Bridge – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Mon, 28 Jun 2021 07:09:14 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Bridge – Rupaliparda.com https://rupaliparda.com 32 32 163073109 “ব্ৰীজ” অভিনেত্ৰী নৱাগত শিৱা ৰাণী কলিতা লৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ আন্তঃৰাষ্ট্ৰীয় সন্মান https://rupaliparda.com/archives/27053 https://rupaliparda.com/archives/27053#respond Tue, 29 Jun 2021 08:30:00 +0000 https://rupaliparda.com/?p=27053 ক’ৰোণাৰ সন্ত্ৰাসে অইন একাংশ ক্ষেত্ৰৰ দৰে ঋণাত্মক প্ৰভাৱ পেলাইছিল অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনতো। বিগত বৰ্ষৰ পৰা স্তব্ধ হৈ থকা শ্বুটিং, ছবিগৃহ আদিত লগা তলাই প্ৰতিখন ছবিৰ মুক্তিত বাধা হৈ থিয় দিছে। এই পৰিস্থিতিৰ পিছত প্ৰযোজক সকলো কোনো এটা প্ৰকল্পক লৈ যে আগবাঢ়ি আহিব সেই বিষয়ে নিজ শংকা প্ৰকাশ কৰিছে একাংশ পৰিচালকে। কিন্তু যেনেদৰে ৰাতিৰ পিছত দিন; ঠিক তেনেদৰে বেয়াৰ পিছত ভাল হোৱাটোও একেবাৰেই স্বাভাৱিক। এখন অসমীয়া ছবিয়ে বিগত দিনৰ পৰাই বিভিন্ন খন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ছবি সমাৰোহত মনোনয়ন লাভ কৰাৰ লগতে বুটলিছে সন্মান। ছবিখনৰ নাম হৈছে “ব্ৰীজ”; শেহতীয়াকৈ ছবিখনত মুখ্য চৰিত্ৰ ৰূপায়িত অভিনেত্ৰী নৱাগতা শিৱা ৰাণী কলিতাই লাভ কৰিছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান। চলিত মাহৰ ২২ তাৰিখৰ পৰা ২৬ তাৰিখলৈ কানাডাত অনুষ্ঠি হোৱা ত চতূৰ্থ অ’টোৱা ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল এৱাৰ্ড (OIFFA-2021) ত অভিনেত্ৰী গৰাকীয়ে লাভ কৰিছে শ্ৰেষ্ঠ অভিনেত্ৰীৰ খিতাপ; বিগত বৰ্ষত এই খিতাপ লাভ কৰিবলৈ সক্ষম হৈছিল জনপ্ৰিয় তথা প্ৰখ্যাত অভিনেত্ৰী সীমা বিশ্বাসে। কৃষ্টিপথাৰৰ বেনাৰত কৃপাল কলিতাৰ পৰিচালনাৰে নিৰ্মিত “ব্ৰীজ” ছবিখন বৰ্তমানেও ঘৰুৱা দৰ্শকৰ সমুখত মুক্তি লাভ কৰা নাই যদিও ছবিখনৰ সৈতে জড়িত হৈ অহা এনেধৰণৰ সু-খবৰে ছবিখনক লৈ প্ৰত্যেককে উৎসাহিত কৰি তুলিছে।

"ব্ৰীজ" অভিনেত্ৰী নৱাগত শিৱা ৰাণী কলিতা লৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ আন্তঃৰাষ্ট্ৰীয় সন্মান 1


