Dikshu Sarma – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Sat, 10 Jul 2021 01:34:43 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Dikshu Sarma – Rupaliparda.com https://rupaliparda.com 32 32 163073109 “শাওনৰ শেতেলীত” শীৰ্ষক এটি নতুন গীতৰ সৈতে দীক্ষু শৰ্মাঃ https://rupaliparda.com/archives/27325 https://rupaliparda.com/archives/27325#respond Fri, 09 Jul 2021 10:30:00 +0000 https://rupaliparda.com/?p=27325 ইটোৰ পিছত সিটোকৈ গীতৰ মুক্তিৰে জনসাধাৰণৰ কাষতেই যেন থাকিবলৈ চেষ্টা কৰিছে কন্ঠশিল্পী দীক্ষু শৰ্মাই।অনুৰাগী সমূহক যেন আমোদ প্ৰদানৰ বাবে আহৰি নোহোৱাকৈ নিজ কাম অব্যাহত ৰাখিছে কন্ঠশিল্পী গৰাকীয়ে। শেহতীয়াকৈ তেওঁ ইনষ্টাগ্ৰাম যোগে তেওঁৰ আহিবলগীয়া গীতটিৰ ঘোষণা কৰে; “শাওনৰ শেতেলীত” শীৰ্ষক এটি নতুন গীতৰ সৈতে অনুৰাগীৰ কাষ চাপিবলৈ সাজু হৈছে দীক্ষু শৰ্মা। কেৱল মাত্ৰ দীক্ষুৱে নিজৰ বাবেই নহয় তেওঁ সংগীত ক্ষেত্ৰখনত উঠি অহা প্ৰজন্মকো সমানেই সহায় কৰা দেখিবলৈ পোৱা যায়। প্ৰায়ে চচিয়েল মিডিয়াত সক্ৰিয় কন্ঠশিল্পী দীক্ষু শৰ্মাই কিছু সময়ৰ ব্যৱধানত একোটা নিজৰ গীত লৈ শ্ৰোতা-দৰ্শকৰ কাষ চপা দেখিবলৈ পোৱা যায়। আমোদ প্ৰদান কৰাৰ পৰা নিজক কোনোকালেই আঁতৰাই নৰখা দীক্ষু শৰ্মাৰ সেইবাবেই হয়টো অনুৰাগীৰো শাৰী দীঘলীয়া। দীক্ষু শৰ্মা সংগীত জগতৰ এনে এক নাম য’ত জনপ্ৰিয়তা আৰু ব্যতিক্ৰমীতা সন্নিৱিষ্ট হৈ থাকে। শেহতীয়াকৈ কণ্ঠশিল্পী গৰাকীয়ে “দীক্ষু ফাউণ্ডেচনৰ” তৰফৰ পৰা সামাজিক দায়বদ্ধতাৰ দিশতো নিজক সক্ৰিয় কৰি তুলিছে। প্ৰয়োজনীয় সকলৰ কাষ চপা তেওঁক এইকেইটা দিনত দেখিবলৈ পোৱা গৈছিল।


নলবাৰীৰ জন্মগ্ৰহণ কৰা দীক্ষু শৰ্মা হৈছে অসমীয়া সংগীত ক্ষেত্ৰখনৰ এক চিনাকী নাম। ২০০৫ চনত মুক্তিপ্ৰাপ্ত “চেম্পিয়ন” এলবামটিৰ জৰিয়তে শ্ৰোতাৰ মাজত জনপ্ৰিয় হৈ পৰা দীক্ষুৰ “তুমি যদি কোৱা” শীৰ্ষক গীতটিয়ে বৰ্তমানলৈ দৰ্শকক আকৰ্ষিত কৰি ৰাখিছে।

