fashion – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Wed, 05 Aug 2020 15:14:01 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 fashion – Rupaliparda.com https://rupaliparda.com 32 32 163073109 “Beauty With Brain” ৰ উদাহৰণঃ ঐশ্বৰ্য্য শিৱৰাণৰ সফলতা- https://rupaliparda.com/archives/18927 https://rupaliparda.com/archives/18927#respond Thu, 06 Aug 2020 14:30:31 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=18927 ইউনিয়ন পাব্লিক চাৰ্ভিচ কমিচন চমুকৈ UPSC ৰ শেহতীয়াকৈ ঘোষণা কৰা হৈছে ফলাফল। ইয়াৰ লগতে, আকৌ এবাৰ চৰ্চালৈ আহিছে আন এক নাম। ফেমিনা মিছ ইণ্ডিয়াৰ ফাইনেলিষ্ট ঐশ্বৰ্য্য শিৱৰাণে UPSC পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে তেওঁ ৯৩ স্থানো দখল কৰে। এই খবৰটো চচিয়েল মিডিয়াত ফেমিনা মিছ ইণ্ডিয়াৰ পেজ যোগে জনসাধাৰণলৈ প্ৰেৰণ কৰা হয়। “Beauty With Brain” ৰ এক জ্বলন্ত উদাহৰণ দাঙি ধৰিছে ঐশ্বৰ্য্যই। এখন ফটোৰে ফেমিনা মিছ ইণ্ডিয়াৰ চচিয়েল মিডিয়া পেজে সুন্দৰী গৰাকীলৈ শুভকামনা জ্ঞাপন কৰে। ঐশ্বৰ্য্যই নিজৰ প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰিছিল দিল্লীৰ পৰা। সুন্দৰী প্ৰতিযোগিতাৰ সমান্তৰালকৈ শিক্ষাৰ ক্ষেত্ৰতো ঐশ্বৰ্য্যই কৰা এই ফলাফলত মুগ্ধ হৈ পৰিছে জনসাধাৰণ।


ঐশ্বৰ্য্য শিৱাৰণে দিল্লীৰ জনপ্ৰিয় শ্ৰী ৰাম কলেজ অৱ কমাৰ্ছৰ পৰা অৰ্থনৈতিক বিজ্ঞান বিভাগত অনাৰ্ছ গ্ৰহণ কৰে। ইয়াৰ পিছতেই সুন্দৰী গৰাকীয়ে লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হয়। সুন্দৰী গৰাকীৰ কেইখন মান ফটো চাওঁচোন আহকঃ

"Beauty With Brain" ৰ উদাহৰণঃ ঐশ্বৰ্য্য শিৱৰাণৰ সফলতা- 1
"Beauty With Brain" ৰ উদাহৰণঃ ঐশ্বৰ্য্য শিৱৰাণৰ সফলতা- 2
"Beauty With Brain" ৰ উদাহৰণঃ ঐশ্বৰ্য্য শিৱৰাণৰ সফলতা- 3
]]>
https://rupaliparda.com/archives/18927/feed 0 18927
ক’ৰোনা ভাইৰাছৰ ফলত বাতিল ফেশ্বন শ্ব’ ও “iifa Award” https://rupaliparda.com/archives/11045 https://rupaliparda.com/archives/11045#respond Fri, 06 Mar 2020 17:51:23 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=11045 ক’ৰোনা ভাইৰাছে সমগ্ৰ দেশতেই এক প্ৰকাৰৰ ভয়ৰ সৃষ্টি কৰি পেলাইছে। বৰ্তমানলৈ ক’ৰোনা ভাইৰাছৰ বহু তথ্য সমুখলৈ অহা দেখিবলৈ পোৱা গৈছে। এনে পৰিস্থিতিৰ ফলতেই সাধাৰণ শ্ৰেণীৰ জনসাধাৰণৰ লগতে সাংস্কৃতিক ক্ষেত্ৰখনেও ইয়াৰ পৰা বাছি থাকিবলৈ বিভিন্ন উপায় অৱলম্বন কৰা দেখিবলৈ পোৱা গৈছে। ডাঙৰতকৈ ডাঙৰ অনুষ্ঠান সমূূহ বাতিল কৰা হৈছে ক’ৰোনা ভাইৰাছৰ বাবে। উল্লেখ্য যে, উক্ত ভাইৰাছৰ বাবে দুটা ডাঙৰ অনুষ্ঠানৰ তাৰিখ পিছুৱাই দিয়া খবৰ ইতিমধ্যে জানিব পৰা গৈছে।