লক্ষীমপুৰ জিলাৰ ঢকুৱাখানা চহৰৰ নৱাগতা শিৱা ৰাণী কলিতাৰ চৰিত্ৰটো ছবিখনত যথেষ্ট প্ৰত্যাহ্বানমূলক আছিল য’ত তেওঁ পথাৰত হালবোৱাৰ পৰা আৰম্ভ কৰি কলৰ ভুৰ চলোৱাৰ দৰে একাংশ কাম কৰিবলগীয়া হৈছিল। ইয়াৰ পূৰ্বে কোনোধৰণৰ ছবি, ধাৰাবাহিক,নাটক অথবা কোনো ভিডিঅ’ৰ সৈতে জড়িত নোহোৱা এই নৱাগতা গৰাকীৰ পৰা পৰিচালক গৰাকীয়েও স্বাভাৱিক অভিনয়কে উলিয়াই আনিবলৈ চেষ্টা কৰিছিল। ৰমা কুমাৰ দাস আৰু সবিতা দেৱীৰ প্ৰযোজনাত নিৰ্মিত “ব্ৰীজ” ছবিখনে ইতিমধ্যে ২৮ খনতকৈ অধিক আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱৰ আমন্ত্ৰণ লাভ কৰাৰ লগতে চলচ্চিত্ৰ সমালোচক সকলৰ আন্তঃৰাষ্ট্ৰীয় সংস্থা FIPRESCI ৰ ভাৰতৰ শাখাই প্ৰকাশ কৰা তালিকাত ২০২০ চনৰ নিৰ্বাচিত শ্ৰেষ্ঠ ১০খন ভাৰতীয় চিনেমাৰ মাজত অন্তৰ্ভুক্তি লাভ কৰিছে অসমীয়া ভাষাৰ চিনেমা “ব্ৰীজে”। উল্লেখ্য যে, FIPRESCI এটা অতি সন্মানীয় সংস্থা ,এই সংস্থাক বিশ্বৰ চলচ্চিত্ৰ জগত খনে বিশেষ মান্যতা দিয়ে। জানিব পৰা মতে, উক্ত ছবিখন ঘৰুৱা দৰ্শকৰ সমুখত চলিত বৰ্ষৰ অক্টোবৰৰ ১ তাৰিখে মুকলি কৰি দিয়াৰ পৰিকল্পনা কৰা হৈছে। পৰিচালক কৃপাল কলিতাই ছবিখনত সম্পূৰ্ণ নিজস্বতা ৰাখি নিৰ্মাণ কৰাৰ কথা প্ৰকাশ কৰে আৰু তেওঁৰ বিশ্বাস যে এই ছবিখনক ঘৰুৱা দৰ্শকেও আঁকোৱালি ল’ব।

"ব্ৰীজ" অভিনেত্ৰী নৱাগত শিৱা ৰাণী কলিতা লৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ আন্তঃৰাষ্ট্ৰীয় সন্মান 2


এনেবোৰ সুখবৰৰ লগতেই ছবিখনৰ সৈতে জড়িত প্ৰতিগৰাকী কলা-কুশলীক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো অশেষ শুভকামনা।

