Gitawali Rajkumari – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Fri, 03 Sep 2021 07:49:21 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Gitawali Rajkumari – Rupaliparda.com https://rupaliparda.com 32 32 163073109 ৰবি শৰ্মা আৰু গীতাৱলী ৰাজকুমাৰীৰ নতুন প্ৰকল্পঃ https://rupaliparda.com/archives/28234 https://rupaliparda.com/archives/28234#respond Thu, 02 Sep 2021 11:30:00 +0000 https://rupaliparda.com/?p=28234 ৰবি শৰ্মা আৰু গীতাৱলী ৰাজকুমাৰীৰ নতুন প্ৰকল্পৰ আৰম্ভণি। চচিয়েল মিডিয়া যোগে এই কথা জানিবলৈ দিয়ে অভিনেতা ৰবি শৰ্মাই, “হিয়া দিয়া নিয়া” ৰ পৰা আৰম্ভণি হোৱা এটি বৰ জনপ্ৰিয় অসমীয়া অভিনেতা-অভিনেত্ৰীৰ যুটি; “ককাদেউতাৰ ঘৰ জোঁৱাই” নামে বহু সমাদৃত ছবিখনতো এই যুটিটোকেই আমি দেখিবলৈ পাইছো। কিছুদিন পূৰ্বে উক্ত দুয়োগৰাকী অভিনেতা-অভিনেত্ৰীয়ে কৰা ফটোশ্বুট এটা দেখা পোৱা গৈছিল। পুৰণি দিনক মনত পেলায় অনুৰাগীও এই যুটিটোক একেলগে দেখি উৎসাহিত হৈ পৰিছিল। গীতাৱলীয়ে নিজ ইনষ্টাগ্ৰাম একাউন্টৰ দ্বাৰা তেওঁলোকৰ ফটোশ্বুটৰ কেইটামান দৃশ্য জনসাধাৰণৰ মাজত উলিয়াই দিয়ে। এইবাৰ তেওঁলোকৰ যুটিৰে আহিবলগীয়া নতুন প্ৰকল্পক লৈ অপেক্ষাৰত ৰাইজ। শিক্ষা জীৱনত কোনো দিন ষ্টেজত উঠি অভিনয় কৰি নোপোৱা এই গৰাকী অভিনেত্ৰী গীতাৱলীৰ “পূৱালী” আলোচনীত ওলোৱা ফটোখনেই আছিল জীৱনৰ টাৰ্ণিং পইন্ট। তাৰ পিছতেই তেওঁক প্ৰথমখন ছবি “কৃষ্ণচূড়া” ৰ বাবে বিচৰা হৈছিল। অভিনয়ৰ কথা একো নজনাকৈ তেওঁ সোমাই পৰিছিল অভিনয় ক্ষেত্ৰখনত। উক্ত ছবিখনত তেওঁৰ সহঃ অভিনেতা হিচাপে অভিনয় কৰিছিল তপন দাসে।বাংলা, উড়িয়া, কানাডা আদি ভাষাত নিৰ্মিত ছবিসমূহৰ উপৰিও “আহত” নামে হিন্দী ধাৰাবাহিকখনৰ বাবেও বিচৰা হৈছিল গীতাৱলীক কিন্তু একাষাৰে এইবোৰ কৰাত অমান্তি হৈছিল তেওঁ।অসমীয়া “প্ৰিয়া অ’ প্ৰিয়া”, “হিয়া দিয়া নিয়া”, “ককাদেউতাৰ ঘৰ জোঁৱাই” কে ধৰি বিভিন্ন খন ভিচিডিত অভিনীত এইগৰাকী অভিনেত্ৰীৰ অভিনয়ো হৈছে লেখত ল’বলগীয়া।


আনহাতে, “হিয়া দিয়া নিয়া” ৰ পৰা নিজ অভিনয় জীৱনৰ আৰম্ভণি কৰা ৰবি শৰ্মাই অসমীয়া ছবি ক্ষেত্ৰখনক ইখনৰ পিছত সিখনকৈ হিট ছবিৰ উপহাৰ দিছে। বৰ্তমানেও তেওঁৰ অভিনয় তথা ফিট ব’ডিৰ অনুৰাগী বহুলোক; সদ্যমুক্তিপ্ৰাপ্ত ডিজিটেল প্লেটফৰ্ম Niri9 ত উপলদ্ধ এখন ৱেব চিৰিজ Illegal ত দেখিবলৈ পোৱা গৈছিল ৰবি শৰ্মাক।

