Rajveer – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Wed, 05 Feb 2020 08:15:02 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Rajveer – Rupaliparda.com https://rupaliparda.com 32 32 163073109 ভেলেন্টাইনৰ পূৰ্বে প্ৰেমৰ গীত “জোনাক নিশা”- https://rupaliparda.com/archives/10073 https://rupaliparda.com/archives/10073#comments Wed, 05 Feb 2020 10:39:38 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=10073 ইংৰাজী ফেব্ৰুৱাৰী মাহটো প্ৰত্যেকেই “প্ৰেমৰ মাহ” বুলি কয়। প্ৰেমৰ সুবাসেৰে সুবাষিত হৈ পৰে এই মাহটো। “প্ৰেমৰ বিশেষ দিন” টোও উদযাপন কৰা হয় এই ফেব্ৰুৱাৰী মাহটোতেই। প্ৰেমিক যুঁটিবোৰৰ অভিমান-অভিযোগ-ভালপোৱাৰে আৰম্ভণি হোৱা মাহটোত সকলোৱে অপেক্ষা কৰে এটি প্ৰেমৰ গীতৰ। আছলতে, এই সমস্ত মাহটোৰ প্ৰত্যেকটো দিনেই হৈ উঠে প্ৰেমময়।

ভেলেন্টাইনৰ পূৰ্বে প্ৰেমৰ গীত "জোনাক নিশা"- 1


গতিকে, গীতেৰে প্ৰেমৰ সুকীয়া অনুভূতিক অনুভৱ কৰাবলৈ নৱ প্ৰজন্মৰ এক ন-কন্ঠই আনিবলৈ সাজু হৈছে এটি গীত। “জোনাক নিশা” শীৰ্ষক গীতটিৰে অসমীয়া সংগীত জগতলৈ আহি আছে এগৰাকী কন্ঠশিল্পী ৰাজবিৰ। কলকাতা স্থিত এটা ৰাজঘৰত গীতটিৰ শ্বুটিং কৰা হৈছে।

ভেলেন্টাইনৰ পূৰ্বে প্ৰেমৰ গীত "জোনাক নিশা"- 2


শিৱ প্ৰসাদ কলিতাৰ প্ৰযোজনাৰে নিৰ্মিত এই গীতটিৰ নিৰ্দেশনা কৰিছে অনিয়ন ৰয়ে। অদ্ৰিজা আৰু সোমনথৰ অভিনয়ৰে নিৰ্মাণ হোৱা এই গীতটিয়ে মুক্তি লাভ কৰিব ১১ ফেব্ৰুৱাৰী তাৰিখে।

]]>
https://rupaliparda.com/archives/10073/feed 2 10073