]]>
https://rupaliparda.com/archives/27053/feed 0 27053
16th Thrissur International Film Festival ত শ্ৰেষ্ঠ ছবিৰ পুৰষ্কাৰ “ব্ৰীজ” লৈঃ https://rupaliparda.com/archives/25607 https://rupaliparda.com/archives/25607#respond Fri, 23 Apr 2021 22:30:00 +0000 https://rupaliparda.com/?p=25607 দেশত চলি থকা বেয়া খবৰবোৰৰ মাজতেই অহা এটা ভাল খবৰে প্ৰতিজন দৰ্শককে উৎসাহিত কৰিছে। “বেয়া” বোৰে যিমানেই আগ্ৰাসনত নলওঁক কিয়! আন্ধাৰ ভেদি প্ৰতিদিনেই পোহৰ ওলাই অহাটো স্বাভাৱিক। এই ভাল খবৰটো হৈছে মনোৰঞ্জন ক্ষেত্ৰখনৰ; ইখনৰ পিছত সিখনকৈ ছবি সমাৰোহত মনোনয়ন লাভ কৰিব সক্ষম হোৱা “ব্ৰীজ” ছবিখনলৈ আন এক সন্মান। কৃপাল কলিতাৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখনে 16th Thrissur International Film Festival ত শ্ৰেষ্ঠ ছবিৰ পুৰষ্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। পুৰষ্কাৰটো শেহতীয়াকৈ পৰিচালকগৰাকীৰ হাতত পৰাৰ পিছতেই চচিয়েল মিডিয়াত এটা পোষ্টযোগে তেওঁ জনসাধাৰণক জনাবলৈ সক্ষম হয়। বৰ্তমানলৈ এই ছবিখনে মুঠ ২০ টাতকৈও অধিক আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছে। ছবিখন এখন নৈ পৰীয়া গাওঁক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে য’ত এখন দলঙৰ অভাৱত জীয়াতু ভুগিবলগীয়া হৈছে গাওঁৰ জনসাধাৰণ। অসংখ্য সমস্যাৰ আগ্ৰাসনত থকা স্বত্বেও গাঁৱৰে এগৰাকী কিশোৰীয়ে নিজ পৰিয়ালটি পোহপাল দিয়া সংগ্ৰামী কাহিনীক জীৱন্ত ৰূপত দাঙি ধৰা হৈছে “ব্ৰীজ” তi উল্লেখ্য যে, ছবিখনৰ মূল কাহিনীভাগ আগবাঢ়িছে এখন গাঁওক কেন্দ্ৰ কৰি য’ত এখন দলঙৰ অভাৱত তাত বসবাস কৰা মানুহখিনিয়ে বিভিন্ন ক্ষেত্ৰত জীয়াতু ভুগিবলগীয়া হয়।

16th Thrissur International Film Festival ত শ্ৰেষ্ঠ ছবিৰ পুৰষ্কাৰ "ব্ৰীজ" লৈঃ 3
16th Thrissur International Film Festival ত শ্ৰেষ্ঠ ছবিৰ পুৰষ্কাৰ "ব্ৰীজ" লৈঃ 4


চলচ্চিত্ৰখনৰ কাহিনী, চিত্ৰনাট্য, সংলাপ পৰিচালক গৰাকীৰ নিজৰ। “কৃষ্টিপথাৰ” ৰ বেনাৰত নিৰ্মিত ছবিখন যুঁটীয়াভাৱে প্ৰযোজনা কৰিছে ৰাম কুমাৰ দাস আৰু সবিতা দেৱীয়ে । অভিনয় কৰিছে শিৱ ৰাণী কলিতা, পাৰ্থ প্ৰতীম বৰা, অনিন্দিতা দাস, স্বপ্নীল নাথ, কৃপাল কলিতা,গোপামনি গগৈ, ৰীণা বৰা, সুৰেণ মহন্ত, অজিত কুমাৰ ভূঞা, ভূপেন শৰ্মা, ৰোহিণী কুমাৰ ডেকা, ধনজিৎ শৰ্মা,প্ৰিয়ান্সী কাশ্যপ ,শচীন্দ্ৰ ভূঞা, বিশ্বনাথ বিশ্বাস, ৰাজু ভৰালী, দ্বিপেন চুতীয়া, দীপশিখা শইকীয়া আদিয়ে।উল্লেখ্য যে, দুই-এগৰাকী প্ৰতিষ্ঠিত শিল্পীৰ বাহিৰে ছবিখনৰ প্ৰায় আধা সংখ্যাক শিল্পীয়ে নৱাগত। সহঃ কাৰী পৰিচালক প্ৰিয়ান্সী কাশ্যপ আৰু প্ৰাঞ্জল সন্দিকৈ। ঢকুৱাখানাৰ সোণাৰী চাপৰি গুৱাহাটী আৰু জোনাইৰ বিভিন্ন লোকেশ্বনত এই ছবিখনৰ দৃশ্যগ্ৰহণৰ দায়িত্বত আছিল ৰমেন ৰাভা।সংগীত কৃপাল কলিতাৰ I সম্পাদনা কিশোৰ ডেকা। ,চিংক চাউণ্ড মাধব দাস আৰু গুণজিৎ শৰ্মা, শব্দ সম্পাদনা বিজয় নাথ I “ব্ৰীজ”চাউণ্ড ডিজাইন আৰু মিক্সিং কৰিছে ৰ মুম্বাইত অমৃত প্ৰীতমে I ডি.আই ৰাজেশ য়াদৱ(মুম্বাই)।কলা নিৰ্দেশনা দ্বিপেন চুতীয়া, সাজসজ্জা সবিতা দেৱী, এনিমেশ্বন ভাস্কৰ শইকীয়া, গ্ৰাফিক্স দেৱৰাজ বৰঠাকুৰ চাবটাইটেল- শ্ৰুতি ভট্টাচাৰ্য্য,আৰু প্ৰযোজনা নিয়ন্ত্ৰক ৰোহিণী কুমাৰ ডেকা।

