models – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Fri, 20 Mar 2020 14:13:46 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 models – Rupaliparda.com https://rupaliparda.com 32 32 163073109 বয়সতকৈ উৰ্দ্ধত মিলিন্দ-অংকিতাৰ প্ৰেমঃ https://rupaliparda.com/archives/11676 https://rupaliparda.com/archives/11676#comments Thu, 19 Mar 2020 14:30:46 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=11676 ফেশ্বন জগত খনৰ এটা উল্লেখনীয় নাম হৈছে মিলিন্দ সুমন। মডেলিং তথা অভিনয়ৰ দ্বাৰাও এই গৰাকী শিল্পীয়ে দৰ্শকক আকৰ্ষিত কৰা দেখিবলৈ পোৱা গৈছিল। ৯০ দশকৰ হাৰ্টথ্ৰৱ ৰূপে পৰিগণিত হৈছিল মিলিন্দ সুমন। কিন্তু, সাংস্কৃতিক জগত খনৰ বাবে নহয়; চচিয়েল মিডিয়াত তেওঁ ট্ৰোল হৈছিল নিজৰ ব্যক্তিগত জীৱনৰ বাবেহে। আছলতে, এজন চেলিব্ৰটীৰ পাৰ্ছনেল আৰু প্ৰফেচনেল লাইফৰ ওপৰত ভিত্তি কৰিয়েই বাতৰি প্ৰস্তুত কৰা দেখিবলৈ পোৱা যায় আৰু এয়াই হৈছিল মিলিন্দৰ সৈতে। কোৱা হয়, বয়সে হেনো প্ৰেম নামানে। বয়স,ওজনৰ নিচিনা একোটা সমীকৰণৰ উৰ্দ্ধত থাকে প্ৰেম। এয়া প্ৰমাণ কৰিলে ৫৩ বছৰীয়া মিলিন্দে, যেতিয়া তেওঁ বিয়া কৰোৱালে এগৰাকী ২৮ বছৰীয়া যুৱতী অংকিতা কোঁৱৰক। চচিয়েল মিডিয়াত তেওঁলোকৰ প্ৰেমৰ সময়ছোৱাৰ পৰা ট্ৰোল হৈছিল তেওঁলোকৰ বিবাহ পৰ্যন্ত।

বয়সতকৈ উৰ্দ্ধত মিলিন্দ-অংকিতাৰ প্ৰেমঃ 1

কিন্তু হাৰি যোৱা নাছিল এওঁলোক; সকলো সমালোচনাৰ কাঁইট ভাঙি বৰ্তমান সুখী জীৱন জ্ঞাপন কৰিছে এওঁলোকে। যাৰ সম্পূৰ্ণ নিদৰ্শন পোৱা যায় এওঁলোকৰ ফটোবোৰত। শেহতীয়াকৈ মিলিন্দ সুমনে ইনষ্টাগ্ৰামত পত্নীৰ এখন ক্ল’জআপ ফটো আপলোড কৰি কেপচন দিয়ে যে, “২০১৪…লৱ এট ফাৰ্ষ্ট চাইট” অৰ্থাৎ “প্ৰথম দেখাতেই প্ৰেম”। উক্ত ফটোখনত এতিয়া অনুৰাগীৰ যথেষ্ট কমেন্ট দেখিবলৈ পোৱা গৈছে; কোনোৱে যদি অংকিতাক কৈছে “মৰম লগা”, তাতেই আকৌ কোনোৱে কৈছে “সুন্দৰ”। উল্লেখ্য যে, মিলিন্দ-অংকিতাই ৪ বছৰ প্ৰেম কৰাৰ পিছত বিবাহ পাশত আবদ্ধ হয়।

https://www.instagram.com/p/B937VyeHEU8/?utm_source=ig_web_copy_link
বয়সতকৈ উৰ্দ্ধত মিলিন্দ-অংকিতাৰ প্ৰেমঃ 2


যেতিয়া চচিয়েল মিডিয়াত তেওঁলোকক এবাৰ কোনোৱে ট্ৰোল কৰি কৈছিল যে, অংকিতাই মিলিন্দক “পাপাজী” সম্বোধন কৰাটো গ্ৰহণযোগ্য। তেতিয়া মিলিন্দে হাঁহি কৈছিল যে, “হয়, মোৰ পত্নীয়ে মাজে মাজে মোক “পাপা” বুলি মাতে ।” ইয়াৰ উপৰিও তেওঁ কয় যে, “অংকিতা আৰু মোৰ বয়সৰ ব্যৱধানটো হৈছে মোৰ মা আৰু মোৰ বয়সৰ ব্যৱধানৰ নিচিনাই। এয়া কি নাজানো; কিন্তু মই তেওঁক ভাল পাওঁ।”

