Rakesh Reeyan New Songs – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Sat, 28 Aug 2021 06:42:09 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Rakesh Reeyan New Songs – Rupaliparda.com https://rupaliparda.com 32 32 163073109 অনুৰাগীক আহৰি নিদিয়াকৈ ৰাকেশ ৰিয়ানে মুকলি কৰিছে গীতঃ https://rupaliparda.com/archives/28194 https://rupaliparda.com/archives/28194#respond Sun, 29 Aug 2021 11:32:00 +0000 https://rupaliparda.com/?p=28194 “তুমি যে নাই” ৰ পিছত মুক্তি পাবলৈ সাজু হৈছে ৰাকেশ ৰিয়ানৰ কণ্ঠত আন এটি গীত “নাজানো হ’বলা”। অহা ১ চেপ্তেম্বৰ তাৰিখে মুক্তি পাবলগীয়া এই গীতটিত ৰাকেশ ৰিয়ানৰ সৈতে যুটীয়াভাৱে কণ্ঠদান কৰিছে নুৰ আলিশাই। আনহাতে, গীতটিৰ ভিডিঅ’টিতো উক্ত যুটিটোকেই দেখিবলৈ পোৱা যাব। গীতটিত কথা আৰু সুৰ কৰিছে ৰেকিবুলে, সংগীত দিয়াৰ লগতে শব্দ-সংমিশ্ৰণ কৰিছে পলাশ গগৈয়ে। ভিডিঅ’ পৰিচালনা ৰিণ্টু চৌধুৰীৰ, দৃশ্যগ্ৰহণ কৰিছে বিতুল দাসে। সম্পাদনা মানস কাশ্যপৰ, সহঃ পৰিচালনা দীপ ফুকনৰ। বিগত দিনত ৰাকেশ ৰিয়ানে নিজৰ তিনিটা নতুন গীতক ৰাইজৰ মাজত মুকলি কৰি দিয়াৰ কথা ব্যক্ত কৰিছিল। বিগত বৰ্ষটোৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে তেওঁ এনে বহুকেইটা গীতৰ মুক্তি দিছে যিকেইটা হয়টো প্ৰতিজন অসমীয়া সংগীতপ্ৰেমী শ্ৰোতাৰ হিট প্লে-লিষ্টত আছে। আহিবলগীয়া গীত তিনিটা হৈছে ক্ৰমে “মৰমৰ দেহী ঐ”, “যদি মই কবিতা হওঁ”, “তুমি যে নাই”। আপোনালোকক আগতেই হয়টো কেইবাবাৰো কৈছো যে ৰোমান্টিক গীতৰ ক্ষেত্ৰত ৰাকেশ ৰিয়ানৰ এক বিশেষ দখল থকা দেখিবলৈ পোৱা গৈছে। বিগত কেইটামান মাহৰ ভিতৰতেই তেওঁ কন্ঠদান কৰা গীত ক্ৰমে “অ’ মোৰে জান”, “তোমাৰেই নামত” আৰু “আধৰুৱা সপোন” ক লৈ উৎসাহী তেওঁৰ অনুৰাগীও। শেহতীয়াকৈ পিতৃত্বৰ সুখ লাভ কৰা ৰাকেশ ৰিয়ানে জীয়ৰীৰ এমাহ সম্পূৰ্ণ হোৱাৰ পিছতেই তেওঁ শ্বেয়াৰ কৰিছিল ফটো তথা ভিডিঅ’। কণ্ঠশিল্পী গৰাকীৰ জীয়ৰীৰ নাম নাইসা নাভেলী; তেওঁৰ জীয়ৰী তথা পত্নীৰ সৈতে কৰা ফটোশ্বুটে খলকনি লগাইছিল চচিয়েল মিডিয়াত।২০০৮ চনত মুক্তিপ্ৰাপ্ত “জীঁয়া ঔ” শীৰ্ষক গীতটিৰে অসমীয়া সংগীত ক্ষেত্ৰখনত সোমাই পৰা ৰাকেশ ৰিয়ান শ্ৰোতা ও দৰ্শকৰ মাজত অধিক জনপ্ৰিয় হৈ পৰিছিল “দীপৰ বিলতে” শীৰ্ষক গীতটিৰ পৰাহে।


