Children Day – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Thu, 14 Nov 2019 09:44:48 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Children Day – Rupaliparda.com https://rupaliparda.com 32 32 163073109 পদপথৰ শিশুৰ “শিশু দিৱস” উদযাপনঃ অনুৰাধাত চালে “ৰত্নাকৰ”- https://rupaliparda.com/archives/7933 https://rupaliparda.com/archives/7933#respond Thu, 14 Nov 2019 14:04:26 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=7933 শিশু দিৱস উপলক্ষে গুৱাহাটী স্থিত অনুৰাধা চিত্ৰগৃহই ল’লে এক প্ৰশংসনীয় পদক্ষেপ। প্ৰত্যেক বছৰৰ দৰে এইবছৰো ছবিগৃহৰ কৰ্তৃপক্ষই আয়োজন কৰিলে এক বিশেষ অনুষ্ঠান। প্ৰায় ৫০০ টা পদপথৰ আৰু শ্লাম এলেকাৰ শিশুক আনি চিত্ৰগৃহত তেওঁলোকে দেখুৱালে কিছুদিন পূৰ্বে মুক্তিপ্ৰাপ্ত ছবি “ৰত্নাকৰ”।

পদপথৰ শিশুৰ "শিশু দিৱস" উদযাপনঃ অনুৰাধাত চালে "ৰত্নাকৰ"- 1


চিত্ৰগৃহত শিশু সমূহৰ লগতে উপস্থিত আছিল “ৰত্নাকৰ” ছবিখনৰ প্ৰযোজক নন্দিতা শৰ্মা। অনুৰাধাত উপস্থিত শিশুসমূহৰ মুখত হাঁহি বিৰিঙা দেখিবলৈ পোৱা গৈছিল। সকলোৱে মাত্ৰ এটাই কথা ক’লে যে “তেওঁলোকৰ ভাল লাগিছে”। চাওঁক এই ভিডিঅ’:

]]>
https://rupaliparda.com/archives/7933/feed 0 7933