FDCI য়ে চচিয়েল মিডিয়াত এক পোষ্ট যোগে জনায় যে, মাৰ্চত অনুষ্ঠিত হ’বলগীয়া “Lotus Makeup India Fashion Week” পিছুৱাই দিয়া হৈছে। দিল্লীত ক’ৰোনা ভাইৰাছৰ প্ৰভাৱ বৃদ্ধি পোৱাৰ লগতে অনুষ্ঠানত উপস্থিত থাকিব লগীয়া আলহী দৰ্শকবোৰৰ সুৰক্ষাৰ প্ৰতি লক্ষা ৰাখি এই অনুষ্ঠান পিছুৱাই দিয়া হয়।


ইয়াৰ লগতে, ভূটানত অনুষ্ঠিত হ’বলগীয়া “iifa award” ৰ তাৰিখো এই ক’ৰোনা ভাইৰাছৰ ফলত আগবঢ়াই দিয়া হয়। এনে খবৰ সমূহে দৰ্শকক হতাশা প্ৰদান কৰে যদিও সাম্প্ৰতিক সময়ৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি এনে পদক্ষেপ হাতত ল’বলগীয়া হৈছে।

]]>
https://rupaliparda.com/archives/11045/feed 0 11045
সংযুক্তা দত্তৰ সাঁজেৰে এইবাৰ বিপাসা বসুঃ অসমীয়া সাজেৰে আকৰ্ষিত কৰিলে দৰ্শকক- https://rupaliparda.com/archives/10365 https://rupaliparda.com/archives/10365#respond Sat, 15 Feb 2020 09:37:11 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=10365 ৰাষ্ট্ৰীয় ক্ষেত্ৰত প্ৰতিষ্ঠিত এগৰাকী অসম জীয়ৰী; পেছাত ফেশ্বন ডিজাইনাৰ। অসমৰ পাট-মুগা তথা মেখেলা ছাদৰক ৰাষ্ট্ৰীয় ক্ষেত্ৰত এক উচ্চ স্থানলৈ লয় যোৱাৰ মানসিকতাৰে তেওঁ আগবাঢ়িছে। তেওঁৰ নাম হৈছে সংযুক্তা দত্ত।এগৰাকী-দুগৰাকী নহয়; বলীউডৰ প্ৰায়বোৰ মোহময়ী অভিনেত্ৰীয়ে সংযুক্তাৰ দ্বাৰা ডিজাইন কৰা অসমীয়া মেখেলা ছাদৰ পৰিধান কৰি ৰেম্পত খোজ দিছে। কৰিশ্মা কাপুৰ, তাবু আদিকে ধৰি বহু তাৰকাক সংযুক্তাই ঢালিছে অসমীয়া ৰঙত।

https://www.instagram.com/p/B8im77Ejrzt/?utm_source=ig_web_copy_link


এইবাৰো ইয়াৰ ব্যতিক্ৰম নহয়; চলিত বৰ্ষৰ “লেকমি ফেশ্বন উইক” ত সংযুক্তা দত্তই ডিজাইন কৰা অসমীয়া পাটৰ মেখলা ছাদৰ পৰিধান কৰি ৰেম্পত খোজ দিলে অভিনেত্ৰী বিপাস বসুৰ লগতে তেওঁৰ স্বামী ও অভিনেতা কৰণ সিং গ্ৰোৱৰে।

সংযুক্তা দত্তৰ সাঁজেৰে এইবাৰ বিপাসা বসুঃ অসমীয়া সাজেৰে আকৰ্ষিত কৰিলে দৰ্শকক- 4


অভিনেত্ৰী বিপাসাই নিজ ইনষ্টাগ্ৰামত ফেশ্বন উইক তথা তেওঁ পৰিধান কৰা কাপোৰৰ সৈতে ফটো পোষ্ট কৰি “অসমীয়া মেখেলা ছাদৰ” ৰ লগতে সংযুক্তা দত্তক প্ৰশংসা কৰাও দেখিবলৈ পোৱা যায়।