তিনিচুকীয়া কাকপথাৰত জন্মগ্ৰহণ কৰা এই গৰাকী কন্ঠশিল্পীৰ বৰ্তমান প্ৰতিটো গীতেই সাৱটিছে জনপ্ৰিয়তা।কিছুদিন পূৰ্বে কন্ঠশিল্পী গৰাকী “অ মোৰে জান” শীৰ্ষক গীতটিয়ে অতি কম সময়ৰ ভিতৰতে লাভ কৰিবলৈ সক্ষম হৈছিল জনপ্ৰিয়তা। গীতটিয়ে সহজতে ভিউৱাৰচৰ মিলিয়নৰ অংক অতিক্ৰম কৰাত উৎসাহীত হৈ চচিয়েল মিডিয়াত পোষ্টো কৰিছিল কন্ঠশিল্পী গৰাকীয়ে।

]]>
https://rupaliparda.com/archives/28194/feed 0 28194
ৰাকেশ ৰিয়ানৰ “তুমি যে নাই” য়ে লাভ কৰিছে সঁহাৰিঃ https://rupaliparda.com/archives/27992 https://rupaliparda.com/archives/27992#respond Mon, 16 Aug 2021 10:30:00 +0000 https://rupaliparda.com/?p=27992 অৱশেষত মুক্তি লাভ কৰিলে কণ্ঠশিল্পী ৰাকেশ ৰিয়ানৰ কণ্ঠৰে “তুমি যে নাই”। মুক্তিৰ পিছতেই গীতটিত বহুল সঁহাৰি ৰাইজৰ। এটা গীতেৰে এটা কাহিনীক উপস্থাপন কৰা আমি প্ৰায় দেখো। আজি-কালি প্ৰায় প্ৰতিটো গীতৰ সৈতে খাপ খোৱাকৈ একোটা কাহিনী থাকে যিয়ে জনসাধাৰণক আৰু অধিক সংযোগ কৰে। আমি কেতিয়াবা সাধাৰণ হয় জীয়াবলৈ ভাল পাওঁ, যান্ত্ৰিকতাৰ পৰা ওলাই আহি সৰু সৰু বস্তুতেই আমি সুখানুভূতি অনুভৱ কৰিবলৈ বিচাৰো। সকলো সা-সুবিধাৰে পৰিপূৰ্ণ এটা পৰিয়ালৰ তুলনাত দুবেলা-দুমুঠি খাবলৈ নিতৌ ৰাতিপুৱাৰ পৰাই কষ্ট কৰি যোৱা পৰিয়ালটোৰ সদস্যকেইজনৰ নিজৰ মানুহখিনিৰ বাবে সেই একেই অনুভৱ হয়। সময় নাথাকিলেও তেওঁলোকে প্ৰতিটো সময়ত আপোনজনৰ কথা ভাবিয়েই সকলো কষ্টক আওঁকান কৰিবলৈ বিচাৰে? মই কোৱা কথাখিনিৰ সৈতে আপোনালোকে যদিহে সংযোগ কৰিব পাৰিছে তেতিয়াহ’লে যিসকলে সদ্যমুক্তিপ্ৰাপ্ত উক্ত গীতটি উপভোগ কৰা নাই, সোনকালে কৰক।


গীতটিত অভিনয় কৰিছে ৰাকেশ ৰিয়ানৰ লগতে জুনু নাথে। গীতটিৰ ভিডিঅ’ পৰিচালনা, কাহিনী, দৃশ্যগ্ৰহণ আৰু সম্পাদনা অপুৰাজ গগৈৰ। নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় অপুৰাজ গগৈয়ে সদ্যমুক্তিপ্ৰাপ্ত গীতটিৰ বিষয়বস্তু উপস্থাপনৰ ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাই প্ৰতিজন দৰ্শকক আকৰ্ষণ কৰিছে। গীতটিত কথা গীতাৰ্থ গিৰিনৰ আৰু সংগীত ব্যৱস্থাপনা কৰিছে ময়ূৰ শইকীয়াই।

