Dipika Padukone – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Thu, 11 Jul 2019 10:08:00 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Dipika Padukone – Rupaliparda.com https://rupaliparda.com 32 32 163073109 “চট্টে পে চট্টা” ৰ ৰিমেকঃঅভিনয়ত ঋত্বিক-দীপিকা- https://rupaliparda.com/archives/2961 https://rupaliparda.com/archives/2961#respond Thu, 11 Jul 2019 10:05:20 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=2961 ড্ৰীম গাৰ্ল হেমামালিনী অভিনীত চিনেমা “চট্টে পে চট্টা” ৰ হ’ব “ৰিমেক”। ফাৰাহ খানৰ পৰিচালনা তথা ৰোহিট চেট্টীৰ প্ৰযোজনাৰে আহিবলগীয়া উক্ত চিনেমাখনৰ নতুন সংস্কৰণত অভিনয় কৰিব ঋত্বিক ৰোশন লগতে দীপিকা পাডুকন।

"চট্টে পে চট্টা" ৰ ৰিমেকঃঅভিনয়ত ঋত্বিক-দীপিকা- 1
"চট্টে পে চট্টা" ৰ ৰিমেকঃঅভিনয়ত ঋত্বিক-দীপিকা- 2
"চট্টে পে চট্টা" ৰ ৰিমেকঃঅভিনয়ত ঋত্বিক-দীপিকা- 3


আগন্তুক ১২ জুলাইত মুক্তিপাবলগীয়া ছবি “চুপাৰ-৩০” ৰ বাবে বলীউড জগতত চৰ্চাত আছে অভিনেতা ঋত্বিক ৰোশন। সেইবাবেই হয়তো “চট্টে পে চট্টা” ৰ ৰিমেকত শ্বাহৰুখ,ছলমান অথবা অক্ষয় কুমাৰৰ নাম অহা তৎস্বত্বেও বাছি লোৱা হ’ল ঋত্বিক ৰোশনক। ইয়াৰ লগতে, ড্ৰীম গাৰ্লৰ সুন্দৰতা আৰু অভিনয়ৰ লগত প্ৰতিদ্বন্দিতা কৰিব পৰাকৈ কোনো অভিনেত্ৰীয়ে অহা নাই যদিও দীপিকা পাডুকনে “চট্টে পে চট্টা” ৰ হেমামালিনীৰ অভিনয়ক সুন্দৰ ৰূপত ফুটাই তুলিব বুলি আশা প্ৰকাশ কৰিছে এতিয়া পৰিচালক লগতে প্ৰযোজকে।

"চট্টে পে চট্টা" ৰ ৰিমেকঃঅভিনয়ত ঋত্বিক-দীপিকা- 4
]]>
https://rupaliparda.com/archives/2961/feed 0 2961
The big release: Deepika Padukone https://rupaliparda.com/archives/2477 https://rupaliparda.com/archives/2477#respond Sun, 09 Jun 2019 17:45:27 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=2477 Bollywood diva, Deepika Padukone is all set with her upcoming movie “Chhapak”. Deepika, who is known for her patience and seamlessness with her roles has done a great work with the character of an acid attack victim. Chhapak is a real life story of ‘Laxmi Agarwal’, the survivor of the attack. Deepika is playing the role as “Malti.” The movie is a history in itself as we will be seeing Deepika for the first time as a producer too.

Director Meghna Gulzar and the real life Malti, Laxmi Agarwal has been all praises for Deepika for having immense patience and letting herself immerse into the role completely. The “wizardry” prosthetics applied by prosthetic expert, Clover Wootton has worked like wonders. The shooting for the movie has been wrapped by 4th of June, this year.

Deepika’s first look for the film has collected accolades and appreciation from her fans, film folks and critics. Vikrant Massey will be casted opposite Deepika in this movie. The actress has poured her emotions for Chhapak on social media site, “a character that will stay with me forever.” Slated to be released on January 10, 2020, the fans as well as the industry itself is waiting eagerly to watch it on the silver screen.

]]>
https://rupaliparda.com/archives/2477/feed 0 2477
“চাপাক”: https://rupaliparda.com/archives/2412 https://rupaliparda.com/archives/2412#respond Wed, 05 Jun 2019 18:41:21 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=2412 “ৰামলীলা”, “বাজীৰাও মষ্টানী”, “পদ্মাৱত” আদিৰ নিচিনা বোলছবিত প্ৰত্যাহ্বানমূলক চৰিত্ৰ কৰাৰ পিছত এইবাৰ অভিনেত্ৰী দীপিকা পাডুকন ব্যস্ত হৈ পৰিছে “চাপাক” ক লৈ। এচিড আক্ৰমণৰ বলি হোৱা লক্ষ্মীৰ সঁচা জীৱন কাহিনীৰে ৰচিত বোলছবিখনক লৈ উৎস্যুক অভিনেত্ৰী গৰাকী।
বোলছবিখনত “মালতী” নামেৰে দেখা যাব দীপিকাক। পৰিচালক মেঘনা গোলজাৰো দীপিকা আৰু তেওঁৰ অভিনয়ক লৈ যথেষ্ট আশাবাদী। তেওঁৰ মতে মোহময়ী দীপিকাক এক নতুন ৰূপত পাব দৰ্শক সমাজে।
অলপতে দিল্লীত দৃশ্যগ্ৰহণ হোৱা “চাপাক” ক লৈ উৎসাহী “ৰিয়েল ওৱাৰিঅ’ৰ” লক্ষ্মীও। তেওঁৰ জীৱনৰ ওপৰত কৰা দীপিকাৰ অভিনয়ক লৈ তেওঁ সুখী। তেওঁৰ মতে দীপিকা কষ্টসহিষ্ণু আৰু ভাল অভিনেত্ৰী।
“চাপাক” ক লৈ ব্যস্ত হৈ পৰা দীপিকাই বোলছবিখন সমাজৰ আৱৰ্জনমূলক অসৎ লোকসকলৰ প্ৰতি এক শিকনি বুলিও দাবী কৰে। ইতিমধ্যে “চাপাক” ৰ “ফাষ্ট লুক” এ অধিকতম দৰ্শকক আকৰ্ষিত কৰি তুলিছে।

]]>
https://rupaliparda.com/archives/2412/feed 0 2412