]]>
https://rupaliparda.com/archives/10365/feed 0 10365
মাত্ৰ এটা দিনৰ পিছতেই আহি আছে “নৰ্থ ইষ্ট ইন্টাৰনেশ্বনেল ফেশ্বন উইক”- https://rupaliparda.com/archives/7736 https://rupaliparda.com/archives/7736#respond Sat, 09 Nov 2019 08:33:26 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=7736 মাজত মাত্ৰ এটা দিন। আহি আছে উত্তৰ-পূৰ্বাঞ্চলৰ বৃহত্তম ফেশ্বন ইভেন্ট “নৰ্থ ইষ্ট ইন্টাৰনেশ্বনেল ফেশ্বন উইক” চমুকৈ (NEIFW) ৰ পঞ্চমটো সংস্কৰণ। অহা কালি অৰ্থাৎ ১০ নৱেম্বৰ তাৰিখে গুৱাহাটীৰ খানাপাৰাস্থিত লিলি হোটেলত দুপৰীয়া ১২ বজাৰ পৰা ৩ বজালৈ অনুষ্ঠিত কৰা হ’ব ফেশ্বন উইকটোৰ বাবে অন্তিমটো গুৰুত্বপূৰ্ণ অ’ডিশ্বন।

মাত্ৰ এটা দিনৰ পিছতেই আহি আছে "নৰ্থ ইষ্ট ইন্টাৰনেশ্বনেল ফেশ্বন উইক"- 5


সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতেই নিজৰ স্থিতি মজবুত কৰি ৰখা জনপ্ৰিয় ফেশ্বন ডিজাইনাৰ প্ৰশান্ত ঘোষৰ দ্বাৰা আয়োজিত এই ইভেন্টটোৰ ইতিমধ্যে মুকলি কৰি দিয়া হৈছে প্ৰমো”। তলত চাওঁঁক এই প্ৰমো’-

মাত্ৰ এটা দিনৰ পিছতেই আহি আছে "নৰ্থ ইষ্ট ইন্টাৰনেশ্বনেল ফেশ্বন উইক"- 6


যুৱপ্ৰজন্মকে আদি কৰি শিশু তথা বিবাহিত মহিলা লগতে ফেশ্বন ডিজাইনাৰ, জুৱেলাৰী ডিজাইনাৰ আৰু এক্সেচৰী ডিজাইনাৰেও নামভৰ্তি কৰিব পাৰিব নৰ্থ-ইষ্ট ইন্টাৰনেশ্বনেল ফেশ্বন উইকত। সৱিশেষ জানিবলৈ আপোনালোকে ফোন অথবা মেছেজ কৰিব পাৰে ৯৭০৬০০১২২০ নম্বৰত।

]]>
https://rupaliparda.com/archives/7736/feed 0 7736
মাজত মাত্ৰ কেইটামান দিন বাকীঃ আহি আছে বৃহত্তম ফেশ্বন শ্ব’ “নৰ্থ-ইষ্ট ইন্টাৰনেশ্বনেল ফেশ্বন উইক”- https://rupaliparda.com/archives/7616 https://rupaliparda.com/archives/7616#respond Tue, 05 Nov 2019 13:30:16 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=7616 আপুনিও ফেশ্বনৰ প্ৰতি আকৰ্ষিত নেকি?? আপুনিও বিচাৰিছে নেকি আপোনাৰ “ফেশ্বন টেলেন্টক” সকলো ৰাইজৰ আগত প্ৰদৰ্শন কৰিবলৈ?? তেন্তে আৰু চিন্তাৰ কাৰণ নাই; অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বৃহত্তম ফেশ্বন শ্ব’ “নৰ্থ ইষ্ট ইন্টাৰনেশ্বনেল ফেশ্বন উইক” বৰ্তমান আপোনাৰ সমুখত।

মাজত মাত্ৰ কেইটামান দিন বাকীঃ আহি আছে বৃহত্তম ফেশ্বন শ্ব' "নৰ্থ-ইষ্ট ইন্টাৰনেশ্বনেল ফেশ্বন উইক"- 7