]]>
https://rupaliparda.com/archives/27325/feed 0 27325
“Dikshu Foundation” ৰ উদ্যোগত জ্যোতিচিত্ৰবনৰ কৰ্মচাৰীক খাদ্য বিতৰণঃ https://rupaliparda.com/archives/27096 https://rupaliparda.com/archives/27096#respond Wed, 30 Jun 2021 10:30:00 +0000 https://rupaliparda.com/?p=27096 সংগীতৰ সমান্তৰালকৈ সামাজিক দায়বদ্ধতাৰ ক্ষেত্ৰত কন্ঠশিল্পী দীক্ষু শৰ্মাৰ আকৰ্ষণীয় পদক্ষেপ। বিগত সময়ত বিহু অনুষ্ঠান সমূহত তেওঁ গীত পৰিৱেশন কৰি ৰাইজক আমোদ দিয়াৰ সমান্তৰালকৈ “দীক্ষু ফাউণ্ডেচন” ৰ উদ্যোগত কন্ঠশিল্পী গৰাকীয়ে অনুষ্ঠানবোৰত উপস্থিত জনসাধাৰণক বিতৰণ কৰে খোৱা পানী। দীক্ষু শৰ্মাই কৰা অনুষ্ঠান সমূহৰ অধিকাংশতেই তেওঁ এনে পদক্ষেপ গ্ৰহণ কৰাত এতিয়া উৎসাহিতও হৈ পৰিছে অনুৰাগী। চচিয়েল মিডিয়াত কন্ঠশিল্পী গৰাকীয়ে এই বিষয়ত ভিন্ন ধৰণৰ আপডেট সমূহ দিয়াও পৰিলক্ষিত হৈছে। কেৱল এয়াই নহয়, শেহতীয়াকৈ “Dikshu Foundation” ৰ উদ্যোগত অসমীয়া সংগীত জগতৰ বহু কেইজন বাদ্যযন্ত্ৰী ৰ লগতে কিছু সংখ্যক কলা-কুশলী ,গাড়ীচালক, ৰান্ধনীকে আৰম্ভ কৰি স্পটবয়ক জ্যোতি চিত্ৰবনত খাদ্যসামগ্ৰী আৰু দৈনন্দিন ব্যৱহৃত বস্তু বিতৰণ কৰা হয়। ইয়াৰ উপৰিও, দীক্ষু শৰ্মা বিগত সময়ত ক’ৰোণা ভাইৰাছৰ কালছোৱাত একাংশ প্ৰয়োজন থকাজনৰ কাষ চাপিবলৈ চেষ্টা কৰিছিল। প্ৰায়ে চচিয়েল মিডিয়াত সক্ৰিয় কন্ঠশিল্পী দীক্ষু শৰ্মাই কিছু সময়ৰ ব্যৱধানত একোটা নিজৰ গীত লৈ শ্ৰোতা-দৰ্শকৰ কাষ চপা দেখিবলৈ পোৱা যায়। আমোদ প্ৰদান কৰাৰ পৰা নিজক কোনোকালেই আঁতৰাই নৰখা দীক্ষু শৰ্মাৰ সেইবাবেই হয়টো অনুৰাগীৰো শাৰী দীঘলীয়া। প্ৰতিটো মাহত একোটা গীত মুক্তিৰ সৈতে জনসাধাৰণৰ কাষ চপা দীক্ষু শৰ্মা প্ৰতিটো গীতৰ জনপ্ৰিয়তাও অৱশ্যে নুই কৰিব নোৱাৰি।

"Dikshu Foundation" ৰ উদ্যোগত জ্যোতিচিত্ৰবনৰ কৰ্মচাৰীক খাদ্য বিতৰণঃ 1
"Dikshu Foundation" ৰ উদ্যোগত জ্যোতিচিত্ৰবনৰ কৰ্মচাৰীক খাদ্য বিতৰণঃ 2


দীক্ষু শৰ্মা সংগীত জগতৰ এনে এক নাম য’ত জনপ্ৰিয়তা আৰু ব্যতিক্ৰমীতা সন্নিৱিষ্ট হৈ থাকে। কন্ঠশিল্পী গৰাকীৰ সামাজিক দায়বদ্ধতাও নুই কৰিব নোৱাৰি। “ক’ৰ’ণা ভাইৰাছ” ৰ বাবে প্ৰথমাভাগত কন্ঠশিল্পী দীক্ষু শৰ্মাই “অসম আৰোগ্য নিধি” লৈ আগবঢ়াইছিল মুঠ ৫০ হাজাৰ টকাৰ অনুদান। নলবাৰীৰ জন্মগ্ৰহণ কৰা দীক্ষু শৰ্মা হৈছে অসমীয়া সংগীত ক্ষেত্ৰখনৰ এক চিনাকী নাম। ২০০৫ চনত মুক্তিপ্ৰাপ্ত “চেম্পিয়ন” এলবামটিৰ জৰিয়তে শ্ৰোতাৰ মাজত জনপ্ৰিয় হৈ পৰা দীক্ষুৰ “তুমি যদি কোৱা” শীৰ্ষক গীতটিয়ে বৰ্তমানলৈ দৰ্শকক আকৰ্ষিত কৰি ৰাখিছে।

]]>
https://rupaliparda.com/archives/27096/feed 0 27096
সংগীতৰ সমান্তৰালকৈ সামাজিক দায়ৱদ্ধতা দীক্ষু শৰ্মাৰঃ https://rupaliparda.com/archives/25535 https://rupaliparda.com/archives/25535#respond Tue, 20 Apr 2021 10:30:00 +0000 https://rupaliparda.com/?p=25535 সংগীতৰ সমান্তৰালকৈ সামাজিক দায়বদ্ধতাৰ ক্ষেত্ৰত কন্ঠশিল্পী দীক্ষু শৰ্মাৰ আকৰ্ষণীয় পদক্ষেপ। বিহু অনুষ্ঠান সমূহত তেওঁ গীত পৰিৱেশন কৰি ৰাইজক আমোদ দিয়াৰ সমান্তৰালকৈ শেহতীয়াকৈ “দীক্ষু ফাউণ্ডেচন” ৰ উদ্যোগত কন্ঠশিল্পী গৰাকীয়ে অনুষ্ঠানবোৰত উপস্থিত জনসাধাৰণক বিতৰণ কৰে খোৱা পানী। ইতিমধ্যে দীক্ষু শৰ্মাই কৰা অনুষ্ঠান সমূহৰ অধিকাংশতেই তেওঁ এনে পদক্ষেপ গ্ৰহণ কৰাত এতিয়া উৎসাহিতও হৈ পৰিছে অনুৰাগী। চচিয়েল মিডিয়াত কন্ঠশিল্পী গৰাকীয়ে এই বিষয়ত ভিন্ন ধৰণৰ আপডেট সমূহ দিয়াও পৰিলক্ষিত হৈছে। কেৱল এয়াই নহয়, দীক্ষু শৰ্মা বিগত সময়ত ক’ৰোণা ভাইৰাছৰ কালছোৱাত একাংশ প্ৰয়োজন থকাজনৰ কাষ চাপিবলৈ চেষ্টা কৰিছিল। প্ৰায়ে চচিয়েল মিডিয়াত সক্ৰিয় কন্ঠশিল্পী দীক্ষু শৰ্মাই কিছু সময়ৰ ব্যৱধানত একোটা নিজৰ গীত লৈ শ্ৰোতা-দৰ্শকৰ কাষ চপা দেখিবলৈ পোৱা যায়। আমোদ প্ৰদান কৰাৰ পৰা নিজক কোনোকালেই আঁতৰাই নৰখা দীক্ষু শৰ্মাৰ সেইবাবেই হয়টো অনুৰাগীৰো শাৰী দীঘলীয়া। প্ৰতিটো মাহত একোটা গীত মুক্তিৰ সৈতে জনসাধাৰণৰ কাষ চপা দীক্ষু শৰ্মা প্ৰতিটো গীতৰ জনপ্ৰিয়তাও অৱশ্যে নুই কৰিব নোৱাৰি।

