Hindi Upcoming Serial – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Mon, 30 Sep 2019 10:58:44 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Hindi Upcoming Serial – Rupaliparda.com https://rupaliparda.com 32 32 163073109 নাগিনৰ চতূৰ্থটো সংস্কৰণঃ কোন হ’ব এইবাৰ নাগমণিৰ গৰাকী?? https://rupaliparda.com/archives/6210 https://rupaliparda.com/archives/6210#respond Mon, 30 Sep 2019 11:00:16 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=6210 তিনিটা সফল চিজনৰ পিছত পুনৰ দৰ্শকৰ মাজলৈ আহি আছে “নাগিন” ৰ চতূৰ্থটো সংস্কৰণ। মৌনী ৰয় আৰু অৰ্জুন বিজলানীৰ দ্বাৰা আৰম্ভ হোৱা এই ধাৰাবাহিকখনত একতা কাপুৰে প্ৰত্যেকটো চিজনত ন-ন কাহিনী আৰু অভিনেতা-অভিনেত্ৰী সংযোজিত কৰি আহিছে। পূৰ্বৰ তিনিওটা চিজনত অভিনীত অভিনতা-অভিনেত্ৰী সমূহ আছিল ক্ৰমে মৌনী, অৰ্জুন বিজলানী,কৰিশ্মা তন্না, সুৰভি জ্যোতি, অনীতা হসনন্দানী, ৰজত টোকাস আৰু পৰ্ল বী পুৰী।

নাগিনৰ চতূৰ্থটো সংস্কৰণঃ কোন হ'ব এইবাৰ নাগমণিৰ গৰাকী?? 1
নাগিনৰ চতূৰ্থটো সংস্কৰণঃ কোন হ'ব এইবাৰ নাগমণিৰ গৰাকী?? 2


একতা কাপুৰে কিছুদিন পূৰ্বেই “নাগিন-৪” ৰ কথা উল্লেখ কৰিছিল আৰু ইতিমধ্যে ধাৰাবাহিকখনৰ প্ৰমো’ মুকলি কৰি দিয়া হৈছে। কিন্তু, ধাৰাবাহিকখনৰ এইবাৰৰ সংস্কৰণটোত কোন থাকিব সেয়া বৰ্তমানেও পোহৰলৈ অহা নাই।

https://www.instagram.com/p/B3AFOV-A1XG/?utm_source=ig_web_copy_link


“নাগিন ৪” ত হিনা খান আৰু বিবেক দাহিয়াক দেখিবলৈ পোৱা যাব বুলি বহুতেই কৈছে যদিও ই সম্পূৰ্ণৰূপে নিশ্চিত নহয়।

]]>
https://rupaliparda.com/archives/6210/feed 0 6210