love – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Wed, 30 Sep 2020 09:06:25 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 love – Rupaliparda.com https://rupaliparda.com 32 32 163073109 সলনি হৈছে প্ৰকাশভংগী; কিন্তু একেই আছে “প্ৰেম”! ধাৰাবাহিকতা আঁতৰাই সৃষ্টি হৈছে ন-প্ৰকল্পৰঃ https://rupaliparda.com/archives/20737 https://rupaliparda.com/archives/20737#respond Thu, 01 Oct 2020 10:30:00 +0000 https://rupaliparda.com/?p=20737 বৰ্তমানৰ প্ৰেমত পূৰ্বৰ দৰে চিঠিৰ আদান-প্ৰদান নাই। এতিয়াৰ ভালপোৱাত আকাশৰ তলত বহি তাত অগণন তৰাৰ খেল চাই হাত ধৰা নহয়। তথাপিও, প্ৰেম সুন্দৰ; ই চিৰযুগমীয়া। প্ৰেম নিবেদন অথবা প্ৰেমৰ ভাৱধাৰা বোৰ সলনি হ’লেও প্ৰেম এতিয়াও স্বৰ্গীয় এক অনুভৱ। শেহতীয়াকৈ নিৰ্মিত চুটি ছবিত একঘেয়ামী সেই প্ৰেমৰ কাহিনীতকৈ অকণমান কিছু ব্যতিক্ৰম কাহিনী আমি উপভোগ কৰিছো; নহয়নে বাৰু?? প্ৰকৃত প্ৰেমে আজিও সমগ্ৰ সংগ্ৰামৰ সৈতে যুঁজ দিয়াৰ সামৰ্থ ৰাখে। ইতিমধ্যে এখন অসমীয়া ধাৰাবাহিকেও প্ৰেম কাহিনীৰ এক নতুন ৰূপৰ সৈতে ধাৰাবাহিকখনৰ কাহিনীৰ সমাপ্ত কৰিছিল। ইয়াৰ নাম অসমীয়া প্ৰত্যেকজন দৰ্শকক নক’লেও চিনি পাব; ইয়াৰ নাম আছিল “দুটি মনৰ জোনাক”। নিজৰ প্ৰেমাস্পদৰ মৃত্যুৰ পিছতো এগৰাকী নাৰীৰ সাৱলীলতা তথা নিজৰ লগতে তেওঁৰ প্ৰেমাস্পদৰ পৰিয়ালক চলাই নিয়া কাৰ্যই অসমীয়া ধাৰাবাহিকতো এক নতুন ধাৰাৰ সৃষ্টি কৰা যেনেই অনুভৱ হয়। আমি যদি আকৌ এবাৰ চুটি ছবিৰ প্ৰসংগলৈ আহো তেতিয়াহ’লে প্ৰথমতে উল্লেখ কৰিব লাগিব বিষ্ণুজ্যোতি সন্দিকৈৰ “Tell Me It’s Grey” ৰ নাম। চুটি ছবিখনত থকা কাহিনীভাগে প্ৰেমৰ এক সুন্দৰ সংজ্ঞা অথবা প্ৰতিচ্ছবি দাঙি ধৰিছিল জনসাধাৰণৰ মাজত। নিজৰ মাজত খুঁট থকা পিছতো স্বামী-স্ত্ৰীয়ে ইজনে আনজনক দিয়া সঁহাৰিয়ে “প্ৰেম” আচলতে কি তাক বুজাই গৈছিল।


আগতেই উল্লেখ কৰিছিলো যে, “আজিৰ প্ৰেম”। নৱপ্ৰজন্মই চুটি ছবিসমূহত দেখুওৱা একাংশ নতুন কাহিনীৰ সমান্তৰালকৈ প্ৰেম হ’লে ইজনে আনজনৰ প্ৰতিটো কথা অথবা প্ৰতিটো লক্ষণৰ বিষয়ে যে জনাটো যে দৰকাৰী তাকো উপস্থাপন কৰা হৈছিল এখন চুটি ছবিৰ জৰিয়তে। নিবিড় আকাশৰ পৰিচালনাত নিৰ্মিত “নিমিলা অংক”। তথাকথিত সমাজে “ইটো ক’ব সিটো ক’ব” ৰ উৰ্দ্ধত গৈ যেতিয়া নিজৰ প্ৰেমিক- প্ৰেমিকাৰ সৈতে গঢ় লোৱা সম্পৰ্কটোক সময় দিয়া হয় সেইটো যে কোনোপধ্যেই অশ্লীল নহয় তাক উপস্থাপন কৰা হৈছিল এই চুটি ছবিখনত।