সংগীতৰ সমান্তৰালকৈ সামাজিক দায়ৱদ্ধতা দীক্ষু শৰ্মাৰঃ 3
সংগীতৰ সমান্তৰালকৈ সামাজিক দায়ৱদ্ধতা দীক্ষু শৰ্মাৰঃ 4


দীক্ষু শৰ্মা সংগীত জগতৰ এনে এক নাম য’ত জনপ্ৰিয়তা আৰু ব্যতিক্ৰমীতা সন্নিৱিষ্ট হৈ থাকে। কন্ঠশিল্পী গৰাকীৰ সামাজিক দায়বদ্ধতাও নুই কৰিব নোৱাৰি। “ক’ৰ’ণা ভাইৰাছ” ৰ বাবে প্ৰথমাভাগত কন্ঠশিল্পী দীক্ষু শৰ্মাই “অসম আৰোগ্য নিধি” লৈ আগবঢ়াইছিল মুঠ ৫০ হাজাৰ টকাৰ অনুদান। নলবাৰীৰ জন্মগ্ৰহণ কৰা দীক্ষু শৰ্মা হৈছে অসমীয়া সংগীত ক্ষেত্ৰখনৰ এক চিনাকী নাম। ২০০৫ চনত মুক্তিপ্ৰাপ্ত “চেম্পিয়ন” এলবামটিৰ জৰিয়তে শ্ৰোতাৰ মাজত জনপ্ৰিয় হৈ পৰা দীক্ষুৰ “তুমি যদি কোৱা” শীৰ্ষক গীতটিয়ে বৰ্তমানলৈ দৰ্শকক আকৰ্ষিত কৰি ৰাখিছে।

]]>
https://rupaliparda.com/archives/25535/feed 0 25535
আকৌ দীক্ষু শৰ্মা আৰু তেওঁৰ ন-গীত “অ ধুুন ধুনীয়া”- https://rupaliparda.com/archives/24547 https://rupaliparda.com/archives/24547#respond Thu, 04 Mar 2021 12:30:10 +0000 https://rupaliparda.com/?p=24547 দীক্ষু শৰ্মাৰ “দোলা” গীতটিৰ সফলতাৰ পিছত তেওঁ আন এটি নতুন গীতৰ মুক্তিৰ দিশে আগবাঢ়িছে। “অ ধুুন ধুনীয়া” শীৰ্ষক আন এটি গীতৰ শ্বুটিঙত ব্যস্ত থকা দীক্ষু শৰ্মাই কিছু দিন পূৰ্বৰে পৰা জনসাধাৰণক ইয়াৰ বিষয়ে জনাই আহিছে। অহা ৭ মাৰ্চ তাৰিখে মুকলি কৰি দিয়া হ”ব এই গীতটিক; প্ৰায়ে চচিয়েল মিডিয়াত সক্ৰিয় কন্ঠশিল্পী দীক্ষু শৰ্মাই কিছু সময়ৰ ব্যৱধানত একোটা নিজৰ গীত লৈ শ্ৰোতা-দৰ্শকৰ কাষ চপা দেখিবলৈ পোৱা যায়। আমোদ প্ৰদান কৰাৰ পৰা নিজক কোনোকালেই আঁতৰাই নৰখা দীক্ষু শৰ্মাৰ সেইবাবেই হয়টো অনুৰাগীৰো শাৰী দীঘলীয়া। বিগত কিছুদিন পূৰ্বে মুক্তিপ্ৰাপ্ত “দোলা” শীৰ্ষক এই গীতটিত কথা দিছিল তেওঁৰেই পত্নী বিজিয়েতাই। ইয়াৰ পূৰ্বেও বিগত বৰ্ষৰ “পাৰিজাত” লগতে “হৃদয় চেকুঁৰে” শীৰ্ষক দীক্ষুৰ গীত দুটিত কথা দিছিল বিজিয়েতাই। গীতটিত তেওঁৰ সৈতে যুঁটীয়াভাৱে কন্ঠদান কৰিছিল নীলাক্ষী নেওঁগে। ভিডিঅ’ সহ মুক্তিপ্ৰাপ্ত এই গীতটিত জনসাধাৰণৰো বহুল সঁহাৰি পৰিলক্ষিত হৈছিল।