]]>
https://rupaliparda.com/archives/11676/feed 1 11676
মাতৃত্বৰ সোঁৱাদ লাভ কৰি উৎসাহিত লিজা হেডেনঃ https://rupaliparda.com/archives/10380 https://rupaliparda.com/archives/10380#respond Sat, 15 Feb 2020 13:37:33 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=10380 কৰণ জহৰৰ দ্বাৰা পৰিচালিত “এ দিল হে মু্ছকিল” ছবিখনত দেখিবলৈ পোৱা অভিনেত্ৰী লিজা হেডেন দ্বিতীয় বাৰৰ বাবে মাতৃ সুখ লাভ কৰিবলৈ সক্ষম হৈছে। পুনৰ বাৰ তেওঁ এটা শিশু পুত্ৰ জন্ম দিয়ে। লিজা হেডেন আৰু তেওঁৰ স্বামী ডিনো লালৱানীয়ে তেওঁৰ দ্বিতীয় পুত্ৰৰ নাম “লিয়ো” ৰাখে। চচিয়েল মিডিয়াত অভিনেত্ৰী ও মডেল গৰাকীয়ে তেওঁৰ দুয়ো পুত্ৰ ফটো শ্বেয়াৰ কৰে। যি ফটোত এতিয়া তেওঁৰ অনুৰাগীয়ে যথেষ্ট কমেন্ট কৰা দেখিবলৈ পোৱা গৈছে।

https://www.instagram.com/p/B8lM9LiFbQr/?utm_source=ig_web_copy_link
মাতৃত্বৰ সোঁৱাদ লাভ কৰি উৎসাহিত লিজা হেডেনঃ 3
মাতৃত্বৰ সোঁৱাদ লাভ কৰি উৎসাহিত লিজা হেডেনঃ 4


মাতৃত্বৰ সুখ লৈ এক বেলেগ ধৰণৰ অনুভৱ হোৱা বুলি জনোৱাৰ লগতে তেওঁ পোষ্টটোৰ জৰিয়তে নিজ স্বামীকো ধন্যবাদ জ্ঞাপন কৰে। অভিনেত্ৰী গৰাকীৰ এই ফটোৱে এতিয়া লাভ কৰিছে দৰ্শকৰ যথেষ্ট সমাদৰ। ২০১৬ চনত ডিনো লালৱানীৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱা লিজাই ২০১৭ বৰ্ষত তেওঁৰ প্ৰথমটো প্ৰসৱ কৰে।

]]>
https://rupaliparda.com/archives/10380/feed 0 10380
NORTH EAST INTERNATIONAL FASHION WEEK (NEIFW) 2019-20 IN TOWN! https://rupaliparda.com/archives/7317 https://rupaliparda.com/archives/7317#respond Sun, 27 Oct 2019 06:15:26 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=7317 Style is a way to say who you are without having to speak. Hence, North-East India is geared up for the magnificent FASHION EVENT of the year. It is all about the upcoming “FASHION FOR ALL” in North-East International Fashion Week (NEIFW) 2019-20.

The biggest opportunity to walk in your best. Auditions are opening for male, female, kids and married ladies. Grab the chance to be on the Final Auditions of the fashion event, NEIFW powered by Ajtaksh Ventures.

NORTH EAST INTERNATIONAL FASHION WEEK (NEIFW) 2019-20 IN TOWN! 5

Interested candidates should smartly dress-up in

  • (FOR GIRLS) Beige or black stilettos with shorts and sleeveless top
  • (FOR BOYS) Blue jeans and white T-shirts and formal shoes.
NORTH EAST INTERNATIONAL FASHION WEEK (NEIFW) 2019-20 IN TOWN! 6

The auditions will be held on:

DATE: 10.11.2019

TIME: 12 p.m.-3 p.m.

VENUE: The Lily Hotel, Khanapara, Guwahati

Aspiring Jewellery/ Fashion Designers, Call / Whatsapp at 9706001220 and register your names NOW!

]]>
https://rupaliparda.com/archives/7317/feed 0 7317