Niyoror Phool – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Wed, 11 Dec 2019 08:32:04 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Niyoror Phool – Rupaliparda.com https://rupaliparda.com 32 32 163073109 প্ৰেম-সংঘাতৰ কাহিনীৰে ধাৰাবাহিক “নিয়ৰৰ ফুল”- https://rupaliparda.com/archives/8698 https://rupaliparda.com/archives/8698#respond Wed, 11 Dec 2019 08:31:53 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=8698 “নুপূৰ” ধাৰাবাহিকখনৰ সফল সমাপ্তিৰ পিছত এইবাৰ সুব্ৰতৰ অভিনয়েৰে আহি আছে আন এখন ধাৰাবাহিক “নিয়ৰৰ ফুল”। ইতিমধ্যে ধাৰাবাহিকখনৰ পোষ্টাৰৰ লগতে ট্ৰেইলাৰ মুকলি কৰি দিয়া হৈছে। ৰেঙণি চেনেলযোগে প্ৰচাৰ হ’বলগীয়া এই ধাৰাবাহিক খন চলিত মাহৰ ১৬ তাৰিখৰ পৰা প্ৰতিটো সোমবাৰৰ পৰা শুক্ৰবাৰলৈ প্ৰচাৰ কৰা হ’ব।

https://www.instagram.com/p/B564XrGnhL2/?utm_source=ig_web_copy_link


সুব্ৰতৰ লগতে ধাৰাবাহিকখনত অভিনয় কৰিছে প্ৰিয়ম পল্লৱী, শশাংক সমীৰ, মলয়া গোস্বামীকে ধৰি কেইবাগৰাকীও জনপ্ৰিয় শিল্পীয়ে। ধাৰাবাহিক খনত বিজনেছ মেন লুক এৰি মূৰত তিলক লগাই খোলা চাৰ্টৰ বুটামৰ সৈতে এটা নিউ লুকত দেখিবলৈ পোৱা যাব অভিনেতা সুব্ৰতক। পংকজ গগৈৰ পৰিচালনাৰে নিৰ্মিত ধাৰাবাহিক “নিয়ৰৰ ফুল” প্ৰেম-বিশ্বাসঘাতকতা আদি কাহিনীৰ ভেঁটিত নিৰ্মাণ কৰা হৈছে।

]]>
https://rupaliparda.com/archives/8698/feed 0 8698