আকৌ দীক্ষু শৰ্মা আৰু তেওঁৰ ন-গীত "অ ধুুন ধুনীয়া"- 5


নলবাৰীৰ জন্মগ্ৰহণ কৰা দীক্ষু শৰ্মা হৈছে অসমীয়া সংগীত ক্ষেত্ৰখনৰ এক চিনাকী নাম। ২০০৫ চনত মুক্তিপ্ৰাপ্ত “চেম্পিয়ন” এলবামটিৰ জৰিয়তে শ্ৰোতাৰ মাজত জনপ্ৰিয় হৈ পৰা দীক্ষুৰ “তুমি যদি কোৱা” শীৰ্ষক গীতটিয়ে বৰ্তমানলৈ দৰ্শকক আকৰ্ষিত কৰি ৰাখিছে। ইতিমধ্যে মুক্তিপ্ৰাপ্ত “দোলা” শীৰ্ষক এই গীতটিত দীক্ষুৰ সৈতে অভিনয় কৰিছে পল্লৱী দত্তই।

]]>
https://rupaliparda.com/archives/24547/feed 0 24547
পত্নী বিজিয়েতা কথা আৰু দীক্ষু শৰ্মা-নীলাক্ষীৰ কন্ঠৰে আহি আছে ন-গীত “দোলা”- https://rupaliparda.com/archives/24081 https://rupaliparda.com/archives/24081#respond Thu, 11 Feb 2021 12:30:52 +0000 https://rupaliparda.com/?p=24081 দীক্ষু শৰ্মা আৰু নীলাক্ষী নেওঁগৰ কন্ঠৰে আহি আছে এটি নতুন গীত “দোলা”। নিজৰ পত্নী বিজিয়েতাৰ কথাৰে আহিবলগীয়া এই গীতটিৰ বৰ্তমান চলি আছে ডাবিং। সংগীত ক্ষেত্ৰখনত পত্নী বিজিয়েতাৰ সৈতে দীক্ষুৰ এই যুঁটিটোক প্ৰায়ে দেখিবলৈ পোৱা যায়। ডিজাইনাৰ কাপোৰৰ পৰা আৰম্ভ কৰি স্বামীৰ মেক-আপ লগতে তেওঁৰ সংগীত ক্ষেত্ৰখনতো যথেষ্ট সহায় আগবঢ়োৱা দেখিবলৈ পোৱা যায় দীক্ষুৰ পত্নী বিজিয়েতাক। আহিবলগীয়া গীতটিৰ পৰিচালনা দীক্ষুৰ নিজৰেই লগতে ইয়াৰ সংগীত ব্যৱস্থাপনা পলাশ গগৈৰ। দীক্ষু শৰ্মা সংগীত জগতৰ এনে এক নাম য’ত জনপ্ৰিয়তা আৰু ব্যতিক্ৰমীতা সন্নিৱিষ্ট হৈ থাকে। কন্ঠশিল্পী গৰাকীৰ সামাজিক দায়বদ্ধতাও নুই কৰিব নোৱাৰি। “ক’ৰ’ণা ভাইৰাছ” ৰ প্ৰথম সময়ছোৱাত কন্ঠশিল্পী দীক্ষু শৰ্মাই “অসম আৰোগ্য নিধি” লৈ আগবঢ়াইছিল মুঠ ৫০ হাজাৰ টকাৰ অনুদান। নলবাৰীৰ জন্মগ্ৰহণ কৰা দীক্ষু শৰ্মা হৈছে অসমীয়া সংগীত ক্ষেত্ৰখনৰ এক চিনাকী নাম।

পত্নী বিজিয়েতা কথা আৰু দীক্ষু শৰ্মা-নীলাক্ষীৰ কন্ঠৰে আহি আছে ন-গীত "দোলা"- 6


২০০৫ চনত মুক্তিপ্ৰাপ্ত “চেম্পিয়ন” এলবামটিৰ জৰিয়তে শ্ৰোতাৰ মাজত জনপ্ৰিয় হৈ পৰা দীক্ষুৰ “তুমি যদি কোৱা” শীৰ্ষক গীতটিয়ে বৰ্তমানলৈ দৰ্শকক আকৰ্ষিত কৰি ৰাখিছে। কালি মুক্তিপ্ৰাপ্ত “দোলা” শীৰ্ষক এই গীতটিত দীক্ষুৰ সৈতে অভিনয় কৰিছে পল্লৱী দত্তই। ইয়াৰ পূৰ্বেও বিগত বৰ্ষৰ “পাৰিজাত” লগতে “হৃদয় চেকুঁৰে” শীৰ্ষক দীক্ষুৰ গীত দুটিত কথা দিছিল বিজিয়েতাই।