]]>
https://rupaliparda.com/archives/25607/feed 0 25607
পুনে আন্তঃৰাষ্ট্ৰীয় ছবি সমাৰোহত দুটাকৈ প্ৰদৰ্শনেৰে “ব্ৰীজ”- https://rupaliparda.com/archives/24646 https://rupaliparda.com/archives/24646#respond Tue, 09 Mar 2021 12:30:37 +0000 https://rupaliparda.com/?p=24646 নতুন বৰ্ষৰ আৰম্ভণিৰ সমান্তৰালকৈ অসমীয়া ছবিসমূহলৈ আহিছে ন-ন খবৰ। শেহতীয়াকৈ পুনে ফিল্ম ফাউণ্ডেচন আৰু মহাৰাষ্ট্ৰ চৰকাৰে যুঁটীয়া ভাৱে আয়োজন কৰা ১৯ সংখ্যক পুনে আন্তঃৰাষ্ট্ৰীয় ছবি সমাৰোহত মনোনয় লাভ কৰিছে কৃপাল কলিতাৰ পৰিচালনাৰে নিৰ্মিত বহু প্ৰত্যাশিত ছবি “ব্ৰীজ”। চলিত মাহৰ ১১ তাৰিখৰ পৰা ১৮ তাৰিখলৈ মুঠ ৭ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া এই সমাৰোহখনত উক্ত ছবিখনৰ দুটাকৈ প্ৰদৰ্শন হ’ব। সমান্তৰালকৈ, একেখন আয়োজক সমিতিৰ দ্বাৰা মাৰ্চৰ ২০ ৰ পৰা ২৫ তাৰিখলৈ আয়োজিত ১১সংখ্যক য়ছোয়ন্ত আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱতো “ব্ৰীজ” ক কৰা হ’ব প্ৰদৰ্শন। বৰ্তমানলৈ এই ছবিখনে মুঠ ২০ টাতকৈও অধিক আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছে। ছবিখন এখন নৈ পৰীয়া গাওঁক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে য’ত এখন দলঙৰ অভাৱত জীয়াতু ভুগিবলগীয়া হৈছে গাওঁৰ জনসাধাৰণ। অসংখ্য সমস্যাৰ আগ্ৰাসনত থকা স্বত্বেও গাঁৱৰে এগৰাকী কিশোৰীয়ে নিজ পৰিয়ালটি পোহপাল দিয়া সংগ্ৰামী কাহিনীক জীৱন্ত ৰূপত দাঙি ধৰা হৈছে “ব্ৰীজ” ত উল্লেখ্য যে, ছবিখনৰ মূল কাহিনীভাগ আগবাঢ়িছে এখন গাঁওক কেন্দ্ৰ কৰি য’ত এখন দলঙৰ অভাৱত তাত বসবাস কৰা মানুহখিনিয়ে বিভিন্ন ক্ষেত্ৰত জীয়াতু ভুগিবলগীয়া হয়।সীমাহীন সমস্যাৰ আবৰ্তত থকা সত্বেও সেইখন গাঁওৰে এইগৰাকী কিশোৰীয়ে পৰিয়ালটি পোহপাল দিয়াৰ নিমিত্তে বাছি লোৱা সংগ্ৰামী জীৱনক ছবিখনৰ মাজেৰে দেখুওৱা হৈছে।

