politician – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Fri, 03 Jan 2020 08:42:19 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 politician – Rupaliparda.com https://rupaliparda.com 32 32 163073109 অভিনেত্ৰীৰ পৰা বিধায়িকালৈ এক যাত্ৰাঃ অভিনেত্ৰী আঙুৰলতালৈ জন্মদিনৰ শুভকামনা- https://rupaliparda.com/archives/9146 https://rupaliparda.com/archives/9146#respond Fri, 03 Jan 2020 11:36:05 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=9146 অসমীয়া চলচিত্ৰ জগতৰ এগৰাকী অভিনেত্ৰী ও বৰ্তমানৰ ৰাজনৈতিক নেত্ৰী হৈছে আঙুৰলতা ডেকা। বৰ্তমান সময়ৰ বটদ্ৰৱা সমষ্টিৰ বিধায়িকা অভিনেত্ৰী আঙুৰলতাক তেওঁৰ জন্মদিনৰত ৰূপালীপৰ্দাৰ ফালৰ পৰা জনাইছো অশেষ শুভকামনা।

অভিনেত্ৰীৰ পৰা বিধায়িকালৈ এক যাত্ৰাঃ অভিনেত্ৰী আঙুৰলতালৈ জন্মদিনৰ শুভকামনা- 1


নলবাৰীত জন্মগ্ৰহণ কৰা এই গৰাকী অভিনেত্ৰীয়ে ২০০৬ চনত “আমি অসমীয়া” ছবিখনৰ পৰা অসমীয়া চলচিত্ৰ জগতত খোজ পেলায়। উক্ত চিনেমাখনকে ধৰি প্ৰায় ৫ খন ছবি আৰু কেইবাখনো চুটি ছবিত অভিনীত আঙুৰলতাই ভ্ৰাম্যমাণৰ মঞ্চতো অভিনয় কৰিছিল।

অভিনেত্ৰীৰ পৰা বিধায়িকালৈ এক যাত্ৰাঃ অভিনেত্ৰী আঙুৰলতালৈ জন্মদিনৰ শুভকামনা- 2


তেওঁৰ অভিনয়ৰ সমান্তৰালকৈ এগৰাকী বিধায়িকা হিচাপে তেওঁ কৰা কামৰ অনুৰাগীও হৈছে যথেষ্ট জনসাধাৰণ।

]]>
https://rupaliparda.com/archives/9146/feed 0 9146