” ৰ সময়ছোৱাত আটাইতকৈ অধিক চৰ্চা লাভ কৰা বিষয়টো হৈছে “ৱেব চিৰিজ” ৰ; OTT প্লেটফৰ্মৰ জনপ্ৰিয়তাৰ সমান্তৰালকৈ ৱেব চিৰিজসমূহেও জনসাধাৰণ সমূহৰ মাজত চৰ্চিত হৈ পৰিছে। ৱেব চিৰিজ সমূহৰ মাজৰ বহু প্ৰত্যাশিত আৰু দৰ্শকৰ মৰম বুটলা এখন ৱেব চিৰিজ হৈছে “মিৰ্জাপুৰ”। ৱেব চিৰিজখনৰ প্ৰথমটো সংস্কৰণৰ সমাপ্তিৰ পিছতেই দৰ্শক সকল বহুল ভাৱে অপেক্ষাৰত হৈ আছিল ইয়াৰ দ্বিতীয়টো সংস্কৰণক লৈ। নহওঁবনো কিয়? চিৰিজ খনৰ কাহিনীৰ লগতে প্ৰতিটো চৰিত্ৰৰ অভিনয়ো আছিল লেখত ল’বলগীয়া। এতিয়াও জনসাধাৰণৰ চচিয়েল মিডিয়া পোষ্টত দেখিবলৈ পোৱা যায় চিৰিজখনৰ ফটো অথবা ভিন্ন ভিডিঅ’। প্ৰমো’ মুক্তি লাভ কৰা পিছতেই এই চিৰিজখনক লৈ আকৌ এবাৰ উৎসাহিত হৈ ৰৈছিল জনসাধাৰণ; দৰ্শকৰ সাংঘাতিক ধনাত্মক প্ৰতিক্ৰিয়া পৰিলক্ষিত হৈছে এই ৱেব চিৰিজখনক লৈ। আৰু আচলতে, চিৰিজখনক লৈ ৰৈ থকা প্ৰতিজন দৰ্শকৰ আশা মতেই নিজ কাম কৰি দেখুৱালে “মিৰ্জাপুৰ ২” য়ে।

জানেনে? কিমান টকা ব্যয়ৰে নিৰ্মাণ হৈছিল "মিৰ্জাপুৰ ২"?- 2
জানেনে? কিমান টকা ব্যয়ৰে নিৰ্মাণ হৈছিল "মিৰ্জাপুৰ ২"?- 3


যিসমূহ দৰ্শকৰ বাবে “মিৰ্জাপুৰ” ৰ প্ৰথমটো সংস্কৰণ আমোদ দায়ক আছিল; তাৰ পিছতেই শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত ইয়াৰ দ্বিতীয়টো সংস্কৰণক এবাৰতেই চাই পেলাইছিল প্ৰতিজন দৰ্শকে। কিন্তু আপোনালোকে জানেনে, এই ৱেব চিৰিজ খনৰ নিৰ্মাণত কিমান টকা ব্যয় কৰা হৈছিল? ইয়াৰ প্ৰথমটো সংস্কৰণৰ নিৰ্মাণত য’ত ব্যয় হৈছিল ১২ কোটি টকা তাতেই আকৌ এইবাৰ “মিৰ্জাপুৰ ২” ৰ নিৰ্মাণত ব্যয় হৈছিল ৬০ কোটি টকা। প্ৰথমটো সংস্কৰণৰ পিছতেই আচলতে পৰিচালক গোষ্ঠীয়ে এই মোটা অংকৰ টকাৰে নিৰ্মাণ কৰি উলিয়াইছিল “মিৰ্জাপুৰ ২”। অলী ফেজল, পংকজ ত্ৰিপাঠী, বিক্ৰান্ত মেছি আদি অভিনেতাৰ লেখত ল’বলগীয়া অভিনয়ৰে ৱেব চিৰিজখনৰ প্ৰথম সংস্কৰণ মুক্তি দিয়া হৈছিল ২০১৮ চনত। এক্সেল এন্টাৰটেইনমেন্টৰ বেনাৰত নিৰ্মিত চিৰিজ খনৰ পৰিচালনা আছিল মিহিৰ দেসাইৰ।

]]>
https://rupaliparda.com/archives/28639/feed 0 28639
“শ্বোলে” ৰ ক্লাইমেক্সত ঠাকুৰৰ ওলাই পৰিল হাতঃ ভাইৰেল দৃশ্য- https://rupaliparda.com/archives/28529 https://rupaliparda.com/archives/28529#respond Wed, 29 Sep 2021 11:30:00 +0000 https://rupaliparda.com/?p=28529 ১৯৭৫ চনৰ ১৫ আগষ্টত মুক্তি লাভ কৰা “শ্বোলে” দৰ্শকক প্ৰথম সপ্তাহত ছবিগৃহলৈ টানি নিব পৰা নাছিল। ৩ ঘণ্টা দৈৰ্ঘ্যৰ বোলছবি খনে পোৱা প্ৰায় মন্তব্যই আছিল ঋণাত্মক। কিন্তু পিছলৈ লাহে লাহে ছবিগৃহলৈ দৰ্শকৰ সোঁত ব’বলৈ আৰম্ভ কৰিলে। মানুহৰ মুখে মুখে কেৱল মাত্ৰ গানেই নহয়; উচ্চাৰিত হৈছিল বোলছবিখনৰ সংলাপো আৰু তেতিয়াৰ পৰাই “শ্বোলে” লাভ কৰিছিল সফলতাৰ সোঁৱাদ। প্ৰজন্মৰ পিছত প্ৰজন্মৰ মাজত জনপ্ৰিয় উক্ত বোলছবিখন। ইয়াৰ পিছত বোলছবিখনৰ পৰিচালক ৰমেশ চিপ্পিৰ আৰু কোনো ছবিয়ে “শ্বোলে” ৰ সমান বস্ক অফিচত জনপ্ৰিয় হোৱা নাই। কিন্তু এটা কথা এইখিনিতেই জনাই থওঁ যে, পৰিচালক ৰমেশ চিপ্পী নিজ পৰিচালনা কেৰিয়াৰৰ সফল ছবিৰ ভিতৰত আছিল “শ্বোলে”। বৰ্তমান ছবিখনৰ এটি দৃশ্য ভাইৰেল হৈছে চচিয়েল মিডিয়াত; ঠাকুৰে গব্বৰক নিজৰ পৰিয়ালক হত্যা কৰাৰ প্ৰতিশোধ যেতিয়া লৈ আছিল সেই সময়ত ছবিখনৰ ক্লাইমেক্সত ঠাকুৰৰ দুয়োখন কূৰ্তাৰ ভিতৰৰ পৰা বাহিৰ হাত ওলাই অহা দেখিবলৈ পোৱা গৈছিল।

https://youtube.com/watch?v=0b_MJrp2glE%3Ffeature%3Doembed
"শ্বোলে" ৰ ক্লাইমেক্সত ঠাকুৰৰ ওলাই পৰিল হাতঃ ভাইৰেল দৃশ্য- 2


হয়, আপোনালোকে ঠিকেই শুনিছে। আপোনালোকে ওপৰত দিয়া ভিডিঅ’টোত ভালদৰে প্ৰত্যক্ষ কৰিলেই বুজি উঠিব। ছবিখনৰ ক্লাইমেক্সৰ এই দৃশ্যটোৱে চচিয়েল মিডিয়াত বৰ্তমান খলকনিৰ সৃষ্টি কৰিছে। ছবিখনৰ আন অভিনেতা- অভিনেত্ৰীৰ যদি কথা ক’বলৈ যাওঁ তেতিয়াহ’লে ইয়াত অভিনয় কৰিছে অমিতাভ বচ্চন, ধৰ্মেন্দ্ৰ, হেমা মালিনী, জয়া বচ্চন, জগদীপ, অমজদ খান আৰু সঞ্জীৱ কাপুৰৰ লগতে আন কেইবাগৰাকীও অভিনেতা-অভিনেত্ৰীয়ে।

]]>
https://rupaliparda.com/archives/28529/feed 0 28529
ৰাজ কুন্দ্ৰাৰ গাড়ীৰ আগে আগে দৌৰ শিল্পা ছেট্টীৰ দেহৰক্ষীৰ, ট্ৰোল হোৱাৰ লগতে লাভ কৰিলে প্ৰশংসাওঃ https://rupaliparda.com/archives/28453 https://rupaliparda.com/archives/28453#respond Thu, 23 Sep 2021 11:30:00 +0000 https://rupaliparda.com/?p=28453 বলীউড অভিনেত্ৰী শিল্পা ছেট্টীৰ স্বামী ব্যৱসায়ী ৰাজ কুন্দ্ৰাই শেহতীয়াকৈ জামিন লাভ কৰিছে। বিগত ১৯ জুলাই তাৰিখে তেখেতক ক্ৰাইম ব্ৰান্সে অশ্লীল ছবি নিৰ্মাণ কৰাৰ ফলত গ্ৰেপ্তাৰ কৰিছিল। তেওঁ দুমাহ ধৰি কাৰাগাৰত থকা পিছতেই ২০ ছেপ্টেম্বৰ তাৰিখে জামিন লাভ কৰিছিল ৰাজ কুন্দ্ৰাই আৰু ২১ তাৰিখে তেওঁ বাসগৃহত উভতি আহে। ৰাজ কুন্দ্ৰাই জামিন লাভ কৰাৰ পিছত তেওঁৰ বহুকেইখন ফটো চচিয়েল মিডিয়া যোগে ভাইৰেল হৈ পৰিছিল। যিসমূহত বৰ্তমান দৰ্শকে ভিন্ন ধৰণৰ মতামত আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে। এই ভাইৰেল হোৱা ফটোসমূহৰ মাজতেই শিল্পা ছেট্টীৰ দেহৰক্ষী এগৰাকীৰ এখন ফটোৱে শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে। প্ৰায় অধিকাংশ দেহৰক্ষী গৰাকীক এনে অৱস্থাত দেখি সমাদৰ জ্ঞাপন কৰা পৰিলক্ষিত হৈছে। আনহাতে, আন একাংশই দেহৰক্ষীগৰাকীক ট্ৰোল কৰাও দেখিবলৈ পোৱা গৈছে। একাংশই দেহৰক্ষী গৰাকীক নিজ দায়িত্ব সুচাৰুৰূপে পালন কৰাৰ বাবদ প্ৰশংসা কৰিছে আনহাতে আন একাংশই তেওঁক উদ্দেশ্যি কৈছে যে, “দেহৰক্ষী গৰাকীয়ে গাড়ীৰ আগে আগে এনেকে দৌৰিছে যেন ৰাজ কুন্দ্ৰাই দেশৰ নাম উজ্বলাই আহিছে।”


উল্লেখ্য যে, ৫০ হাজাৰ টকাৰ জৰিমনা গ্ৰহণ কৰি ৰাজ কুন্দ্ৰা আৰু তেওঁৰ সহযোগী ৰায়ন থোৰ্পে জামিন লাভ কৰে। কেৱল এয়াই নহয়, তেওঁলোক দুয়োকে আন এক চৰ্তনুসৰি প্ৰদান কৰা হৈছে যাতে তেওঁলোকে নিজ প্ৰমাণসমূহৰ সৈতে একো খেলা নকৰে। বিগত বছৰৰ আগষ্ট মাহৰ পৰা ডিচেম্বৰৰ ভিতৰত পর্ন ব্যৱসায়ৰ পৰা প্ৰায় ১.১৭ কোটি টকা উপাৰ্জন হৈছে ৰাজ কুন্দ্ৰাৰ।
জানিব পৰা মতে, ৰাজৰ এপৰ জৰিয়তে কিমান উপাৰ্জন হ’ব পাৰে, তাৰ এক পৰিকল্পনা কৰা হৈছিল। ২০২৩-২৪ চনৰ ভিতৰত ১৪৬ কোটি টকা উপাৰ্জন আৰু ৩৪ কোটি টকা লাভৰ পৰিকল্পনা আছিল ৰাজ আৰু তেওঁৰ সহকাৰীসকলৰ। ২০২১-২২ চনত ৩৬ কোটিৰো অধিক আৰু ২০২২-২৩ত ৭৩ কোটিৰ অধিক টকা লাভৰ আশা কৰিছিল ৰাজৰ সংস্থাটোৱে।

]]>
https://rupaliparda.com/archives/28453/feed 0 28453
“বাজীগৰ” ৰ চৰিত্ৰটোৰ বাবে প্ৰথম পচন্দ নাছিল শ্বাহৰুখ খানঃ নিৰ্মাতাই কৰা নাছিল বিশ্বাস- https://rupaliparda.com/archives/28411 https://rupaliparda.com/archives/28411#respond Sat, 18 Sep 2021 10:30:00 +0000 https://rupaliparda.com/?p=28411 ২৭ বছৰ পূৰ্বে মুক্তিপ্ৰাপ্ত ছবি “বাজীগৰ” য়ে বৰ্তমানেও জনসাধাৰণক সমপৰিমাণে মনোৰঞ্জন প্ৰদান কৰি আছে। যিটো সময়ত এজন হিৰো’ই খলনায়কৰ চৰিত্ৰ ৰূপায়ন কৰিবলৈ ভয় খাইছিল; সেইটো সময়ত শ্বাহৰুখ খানে এক নিগেটিভ চৰিত্ৰ ৰূপায়নেৰে দৰ্শকৰ হৃদয় জিনা দেখিবলৈ পোৱা গৈছিল। কিন্তু আপোনালোকে জানেনে? এই চৰিত্ৰটোৰ বাবে পোনপটীয়া প্ৰস্তাৱ লাভ কৰা নাছিল অভিনেতা শ্বাহৰুখ খানে। অক্ষয় কুমাৰ, অজয় দেৱগন অথবা ছলমান খানৰ মাজৰ এগৰাকীক এই ছবিখনৰ বাবে গ্ৰহণ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল নিৰ্মাতা সকলে। আচলতে, “বাজীগৰ” কৰাৰ পূৰ্বে শ্বাহৰুখ খানক প্ৰায় ৭ খন ছবিত দেখিবলৈ পোৱা গৈছিল; যাৰ এখন ছবিয়েও দৰ্শকৰ কাষ চাপিবলৈ সক্ষম হোৱা নাছিল। কিন্তু উক্ত অভিনেতা কেইজনৰ এগৰাকীয়েও চৰিত্ৰটোৰ বাবে প্ৰস্তুত হোৱা নাছিল, আনকি অভিনেতা ছলমান খানে “বাজীগৰ” ৰ চৰিত্ৰটো ৰূপায়ন কৰিলে তেওঁৰ কেৰিয়াৰ নষ্ট হৈ যাব বুলিও মন্তব্যও কৰিছিল।

"বাজীগৰ" ৰ চৰিত্ৰটোৰ বাবে প্ৰথম পচন্দ নাছিল শ্বাহৰুখ খানঃ নিৰ্মাতাই কৰা নাছিল বিশ্বাস- 3
"বাজীগৰ" ৰ চৰিত্ৰটোৰ বাবে প্ৰথম পচন্দ নাছিল শ্বাহৰুখ খানঃ নিৰ্মাতাই কৰা নাছিল বিশ্বাস- 4


কিন্তু এবাৰ এখন বেলেগ স্ক্ৰীপ্টৰ বিষয়ে জানিবলৈ শ্বাহৰুখ খান অব্বাস-মস্তানৰ অফিচ পাইছিলগৈ। আৰু, তাতেই তেওঁলোকে বিক্কী মালহোত্ৰাৰ চৰিত্ৰটোৰ বাবে এজন দিল্লীৰ সৈতে সম্বন্ধ ৰখা এজন যুৱকৰ সন্ধান কৰি আছিল; তাত তেওঁলোকে শ্বাহৰুখ খানক “বাজীগৰ” ৰ কাহিনীৰ বিষয়ে জনালে আৰু কিং খানেও এই চৰিত্ৰটোৰ বাবে এবাৰতেই মান্তি হৈছিল। পিছলৈ, এই ছবিখনৰ বাবে শ্বাহৰুখ খানে ফিল্মফেয়াৰত শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল।

]]>
https://rupaliparda.com/archives/28411/feed 0 28411
সিদ্ধাৰ্থ শুক্লাৰ মৃত্যু আৰু মৰ্মাহত সকলোঃ https://rupaliparda.com/archives/28248 https://rupaliparda.com/archives/28248#respond Fri, 03 Sep 2021 11:30:00 +0000 https://rupaliparda.com/?p=28248 হিন্দী টেলিভিছন ক্ষেত্ৰখনৰ জনপ্ৰিয় অভিনেতা আৰু বিগ বছ বিজেয়তা সিদ্ধাৰ্থ শুক্লাৰ আকস্মিক মৃত্যুৰ ঘটনাই প্ৰত্যেককে মৰ্মাহত কৰিছে। ৰিপোৰ্টনুসৰি, সিদ্ধাৰ্থ শুক্লাই হৃদৰোগত আক্ৰান্ত হৈ আকোঁৱালিছে মৃত্যুক। অভিনেতা গৰাকী বয়স আছিল ৪০ বছৰ, কম বয়সতে বহু উল্লেখনীয় তথা প্ৰশংসনীয় কৰ্ম সম্পাদনেৰে বহুল অংকত জনসাধাৰণক আপ্লুত কৰি ৰখা সিদ্ধাৰ্থ শুক্লাৰ মৃত্যুত ম্ৰিয়মান হৈছে অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনো। অভিনেতা গৰাকীয়ে মৃত্যুৰ আগদিনা ৰাতি এটা টেবলেট খাই শুবলৈ যায় আৰু পিছদিনা ৰাতিপুৱা তেওঁ সাৰ নাপায়। এই টেবলেটটো কিহৰ আছিল সেই বিষয়ে বৰ্তমানেও অজ্ঞাত সকলো। মুম্বাইৰ কুপৰ হাস্পাতাললৈ লৈ যোৱাৰ পিছত চিকিৎসকে তেওঁক মৃত্যুৰ ঘোষণা কৰে। “বাবুল কা আংগন চ্ছুটে না” নামে ধাৰাবাহিকখনৰ পৰা নিজ কেৰিয়াৰৰ পৰা আৰম্ভণি কৰা আন বহু কেইখন ধাৰাবাহিকখনত সিদ্ধাৰ্থ শুক্লাই মুখ্য ভূমিকা ৰূপায়ণ কৰে। পৰৱৰ্তী সময়ত, তেওঁ বিগ বছ ১৩ লৈ অহা পিছত তেওঁৰ সৈতে শ্বেহনাজৰ যুটিটোক খুবেই পচন্দ কৰিছিল দৰ্শক সকলে। #Sidnaaz হেছটেগেৰে প্ৰত্যেকে তেওঁলোকৰ ফটো শ্বেয়াৰ কৰিছিল।

সিদ্ধাৰ্থ শুক্লাৰ মৃত্যু আৰু মৰ্মাহত সকলোঃ 5


বৰ্তমান শোকাহত বলীউড ক্ষেত্ৰ, সাধাৰণ জনৰ পৰা বলীউডৰ একোগৰাকী জনপ্ৰিয় চিলেব্ৰেটীয়েও সিদ্ধাৰ্থৰ মৃত্যুক বিশ্বাস কৰিব পৰা নাই। ৰূপালীপৰ্দাৰ তৰফৰ পৰা অভিনেতা গৰাকীৰ আত্মাৰ সদ্গতিৰ কামনা কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।

]]>
https://rupaliparda.com/archives/28248/feed 0 28248
চেইফ আলী খানৰ ফ্লেট বিক্ৰী, দাম শুনিলে হ’ব আচৰিতঃ https://rupaliparda.com/archives/28154 https://rupaliparda.com/archives/28154#respond Thu, 26 Aug 2021 12:30:00 +0000 https://rupaliparda.com/?p=28154 আমি চিলেব্ৰেটী সমূূহৰ কৰ্মজীৱনতকৈ অধিক আকৰ্ষিত হওঁ তেওঁলোকৰ জীৱনপ্ৰণালীক লৈহে। তেওঁলোকৰ খোৱা-বোৱা আদি ভিন্ন বস্তুৱে অনুৰাগীসমূহক আকৰ্ষিত কৰে; আনহাতে, চিলেব্ৰেটীসমূহৰ ঘৰৰ আকাৰৰ, তেওঁলোকে কোনটো ঘৰতনো জীৱন নিৰ্বাহ কৰে সেই আটাইবোৰ বস্তুৱে একপ্ৰকাৰ আমাক তেওঁলোকৰ সৈতে সংযোগ স্থাপন কৰে। এনে বহু চিলেব্ৰেটী আছে যিয়ে নিজৰ ফ্লেটটো ভাড়ালৈ দিয়ে আৰু ইয়াৰ বাবদ তেওঁ এটা মোটা অংক লাভ কৰে। আমি এইখিনিতে এটা কথা জনাব বিচাৰিছো, বি-টাউনৰ জনপ্ৰিয় অভিনেতা চেইফ আলী খানে তেওঁৰ পূৰণি ফ্লেটটো ভাড়ালৈ দিছে। তেওঁ এই ফ্লেটটো এছ’চিয়েচন মিডিয়া এলএলপিৰ গিল্টীৰ নামে এক প্ৰতিষ্ঠানক ভাড়ালৈ দিছে। কিন্তু আপোনালোক আচৰিত হ’ব এই ফ্লেটটোৰ দামৰ বিষয়ে জানিলেহে। চেইফ আলী খানৰ এই ফ্লেটটোত ১,৫০০ বৰ্গফুট ঠাই থকাৰ লগতে তেওঁৰ এই ফ্লেটটো তিনি বছৰৰ বাবে ভাড়াত লোৱা হৈছে।


ফ্লেটটোৰ ভাড়া প্ৰতি বছৰে বৃদ্ধি হৈ থাকিব। প্ৰথম বছৰত প্ৰতিমাহৰ ভাড়া ৩.২৫ লাখ টকা হোৱাৰ বিপৰীতে দ্বিতীয় বছৰত প্ৰতিমাহৰ ভাড়া ৩.৭৬ লাখ টকাকৈ হ’ব। আনহাতে, তৃতীয়টো বৰ্ষত ফ্লেটটোৰ প্ৰতিমাহৰ ভাড়া হ’বগৈ ৩.৮৭ লাখ টকা। ইতিমধ্যে, চুক্তি স্বাক্ষৰৰ সময়ত প্ৰতিষ্ঠানটোৱে চেইফ আলী খানক ১৫ লাখ টকাও পৰিশোধ কৰিছে।

]]>
https://rupaliparda.com/archives/28154/feed 0 28154