পুনে আন্তঃৰাষ্ট্ৰীয় ছবি সমাৰোহত দুটাকৈ প্ৰদৰ্শনেৰে "ব্ৰীজ"- 5
পুনে আন্তঃৰাষ্ট্ৰীয় ছবি সমাৰোহত দুটাকৈ প্ৰদৰ্শনেৰে "ব্ৰীজ"- 6


চলচ্চিত্ৰখনৰ কাহিনী, চিত্ৰনাট্য, সংলাপ পৰিচালক গৰাকীৰ নিজৰ। “কৃষ্টিপথাৰ” ৰ বেনাৰত নিৰ্মিত ছবিখন যুঁটীয়াভাৱে প্ৰযোজনা কৰিছে ৰাম কুমাৰ দাস আৰু সবিতা দেৱীয়ে । অভিনয় কৰিছে শিৱ ৰাণী কলিতা, পাৰ্থ প্ৰতীম বৰা, অনিন্দিতা দাস, স্বপ্নীল নাথ, কৃপাল কলিতা,গোপামনি গগৈ, ৰীণা বৰা, সুৰেণ মহন্ত, অজিত কুমাৰ ভূঞা, ভূপেন শৰ্মা, ৰোহিণী কুমাৰ ডেকা, ধনজিৎ শৰ্মা,প্ৰিয়ান্সী কাশ্যপ ,শচীন্দ্ৰ ভূঞা, বিশ্বনাথ বিশ্বাস, ৰাজু ভৰালী, দ্বিপেন চুতীয়া, দীপশিখা শইকীয়া আদিয়ে।উল্লেখ্য যে, দুই-এগৰাকী প্ৰতিষ্ঠিত শিল্পীৰ বাহিৰে ছবিখনৰ প্ৰায় আধা সংখ্যাক শিল্পীয়ে নৱাগত। সহঃ কাৰী পৰিচালক প্ৰিয়ান্সী কাশ্যপ আৰু প্ৰাঞ্জল সন্দিকৈ। ঢকুৱাখানাৰ সোণাৰী চাপৰি গুৱাহাটী আৰু জোনাইৰ বিভিন্ন লোকেশ্বনত এই ছবিখনৰ দৃশ্যগ্ৰহণৰ দায়িত্বত আছিল ৰমেন ৰাভা।সংগীত কৃপাল কলিতাৰ I সম্পাদনা কিশোৰ ডেকা। ,চিংক চাউণ্ড মাধব দাস আৰু গুণজিৎ শৰ্মা, শব্দ সম্পাদনা বিজয় নাথ I “ব্ৰীজ”চাউণ্ড ডিজাইন আৰু মিক্সিং কৰিছে ৰ মুম্বাইত অমৃত প্ৰীতমে I ডি.আই ৰাজেশ য়াদৱ(মুম্বাই)।কলা নিৰ্দেশনা দ্বিপেন চুতীয়া, সাজসজ্জা সবিতা দেৱী, এনিমেশ্বন ভাস্কৰ শইকীয়া, গ্ৰাফিক্স দেৱৰাজ বৰঠাকুৰ চাবটাইটেল- শ্ৰুতি ভট্টাচাৰ্য্য,আৰু প্ৰযোজনা নিয়ন্ত্ৰক ৰোহিণী কুমাৰ ডেকা।