“লক-ডাউন” ৰ অন্যতম সৃষ্টি আছিল “I like Your T-Shirt” শীৰ্ষক চুটি ছবিখন। নিজৰ প্ৰেমিক অথবা প্ৰেমিকাক কোনো কাৰণতেই কষ্ট দিব বিচৰা নহয়। নহয়নে? নিজৰ পৰা আঁতৰ কৰি হ’লেও সুখত থাকিবলৈ দিব বিচৰা হয় নিজ আপোনজনক। প্ৰেমৰ সংজ্ঞা অথবা ইয়াৰ প্ৰকাশভংগী সলনি হ’লেও ইয়াৰ ভাৱধাৰাৰ সলনি কাহানিও নহয়। প্ৰাঞ্জল গৈয়াৰীৰ চুটি ছবিখনত আছিল এনে এক নতুন ধাৰা। উল্লেখ্য যে, এনে ন-কাহিনী অথবা ন-চুটি ছবি সমূহে কিবা এটা নতুনৰ উপস্থাপন কৰিবলৈ সক্ষমো হৈছে দৰ্শকৰ মাজত।

]]>
https://rupaliparda.com/archives/20737/feed 0 20737
Virat Kohli: I want to star in my own biopic with Anushka playing herself https://rupaliparda.com/archives/15023 https://rupaliparda.com/archives/15023#respond Sun, 17 May 2020 16:45:37 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=15023 Virat Kohli and Anushka Sharma are one of the loved couples. Even during this lockdown, the duo hasn’t stopped entertaining their fans. But today, the news is quite different. Well, when you hear that two iconic Indian sportsperson are having a conversation, what do you expect to be the topic? Of course, Sports! But it wasn’t the conversation between the captains of our Indian cricket and football teams.

Virat Kohli: I want to star in my own biopic with Anushka playing herself 1
Virat Kohli and Anushka Sharma

It seems Virat Kohli and Sunil Chhetri got engaged in a fun-banter filled live chat on Instagram on Sunday evening. Instead of sports, they discussed everything from cinema to relationships. When Chhetri, who played the interviewer in the discussion, asked Kohli who he would like to see in his biopic, the Indian captain promptly said, “Myself! I don’t think anybody can play me like I do. I would even have Anushka star as herself in it.”

Virat Kohli: I want to star in my own biopic with Anushka playing herself 2
Virat Kohli with Sunil Chhetri

Chhetri responded by saying, “I believe you can do that because people might not know but you are quite funny and you can act.” However, Kohli said, “It’s a misconception that I can act and I want to set that straight. See, I can even play football. But does that mean you will get me play in the ISL (Indian Super League)? No right? The same way, I can face a camera but you can’t call that acting.”

He added, “But in a biopic, I’ll have to play myself. Aur mujhe khud se behtar kaun play kar sakta hai.” Chhetri then roasted Kohli about the fact that despite a dream wedding in Italy that became the envy of many, the cricketer never actually proposed to Anushka. “I was talking to Anushka the other day and I discovered something,” Chhetri said. Adding to it, “Janaab ne madam ko propose bhi nahi kiya. But it was so natural. She said it so happily. But how does that happen?” Kohli replied, “I believe that when you live life freely and with love, you don’t need a special day like Valentine’s Day. So. It was organic that we never needed to propose or do it formally. We just knew that we wanted to get married.”

Chhetri replied, recalling his own wedding, “In my case, I had to propose out of formality. I went to her (Sonam Bhattacharya) father and asked for her hand. But she got annoyed so I had to propose, as a formality.”

Virat Kohli: I want to star in my own biopic with Anushka playing herself 3
Sunil Chhetri with wife Sonam Bhattacharya at Virat Kohli and Anushka Sharma’s Reception
]]>
https://rupaliparda.com/archives/15023/feed 0 15023