Naagin – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Mon, 30 Sep 2019 10:58:44 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Naagin – Rupaliparda.com https://rupaliparda.com 32 32 163073109 নাগিনৰ চতূৰ্থটো সংস্কৰণঃ কোন হ’ব এইবাৰ নাগমণিৰ গৰাকী?? https://rupaliparda.com/archives/6210 https://rupaliparda.com/archives/6210#respond Mon, 30 Sep 2019 11:00:16 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=6210 তিনিটা সফল চিজনৰ পিছত পুনৰ দৰ্শকৰ মাজলৈ আহি আছে “নাগিন” ৰ চতূৰ্থটো সংস্কৰণ। মৌনী ৰয় আৰু অৰ্জুন বিজলানীৰ দ্বাৰা আৰম্ভ হোৱা এই ধাৰাবাহিকখনত একতা কাপুৰে প্ৰত্যেকটো চিজনত ন-ন কাহিনী আৰু অভিনেতা-অভিনেত্ৰী সংযোজিত কৰি আহিছে। পূৰ্বৰ তিনিওটা চিজনত অভিনীত অভিনতা-অভিনেত্ৰী সমূহ আছিল ক্ৰমে মৌনী, অৰ্জুন বিজলানী,কৰিশ্মা তন্না, সুৰভি জ্যোতি, অনীতা হসনন্দানী, ৰজত টোকাস আৰু পৰ্ল বী পুৰী।

নাগিনৰ চতূৰ্থটো সংস্কৰণঃ কোন হ'ব এইবাৰ নাগমণিৰ গৰাকী?? 1
নাগিনৰ চতূৰ্থটো সংস্কৰণঃ কোন হ'ব এইবাৰ নাগমণিৰ গৰাকী?? 2


একতা কাপুৰে কিছুদিন পূৰ্বেই “নাগিন-৪” ৰ কথা উল্লেখ কৰিছিল আৰু ইতিমধ্যে ধাৰাবাহিকখনৰ প্ৰমো’ মুকলি কৰি দিয়া হৈছে। কিন্তু, ধাৰাবাহিকখনৰ এইবাৰৰ সংস্কৰণটোত কোন থাকিব সেয়া বৰ্তমানেও পোহৰলৈ অহা নাই।

https://www.instagram.com/p/B3AFOV-A1XG/?utm_source=ig_web_copy_link


“নাগিন ৪” ত হিনা খান আৰু বিবেক দাহিয়াক দেখিবলৈ পোৱা যাব বুলি বহুতেই কৈছে যদিও ই সম্পূৰ্ণৰূপে নিশ্চিত নহয়।

]]>
https://rupaliparda.com/archives/6210/feed 0 6210
“নাগিন” নাহে “বিগ বছ” লৈঃ https://rupaliparda.com/archives/4764 https://rupaliparda.com/archives/4764#respond Sat, 31 Aug 2019 11:06:14 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=4764 কমেডিয়ান সুনীল গ্ৰৱাৰ আৰু অভিনেতা অৰুণ মণ্ডলাৰ পিছত কালাৰ্ছৰ নাগিনে “বিগ বছ” ত অন্তৰ্ভূক্ত হ’বলৈ কৰিছে “না”। কালাৰ্ছ টিভিৰ জনপ্ৰিয় ধাৰাবাহিক “নাগিন” ৰ মূখ্য অভিনেত্ৰী সুৰভী জ্যোতিয়ে কালাৰ্ছৰে জনপ্ৰিয় ৰিয়েলিটী শ্ব’লৈ আহিবলৈ একাষাৰে “না” কৈছে।

"নাগিন" নাহে "বিগ বছ" লৈঃ 3


কিছুদিন পূৰ্বে হৈ যোৱা এক সাক্ষাৎকাৰত অভিনেত্ৰী গৰাকীয়ে কয় যে তেওঁ যোৱা দুইবছৰ ধৰি উক্ত ৰিয়েলিটী শ্ব’টো উপভোগ কৰি আছে। ইয়াত আহিবলৈ হ’লে বহুত সংযমতাৰ প্ৰয়োজন হয়; যিটোৰ বাবে বৰ্তমান সুৰভি “ফিট” নহয়।

"নাগিন" নাহে "বিগ বছ" লৈঃ 4


অভিনেত্ৰী গৰাকীৰ এই কথাৰ কোনো ধৰণৰ স্পষ্টীকৰণ বৰ্তমানলৈ হোৱা নাই। গতিকে, আহিবলগীয়া সময়তহে গম পোৱা যাব নাগিন “বিগ বছ” লৈ আহিবনে নাই!

]]>
https://rupaliparda.com/archives/4764/feed 0 4764