]]>
https://rupaliparda.com/archives/24646/feed 0 24646
অসমীয়া ছবি “ব্ৰীজ” লৈ আকৌ আন এক আন্তঃৰাষ্ট্ৰীয় সন্মানঃ https://rupaliparda.com/archives/23790 https://rupaliparda.com/archives/23790#respond Thu, 28 Jan 2021 15:30:42 +0000 https://rupaliparda.com/?p=23790 অসমীয়া ছবি “ব্ৰীজ” লৈ আকৌ আন এক আন্তঃৰাষ্ট্ৰীয় সন্মান। গোৱা আন্তঃৰাষ্ট্ৰীয় ছবি সমাৰোহত ছবিখনে লাভ কৰিছে জুৰীৰ বিশেষ সন্মান। “ব্ৰীজ” য়ে হৈছে প্ৰথমখন ভাৰতীয় ছবি যিয়ে লাভ কৰিবলৈ সক্ষম হৈছে জুৰীৰ বিশেষ সন্মান। কৃপাল কলিতাৰ দ্বাৰা পৰিচালিত এই ছবিখনে ইয়াৰ পূৰ্বেও লাভ কৰিছিল আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত মনোনয়ন তথা খিতাপ।ছবিখন এখন নৈ পৰীয়া গাওঁক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে য’ত এখন দলঙৰ অভাৱত জীয়াতু ভুগিবলগীয়া হৈছে গাওঁৰ জনসাধাৰণ। অসংখ্য সমস্যাৰ আগ্ৰাসনত থকা স্বত্বেও গাঁৱৰে এগৰাকী কিশোৰীয়ে নিজ পৰিয়ালটি পোহপাল দিয়া সংগ্ৰামী কাহিনীক জীৱন্ত ৰূপত দাঙি ধৰা হৈছে “ব্ৰীজ” তi উল্লেখ্য যে, ছবিখনৰ মূল কাহিনীভাগ আগবাঢ়িছে এখন গাঁওক কেন্দ্ৰ কৰি য’ত এখন দলঙৰ অভাৱত তাত বসবাস কৰা মানুহখিনিয়ে বিভিন্ন ক্ষেত্ৰত জীয়াতু ভুগিবলগীয়া হয়।সীমাহীন সমস্যাৰ আবৰ্তত থকা সত্বেও সেইখন গাঁওৰে এইগৰাকী কিশোৰীয়ে পৰিয়ালটি পোহপাল দিয়াৰ নিমিত্তে বাছি লোৱা সংগ্ৰামী জীৱনক ছবিখনৰ মাজেৰে দেখুৱা হৈছে। বানাক্ৰান্ত অঞ্চলৰ মানুহৰ দুৰ্দশা এফালে যেনেকৈ হৃদয় বিদাৰক আনপিনে নৈখনৰ প্ৰতি থকা দুৰ্বাৰ স্নেহ তথা প্ৰতিবছৰ বানপানীৰ পিছত পুনৰায় অযুত সপোন বুকুত বান্ধি একোটা নতুন জীৱন আৰম্ভ কৰা দৃশ্য নিশ্চিতভাৱে লক্ষ্যণীয়। সত্য ঘটনাৰ ওপৰত আধাৰিত এই চলচ্চিত্ৰখনৰ কাহিনী, চিত্ৰনাট্য, সংলাপ পৰিচালক গৰাকীৰ নিজৰ।


“কৃষ্টিপথাৰ” ৰ বেনাৰত নিৰ্মিত ছবিখন যুঁটীয়াভাৱে প্ৰযোজনা কৰিছে ৰাম কুমাৰ দাস আৰু সবিতা দেৱীয়ে ।অভিনয় কৰিছে শিৱ ৰাণী কলিতা, পাৰ্থ প্ৰতীম বৰা, অনিন্দিতা দাস, স্বপ্নীল নাথ, কৃপাল কলিতা,গোপামনি গগৈ, ৰীণা বৰা, সুৰেণ মহন্ত, অজিত কুমাৰ ভূঞা, ভূপেন শৰ্মা, ৰোহিণী কুমাৰ ডেকা, ধনজিৎ শৰ্মা,প্ৰিয়ান্সী কাশ্যপ ,শচীন্দ্ৰ ভূঞা, বিশ্বনাথ বিশ্বাস, ৰাজু ভৰালী, দ্বিপেন চুতীয়া, দীপশিখা শইকীয়া আদিয়ে।উল্লেখ্য যে, দুই-এগৰাকী প্ৰতিষ্ঠিত শিল্পীৰ বাহিৰে ছবিখনৰ প্ৰায় আধা সংখ্যাক শিল্পীয়ে নৱাগত।