]]>
https://rupaliparda.com/archives/24081/feed 0 24081
দীক্ষু শৰ্মা আৰু ৰাকেশ ৰিয়ানৰ বন্ধুত্বঃ https://rupaliparda.com/archives/23372 https://rupaliparda.com/archives/23372#respond Sun, 10 Jan 2021 13:30:13 +0000 https://rupaliparda.com/?p=23372 অসমীয়া সংগীত ক্ষেত্ৰখনত অন্তৰ্ভূক্ত কন্ঠশিল্পী সমূহৰ মাজত আমি প্ৰায়ে গভীৰ বন্ধুত্বৰ এনাজৰী ডাল দেখিবলৈ পাওঁ। সেয়া লগা হ’লে কোনো এটা গীতক লৈও হ’ব পাৰে অথবা একেলগে কোনো এটা বিশেষ প্ৰকল্পত জড়িত হোৱা কথাটোক লৈও হ’ব পাৰে; মুঠতে সংগীতৰ পৰা আৰম্ভ কৰি প্ৰতিটো দিশত একাংশৰ ঘনিষ্ঠতা দেখিবলৈ পোৱা যায়। শেহতীয়াকৈ, ৰাকেশ ৰিয়াব আৰু দীক্ষু শৰ্মাৰ এখন ফটোত সঁহাৰি জনাইছে সংগীতপ্ৰেমী জনসাধাৰণে। ৰাকেশে ৰিয়ানেও ফটোখন শ্বেয়াৰ কৰি কয় যে, “দীক্ষু দা, বৰ ভাল পাওঁ মানুহজনক। মোৰ সাংগীতিক জীৱনৰ প্ৰথমৰ পৰাই লগ পাইছোঁ। তেওঁলৈ মৰম আৰু শ্ৰদ্ধা তেতিয়াৰ পৰাই। ভগৱানে তেওঁক কুশলে ৰাখক।” ইটোৰ পিছত সিটোকৈ গীতৰ মুক্তিৰে জনসাধাৰণৰ কাষতেই যেন থাকিবলৈ চেষ্টা কৰে কন্ঠশিল্পী দীক্ষু শৰ্মাই।অনুৰাগী সমূহক যেন আমোদ প্ৰদানৰ বাবে আহৰি নোহোৱাকৈ নিজ কাম অব্যাহত ৰাখিছে কন্ঠশিল্পী গৰাকীয়ে; মাত্ৰ কিছুদিনৰ বিৰতিৰ মূৰে মূৰে তেওঁ একোটাকৈ গীত অনুৰাগীৰ মাজত মুকলি কৰি প্ৰশংসা বুটলিবলৈ চেষ্টা কৰে।


আনহাতে,মুক্তিৰ পিছতেই ইউটিউবত ট্ৰেণ্ডিঙত আছিল ৰাকেশ ৰিয়ানৰ গীত “হোলা ভাই মোলা”। ইউটিউবত ১৯ নম্বৰত ট্ৰেণ্ডিঙত চলিছিল ৰাকেশ ৰিয়ানৰ উক্ত গীতটি। মুক্তিৰ কিছু মূহুূৰ্ত পিছতেই গীতটিয়ে জনসাধাৰণৰ পৰা বহুল সঁহাৰি লাভ কৰাত ৰাকেশ ৰিয়ানে এটি পোষ্ট যোগে প্ৰত্যেককে ধন্যবাদ জ্ঞাপন কৰাও দেখিবলৈ পোৱা যায়। শেহতীয়াকৈ ডেইজী দাস আৰু তেওঁৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত আন এটি গীত “কওঁনে বাৰু মই” য়েও লাভ কৰিছে সফলতা।

]]>
https://rupaliparda.com/archives/23372/feed 0 23372
অনুৰাগীৰ বাবে আহৰি নোহোৱাকৈ কাম কৰিছে দীক্ষু শৰ্মাইঃ https://rupaliparda.com/archives/23239 https://rupaliparda.com/archives/23239#respond Mon, 04 Jan 2021 12:30:20 +0000 https://rupaliparda.com/?p=23239 ইটোৰ পিছত সিটোকৈ গীতৰ মুক্তিৰে জনসাধাৰণৰ কাষতেই যেন থাকিবলৈ চেষ্টা কৰিছে কন্ঠশিল্পী দীক্ষু শৰ্মাই।অনুৰাগী সমূহক যেন আমোদ প্ৰদানৰ বাবে আহৰি নোহোৱাকৈ নিজ কাম অব্যাহত ৰাখিছে কন্ঠশিল্পী গৰাকীয়ে। শেহতীয়াকৈ তেওঁ ইনষ্টাগ্ৰাম যোগে তেওঁৰ আহিবলগীয়া গীতটিৰ ঘোষণা কৰে; অহা ১০ জানুৱাৰী তাৰিখে এই গীতটিক মুকলি কৰি দিয়া হ’ব। “ধুনুমইনা” শীৰ্ষক এটি গীতৰ সৈতে এইবাৰ অনুৰাগীৰ মাজলৈ আহিব দীক্ষু। কেৱল মাত্ৰ দীক্ষুৱে নিজৰ বাবেই নহয় তেওঁ সংগীত ক্ষেত্ৰখনত উঠি অহা প্ৰজন্মকো সমানেই সহায় কৰা দেখিবলৈ পোৱা যায়। শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত গীত “আবিৰ” টো কন্ঠদান কৰা এই কন্ঠশিল্পী গৰাকীৰ জনপ্ৰিয়তা নুই কৰিব নোৱাৰি। প্ৰায়ে চচিয়েল মিডিয়াত সক্ৰিয় কন্ঠশিল্পী দীক্ষু শৰ্মাই কিছু সময়ৰ ব্যৱধানত একোটা নিজৰ গীত লৈ শ্ৰোতা-দৰ্শকৰ কাষ চপা দেখিবলৈ পোৱা যায়। আমোদ প্ৰদান কৰাৰ পৰা নিজক কোনোকালেই আঁতৰাই নৰখা দীক্ষু শৰ্মাৰ সেইবাবেই হয়টো অনুৰাগীৰো শাৰী দীঘলীয়া।

