First Sound Film – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Tue, 18 Feb 2020 07:51:45 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 First Sound Film – Rupaliparda.com https://rupaliparda.com 32 32 163073109 ভাৰতৰ প্ৰথমখন চাউণ্ড ছবিঃ “আলম আৰা”- https://rupaliparda.com/archives/8765 https://rupaliparda.com/archives/8765#respond Tue, 18 Feb 2020 13:37:40 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=8765 ভাৰতৰ প্ৰথম খন সবাক ছবি অৰ্থাৎ প্ৰথমখন চাউণ্ড ফিল্ম হৈছে “আলম আৰা”। অৰ্দেশিৰ ইৰাণীৰ দ্বাৰা পৰিচালিত এই ছবিখন মুক্তিৰ পিছত ৮ টা সপ্তাহ সফল ভাৱে চিত্ৰগৃহত প্ৰদৰ্শিত হোৱাৰ লগতে ছবিখন উপভোগ কৰিবলৈ হোৱা মানুহৰ ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ পুলিচৰ সহায় ল’ব লগা হৈছিল।

ভাৰতৰ প্ৰথমখন চাউণ্ড ছবিঃ "আলম আৰা"- 1


“আলম আৰা” ৰ প্ৰথম প্ৰদৰ্শন হৈছিল ১৯৩১ চনৰ ১৪ মাৰ্চত মুম্বাইৰ মেজিস্তিক চিনেমাত। উক্ত ছবিখন জোছেফ ডেভিদৰ এখন পাৰ্চী নাটকৰ ওপৰত কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছিল। এজন ৰাজকুমাৰ আৰু এজনী সাধাৰণ ছোৱালীৰ প্ৰেম কাহিনীক লৈ নিৰ্মিত এই ছবিখনৰ “দে দে খুদা কে নাম পৰ” গীতটো ভাৰতীয় চিনেমাৰ প্ৰথমটো গীত আছিল; এই গীতটিত কন্ঠদান কৰিছিল ৱাজিৰ মহম্মদ খান।

ভাৰতৰ প্ৰথমখন চাউণ্ড ছবিঃ "আলম আৰা"- 2
ভাৰতৰ প্ৰথমখন চাউণ্ড ছবিঃ "আলম আৰা"- 3


১২৪ মিনিট দৈৰ্ঘ্যৰ এই ছবিখনত অভিনয় কৰিছিল মাষ্টাৰ ৱিট্থল,জুবেইদা,জিল্লু, সুচীলা আৰু পৃথ্বীৰাজ কাপুৰে। “আলম আৰা” ৰ নিৰ্মাণৰ বাজেট আছিল প্ৰায় ৩৯০ নিযুত ( ৬.০৮ ডলাৰ) ।

]]>
https://rupaliparda.com/archives/8765/feed 0 8765