]]>
https://rupaliparda.com/archives/28234/feed 0 28234
হাঁহিমুখীয়া গীতাৱলী ৰাজকুমাৰীৰ ফটোত মুগ্ধ অনুৰাগীঃ https://rupaliparda.com/archives/27451 https://rupaliparda.com/archives/27451#respond Fri, 16 Jul 2021 10:30:00 +0000 https://rupaliparda.com/?p=27451 বৰ্তমান সময়ত আমাৰ বাবে সাহস হৈছে আমাৰ সৰু সৰু কথাৰ সুখবোৰ। ক’ৰোণা মহামাৰীয়ে ব্যতিব্যস্ত কৰা জনসাধাৰণৰ বাবে হাঁহিটোৱেই হৈছে তেওঁলোকৰ প্ৰথম ঔষধ; যাৰ দ্বাৰা তেওঁলোকৰ অনাগত দিনবোৰ সুখময় হোৱাৰ আশা কৰিব পাৰি। শেহতীয়াকৈ হাঁহিমুখীয়া গীতাৱলী ৰাজকুমাৰীৰ এখন ফটোৱে পজিটিভ বাৰ্তা কঢ়িয়াইছে জনসাধাৰণ তথা অভিনেত্ৰী গৰাকীৰ অনুৰাগীৰ মাজত। “সুখৰ বাহিৰে আন একো ঔষধ জীৱনত থাকিব নোৱাৰে” বুলি এটা কেপচন দি অভিনেত্ৰী গৰাকীয়ে নিজৰ এখন ফটো আপলোড কৰে। ইয়াৰ উপৰিও, প্ৰায় সময়তে চচিয়েল মিডিয়াত সক্ৰিয় হৈ থাকে অভিনেত্ৰী গৰাকী। শিক্ষা জীৱনত কোনো দিন ষ্টেজত উঠি অভিনয় কৰি নোপোৱা এই গৰাকী অভিনেত্ৰী গীতাৱলীৰ “পূৱালী” আলোচনীত ওলোৱা ফটোখনেই আছিল জীৱনৰ টাৰ্ণিং পইন্ট। তাৰ পিছতেই তেওঁক প্ৰথমখন ছবি “কৃষ্ণচূড়া” ৰ বাবে বিচৰা হৈছিল। অভিনয়ৰ কথা একো নজনাকৈ তেওঁ সোমাই পৰিছিল অভিনয় ক্ষেত্ৰখনত। উক্ত ছবিখনত তেওঁৰ সহঃ অভিনেতা হিচাপে অভিনয় কৰিছিল তপন দাসে। বাংলা, উড়িয়া, কানাডা আদি ভাষাত নিৰ্মিত ছবিসমূহৰ উপৰিও “আহত” নামে হিন্দী ধাৰাবাহিকখনৰ বাবেও বিচৰা হৈছিল গীতাৱলীক কিন্তু একাষাৰে এইবোৰ কৰাত অমান্তি হৈছিল তেওঁ।


অসমীয়া “প্ৰিয়া অ’ প্ৰিয়া”, “হিয়া দিয়া নিয়া”, “ককাদেউতাৰ ঘৰ জোঁৱাই” কে ধৰি বিভিন্ন খন ভিচিডিত অভিনীত এইগৰাকী অভিনেত্ৰীৰ অভিনয় বৰ্তমান দৰ্শকে দেখিবলৈ পাইছে ৰং চেনেলত যোগে প্ৰচাৰিত ধাৰাবাহিক “বান্ধোন” ত। অভিনেত্ৰী গীতাৱলীৰ দৰেই তেওঁৰ জীয়ৰীও এই ক্ষেত্ৰখনৰ সৈতে কেতিয়ালৈ জড়িত হ’ব সেয়া হ’ব লক্ষ্যণীয়।

]]>
https://rupaliparda.com/archives/27451/feed 0 27451
চিকিৎসকৰ সেৱাক লৈ কৃতজ্ঞ গীতাৱলী ৰাজকুমাৰীঃ https://rupaliparda.com/archives/26790 https://rupaliparda.com/archives/26790#respond Tue, 15 Jun 2021 10:30:00 +0000 https://rupaliparda.com/?p=26790 বৰ্তমান পৰিস্থিতিটোত আমাৰ বাবে সাহস হৈ থিয় দিয়া ব্যক্তিসকলেই হৈছে একো একোজন চিকিৎসক; প্ৰতিটো সময়ত তেওঁলোকে কৰা অহৰহ প্ৰয়াসৰ বাবে আমি অকণমান ভাল দিন দেখিবলৈ সক্ষম হৈছো। নিজৰ স্বাস্থ্যৰ প্ৰতি খেয়াল নৰখাকৈ তেওঁলোকে সাধাৰণ জনৰ বাবেই নিজক যেন উচৰ্গা কৰি দিছে। ক’ৰোণা মহামাৰীক হৰুৱাবলৈয়ে যেন তেওঁলোকৰ এই নিৰৱিচ্চিন্ন সেৱা; চিকিৎসকৰ এই উচৰ্গা তথা সেৱাৰ বাবে শেহতীয়াকৈ অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰীয়ে কৃতজ্ঞতা জ্ঞাপন কৰিছে। এটি পোষ্টৰ জৰিয়তে তেওঁ এই কথা ব্যক্ত কৰে; তেওঁ কয় যে,”আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিবলৈ শব্দ কম হৈ পৰিব। আমি ভাগ্যবান যে আপোনালোকক পালো।” অভিনেত্ৰী গৰাকীৰ এই পোষ্টটোত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গেও কমেণ্ট কৰি কয় যে “ভগৱানে সহায় কৰক; সুখী হওঁক সকলো।” শিক্ষা জীৱনত কোনো দিন ষ্টেজত উঠি অভিনয় কৰি নোপোৱা এই গৰাকী অভিনেত্ৰী গীতাৱলীৰ “পূৱালী” আলোচনীত ওলোৱা ফটোখনেই আছিল জীৱনৰ টাৰ্ণিং পইন্ট। তাৰ পিছতেই তেওঁক প্ৰথমখন ছবি “কৃষ্ণচূড়া” ৰ বাবে বিচৰা হৈছিল। অভিনয়ৰ কথা একো নজনাকৈ তেওঁ সোমাই পৰিছিল অভিনয় ক্ষেত্ৰখনত।