অনুৰাগীৰ বাবে আহৰি নোহোৱাকৈ কাম কৰিছে দীক্ষু শৰ্মাইঃ 7


দীক্ষু শৰ্মা সংগীত জগতৰ এনে এক নাম য’ত জনপ্ৰিয়তা আৰু ব্যতিক্ৰমীতা সন্নিৱিষ্ট হৈ থাকে। কন্ঠশিল্পী গৰাকীৰ সামাজিক দায়বদ্ধতাও নুই কৰিব নোৱাৰি। “ক’ৰ’ণা ভাইৰাছ” ৰ বাবে প্ৰথমাভাগত কন্ঠশিল্পী দীক্ষু শৰ্মাই “অসম আৰোগ্য নিধি” লৈ আগবঢ়াইছিল মুঠ ৫০ হাজাৰ টকাৰ অনুদান। নলবাৰীৰ জন্মগ্ৰহণ কৰা দীক্ষু শৰ্মা হৈছে অসমীয়া সংগীত ক্ষেত্ৰখনৰ এক চিনাকী নাম। ২০০৫ চনত মুক্তিপ্ৰাপ্ত “চেম্পিয়ন” এলবামটিৰ জৰিয়তে শ্ৰোতাৰ মাজত জনপ্ৰিয় হৈ পৰা দীক্ষুৰ “তুমি যদি কোৱা” শীৰ্ষক গীতটিয়ে বৰ্তমানলৈ দৰ্শকক আকৰ্ষিত কৰি ৰাখিছে।

]]>
https://rupaliparda.com/archives/23239/feed 0 23239
সমাগত ২০২১; নতুন বৰ্ষৰ আৰম্ভণি হ’ব দীক্ষুৰ গীতেৰেঃ https://rupaliparda.com/archives/23125 https://rupaliparda.com/archives/23125#respond Wed, 30 Dec 2020 10:30:26 +0000 https://rupaliparda.com/?p=23125 কিছুদিন পিছতেই আৰম্ভ হ’ব এটা নতুন বৰ্ষ; অৰ্থাৎ সমাগত ২০২১ চন। ২০২০ ৰ বিদায় আৰু ২০২১ ক আদৰিবলৈ যোৱা কেইবাবছৰৰ দৰে এইবাৰো জনসাধাৰণে আৰম্ভ কৰিছে পৰিকল্পনা; ক’ত কোনে কি খাব অথবা কেনেকৈনো আদৰিব ২০২১ ক! এই সমষ্ট জল্পনা-কল্পনাত ব্যস্ত এতিয়া জনগণ। ঠিক এইদৰে মনোৰঞ্জন ক্ষেত্ৰখনেও আৰম্ভ কৰিছে নতুন বৰ্ষক আদৰাৰ পৰিকল্পনা; চলিত বৰ্ষটো যিমানেই ঘাত-প্ৰতিঘাত অথবা কষ্টকৰ নহওঁক কিয়! এতিয়া প্ৰত্যেকেই নতুন বছৰৰ আৰম্ভণি কৰিবলৈ নিজৰ সৃষ্টি সমূহক জনসাধাৰণৰ মাজত উলিয়াই দিয়াৰ চেষ্টা প্ৰকাশ কৰিছে। এইবাৰ নতুন বছৰৰ আৰম্ভণি আৰু চলিত বৰ্ষৰ শেষ হ’ব কন্ঠশিল্পী দীক্ষু শৰ্মাৰ কন্ঠৰ এটি গীতেৰে। ৩১ ডিচেম্বৰৰ দিনাখনেই দীক্ষু শৰ্মাৰ কন্ঠৰে মুক্তি লাভ কৰিব “মইনা” শীৰ্ষক এটি গীত। গীতটিৰ ফাৰ্ষ্ট লুক পোষ্টাৰৰ লগতে ইতিমধ্যে মুকলি কৰি দিয়া হৈছে গীতটিৰ এটি ট্ৰেইলাৰ।কেৱল মাত্ৰ দীক্ষুৱে নিজৰ বাবেই নহয় তেওঁ সংগীত ক্ষেত্ৰখনত উঠি অহা প্ৰজন্মকো সমানেই সহায় কৰা দেখিবলৈ পোৱা যায়। শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত গীত “আবিৰ” টো কন্ঠদান কৰা এই কন্ঠশিল্পী গৰাকীৰ জনপ্ৰিয়তা নুই কৰিব নোৱাৰি।