“নৰ্থ ইষ্ট ফেশ্বন উইক ” চমুকৈ “NEIFW” ৰ ২০১৯-২০ বৰ্ষৰ পঞ্চমটো সংস্কৰণ অনুষ্ঠিত কৰা হ’বচলিত বৰ্ষৰ নৱেম্বৰ মাহৰ ১০ তাৰিখে গুৱাহাটীৰ খানাপাৰাস্থিত লিলি হোটেলত। দুপৰীয়া ১২ বজাৰ পৰা ৩ বজালৈ লোৱা হ’ব অনুষ্ঠানটিৰ বাবে অডিশ্বন।

মাজত মাত্ৰ কেইটামান দিন বাকীঃ আহি আছে বৃহত্তম ফেশ্বন শ্ব' "নৰ্থ-ইষ্ট ইন্টাৰনেশ্বনেল ফেশ্বন উইক"- 8


ল’ৰা-ছোৱালীকে ধৰি শিশু তথা বিবাহিত মহিলাও অংশগ্ৰহণ কৰিব পাৰিব উক্ত অডিশ্বনত। আদিতক্স ভেনছ্যুৰৰ (Aditaksh Venture) সৌজন্যত অনুষ্ঠিত উক্ত অ’ডিশ্বনটোত অংশগ্ৰহণৰ বাবে থাকিব নিৰ্দ্দিষ্ট ড্ৰেছকোড।

মাজত মাত্ৰ কেইটামান দিন বাকীঃ আহি আছে বৃহত্তম ফেশ্বন শ্ব' "নৰ্থ-ইষ্ট ইন্টাৰনেশ্বনেল ফেশ্বন উইক"- 9


অংশগ্ৰহণৰ বাবে ছোৱালীয়ে পৰিধান কৰিব লাগিব বিঝ অথবা ব্লেক ষ্টিলেটোৰ সৈতে চৰ্টচ আৰু শ্লিভলেচ টপ। লগতে ল’ৰাই ব্লু জিনছৰ সৈতে হুৱাইট টি-চাৰ্ট আৰু লগত ফৰ্মেল শ্বু।

মাজত মাত্ৰ কেইটামান দিন বাকীঃ আহি আছে বৃহত্তম ফেশ্বন শ্ব' "নৰ্থ-ইষ্ট ইন্টাৰনেশ্বনেল ফেশ্বন উইক"- 10


ইয়াৰ লগতে যদিহে কোনোৱে ফেশ্বন ডিজাইন লগতে জুৱেলাৰী ডিজাইনাৰে “নৰ্থ-ইষ্ট ফেশ্বন উইক ২০১৯-২০” ত অংশগ্ৰহণ কৰি নিজৰ প্ৰতিভা দাঙি ধৰিব খুজিছে তেনেহ’লে ৯৭০৬০০১২২০ ত ফোন অথবা ওৱাটচ আপত মেছেজ কৰি নিজৰ নাম ভৰ্তি কৰিব পাৰে।

মাজত মাত্ৰ কেইটামান দিন বাকীঃ আহি আছে বৃহত্তম ফেশ্বন শ্ব' "নৰ্থ-ইষ্ট ইন্টাৰনেশ্বনেল ফেশ্বন উইক"- 11


বিগত ২০১৮ বৰ্ষত অনুষ্ঠিত উক্ত ফেশ্বন উইকটোত বলীউড ডিজাইনাৰ Kern Ferns ৰ বিভিন্ন ডিজাইন দৰ্শকৰ মাজত দাঙি ধৰা হৈছিল। চাওঁ আহক ইয়াৰ এক ভিডিঅ’-

]]>
https://rupaliparda.com/archives/7616/feed 0 7616
প্ৰশান্ত ঘোষৰ দ্বাৰা আয়োজিত বৃহত্তম ফেশ্বন শ্ব’ https://rupaliparda.com/archives/7498 https://rupaliparda.com/archives/7498#respond Fri, 01 Nov 2019 14:34:16 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=7498 আৰম্ভ হ’ব এইটো বৰ্ষৰ “নৰ্থ ইষ্ট ইন্টাৰনেশ্বনেল ফেশ্বন উইক” চমুকৈ “NEIFW” ৰ পঞ্চমটো সংস্কৰণ। চলিত মাহৰ ১০ তাৰিখে গুৱাহাটী খানাপাৰা স্থিত লিলি হোটেলত দুপৰীয়া ১২ বজাৰ পৰা ৩ বজালৈ অনুষ্ঠিত হ’ব এই ফেশ্বন শ্ব’টিৰ বাবে অ’ডিশ্বন।

প্ৰশান্ত ঘোষৰ দ্বাৰা আয়োজিত বৃহত্তম ফেশ্বন শ্ব' 12


ল’ৰা-ছোৱালীকে ধৰি শিশু তথা বিবাহিত মহিলা লগতে জুৱেলাৰী ডিজাইনাৰ,ফেশ্বন ডিজাইনাৰ আৰু এক্সেচৰী ডিজাইনাৰেও অংশগ্ৰহণ কৰিব পাৰিব নৰ্থ ইষ্ট ইন্টাৰনেশ্বনেল ফেশ্বন উইকত।


বিগত ২০১৮ বৰ্ষত অনুষ্ঠিত উক্ত ফেশ্বন উইকটোত বলীউড ডিজাইনাৰ Kern Ferns ৰ বিভিন্ন ডিজাইন দৰ্শকৰ মাজত দাঙি ধৰা হৈছিল। চাওঁ আহক ইয়াৰ এক ভিডিঅ’-


জনপ্ৰিয় ডিজাইনাৰ প্ৰশান্ত ঘোষৰ দ্বাৰা আয়োজিত নৰ্থ ইষ্ট ইন্টাৰনেশ্বনেল ফেশ্বন উইকটোত অংশগ্ৰহণৰ বাবে আপুনি ফোন অথবা মেছেজ কৰিব পাৰে ৯৭০৬০০১২২০ নম্বৰত।

]]>
https://rupaliparda.com/archives/7498/feed 0 7498
“মই ডাইটত আছিলো, কিন্তু অসমলৈ আহি ডাইট ভাঙি দিলো”- পৰিচালক মধুৰ ভণ্ডাৰকাৰ https://rupaliparda.com/archives/7476 https://rupaliparda.com/archives/7476#respond Fri, 01 Nov 2019 07:42:07 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=7476 প্ৰথমবাৰৰ বাবে গুৱাহাটীত উপস্থিত বলীউডৰ “পেজ ৩”, “ফেশ্বন” আদি জনপ্ৰিয় ছবিৰ পৰিচালক মধুৰ ভণ্ডাৰকাৰ। তৃতীয় সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত উপস্থিত হয় বলীউডৰ জনপ্ৰিয় পৰিচালক মধুৰ ভণ্ডাৰকাৰ। উপস্থিত হৈয়ে নিজৰ খাদ্যৰ ৰুটিন সলনি কৰিলে পৰিচালক গৰাকীয়ে। তিলৰ বিভিন্ন ব্যঞ্জনৰ লগতে তেওঁ উপভোগ কৰিলে গুৱাহাটীৰ ফুচকা।

"মই ডাইটত আছিলো, কিন্তু অসমলৈ আহি ডাইট ভাঙি দিলো"- পৰিচালক মধুৰ ভণ্ডাৰকাৰ 13


ইয়াৰ উপৰিও, বিভিন্ন দিশৰ পৰা পৰিচালক গৰাকীয়ে অসমক প্ৰশংসা কৰাৰ লগতে অসমৰ ঠাইত চলচ্চিত্র নিৰ্মাণৰ বাবেও চিন্তা চৰ্চা কৰা বুলি তেওঁ জানিবলৈ দিয়ে। পৰিচালক মধুৰ ভণ্ডাৰকাৰৰ মুখেৰেই শুনক এই কথাঃ

]]>
https://rupaliparda.com/archives/7476/feed 0 7476
“নৰ্থ-ইষ্ট ইন্টাৰনেশ্বনেল ফেশ্বন উইক” ৰ প্ৰস্তুতি তুংগতঃ https://rupaliparda.com/archives/7351 https://rupaliparda.com/archives/7351#respond Mon, 28 Oct 2019 08:30:48 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=7351 উত্তৰ-পূৰ্বাঞ্চলৰ বৃহত্তম ফেশ্বন ইভেন্ট “নৰ্থ-ইষ্ট ইন্টাৰনেশ্বনেল ফেশ্বন উইক চমুকৈ (NEIFW)” ৰ পঞ্চমটো সংস্কৰণৰ বৰ্তমান প্ৰস্তুতি তুংগত। চলিত বৰ্ষৰ নৱেম্বৰ মাহৰ ১০ তাৰিখে গুৱাহাটী খানাপাৰা স্থিত লিলি হোটেলত অনুষ্ঠিত কৰা হ’ব ফেশ্বন উইকটোৰ বাবে অন্তিমটো গুৰুত্বপূৰ্ণ অ’ডিশ্বন।

"নৰ্থ-ইষ্ট ইন্টাৰনেশ্বনেল ফেশ্বন উইক" ৰ প্ৰস্তুতি তুংগতঃ 14


সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতেই নিজৰ স্থিতি মজবুত কৰি ৰখা জনপ্ৰিয় ফেশ্বন ডিজাইনাৰ প্ৰশান্ত ঘোষৰ দ্বাৰা আয়োজিত এই ইভেন্টটোৰ ইতিমধ্যে মুকলি কৰি দিয়া হৈছে প্ৰমো”।


যুৱপ্ৰজন্মকে আদি কৰি শিশু তথা বিবাহিত মহিলা লগতে ফেশ্বন ডিজাইনাৰ, জুৱেলাৰী ডিজাইনাৰ আৰু এক্সেচৰী ডিজাইনাৰেও নামভৰ্তি কৰিব পাৰিব নৰ্থ-ইষ্ট ইন্টাৰনেশ্বনেল ফেশ্বন উইকত। সৱিশেষ জানিবলৈ আপোনালোকে ফোন অথবা মেছেজ কৰিব পাৰে ৯৭০৬০০১২২০ নম্বৰত।

]]>
https://rupaliparda.com/archives/7351/feed 0 7351
NORTH EAST INTERNATIONAL FASHION WEEK (NEIFW) 2019-20 IN TOWN! https://rupaliparda.com/archives/7317 https://rupaliparda.com/archives/7317#respond Sun, 27 Oct 2019 06:15:26 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=7317 Style is a way to say who you are without having to speak. Hence, North-East India is geared up for the magnificent FASHION EVENT of the year. It is all about the upcoming “FASHION FOR ALL” in North-East International Fashion Week (NEIFW) 2019-20.

The biggest opportunity to walk in your best. Auditions are opening for male, female, kids and married ladies. Grab the chance to be on the Final Auditions of the fashion event, NEIFW powered by Ajtaksh Ventures.

NORTH EAST INTERNATIONAL FASHION WEEK (NEIFW) 2019-20 IN TOWN! 15

Interested candidates should smartly dress-up in

  • (FOR GIRLS) Beige or black stilettos with shorts and sleeveless top
  • (FOR BOYS) Blue jeans and white T-shirts and formal shoes.
NORTH EAST INTERNATIONAL FASHION WEEK (NEIFW) 2019-20 IN TOWN! 16

The auditions will be held on:

DATE: 10.11.2019

TIME: 12 p.m.-3 p.m.

VENUE: The Lily Hotel, Khanapara, Guwahati

Aspiring Jewellery/ Fashion Designers, Call / Whatsapp at 9706001220 and register your names NOW!

]]>
https://rupaliparda.com/archives/7317/feed 0 7317
নৱ-প্ৰজন্মক আগবঢ়াই নিয়াৰ প্ৰচেষ্টাৰে “মিষ্টাৰ এণ্ড মিছ কেনডিড ২০১৯”- https://rupaliparda.com/archives/5597 https://rupaliparda.com/archives/5597#respond Tue, 17 Sep 2019 12:43:19 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=5597 ফটো উঠিনো কোনে ভাল নাপায়? নিত্য-নতুন কিছু পজ দি ফটো উঠাটো এতিয়াৰ নতুন প্ৰজন্মৰ এক ফেশ্বন হৈ পৰিছে। ফটোজেনিক মুখ এখনৰ প্ৰাধান্যও হয়টো আপুনি নুবুজাকৈ নাই!


গতিকে, যদি আপুনি ফটোজেনিক অথবা আপুনিও যদি বিচাৰিছে অভিনেত্ৰী হোৱাৰ সুযোগ। তেন্তে আৰু পলম নকৰি আহক উদয় শংকৰ দ্বাৰা আয়োজিত “মিষ্টাৰ এণ্ড মিছ কেনডিড ২০১৯”। প্ৰথম দুটা সংস্কৰণৰ সফল সমাপ্তিৰ পিছত এইবাৰৰ তৃতীয়টো সংস্কৰণত ব্যস্ত হৈ পৰিছে এতিয়া উদয় শংকৰ।


ৰূপালী পৰ্দাৰ ফালৰ পৰা হোৱা চমু বাৰ্তালাপ যোগে কৰিঅ’গ্ৰাফাৰ ও অভিনেতা গৰাকীয়ে কয় যে-
“যোৱা ৮ আৰু ১৫ চেপ্তেম্বৰত অনুষ্ঠিত “মিষ্টাৰ এণ্ড মিছেছ কেনডিড ২০১৯” ৰ অ’ডিশ্বন যোগে বিচাৰি উলিওৱা হৈছে ১৯ গৰাকী ল’ৰা-ছোৱালী। চলিত মাহৰ ২২ আৰু ২৯ তাৰিখে আকৌ দুটা অ’ডিশ্বন অনুষ্ঠিত হ’ব। আমি অনলাইনো এটা অ’ডিশ্বনৰ পৰিকল্পনা কৰিছো; যিটো দুদিন মান পিছত দৰ্শকে জানিবলৈ পাব। আমি অক্টোবৰৰ প্ৰথমটো সপ্তাহত আকৌ এটা অ’ডিশ্বন অনুষ্ঠিত কৰিম ছাগে ধেমাজি অঞ্চলত; ইয়াৰ বিষয়েও কিছু দিন পিছত জনোৱা হ’ব।”

https://www.instagram.com/p/B2Hj7aMHgDZ/?utm_source=ig_web_copy_link


লগতে কৰিঅ’গ্ৰাফাৰ গৰাকীক সেই অনুষ্ঠানৰ পৰা নৱপ্ৰজন্মৰ হ’ব পৰা লাভৰ বিষয়ে যেতিয়া সোধা হৈছিল তেতিয়া তেওঁ জনাইছিল যে, “চাওঁক এতিয়া আমাৰ এই অনুষ্ঠানটোৰ তৃতীয়টো বৰ্ষ; প্ৰথম আৰু দ্বিতীয়টো বৰ্ষৰ যিখিনি বিজয়ী প্ৰাৰ্থী সেই ল’ৰা-ছোৱালীখিনিয়ে কাম কৰি থকাৰ উপৰিও “টপ ১০” প্ৰতিযোগীও বৰ্তমান কিছু ভাল কামত কৰ্মৰত।
লগতে আমাৰ বিচাৰক হিচাপে উপস্থিত থাকে ৰাজেশ দা (ৰাজেশ ভূঞা);গতিকে তেওঁলোকে প্ৰতিভাৱান ল’ৰা-ছোৱালী খিনিৰ লগত কাম কৰি যাব বিচাৰে। আৰু, আমাৰ যিখিনি অফিচিয়েল ডিজাইনাৰ আছে তথা আমাৰ যিখিনি স্পনছাৰ আছে; তেওঁলোকে বিভিন্ন ফটো-শ্বুট অথবা বিভিন্ন প্ৰডাক্টৰ বিজ্ঞাপনত এই ল’ৰা-ছোৱালী খিনিক সুবিধা দিয়ে। ইয়াৰ উপৰিও এইখিনি নৱ প্ৰজন্মৰ বাবে আমি “ঝংকাৰ” ত তিনিমহীয়া আৰু ২৮ দিনীয়া অভিনয় আৰু নৃত্যৰ কৰ্মশালাৰ আয়োজন কৰো; যাতে তেওঁলোকে পিছলৈ অভিনয় তথা নৃত্য জগতত নিজৰ নাম উজ্বলাব পাৰে।”

View this post on Instagram

Mr&Miss Candid 2019 Join Candid & Feel Candid

A post shared by Uday Shankar (@uday.shankar45) on


“মিষ্টাৰ এণ্ড মিছেছ কেনডিড ২০১৯” ত মুনমী ফুকন, সঞ্জয় চৌধুৰী, ৰাজেশ ভূঞা, দীপাংকৰ কাশ্যপ, ৰাজেশ ভূঞা আৰু নিশিতা গোস্বামী।

]]>
https://rupaliparda.com/archives/5597/feed 0 5597