]]>
https://rupaliparda.com/archives/27992/feed 0 27992
ৰাকেশ ৰিয়ানৰ “তুমি যে নাই” ৰ আৰম্ভ হৈছে শ্বুটিং চিড্যুলঃ https://rupaliparda.com/archives/27888 https://rupaliparda.com/archives/27888#respond Mon, 09 Aug 2021 10:30:00 +0000 https://rupaliparda.com/?p=27888 কণ্ঠশিল্পী ৰাকেশ ৰিয়ানৰ আগন্তুক গীত “তুমি যে নাই” ৰ ইতিমধ্যে আৰম্ভ হৈছে শ্বুটিং চিড্যুল। চচিয়েল মিডিয়াৰ জৰিয়তে কণ্ঠশিল্পী গৰাকীয়ে এই কথা জনাইছে। গীতটিৰ ভিডিঅ’টিত এইবাৰ তেওঁৰ সৈতে দেখিবলৈ পোৱা যাব অভিনেত্ৰী জুনু নাথক। উল্লেখ্য যে, বিগত দিনত ৰাকেশ ৰিয়ানে নিজৰ তিনিটা নতুন গীতক ৰাইজৰ মাজত মুকলি কৰি দিয়াৰ কথা ব্যক্ত কৰিছিল। বিগত বৰ্ষটোৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈ তেওঁ এনে বহুকেইটা গীতৰ মুক্তি দিছে যিকেইটা হয়টো প্ৰতিজন অসমীয়া সংগীতপ্ৰেমী শ্ৰোতাৰ হিট প্লে-লিষ্টত আছে। আহিবলগীয়া গীত তিনিটা হৈছে ক্ৰমে “মৰমৰ দেহী ঐ”, “যদি মই কবিতা হওঁ”, “তুমি যে নাই”। আপোনালোকক আগতেই হয়টো কেইবাবাৰো কৈছো যে ৰোমান্টিক গীতৰ ক্ষেত্ৰত ৰাকেশ ৰিয়ানৰ এক বিশেষ দখল থকা দেখিবলৈ পোৱা গৈছে। বিগত কেইটামান মাহৰ ভিতৰতেই তেওঁ কন্ঠদান কৰা গীত ক্ৰমে “অ’ মোৰে জান”, “তোমাৰেই নামত” আৰু “আধৰুৱা সপোন” ক লৈ উৎসাহী তেওঁৰ অনুৰাগীও। শেহতীয়াকৈ পিতৃত্বৰ সুখ লাভ কৰা ৰাকেশ ৰিয়ানে জীয়ৰীৰ এমাহ সম্পূৰ্ণ হোৱাৰ পিছতেই তেওঁ শ্বেয়াৰ কৰিছিল ফটো তথা ভিডিঅ’। কণ্ঠশিল্পী গৰাকীৰ জীয়ৰীৰ নাম নাইসা নাভেলী; তেওঁৰ জীয়ৰী তথা পত্নীৰ সৈতে কৰা ফটোশ্বুটে খলকনি লগাইছিল চচিয়েল মিডিয়াত।২০০৮ চনত মুক্তিপ্ৰাপ্ত “জীঁয়া ঔ” শীৰ্ষক গীতটিৰে অসমীয়া সংগীত ক্ষেত্ৰখনত সোমাই পৰা ৰাকেশ ৰিয়ান শ্ৰোতা ও দৰ্শকৰ মাজত অধিক জনপ্ৰিয় হৈ পৰিছিল “দীপৰ বিলতে” শীৰ্ষক গীতটিৰ পৰাহে।

ৰাকেশ ৰিয়ানৰ "তুমি যে নাই" ৰ আৰম্ভ হৈছে শ্বুটিং চিড্যুলঃ 1


তিনিচুকীয়া কাকপথাৰত জন্মগ্ৰহণ কৰা এই গৰাকী কন্ঠশিল্পীৰ বৰ্তমান প্ৰতিটো গীতেই সাৱটিছে জনপ্ৰিয়তা।কিছুদিন পূৰ্বে কন্ঠশিল্পী গৰাকী “অ মোৰে জান” শীৰ্ষক গীতটিয়ে অতি কম সময়ৰ ভিতৰতে লাভ কৰিবলৈ সক্ষম হৈছিল জনপ্ৰিয়তা। গীতটিয়ে সহজতে ভিউৱাৰচৰ মিলিয়নৰ অংক অতিক্ৰম কৰাত উৎসাহীত হৈ চচিয়েল মিডিয়াত পোষ্টো কৰিছিল কন্ঠশিল্পী গৰাকীয়ে।