প্ৰায়ে চচিয়েল মিডিয়াত সক্ৰিয় কন্ঠশিল্পী দীক্ষু শৰ্মাই কিছু সময়ৰ ব্যৱধানত একোটা নিজৰ গীত লৈ শ্ৰোতা-দৰ্শকৰ কাষ চপা দেখিবলৈ পোৱা যায়। আমোদ প্ৰদান কৰাৰ পৰা নিজক কোনোকালেই আঁতৰাই নৰখা দীক্ষু শৰ্মাৰ সেইবাবেই হয়টো অনুৰাগীৰো শাৰী দীঘলীয়া। আহিবলগীয়া গীতটিত কন্ঠদান কৰাৰ লগতে ইয়াত সুৰ দিছে দীক্ষুয়ে নিজেই; আনহাতে ইয়াত সংগীত ব্যৱস্থাপনা আৰু শব্দ সংমিশ্ৰণৰ দায়িত্বত আছে পলাশ গগৈ। গীতটিৰ ভিডিঅ’ ৰ কৰিঅ’গ্ৰাফ কৰিছে কমল ৰাজাই আনহাতে ভিডিঅ’ত অভিনয় কৰিছে দীক্ষু শৰ্মা আৰু এহচানে। উত্তম কলিতাৰ দৃশ্যগ্ৰহণেৰে ইয়াৰ সম্পাদনা কৰিছে মানস কাশ্যপে। “মইনা” ক লৈ ইতিমধ্যে উৎসাহীও হৈ পৰিছে দীক্ষু শৰ্মাৰ অনুৰাগী। অনুৰাগীৰ বাবে সঁচাকৈ ই এক সু-খবৰ যে তেওঁলোকৰ নতুন বৰ্ষৰ আৰম্ভণি হ’ব তেওঁলোকৰ প্ৰিয় কন্ঠশিল্পী গৰাকীৰ নতুন গীতক লৈ।

সমাগত ২০২১; নতুন বৰ্ষৰ আৰম্ভণি হ'ব দীক্ষুৰ গীতেৰেঃ 8


মুঠতে, চলিত বৰ্ষটো যিমান ঘাত, প্ৰতিঘাত তথা সংঘাতপূৰ্ণ নহওঁক কিয় সকলোৰে কেৱল এটাই ইচ্ছা যে এই সময়ছোৱাত কেনেদৰে ইজনে আনজনক অকণমান সকাঁহ আৰু অকণমান আমোদ প্ৰদান কৰিব পৰা যায়।

]]>
https://rupaliparda.com/archives/23125/feed 0 23125
বছৰটোৰ শেষৰটো দিনতো দীক্ষু শৰ্মাৰ অনুৰাগীয়ে লাভ কৰিব নতুন গীতঃ https://rupaliparda.com/archives/22982 https://rupaliparda.com/archives/22982#respond Fri, 25 Dec 2020 12:30:10 +0000 https://rupaliparda.com/?p=22982 বছৰটোৰ শেষৰটো দিনতো কন্ঠশিল্পী দীক্ষু শৰ্মাৰ অনুৰাগীয়ে লাভ কৰিব তেওঁৰ নতুন গীতৰ সোঁৱাদ। অহা ৩১ ডিচেম্বৰ তাৰিখে মুক্তি লাভ কৰিব দীক্ষুৰ কন্ঠৰে গীত “মইনা ২০২১”। গীতটিৰ ফাৰ্ষ্ট লুক পোষ্টাৰৰ লগতে ইতিমধ্যে মুকলি কৰি দিয়া হৈছে গীতটিৰ এটি টিজাৰ। এইবাৰ দীক্ষুৰ সৈতে গীতটিত দেখিবলৈ পোৱা যাব এহচান শ্বাহক; কেৱল মাত্ৰ দীক্ষুৱে নিজৰ বাবেই নহয় তেওঁ সংগীত ক্ষেত্ৰখনত উঠি অহা প্ৰজন্মকো সমানেই সহায় কৰা দেখিবলৈ পোৱা যায়। শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত গীত “আবিৰ” টো কন্ঠদান কৰা এই কন্ঠশিল্পী গৰাকীৰ জনপ্ৰিয়তা নুই কৰিব নোৱাৰি। প্ৰায়ে চচিয়েল মিডিয়াত সক্ৰিয় কন্ঠশিল্পী দীক্ষু শৰ্মাই কিছু সময়ৰ ব্যৱধানত একোটা নিজৰ গীত লৈ শ্ৰোতা-দৰ্শকৰ কাষ চপা দেখিবলৈ পোৱা যায়। আমোদ প্ৰদান কৰাৰ পৰা নিজক কোনোকালেই আঁতৰাই নৰখা দীক্ষু শৰ্মাৰ সেইবাবেই হয়টো অনুৰাগীৰো শাৰী দীঘলীয়া।

বছৰটোৰ শেষৰটো দিনতো দীক্ষু শৰ্মাৰ অনুৰাগীয়ে লাভ কৰিব নতুন গীতঃ 9


দীক্ষু শৰ্মা সংগীত জগতৰ এনে এক নাম য’ত জনপ্ৰিয়তা আৰু ব্যতিক্ৰমীতা সন্নিৱিষ্ট হৈ থাকে। কন্ঠশিল্পী গৰাকীৰ সামাজিক দায়বদ্ধতাও নুই কৰিব নোৱাৰি। “ক’ৰ’ণা ভাইৰাছ” ৰ বাবে প্ৰথমাভাগত কন্ঠশিল্পী দীক্ষু শৰ্মাই “অসম আৰোগ্য নিধি” লৈ আগবঢ়াইছিল মুঠ ৫০ হাজাৰ টকাৰ অনুদান। নলবাৰীৰ জন্মগ্ৰহণ কৰা দীক্ষু শৰ্মা হৈছে অসমীয়া সংগীত ক্ষেত্ৰখনৰ এক চিনাকী নাম। ২০০৫ চনত মুক্তিপ্ৰাপ্ত “চেম্পিয়ন” এলবামটিৰ জৰিয়তে শ্ৰোতাৰ মাজত জনপ্ৰিয় হৈ পৰা দীক্ষুৰ “তুমি যদি কোৱা” শীৰ্ষক গীতটিয়ে বৰ্তমানলৈ দৰ্শকক আকৰ্ষিত কৰি ৰাখিছে।

]]>
https://rupaliparda.com/archives/22982/feed 0 22982
প্ৰেম আৰু বৰষুণৰ চিৰযুগমীয়া অনুভূতিৰে দীক্ষু শৰ্মাৰ “আবিৰ”- https://rupaliparda.com/archives/22584 https://rupaliparda.com/archives/22584#respond Mon, 07 Dec 2020 10:30:39 +0000 https://rupaliparda.com/?p=22584 আকৌ এবাৰ এটি নতুন গীতৰ সৈতে অনুৰাগীৰ হৃদয়ত খলকনি লগাইছে কন্ঠশিল্পী দীক্ষু শৰ্মাই। একাংশ নৱপ্ৰজন্মৰ প্ৰচেষ্টাত নিৰ্মিত এই নতুন গীতটি মুক্তিৰ পিছতেই শ্ৰোতা-দৰ্শকৰ ওচৰত ভাইৰেল হৈ পৰিছে। প্ৰেম আৰু বৰষুণৰ চিৰযুগমীয়া অনুভূতিৰ সৈতে দীক্ষুৰ কন্ঠত মুক্তি লাভ কৰিছে “আবিৰ”। ৰোমান্টিক গীতৰ ক্ষেত্ৰত দীক্ষুৰ সংজ্ঞা সদায় ভিন্ন; তেওঁৰ প্ৰায় প্ৰতিটো ৰোমান্টিক গীতেই শ্ৰোতাৰ হিট লিষ্টত অন্তৰ্ভূক্ত বুলি ক’লেও হয়টো অতিৰঞ্জিত নহ’ব। এটা গীতক জনসাধাৰণৰ ওচৰত অধিক গ্ৰহণযোগ্য কৰি তোলে ইয়াত সংযোজিত কথাই আৰু সদ্যমুক্তিপ্ৰাপ্ত “আবিৰ” ৰ কথাই প্ৰত্যেকজন শ্ৰোতাক যে আকৰ্ষণ কৰিছে সেয়া গীতটিৰ ইউটিউবত অহা কমেন্ট সমূহেই প্ৰকাশ কৰিছে। সুমধুৰ কন্ঠ; তাতেই আকৌ একোটা মনপৰশা গীতৰ শব্দত প্ৰায় বহু জনসাধাৰণ আপ্লুত হৈ পৰে। কেইবাটাও বাণিজ্যিক গীতে যদিও সংগীত ক্ষেত্ৰখনত ঠাই বনাইছে তৎস্বত্বেও একোটি সুন্দৰ গীতক লৈ এতিয়া জনসাধাৰণৰ যথেষ্ট আগ্ৰহ দেখিবলৈ পোৱা গৈছে।


ৰোমান্টিক গীত সমূহৰ নিজ এক সুকীয়া বৈশিষ্ট্য আছে, হৃদয় চুবলৈ সক্ষম হোৱা একোটা সংগীতক জনসাধাৰণে ইমান বেছি শ্বেয়াৰ কৰিবলৈ লয় যে ই ক্ষন্তেকতে ভাইৰেল আৰু জনপ্ৰিয় হৈ পৰে। “আবিৰ” শীৰ্ষক এই গীতটিত কথা আৰু পৰিচালনা মৃণাল দাসৰ লগতে ইয়াত সংগীত দিয়াৰ উপৰিও গীতাৰ বজাইছে ত্ৰিয়ন মহন্তই; গীতটিত শব্দ সংমিশ্ৰণ কৰিছে পিংকু দাসে। দীক্ষুৰ “আবিৰ” ৰ উপৰিও শেহতীয়াকৈ আন এটি গীতো মুক্তি লাভ কৰিছিল তেওঁৰ কন্ঠৰে; “দুচকুৰ কাজলে” শীৰ্ষক গীতটিয়েও ইতিমধ্যে লাভ কৰিছে সমাদৰ। উক্ত প্ৰতিজন নৱপ্ৰজন্মৰ সৃষ্টি আৰু প্ৰতিভাক লৈ উৎসাহী জনসাধাৰণ।

প্ৰেম আৰু বৰষুণৰ চিৰযুগমীয়া অনুভূতিৰে দীক্ষু শৰ্মাৰ "আবিৰ"- 10


এওঁলোকৰ তৰফৰ পৰা আকৌ আন কেইটামান গীত শুনিবলৈও অপেক্ষাৰত বহুতো। ৰূপালীপৰ্দাৰ তৰফৰ পৰা আমিও এওঁলোকলৈ জনাইছো অশেষ শুভকামনা।

]]>
https://rupaliparda.com/archives/22584/feed 0 22584