চিকিৎসকৰ সেৱাক লৈ কৃতজ্ঞ গীতাৱলী ৰাজকুমাৰীঃ 1

উক্ত ছবিখনত তেওঁৰ সহঃ অভিনেতা হিচাপে অভিনয় কৰিছিল তপন দাসে। বাংলা, উড়িয়া, কানাডা আদি ভাষাত নিৰ্মিত ছবিসমূহৰ উপৰিও “আহত” নামে হিন্দী ধাৰাবাহিকখনৰ বাবেও বিচৰা হৈছিল গীতাৱলীক কিন্তু একাষাৰে এইবোৰ কৰাত অমান্তি হৈছিল তেওঁ। অসমীয়া “প্ৰিয়া অ’ প্ৰিয়া”, “হিয়া দিয়া নিয়া”, “ককাদেউতাৰ ঘৰ জোঁৱাই” কে ধৰি বিভিন্ন খন ভিচিডিত অভিনীত অভিনেত্ৰী গীতাৱলীৰ দৰেই তেওঁৰ জীয়ৰীও এই ক্ষেত্ৰখনৰ সৈতে কেতিয়ালৈ জড়িত হ’ব সেয়া হ’ব লক্ষ্যণীয়।

]]>
https://rupaliparda.com/archives/26790/feed 0 26790
গীতাৱলী ৰাজকুমাৰী জীয়ৰীয়ে কঁপাইছে চচিয়েল মিডিয়া! https://rupaliparda.com/archives/26636 https://rupaliparda.com/archives/26636#respond Mon, 07 Jun 2021 10:30:00 +0000 https://rupaliparda.com/?p=26636 বি-টাউনৰ অভিনেতা-অভিনেত্ৰীসমূহৰ সন্তানক লৈ দৰ্শকৰ মাজত এক সাংঘাতিক উৎসাহ দেখিবলৈ পোৱা যায়। “ষ্টাৰ কিড” ৰ কোনো ছবিৰ মুক্তি অথবা তেওঁলোকৰ অভিনয়ৰ বাবে ৰৈ থাকে বহু দৰ্শক। “নেপটিজিম” ক কেন্দ্ৰ কৰি বলীউডত বহু ক্ষেত্ৰত মনোমালিন্যৰো সৃষ্টি হোৱা দেখিবলৈ পোৱা যায়। জলীউড ক্ষেত্ৰখনত তেনে কোনো খবৰ দৰ্শকে দেখা পোৱা নাই যদিও এইক্ষেত্ৰখনতো কিছু অভিনেতা-অভিনেত্ৰীৰ জীয়ৰী অথবা পুত্ৰ অভিনয়ৰ প্ৰতি আকৰ্ষিত হোৱা দেখিবলৈ পোৱা গৈছে। অসমীয়া ছবি জগতৰ এটা জনপ্ৰিয় নাম হৈছে গীতাৱলী ৰাজকুমাৰী; তেওঁৰ জীয়ৰী অনুষ্কাই টিক-টক এপৰ দ্বাৰা বিভিন্ন গীতত অভিনয় কৰে। তেওঁৰ টিক-টক ভিডিঅ’ সমূহৰ দ্বাৰা এটা কথা নিশ্চিত হৈ পৰিছে যে অভিনেত্ৰী গীতাৱলীৰ দৰেই তেওঁৰ জীয়ৰী অনুষ্কাও আকৰ্ষিত অভিনয়ৰ প্ৰতি। গীতাৱলীয়ে নিজেও ইনষ্টাগ্ৰাম একাউণ্টত তেওঁৰ লগতে নিজ জীয়ৰীৰ বিভিন্ন ফটো দৰ্শকৰ মাজত শ্বেয়াৰ কৰে। শিক্ষা জীৱনত কোনো দিন ষ্টেজত উঠি অভিনয় কৰি নোপোৱা এই গৰাকী অভিনেত্ৰী গীতাৱলীৰ “পূৱালী” আলোচনীত ওলোৱা ফটোখনেই আছিল জীৱনৰ টাৰ্ণিং পইন্ট।