]]>
https://rupaliparda.com/archives/27888/feed 0 27888
তিনিটা নতুন গীতৰ সৈতে অনুৰাগীৰ মাজলৈ ৰাকেশ ৰিয়ানঃ https://rupaliparda.com/archives/27629 https://rupaliparda.com/archives/27629#respond Mon, 26 Jul 2021 10:30:00 +0000 https://rupaliparda.com/?p=27629 আন তিনিটা নতুন গীতৰ আকৌ ৰাইজৰ মাজলৈ কণ্ঠশিল্পী ৰাকেশ ৰিয়ান। বিগত বৰ্ষটোৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈ তেওঁ এনে বহুকেইটা গীতৰ মুক্তি দিছে যিকেইটা হয়টো প্ৰতিজন অসমীয়া সংগীতপ্ৰেমী শ্ৰোতাৰ হিট প্লে-লিষ্টত আছে। আহিবলগীয়া গীত তিনিটাৰ বিষয়ে তেওঁ নিজেই ইনষ্টাগ্ৰাম যোগে অনুৰাগীক জানিবলৈ দিছে, গীত তিনিটা হৈছে ক্ৰমে “মৰমৰ দেহী ঐ”, “যদি মই কবিতা হওঁ”, “তুমি যে নাই”। আপোনালোকক আগতেই হয়টো কেইবাবাৰো কৈছো যে ৰোমান্টিক গীতৰ ক্ষেত্ৰত ৰাকেশ ৰিয়ানৰ এক বিশেষ দখল থকা দেখিবলৈ পোৱা গৈছে। বিগত কেইটামান মাহৰ ভিতৰতেই তেওঁ কন্ঠদান কৰা গীত ক্ৰমে “অ’ মোৰে জান”, “তোমাৰেই নামত” আৰু “আধৰুৱা সপোন” ক লৈ উৎসাহী তেওঁৰ অনুৰাগীও। শেহতীয়াকৈ পিতৃত্বৰ সুখ লাভ কৰা ৰাকেশ ৰিয়ানে জীয়ৰীৰ এমাহ সম্পূৰ্ণ হোৱাৰ পিছতেই তেওঁ শ্বেয়াৰ কৰিছিল ফটো তথা ভিডিঅ’। কণ্ঠশিল্পী গৰাকীৰ জীয়ৰীৰ নাম নাইসা নাভেলী; তেওঁৰ জীয়ৰী তথা পত্নীৰ সৈতে কৰা ফটোশ্বুটে খলকনি লগাইছিল চচিয়েল মিডিয়াত।২০০৮ চনত মুক্তিপ্ৰাপ্ত “জীঁয়া ঔ” শীৰ্ষক গীতটিৰে অসমীয়া সংগীত ক্ষেত্ৰখনত সোমাই পৰা ৰাকেশ ৰিয়ান শ্ৰোতা ও দৰ্শকৰ মাজত অধিক জনপ্ৰিয় হৈ পৰিছিল “দীপৰ বিলতে” শীৰ্ষক গীতটিৰ পৰাহে।

তিনিটা নতুন গীতৰ সৈতে অনুৰাগীৰ মাজলৈ ৰাকেশ ৰিয়ানঃ 2


তিনিচুকীয়া কাকপথাৰত জন্মগ্ৰহণ কৰা এই গৰাকী কন্ঠশিল্পীৰ বৰ্তমান প্ৰতিটো গীতেই সাৱটিছে জনপ্ৰিয়তা।কিছুদিন পূৰ্বে কন্ঠশিল্পী গৰাকী “অ মোৰে জান” শীৰ্ষক গীতটিয়ে অতি কম সময়ৰ ভিতৰতে লাভ কৰিবলৈ সক্ষম হৈছিল জনপ্ৰিয়তা। গীতটিয়ে সহজতে ভিউৱাৰচৰ মিলিয়নৰ অংক অতিক্ৰম কৰাত উৎসাহীত হৈ চচিয়েল মিডিয়াত পোষ্টো কৰিছিল কন্ঠশিল্পী গৰাকীয়ে।

