Hajo Mandir – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Sat, 29 Feb 2020 06:58:27 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Hajo Mandir – Rupaliparda.com https://rupaliparda.com 32 32 163073109 “হাজো মন্দিৰ” ৰ বিষয়ে আলোচনা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতঃ https://rupaliparda.com/archives/10801 https://rupaliparda.com/archives/10801#respond Sat, 29 Feb 2020 09:30:47 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=10801 অসমত এনে কিছু ঠাই আছে যিসমূহক প্ৰাধান্য অসমৰ জনসাধাৰণৰ লগতে দূৰ দূৰণিৰ পৰা অহা পৰ্যটক সকলেও দিয়ে। এনে ঠাই সমূহৰ ভিতৰত উল্লেখ্যনীয় এক ঠাই হৈছে হাজো মন্দিৰ। প্ৰত্যেকদিনাই এই মন্দিৰটোৰ বিভিন্ন ঠাইৰ পৰা পৰ্যটক আহি ভিৰ কৰা পৰিলক্ষিত হয়। আনহাতে, মন্দিৰটোৰ বিভিন্ন ৰীতি-নীতি তথা মহত্ব ইত্যাদি বোৰ বহু পূৰণি দিনৰ পৰাই জনসাধাৰণৰ মুখে মুখে প্ৰচলিত। গুৱাহাটীৰ পৰা প্ৰায় ২৪ কি.মি দূৰত অৱস্থিত এই মন্দিৰটোক এতিয়া প্ৰদৰ্শিত কৰা হৈছে এক ৰাষ্ট্ৰীয় ক্ষেত্ৰত চেনেলত।

"হাজো মন্দিৰ" ৰ বিষয়ে আলোচনা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতঃ 1


“History Tv 18” শীৰ্ষক এই চেনেলটোত হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ বিভিন্ন ঠাইক সুন্দৰ ৰূপে উপস্থাপন কৰি তাৰ পূজা সমূহত কিয় “কাছ” দান কৰা হয় তাক বাখ্যা কৰে। উক্ত ভিডিঅ’টো ইউটিউবত মুক্তি লাভ কৰা পিছৰে ই ভাইৰেল হৈ পৰিছে এতিয়া চচিয়েল মিডিয়াতো। অসমক ৰাষ্ট্ৰীক প্ৰেক্ষাপটত তুলি ধৰাত গৌৰম্বান্বিত নোহোৱাকৈ থকাৰ জানো প্ৰশ্ন হ’ব পাৰে? তলত চাওঁক এই ভিডিঅ’টোঃ

]]>
https://rupaliparda.com/archives/10801/feed 0 10801