তাৰ পিছতেই তেওঁক প্ৰথমখন ছবি “কৃষ্ণচূড়া” ৰ বাবে বিচৰা হৈছিল। অভিনয়ৰ কথা একো নজনাকৈ তেওঁ সোমাই পৰিছিল অভিনয় ক্ষেত্ৰখনত। উক্ত ছবিখনত তেওঁৰ সহঃ অভিনেতা হিচাপে অভিনয় কৰিছিল তপন দাসে। বাংলা, উড়িয়া, কানাডা আদি ভাষাত নিৰ্মিত ছবিসমূহৰ উপৰিও “আহত” নামে হিন্দী ধাৰাবাহিকখনৰ বাবেও বিচৰা হৈছিল গীতাৱলীক কিন্তু একাষাৰে এইবোৰ কৰাত অমান্তি হৈছিল তেওঁ। অসমীয়া “প্ৰিয়া অ’ প্ৰিয়া”, “হিয়া দিয়া নিয়া”, “ককাদেউতাৰ ঘৰ জোঁৱাই” কে ধৰি বিভিন্ন খন ভিচিডিত অভিনীত এইগৰাকী অভিনেত্ৰীৰ অভিনয় বৰ্তমান দৰ্শকে দেখিবলৈ পাইছে ৰং চেনেলত যোগে প্ৰচাৰিত ধাৰাবাহিক “বান্ধোন” ত। অভিনেত্ৰী গীতাৱলীৰ দৰেই তেওঁৰ জীয়ৰীও এই ক্ষেত্ৰখনৰ সৈতে কেতিয়ালৈ জড়িত হ’ব সেয়া হ’ব লক্ষ্যণীয়।

]]>
https://rupaliparda.com/archives/26636/feed 0 26636
ৰবি শৰ্মা- গীতাৱলী ৰাজকুমাৰীৰ ফটোৱে লগাইছে খলকনিঃ https://rupaliparda.com/archives/25751 https://rupaliparda.com/archives/25751#respond Fri, 30 Apr 2021 10:30:00 +0000 https://rupaliparda.com/?p=25751 “হিয়া দিয়া নিয়া” ৰ পৰা আৰম্ভণি হোৱা এটি বৰ জনপ্ৰিয় অসমীয়া অভিনেতা-অভিনেত্ৰীৰ যুঁটি; “ককাদেউতাৰ ঘৰ জোঁৱাই” নামে বহু সমাদৃত ছবিখনতো এই যুঁটিটোকেই আমি দেখিবলৈ পাইছো। যুঁটিটো হৈছে গীতাৱলী ৰাজকুমাৰী আৰু ৰবি শৰ্মাৰ; শেহতীয়াকৈ এই দুয়োগৰাকী অভিনেতা-অভিনেত্ৰীয়ে কৰা ফটোশ্বুট এটা দেখা পোৱা গ’ল। পূৰণি দিনক মনত পেলায় অনুৰাগীও এই যুঁটিটোক একেলগে দেখি উৎসাহিত হৈ পৰিছে। গীতাৱলীয়ে নিজ ইনষ্টাগ্ৰাম একাউন্টৰ দ্বাৰা তেওঁলোকৰ ফটোশ্বুটৰ কেইটামান দৃশ্য জনসাধাৰণৰ মাজত উলিয়াই দিয়ে। লগতে তেওঁলোকৰ উক্ত ফটোশ্বুটটোৰ একাংশ ফটোৱে খলকনিৰ সৃষ্টি কৰিছে। শিক্ষা জীৱনত কোনো দিন ষ্টেজত উঠি অভিনয় কৰি নোপোৱা এই গৰাকী অভিনেত্ৰী গীতাৱলীৰ “পূৱালী” আলোচনীত ওলোৱা ফটোখনেই আছিল জীৱনৰ টাৰ্ণিং পইন্ট। তাৰ পিছতেই তেওঁক প্ৰথমখন ছবি “কৃষ্ণচূড়া” ৰ বাবে বিচৰা হৈছিল। অভিনয়ৰ কথা একো নজনাকৈ তেওঁ সোমাই পৰিছিল অভিনয় ক্ষেত্ৰখনত। উক্ত ছবিখনত তেওঁৰ সহঃ অভিনেতা হিচাপে অভিনয় কৰিছিল তপন দাসে।বাংলা, উড়িয়া, কানাডা আদি ভাষাত নিৰ্মিত ছবিসমূহৰ উপৰিও “আহত” নামে হিন্দী ধাৰাবাহিকখনৰ বাবেও বিচৰা হৈছিল গীতাৱলীক কিন্তু একাষাৰে এইবোৰ কৰাত অমান্তি হৈছিল তেওঁ।

অসমীয়া “প্ৰিয়া অ’ প্ৰিয়া”, “হিয়া দিয়া নিয়া”, “ককাদেউতাৰ ঘৰ জোঁৱাই” কে ধৰি বিভিন্ন খন ভিচিডিত অভিনীত এইগৰাকী অভিনেত্ৰীৰ অভিনয়ো হৈছে লেখত ল’বলগীয়া। আনহাতে, “হিয়া দিয়া নিয়া” ৰ পৰা নিজ অভিনয় জীৱনৰ আৰম্ভণি কৰা ৰবি শৰ্মাই অসমীয়া ছবি ক্ষেত্ৰখনক ইখনৰ পিছত সিখনকৈ হিট ছবিৰ উপহাৰ দিছে। বৰ্তমানেও তেওঁৰ অভিনয় তথা ফিট ব’ডিৰ অনুৰাগী বহুলোক; সদ্যমুক্তিপ্ৰাপ্ত ডিজিটেল প্লেটফৰ্ম Niri9 ত উপলদ্ধ এখন ৱেব চিৰিজ Illegal ত দেখিবলৈ পোৱা গৈছিল ৰবি শৰ্মাক।

]]>
https://rupaliparda.com/archives/25751/feed 0 25751
এটি জনপ্ৰিয় যুঁটি; ৰবি শৰ্মা- গীতাৱলীক দেখি আকৌ উৎসাহিত অনুৰাগীঃ https://rupaliparda.com/archives/25380 https://rupaliparda.com/archives/25380#respond Mon, 12 Apr 2021 10:30:00 +0000 https://rupaliparda.com/?p=25380 “হিয়া দিয়া নিয়া” ৰ পৰা আৰম্ভণি হোৱা এটি বৰ জনপ্ৰিয় অসমীয়া অভিনেতা-অভিনেত্ৰীৰ যুঁটি; “ককাদেউতাৰ ঘৰ জোঁৱাই” নামে বহু সমাদৃত ছবিখনতো এই যুঁটিটোকেই আমি দেখিবলৈ পাইছো। যুঁটিটো হৈছে গীতাৱলী ৰাজকুমাৰী আৰু ৰবি শৰ্মাৰ; শেহতীয়াকৈ এই দুয়োগৰাকী অভিনেতা-অভিনেত্ৰীয়ে কৰা ফটোশ্বুট এটা দেখা পোৱা গ’ল। পূৰণি দিনক মনত পেলায় অনুৰাগীও এই যুঁটিটোক একেলগে দেখি উৎসাহিত হৈ পৰিছে। গীতাৱলীয়ে নিজ ইনষ্টাগ্ৰাম একাউন্টৰ দ্বাৰা তেওঁলোকৰ ফটোশ্বুটৰ কেইটামান দৃশ্য জনসাধাৰণৰ মাজত উলিয়াই দিয়ে। শিক্ষা জীৱনত কোনো দিন ষ্টেজত উঠি অভিনয় কৰি নোপোৱা এই গৰাকী অভিনেত্ৰী গীতাৱলীৰ “পূৱালী” আলোচনীত ওলোৱা ফটোখনেই আছিল জীৱনৰ টাৰ্ণিং পইন্ট। তাৰ পিছতেই তেওঁক প্ৰথমখন ছবি “কৃষ্ণচূড়া” ৰ বাবে বিচৰা হৈছিল। অভিনয়ৰ কথা একো নজনাকৈ তেওঁ সোমাই পৰিছিল অভিনয় ক্ষেত্ৰখনত। উক্ত ছবিখনত তেওঁৰ সহঃ অভিনেতা হিচাপে অভিনয় কৰিছিল তপন দাসে।বাংলা, উড়িয়া, কানাডা আদি ভাষাত নিৰ্মিত ছবিসমূহৰ উপৰিও “আহত” নামে হিন্দী ধাৰাবাহিকখনৰ বাবেও বিচৰা হৈছিল গীতাৱলীক কিন্তু একাষাৰে এইবোৰ কৰাত অমান্তি হৈছিল তেওঁ।অসমীয়া “প্ৰিয়া অ’ প্ৰিয়া”, “হিয়া দিয়া নিয়া”, “ককাদেউতাৰ ঘৰ জোঁৱাই” কে ধৰি বিভিন্ন খন ভিচিডিত অভিনীত এইগৰাকী অভিনেত্ৰীৰ অভিনয়ো হৈছে লেখত ল’বলগীয়া।

এটি জনপ্ৰিয় যুঁটি; ৰবি শৰ্মা- গীতাৱলীক দেখি আকৌ উৎসাহিত অনুৰাগীঃ 2


আনহাতে, “হিয়া দিয়া নিয়া” ৰ পৰা নিজ অভিনয় জীৱনৰ আৰম্ভণি কৰা ৰবি শৰ্মাই অসমীয়া ছবি ক্ষেত্ৰখনক ইখনৰ পিছত সিখনকৈ হিট ছবিৰ উপহাৰ দিছে। বৰ্তমানেও তেওঁৰ অভিনয় তথা ফিট ব’ডিৰ অনুৰাগী বহুলোক; সদ্যমুক্তিপ্ৰাপ্ত ডিজিটেল প্লেটফৰ্ম Niri9 ত উপলদ্ধ এখন ৱেব চিৰিজ Illegal ত দেখিবলৈ পোৱা গৈছিল ৰবি শৰ্মাক।

]]>
https://rupaliparda.com/archives/25380/feed 0 25380
“হিয়া দিয়া নিয়া” ছবিখনৰ অতীত ৰোমন্থন গীতাৱলী ৰাজকুমাৰীৰঃ https://rupaliparda.com/archives/21708 https://rupaliparda.com/archives/21708#respond Fri, 06 Nov 2020 12:30:38 +0000 https://rupaliparda.com/?p=21708 মুনীন বৰুৱাৰ দ্বাৰা পৰিচালিত কেইবাখনো ছবিৰ ভিতৰত এখন উল্লেখযোগ্য ছবি হৈছে “হিয়া দিয়া নিয়া”। ছবিখনে সেইটো সময়তেই ১ কোটিতকৈও অধিক টকা বস্ক অফিচ কালেকচন কৰিবলৈ সক্ষম হৈছিল। ২০০০ চনত মুক্তিপ্ৰাপ্ত এই ছবিখনে চলিত বৰ্ষটোতে সম্পূৰ্ণ কৰিলে নিজ ২০ টা বৰ্ষ। “হিয়া দিয়া নিয়া” ছবিখনৰ বিভিন্ন দৃশ্যাংশক নিজ ইনষ্টাগ্ৰাম যোগে আপলোড কৰি অভিনত্ৰী গীতাৱলীয়ে সুঁৱৰিছে অতীতক। ছবিখনত সংসাৰৰ মোহ, বন্ধুত্বৰ এনাজৰী তথা প্ৰেমৰ সৰলতা আদিক সুন্দৰ ৰূপত উপস্থাপন কৰিছে পৰিচালক মুনীন বৰুৱাই। জীয়ৰীৰ বাবে মাতৃয়ে ধনী ল’ৰা আৰু পিতৃয়ে নিজৰ বন্ধুৰ পুত্ৰক বিচৰা ঘটনাটোতেই সন্নিৱিষ্ট হৈ থাকে কেইবাটাও পৰিঘটনা।

"হিয়া দিয়া নিয়া" ছবিখনৰ অতীত ৰোমন্থন গীতাৱলী ৰাজকুমাৰীৰঃ 3
"হিয়া দিয়া নিয়া" ছবিখনৰ অতীত ৰোমন্থন গীতাৱলী ৰাজকুমাৰীৰঃ 4


“হিয়া দিয়া নিয়া” ছবিখনত অভিনয় কৰিছিল লুনা লহকৰ, যতীন বৰা, ৰবি শৰ্মা, গীতাৱলী ৰাজকুমাৰী, প্ৰাঞ্জল শইকীয়া, মৃদুলা বৰুৱা, হিৰণ্য দাস, হিৰণ্য ডেকা, চেতনা দাস, নিপন গোস্বামী, মাধুৰীমা চৌধুৰী আৰু মালৱিকা বৰাই। উক্ত ছবিখনত সংযোজিত প্ৰায় প্ৰত্যেকটা গীত বৰ্তমানেও জনপ্ৰিয়। উল্লেখ্য যে, অভিনেতা ৰবি শৰ্মাৰ এইখনেই হৈছে প্ৰথমখন ছবি। মুনীন বৰুৱাৰ সফল ছবি ৰূপে পৰিগণিত উক্ত ছবিখনে এতিয়ালৈ বহুল হাৰত দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। অসমীয়া ছবিৰ ধাৰাক আৰু অধিক মজবুত কৰি তোলাত সফল হৈছিল “হিয়া দিয়া নিয়া”।

]]>
https://rupaliparda.com/archives/21708/feed 0 21708
মা দূৰ্গাৰ ভেশত গীতাৱলী ৰাজকুমাৰীৰ ফটোৱে মুহিছে দৰ্শককঃ https://rupaliparda.com/archives/21286 https://rupaliparda.com/archives/21286#respond Tue, 20 Oct 2020 12:30:33 +0000 https://rupaliparda.com/?p=21286 আকৌ এবাৰ অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰীৰ ৰূপে মুহিছে দৰ্শকক। বহুল জনপ্ৰিয়তাৰ সাক্ষী হৈ ৰোৱা এইগৰাকী অভিনেত্ৰীৰ বৰ্তমানেও আছে বৃহৎ অংকৰ অনুৰাগী। দূৰ্গা পূজালৈ মাজত মাত্ৰ কেইদিনমান; মা দূৰ্গাৰ আগমনে প্ৰত্যেকৰে মনত আচলতে সৃষ্টি কৰে উৎকন্ঠাৰ তথা উৎসাহৰ। অভিনেত্ৰী সকলে মাৰ আগমনৰ বাবে কৰা ফটোশ্বুট সমূহেও এতিয়া মুহিছে সকলোকে। শেহতীয়াকৈ এনে এক ফটোশ্বুটৰ অংশীদাৰ হৈ পৰে অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰী; অভিনেত্ৰী গৰাকীয়ে মা দূৰ্গাৰ ভেশত কৰা এই ফটোশ্বুটে মুগ্ধও কৰিছে তেওঁৰ অনুৰাগীক। সদ্য সমাপ্ত ধাৰাবাহিক “বান্ধোন” তো দেখিবলৈ পোৱা গৈছিল এই অভিনেত্ৰী গৰাকীক। চচিয়েল মিডিয়াত সক্ৰিয় এই অভিনেত্ৰী গৰাকীৰ সন্তানেও বৰ্তমান আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে দৰ্শকক। শিক্ষা জীৱনত কোনো দিন ষ্টেজত উঠি অভিনয় কৰি নোপোৱা এই গৰাকী অভিনেত্ৰী গীতাৱলীৰ “পূৱালী” আলোচনীত ওলোৱা ফটোখনেই আছিল জীৱনৰ টাৰ্ণিং পইন্ট। তাৰ পিছতেই তেওঁক প্ৰথমখন ছবি “কৃষ্ণচূড়া” ৰ বাবে বিচৰা হৈছিল।

মা দূৰ্গাৰ ভেশত গীতাৱলী ৰাজকুমাৰীৰ ফটোৱে মুহিছে দৰ্শককঃ 5
মা দূৰ্গাৰ ভেশত গীতাৱলী ৰাজকুমাৰীৰ ফটোৱে মুহিছে দৰ্শককঃ 6


অভিনয়ৰ কথা একো নজনাকৈ তেওঁ সোমাই পৰিছিল অভিনয় ক্ষেত্ৰখনত। উক্ত ছবিখনত তেওঁৰ সহঃ অভিনেতা হিচাপে অভিনয় কৰিছিল তপন দাসে।বাংলা, উড়িয়া, কানাডা আদি ভাষাত নিৰ্মিত ছবিসমূহৰ উপৰিও “আহত” নামে হিন্দী ধাৰাবাহিকখনৰ বাবেও বিচৰা হৈছিল গীতাৱলীক কিন্তু একাষাৰে এইবোৰ কৰাত অমান্তি হৈছিল তেওঁ।অসমীয়া “প্ৰিয়া অ’ প্ৰিয়া”, “হিয়া দিয়া নিয়া”, “ককাদেউতাৰ ঘৰ জোঁৱাই” কে ধৰি বিভিন্ন খন ভিচিডিত অভিনীত এইগৰাকী অভিনেত্ৰীৰ অভিনয়ো হৈছে লেখত ল’বলগীয়া।

]]>
https://rupaliparda.com/archives/21286/feed 0 21286
অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰী আক্ৰান্ত “ক’ভিড ১৯” তঃ https://rupaliparda.com/archives/18366 https://rupaliparda.com/archives/18366#respond Wed, 22 Jul 2020 06:30:00 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=18366 অসমীয়া অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰী আক্ৰান্ত হৈছে ক’ভিড ১৯ ত। বিগত দিনৰ পৰা জ্বৰ, কাঁহ আদিত ভুগি আছিল অভিনেত্ৰী গৰাকী। তেওঁৰ লগতে তেওঁৰ জ্যেষ্ঠ ভগ্নী ড° শুভালক্ষ্মী ৰাজকুমাৰী আৰু অভিনেত্ৰী গৰাকীৰ জীয়ৰী অনুষ্কা ৰাজকুমাৰীৰ দেহতো পোৱা গৈছে “ক’ভিড” ৰ লক্ষণ। মঙলবাৰে যোৰহাটত ৰেপিড টেষ্ট কৰোৱাইছিল অভিনেত্ৰী গৰাকীয়ে। শিক্ষা জীৱনত কোনো দিন ষ্টেজত উঠি অভিনয় কৰি নোপোৱা এই গৰাকী অভিনেত্ৰী গীতাৱলীৰ “পূৱালী” আলোচনীত ওলোৱা ফটোখনেই আছিল জীৱনৰ টাৰ্ণিং পইন্ট। তাৰ পিছতেই তেওঁক প্ৰথমখন ছবি “কৃষ্ণচূড়া” ৰ বাবে বিচৰা হৈছিল। অভিনয়ৰ কথা একো নজনাকৈ তেওঁ সোমাই পৰিছিল অভিনয় ক্ষেত্ৰখনত। উক্ত ছবিখনত তেওঁৰ সহঃ অভিনেতা হিচাপে অভিনয় কৰিছিল তপন দাসে।

অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰী আক্ৰান্ত "ক'ভিড ১৯" তঃ 7
View this post on Instagram

☺

A post shared by Gitawali Rajkumari official (@gitawalirajkumari) on


বাংলা, উড়িয়া, কানাডা আদি ভাষাত নিৰ্মিত ছবিসমূহৰ উপৰিও “আহত” নামে হিন্দী ধাৰাবাহিকখনৰ বাবেও বিচৰা হৈছিল গীতাৱলীক কিন্তু একাষাৰে এইবোৰ কৰাত অমান্তি হৈছিল তেওঁ। অসমীয়া “প্ৰিয়া অ’ প্ৰিয়া”, “হিয়া দিয়া নিয়া”, “ককাদেউতাৰ ঘৰ জোঁৱাই” কে ধৰি বিভিন্ন খন ভিচিডিত অভিনীত এইগৰাকী অভিনেত্ৰীৰ অভিনয় বৰ্তমান দৰ্শকে দেখিবলৈ পাইছে ৰং চেনেলত যোগে প্ৰচাৰিত ধাৰাবাহিক “বান্ধোন” ত।

]]>
https://rupaliparda.com/archives/18366/feed 0 18366
দৰ্শকক মনোৰঞ্জন কৰোৱাবলৈ সাজু ধাৰাবাহিক “বান্ধোন”- https://rupaliparda.com/archives/16171 https://rupaliparda.com/archives/16171#respond Mon, 08 Jun 2020 16:30:05 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=16171 ক্ৰমশঃ স্বাভাৱিকতালৈ ঘূৰি আহিছে জনসাধাৰণ। ইখনৰ পিছত সিখনকৈ ধাৰাবাহিক বোৰৰো আৰম্ভ কৰা শ্বুটিঙৰ কাম। মুঠতে, দৰ্শকক মনোৰঞ্জন প্ৰদানৰ অৰ্থে সাজু হৈ পৰিছে এতিয়া প্ৰত্যেকজন শিল্পী। ঘৰতেই থাকি চচিয়েল মিডিয়াত একটিভ হৈ থকা অভিনেতা-অভিনেত্ৰী ও কলা-কুশলীয়ে এইবাৰ সম্পূৰ্ণ নিয়ম-নীতিৰ মাজেৰে সাজু হৈছে ধাৰাবাহিক সমূহৰ শ্বুটিঙক লৈ।

দৰ্শকক মনোৰঞ্জন কৰোৱাবলৈ সাজু ধাৰাবাহিক "বান্ধোন"- 8
দৰ্শকক মনোৰঞ্জন কৰোৱাবলৈ সাজু ধাৰাবাহিক "বান্ধোন"- 9

বিগত দুমাহ ধৰি স্তব্ধ হৈ থকা ধাৰাবাহিক “বান্ধোন” ৰ ইতিমধ্যে আৰম্ভ কৰা হৈছে ন-শ্বুটিং কাৰ্যসূচী। এটি পোষ্ট যোগে এই কথা দৰ্শকক জানিবলৈ দিয়ে অভিনেতা ও উক্ত ধাৰাবাহিকখনৰ এটি চৰিত্ৰত অভিনীত অভিনেতা কিশোৰ দাসে। “বিধাতা” ধাৰাবাহিকখনৰ পিছত বাপা আহমেদৰ পৰিচালনাৰে চলিত বৰ্ষৰ প্ৰথমটো মাহৰ পৰা প্ৰচাৰিত কৰা হৈছিল “বান্ধোন”।

দৰ্শকক মনোৰঞ্জন কৰোৱাবলৈ সাজু ধাৰাবাহিক "বান্ধোন"- 10


সংসাৰৰ বিভিন্ন বান্ধোন আৰু সদস্য সকলৰ মাজত কোনো কাৰণবশতঃ হোৱা মতভেদৰ আধাৰ লৈয়ে নিৰ্মাণ কৰা হৈছিল এই ধাৰাবাহিক খন। কেইবাগৰাকীও জনপ্ৰিয় শিল্পীৰ সমাৱেশেৰে নিৰ্মাণ হোৱা এই ধাৰাবাহিকখন আছিল ৰং চেনেলৰ অন্যতম জনপ্ৰিয় ধাৰাবাহিক। ইয়াত অভিনয় কৰিছে ক্ৰমে গীতাৱলী ৰাজকুমাৰী, প্ৰতিভা চৌধুৰী, দ্বীপন গোস্বামী, মুনমী কলিতা, পংকজ পূজাৰী, কংকী বৰদলৈ, দেৱাশিস বৰঠাকুৰ, অৰ্চনা পূজাৰী, অশ্বিনী ভূঞা, ৰূপম বৰুৱা, অমল বৰুৱা, অনন্যা কাশ্যপ, ৰুমা কলিতা, নীলিম দত্ত, কিশোৰ দাস, ফ্ৰেংকী বৰুৱা, যতীন্দ্ৰ নাথ খনিকৰ, বিজয় শংকৰ শইকীয়া, কমল ৰেৱতী, মণিকা ভৰালী আৰু অজন্তা বৰুৱাই। ইয়াত কাহিনী মৈত্ৰেয়ী গোস্বামীৰ।

]]>
https://rupaliparda.com/archives/16171/feed 0 16171