]]>
https://rupaliparda.com/archives/27629/feed 0 27629
এক নতুন ৰোমান্টিক গীতৰ সৈতে আকৌ ৰাইজৰ মাজলৈ ৰাকেশ ৰিয়ানঃ https://rupaliparda.com/archives/26135 https://rupaliparda.com/archives/26135#respond Sun, 16 May 2021 11:30:00 +0000 https://rupaliparda.com/?p=26135 আন এক নতুন ৰোমান্টিক গীতৰ আকৌ ৰাইজৰ মাজলৈ ৰাকেশ ৰিয়ান। বিগত বৰ্ষটোৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈ তেওঁ এনে বহুকেইটা গীতৰ মুক্তি দিছে যিকেইটা হয়টো প্ৰতিজন অসমীয়া সংগীতপ্ৰেমী শ্ৰোতাৰ হিট প্লে-লিষ্টত আছে। আপোনালোকক আগতেই হয়টো কেইবাবাৰো কৈছো যে ৰোমান্টিক গীতৰ ক্ষেত্ৰত ৰাকেশ ৰিয়ানৰ এক বিশেষ দখল থকা দেখিবলৈ পোৱা গৈছে। বিগত কেইটামান মাহৰ ভিতৰতেই তেওঁ কন্ঠদান কৰা গীত ক্ৰমে “অ’ মোৰে জান”, “তোমাৰেই নামত” আৰু “আধৰুৱা সপোন” ক লৈ উৎসাহী তেওঁৰ অনুৰাগীও। শেহতীয়াকৈ মুক্তি লাভ কৰা গীতটিৰ নাম হৈছে “এখনি সৰু হৃদয়”; গীতটিত ৰাকেশ ৰিয়ানৰ সৈতে যুঁটীয়াভাৱে কন্ঠদান কৰিছে জিলমিল গগৈয়ে। গীতটিত কথা বিভান শৰ্মা আৰু পৰাগ কলিতাৰ লগতে সুৰ কৰিছে ৰাজ কাশ্যপ, দেৱ গীতজে; আনহাতে সংগীত ৰাজ কাশ্যপৰ। শব্দ সংমিশ্ৰণ পলাশ গগৈৰ; ২০০৮ চনত মুক্তিপ্ৰাপ্ত “জীঁয়া ঔ” শীৰ্ষক গীতটিৰে অসমীয়া সংগীত ক্ষেত্ৰখনত সোমাই পৰা ৰাকেশ ৰিয়ান শ্ৰোতা ও দৰ্শকৰ মাজত অধিক জনপ্ৰিয় হৈ পৰিছিল “দীপৰ বিলতে” শীৰ্ষক গীতটিৰ পৰাহে।

এক নতুন ৰোমান্টিক গীতৰ সৈতে আকৌ ৰাইজৰ মাজলৈ ৰাকেশ ৰিয়ানঃ 3


তিনিচুকীয়া কাকপথাৰত জন্মগ্ৰহণ কৰা এই গৰাকী কন্ঠশিল্পীৰ বৰ্তমান প্ৰতিটো গীতেই সাৱটিছে জনপ্ৰিয়তা।কিছুদিন পূৰ্বে কন্ঠশিল্পী গৰাকী “অ মোৰে জান” শীৰ্ষক গীতটিয়ে অতি কম সময়ৰ ভিতৰতে লাভ কৰিবলৈ সক্ষম হৈছিল জনপ্ৰিয়তা। গীতটিয়ে সহজতে ভিউৱাৰচৰ মিলিয়নৰ অংক অতিক্ৰম কৰাত উৎসাহীত হৈ চচিয়েল মিডিয়াত পোষ্টো কৰিছিল কন্ঠশিল্পী গৰাকীয়ে।

]]>
https://rupaliparda.com/archives/26135/feed 0 26135
ট্ৰেণ্ডিঙত থকা ৰাকেশ ৰিয়ানৰ গীত “হোলা ভাই মোলা” ৰ মুক্তিঃ এদিনতে ভিউৱাৰচ লাখত- https://rupaliparda.com/archives/24786 https://rupaliparda.com/archives/24786#respond Wed, 17 Mar 2021 10:30:19 +0000 https://rupaliparda.com/?p=24786 বিগত বৰ্ষত ইউটিউবত ট্ৰেণ্ডিঙত থকা কন্ঠশিল্পী ৰাকেশ ৰিয়ানৰ গীত “হোলা ভাই মোলা” ৰ ভিডিঅ’ সংস্কৰণি ইতিমধ্যে মুকলি কৰি দিয়া হৈছে ইউটিউবত। গীতটিৰ ভিডিঅ’ত তেওঁৰ সৈতে অভিনয় কৰিছে আইমী বৰুৱাই। ইউটিউবত ১৯ নম্বৰত ট্ৰেণ্ডিঙত আছিল ৰাকেশ ৰিয়ানৰ উক্ত গীতটি। মুক্তিৰ কিছু মূহুূৰ্ত পিছতেই গীতটিয়ে জনসাধাৰণৰ পৰা বহুল সঁহাৰি লাভ কৰাত ৰাকেশ ৰিয়ানে এটি পোষ্ট যোগে প্ৰত্যেককে ধন্যবাদ জ্ঞাপন কৰাও দেখিবলৈ পোৱা গৈছিল। গীতটিত কথা লুইত নীলৰ লগতে ইয়াত সংগীত দিয়াৰ উপৰিও শব্দ-সংমিশ্ৰণ কৰিছে পলাশ গগৈয়ে। ঢোল বজাইছে লাচিত বৰুৱাই আৰু বাঁহী বজাইছে প্ৰদীপ ডেকা তথা অঞ্জন মেধিয়ে। উল্লেখ্য যে, বিগত বৰ্ষটোতে কন্ঠশিল্পী ৰাকেশ ৰিয়ানে এনে বহুকেইটা গীতৰ মুক্তি দিছে যিকেইটা হয়টো প্ৰতিজন অসমীয়া সংগীতপ্ৰেমী শ্ৰোতাৰ হিট প্লে-লিষ্টত আছে। আপোনালোকক আগতেই হয়টো কেইবাবাৰো কৈছো যে ৰোমান্টিক গীতৰ ক্ষেত্ৰত ৰাকেশ ৰিয়ানৰ এক বিশেষ দখল থকা দেখিবলৈ পোৱা গৈছে।

ট্ৰেণ্ডিঙত থকা ৰাকেশ ৰিয়ানৰ গীত "হোলা ভাই মোলা" ৰ মুক্তিঃ এদিনতে ভিউৱাৰচ লাখত- 4


বিগত কেইটামান মাহৰ ভিতৰতেই তেওঁ কন্ঠদান কৰা গীত ক্ৰমে “অ’ মোৰে জান”, “তোমাৰেই নামত” আৰু শেহতীয়াকৈ মুক্তিৰ লাভ কৰা গীতটিৰ জনপ্ৰিয়তা আপুনিও নিশ্চয় অনুভৱ কৰিছে। ২০০৮ চনত মুক্তিপ্ৰাপ্ত “জীঁয়া ঔ” শীৰ্ষক গীতটিৰে অসমীয়া সংগীত ক্ষেত্ৰখনত সোমাই পৰা ৰাকেশ ৰিয়ান শ্ৰোতা ও দৰ্শকৰ মাজত অধিক জনপ্ৰিয় হৈ পৰিছিল “দীপৰ বিলতে” শীৰ্ষক গীতটিৰ পৰাহে। তিনিচুকীয়া কাকপথাৰত জন্মগ্ৰহণ কৰা এই গৰাকী কন্ঠশিল্পীৰ ক্ষেত্ৰতো এক দীঘলীয়া অনুৰাগীৰ শাৰীও দেখিবলৈ পোৱা গৈছে।

]]>
https://rupaliparda.com/archives/24786/feed 0 24786
ট্ৰেণ্ডিঙত থকা ৰাকেশ ৰিয়ানৰ গীত “হোলা ভাই মোলা” ৰ ভিডিঅ’ৰ প্ৰস্তুতিঃ https://rupaliparda.com/archives/24602 https://rupaliparda.com/archives/24602#respond Sun, 07 Mar 2021 13:30:45 +0000 https://rupaliparda.com/?p=24602 বিগত বৰ্ষত ইউটিউবত ট্ৰেণ্ডিঙত থকা কন্ঠশিল্পী ৰাকেশ ৰিয়ানৰ গীত “হোলা ভাই মোলা” ৰ ভিডিঅ’ ৰ বাবে প্ৰস্তুত হৈছে কন্ঠশিল্পী গৰাকী। গীতটিৰ ভিডিঅ’ত তেওঁৰ সৈতে অভিনয় কৰিছে আইমী বৰুৱাই। ইউটিউবত ১৯ নম্বৰত ট্ৰেণ্ডিঙত আছিল ৰাকেশ ৰিয়ানৰ উক্ত গীতটি। মুক্তিৰ কিছু মূহুূৰ্ত পিছতেই গীতটিয়ে জনসাধাৰণৰ পৰা বহুল সঁহাৰি লাভ কৰাত ৰাকেশ ৰিয়ানে এটি পোষ্ট যোগে প্ৰত্যেককে ধন্যবাদ জ্ঞাপন কৰাও দেখিবলৈ পোৱা গৈছিল। গীতটিত কথা লুইত নীলৰ লগতে ইয়াত সংগীত দিয়াৰ উপৰিও শব্দ-সংমিশ্ৰণ কৰিছে পলাশ গগৈয়ে। ঢোল বজাইছে লাচিত বৰুৱাই আৰু বাঁহী বজাইছে প্ৰদীপ ডেকা তথা অঞ্জন মেধিয়ে। উল্লেখ্য যে, বিগত বৰ্ষটোতে কন্ঠশিল্পী ৰাকেশ ৰিয়ানে এনে বহুকেইটা গীতৰ মুক্তি দিছে যিকেইটা হয়টো প্ৰতিজন অসমীয়া সংগীতপ্ৰেমী শ্ৰোতাৰ হিট প্লে-লিষ্টত আছে। আপোনালোকক আগতেই হয়টো কেইবাবাৰো কৈছো যে ৰোমান্টিক গীতৰ ক্ষেত্ৰত ৰাকেশ ৰিয়ানৰ এক বিশেষ দখল থকা দেখিবলৈ পোৱা গৈছে।


বিগত কেইটামান মাহৰ ভিতৰতেই তেওঁ কন্ঠদান কৰা গীত ক্ৰমে “অ’ মোৰে জান”, “তোমাৰেই নামত” আৰু শেহতীয়াকৈ মুক্তিৰ লাভ কৰা গীতটিৰ জনপ্ৰিয়তা আপুনিও নিশ্চয় অনুভৱ কৰিছে। ২০০৮ চনত মুক্তিপ্ৰাপ্ত “জীঁয়া ঔ” শীৰ্ষক গীতটিৰে অসমীয়া সংগীত ক্ষেত্ৰখনত সোমাই পৰা ৰাকেশ ৰিয়ান শ্ৰোতা ও দৰ্শকৰ মাজত অধিক জনপ্ৰিয় হৈ পৰিছিল “দীপৰ বিলতে” শীৰ্ষক গীতটিৰ পৰাহে। তিনিচুকীয়া কাকপথাৰত জন্মগ্ৰহণ কৰা এই গৰাকী কন্ঠশিল্পীৰ ক্ষেত্ৰতো এক দীঘলীয়া অনুৰাগীৰ শাৰীও দেখিবলৈ পোৱা গৈছে।

]]>
https://rupaliparda.com/archives/24602/feed 0 24602
দীক্ষু শৰ্মা আৰু ৰাকেশ ৰিয়ানৰ বন্ধুত্বঃ https://rupaliparda.com/archives/23372 https://rupaliparda.com/archives/23372#respond Sun, 10 Jan 2021 13:30:13 +0000 https://rupaliparda.com/?p=23372 অসমীয়া সংগীত ক্ষেত্ৰখনত অন্তৰ্ভূক্ত কন্ঠশিল্পী সমূহৰ মাজত আমি প্ৰায়ে গভীৰ বন্ধুত্বৰ এনাজৰী ডাল দেখিবলৈ পাওঁ। সেয়া লগা হ’লে কোনো এটা গীতক লৈও হ’ব পাৰে অথবা একেলগে কোনো এটা বিশেষ প্ৰকল্পত জড়িত হোৱা কথাটোক লৈও হ’ব পাৰে; মুঠতে সংগীতৰ পৰা আৰম্ভ কৰি প্ৰতিটো দিশত একাংশৰ ঘনিষ্ঠতা দেখিবলৈ পোৱা যায়। শেহতীয়াকৈ, ৰাকেশ ৰিয়াব আৰু দীক্ষু শৰ্মাৰ এখন ফটোত সঁহাৰি জনাইছে সংগীতপ্ৰেমী জনসাধাৰণে। ৰাকেশে ৰিয়ানেও ফটোখন শ্বেয়াৰ কৰি কয় যে, “দীক্ষু দা, বৰ ভাল পাওঁ মানুহজনক। মোৰ সাংগীতিক জীৱনৰ প্ৰথমৰ পৰাই লগ পাইছোঁ। তেওঁলৈ মৰম আৰু শ্ৰদ্ধা তেতিয়াৰ পৰাই। ভগৱানে তেওঁক কুশলে ৰাখক।” ইটোৰ পিছত সিটোকৈ গীতৰ মুক্তিৰে জনসাধাৰণৰ কাষতেই যেন থাকিবলৈ চেষ্টা কৰে কন্ঠশিল্পী দীক্ষু শৰ্মাই।অনুৰাগী সমূহক যেন আমোদ প্ৰদানৰ বাবে আহৰি নোহোৱাকৈ নিজ কাম অব্যাহত ৰাখিছে কন্ঠশিল্পী গৰাকীয়ে; মাত্ৰ কিছুদিনৰ বিৰতিৰ মূৰে মূৰে তেওঁ একোটাকৈ গীত অনুৰাগীৰ মাজত মুকলি কৰি প্ৰশংসা বুটলিবলৈ চেষ্টা কৰে।


আনহাতে,মুক্তিৰ পিছতেই ইউটিউবত ট্ৰেণ্ডিঙত আছিল ৰাকেশ ৰিয়ানৰ গীত “হোলা ভাই মোলা”। ইউটিউবত ১৯ নম্বৰত ট্ৰেণ্ডিঙত চলিছিল ৰাকেশ ৰিয়ানৰ উক্ত গীতটি। মুক্তিৰ কিছু মূহুূৰ্ত পিছতেই গীতটিয়ে জনসাধাৰণৰ পৰা বহুল সঁহাৰি লাভ কৰাত ৰাকেশ ৰিয়ানে এটি পোষ্ট যোগে প্ৰত্যেককে ধন্যবাদ জ্ঞাপন কৰাও দেখিবলৈ পোৱা যায়। শেহতীয়াকৈ ডেইজী দাস আৰু তেওঁৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত আন এটি গীত “কওঁনে বাৰু মই” য়েও লাভ কৰিছে সফলতা।

]]>
https://rupaliparda.com/archives/23372/feed 0 23372
ইউটিউবত ট্ৰেণ্ডিঙত ৰাকেশ ৰিয়ানৰ গীত “হোলা ভাই মোলা” https://rupaliparda.com/archives/22944 https://rupaliparda.com/archives/22944#respond Tue, 22 Dec 2020 12:30:35 +0000 https://rupaliparda.com/?p=22944 মুক্তিৰ পিছতেই ইউটিউবত ট্ৰেণ্ডিঙত ৰাকেশ ৰিয়ানৰ গীত “হোলা ভাই মোলা”। ইউটিউবত ১৯ নম্বৰত ট্ৰেণ্ডিঙত চলিছে ৰাকেশ ৰিয়ানৰ উক্ত গীতটি। মুক্তিৰ কিছু মূহুূৰ্ত পিছতেই গীতটিয়ে জনসাধাৰণৰ পৰা বহুল সঁহাৰি লাভ কৰাত ৰাকেশ ৰিয়ানে এটি পোষ্ট যোগে প্ৰত্যেককে ধন্যবাদ জ্ঞাপন কৰাও দেখিবলৈ পোৱা যায়। তেওঁ কয় যে” কি আচৰিত!!! YOUTUBE TRENDING’ত 19 নম্বৰ’ত আছে “হোলা ভাই মোলা” অসমীয়া গান আগতে দেখা নাছিলোঁ। “Trending” মানে হৈছে India’ত এটা সময়ত 30 টা গান Youtube trending’ত থাকে। তাৰে মাজত আমাৰ গানটো দেখি আচৰিত হোৱাৰ লগতে অত্যন্ত সুখীও হৈছোঁ। এইয়া কেৱল আপোনালোকৰ মৰমৰ বাবেই সম্ভৱ হৈছে।” গীতটিত কথা লুইত নীলৰ লগতে ইয়াত সংগীত দিয়াৰ উপৰিও শব্দ-সংমিশ্ৰণ কৰিছে পলাশ গগৈয়ে। ঢোল বজাইছে লাচিত বৰুৱাই আৰু বাঁহী বজাইছে প্ৰদীপ ডেকা তথা অঞ্জন মেধিয়ে।


উল্লেখ্য যে, চলিত বৰ্ষটোতে কন্ঠশিল্পী ৰাকেশ ৰিয়ানে এনে বহুকেইটা গীতৰ মুক্তি দিছে যিকেইটা হয়টো প্ৰতিজন অসমীয়া সংগীতপ্ৰেমী শ্ৰোতাৰ হিট প্লে-লিষ্টত আছে। আপোনালোকক আগতেই হয়টো কেইবাবাৰো কৈছো যে ৰোমান্টিক গীতৰ ক্ষেত্ৰত ৰাকেশ ৰিয়ানৰ এক বিশেষ দখল থকা দেখিবলৈ পোৱা গৈছে। বিগত কেইটামান মাহৰ ভিতৰতেই তেওঁ কন্ঠদান কৰা গীত ক্ৰমে “অ’ মোৰে জান”, “তোমাৰেই নামত” আৰু শেহতীয়াকৈ মুক্তিৰ লাভ কৰা গীতটিৰ জনপ্ৰিয়তা আপুনিও নিশ্চয় অনুভৱ কৰি

]]>
https://rupaliparda.com/archives/22944/feed 0 22944
“আধৰুৱা সপোন” শীৰ্ষক আন এক ৰোমান্টিক গীতেৰে ৰাকেশ ৰিয়ানঃ https://rupaliparda.com/archives/22628 https://rupaliparda.com/archives/22628#respond Wed, 09 Dec 2020 12:30:00 +0000 https://rupaliparda.com/?p=22628 আন এক নতুন ৰোমান্টিক গীতৰ প্ৰস্তুতিত ব্যস্ত কন্ঠশিল্পী ৰাকেশ ৰিয়ান। চলিত বৰ্ষটোতে তেওঁ এনে বহুকেইটা গীতