Ei jibon nohoi xuna bondhu – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Mon, 27 Apr 2020 06:18:09 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Ei jibon nohoi xuna bondhu – Rupaliparda.com https://rupaliparda.com 32 32 163073109 ১০ গৰাকী ভিন্ন কন্ঠশিল্পীৰ কন্ঠৰে “এই জীৱন নহয় শুনা বন্ধু”- https://rupaliparda.com/archives/13890 https://rupaliparda.com/archives/13890#respond Mon, 27 Apr 2020 12:30:25 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=13890 ২০১০ চনত মুক্তিপ্ৰাপ্ত এক অসমীয়া “এই জীৱন নহয় শুনা বন্ধু” শীৰ্ষক এলবামটো অসমীয়া প্ৰথম এলবাম; যাক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ বিভিন্নটা এপ যেনে itunes আৰু Amazon MP3 আদিয়ে গ্ৰহণ কৰিছিল। মুঠ ১০ টা গীতেৰে অন্তৰ্ভূক্ত এই এলবামটোত অসমীয়া ও হিন্দী মুঠ ১০ জন কন্ঠশিল্পীয়ে কন্ঠদান কৰিছিল। গীত সমূহৰ ৰেকৰ্ডিং মুম্বাই আৰু গুৱাহাটীত অৱস্থিত ৰেকৰ্ডিং ষ্টুডিঅ’ত কৰা হৈছিল। অল্কা য়াগনিককে আদি কৰি এই এলবামটোৰ গীতত কন্ঠদান কৰিছিল কবিতা কৃষ্ণমূৰ্তি, পুলক বেনাৰ্জী, দেৱজিৎ সাহা, লুনা ভৰালী দাস, দেৱজিৎ চৌধুৰী লগতে অন্তৰা নন্দী। উক্ত এলবামটোতেই বৰ্তমান চচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা “নন্দী চিষ্টাৰচ” ৰ এগৰাকী অৰ্থাৎ অন্তৰা নন্দীয়ে তেওঁৰ ডেবিউ গীত পৰিৱেশন কৰিছিল।

১০ গৰাকী ভিন্ন কন্ঠশিল্পীৰ কন্ঠৰে "এই জীৱন নহয় শুনা বন্ধু"- 1


গীত সমূহত থকা বিষয়বস্তুটো গীতৰ শেষত বিতংককৈ বুজাই দিছিল অসমীয়া ছবি জগতৰ জনপ্ৰিয় অভিনেতা প্ৰাঞ্জল শইকীয়াই। “এই জীৱন নহয় শুনা বন্ধু” এলবামটোত অন্তৰ্ভূক্ত গীতসমূহৰ কথা আছিল ড° অমল শইকীয়াৰ লগতে ইয়াত সংগীত দিছিল প্ৰতুল বৰা আৰু গুপ্ত বৰঠাকুৰে। সংগীত ব্যৱস্থাপনা আছিল ৰঞ্জীৱ দাসৰ। সমাজ ব্যৱস্থাৰ বিভিন্নটা সমস্যাক উদঙাই লিখা হৈছিল এলবামটোৰ গীত সমূহ।

]]>
https://rupaliparda.com/archives/13890/feed 0 13890