অসমীয়া ছবি "ব্ৰীজ" লৈ আকৌ আন এক আন্তঃৰাষ্ট্ৰীয় সন্মানঃ 7


সহঃ কাৰী পৰিচালক প্ৰিয়ান্সী কাশ্যপ আৰু প্ৰাঞ্জল সন্দিকৈ। ঢকুৱাখানাৰ সোণাৰী চাপৰি গুৱাহাটী আৰু জোনাইৰ বিভিন্ন লোকেশ্বনত এই ছবিখনৰ দৃশ্যগ্ৰহণৰ দায়িত্বত আছিল ৰমেন ৰাভা।সংগীত কৃপাল কলিতাৰ I সম্পাদনা কিশোৰ ডেকা। ,চিংক চাউণ্ড মাধব দাস আৰু গুণজিৎ শৰ্মা, শব্দ সম্পাদনা বিজয় নাথ I “ব্ৰীজ”চাউণ্ড ডিজাইন আৰু মিক্সিং কৰিছে ৰ মুম্বাইত অমৃত প্ৰীতমে I ডি.আই ৰাজেশ য়াদৱ(মুম্বাই)।কলা নিৰ্দেশনা দ্বিপেন চুতীয়া, সাজসজ্জা সবিতা দেৱী, এনিমেশ্বন ভাস্কৰ শইকীয়া, গ্ৰাফিক্স দেৱৰাজ বৰঠাকুৰ চাবটাইটেল- শ্ৰুতি ভট্টাচাৰ্য্য,আৰু প্ৰযোজনা নিয়ন্ত্ৰক ৰোহিণী কুমাৰ ডেকা।

]]>
https://rupaliparda.com/archives/23790/feed 0 23790
আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ “ব্ৰীজ” https://rupaliparda.com/archives/13717 https://rupaliparda.com/archives/13717#respond Fri, 24 Apr 2020 06:30:32 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=13717 সমগ্ৰ বিশ্বতে ক’ৰ’ণাই সন্ত্ৰাস চলাই আছে। অসমতো ক’ৰ’ণাত আকান্ত সংখ্যা বৃদ্ধি পাইছে। ঠিক সেই সময়তে অসমীয়া ছবিজগতৰ বাবে আহিছে ভাল খবৰ।কৃপাল কলিতা ৰ পৰিচালনাৰে নিৰ্মিত নতুন অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ “ব্ৰীজ” এতিয়ালৈকে তিনিটাকৈ আন্তঃ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ অফিচিয়েলি মনোনয়ন লাভ কৰিছে Iআমেৰিকাত অনুষ্ঠিত হ’বলগীয়া Southeast Regional film festival আৰু লন্ডনৰে দুটাকৈ ফিল্ম ফেষ্টিভেল Pinewood Studios Light-of Film festival আৰু  first timefilmmaker Session 2020. চলচ্চিত্ৰ মহোৎসৱত I ছবিখন এখন নৈ পৰীয়া গাওঁক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে য’ত এখন দলঙৰ অভাৱত জীয়াতু ভুগিবলগীয়া হৈছে গাওঁৰ জনসাধাৰণ। অসংখ্য সমস্যাৰ আগ্ৰাসনত থকা স্বত্বেও গাঁৱৰে এগৰাকী কিশোৰীয়ে নিজ পৰিয়ালটি পোহপাল দিয়া সংগ্ৰামী কাহিনীক জীৱন্ত ৰূপত দাঙি ধৰা হৈছে “ব্ৰীজ” তi উল্লেখ্য যে, ছবিখনৰ মূল কাহিনীভাগ আগবাঢ়িছে এখন গাঁওক কেন্দ্ৰ কৰি য’ত এখন দলঙৰ অভাৱত তাত বসবাস কৰা মানুহখিনিয়ে বিভিন্ন ক্ষেত্ৰত জীয়াতু ভুগিবলগীয়া হয়।

আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ “ব্ৰীজ” 8


সীমাহীন সমস্যাৰ আবৰ্তত থকা সত্বেও সেইখন গাঁওৰে এইগৰাকী কিশোৰীয়ে পৰিয়ালটি পোহপাল দিয়াৰ নিমিত্তে বাছি লোৱা সংগ্ৰামী জীৱনক ছবিখনৰ মাজেৰে দেখুৱা হৈছে। বানাক্ৰান্ত অঞ্চলৰ মানুহৰ দুৰ্দশা এফালে যেনেকৈ হৃদয় বিদাৰক আনপিনে নৈখনৰ প্ৰতি থকা দুৰ্বাৰ স্নেহ তথা প্ৰতিবছৰ বানপানীৰ পিছত পুনৰায় অযুত সপোন বুকুত বান্ধি একোটা নতুন জীৱন আৰম্ভ কৰা দৃশ্য নিশ্চিতভাৱে লক্ষ্যণীয়। সত্য ঘটনাৰ ওপৰত আধাৰিত এই চলচ্চিত্ৰখনৰ কাহিনী, চিত্ৰনাট্য, সংলাপ পৰিচালকজনৰ নিজৰ। “কৃষ্টিপথাৰ” ৰ বেনাৰত নিৰ্মিত ছবিখন যুঁটীয়াভাৱে প্ৰযোজনা কৰিছে ৰাম কুমাৰ দাস আৰু সবিতা দেৱীয়ে ।অভিনয় কৰিছে শিৱ ৰাণী কলিতা, পাৰ্থ প্ৰতীম বৰা, অনিন্দিতা দাস, স্বপ্নীল নাথ, কৃপাল কলিতা,গোপামনি গগৈ, ৰীণা বৰা, সুৰেণ মহন্ত, অজিত কুমাৰ ভূঞা, ভূপেন শৰ্মা, ৰোহিণী কুমাৰ ডেকা, ধনজিৎ শৰ্মা,প্ৰিয়ান্সী কাশ্যপ ,শচীন্দ্ৰ ভূঞা, বিশ্বনাথ বিশ্বাস, ৰাজু ভৰালী, দ্বিপেন চুতীয়া, দীপশিখা শইকীয়া আদিয়ে।উল্লেখ্য যে, দুই-এগৰাকী প্ৰতিষ্ঠিত শিল্পীৰ বাহিৰে ছবিখনৰ প্ৰায় আধা সংখ্যাক শিল্পীয়ে নৱাগত।

আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ “ব্ৰীজ” 9


সহঃ কাৰী পৰিচালক  প্ৰিয়ান্সী কাশ্যপ আৰু প্ৰাঞ্জল সন্দিকৈ। ঢকুৱাখানাৰ সোণাৰী চাপৰি গুৱাহাটী আৰু জোনাইৰ বিভিন্ন লোকেশ্বনত এই ছবিখনৰ দৃশ্যগ্ৰহণৰ দায়িত্বত আছিল ৰমেন ৰাভা।সংগীত কৃপাল কলিতাৰ I সম্পাদনা কিশোৰ ডেকা। ,চিংক চাউণ্ড  মাধব দাস আৰু গুণজিৎ শৰ্মা, শব্দ সম্পাদনা বিজয় নাথ I “ব্ৰীজ”চাউণ্ড ডিজাইন আৰু মিক্সিং কৰিছে ৰ  মুম্বাইত অমৃত প্ৰীতমে I ডি.আই  ৰাজেশ য়াদৱ(মুম্বাই)।কলা নিৰ্দেশনা দ্বিপেন চুতীয়া, সাজসজ্জা সবিতা দেৱী, এনিমেশ্বন ভাস্কৰ শইকীয়া, গ্ৰাফিক্স দেৱৰাজ বৰঠাকুৰ চাবটাইটেল- শ্ৰুতি ভট্টাচাৰ্য্য,আৰু প্ৰযোজনা নিয়ন্ত্ৰক  ৰোহিণী কুমাৰ ডেকা।

]]>
https://rupaliparda.com/archives/13717/feed 0 13717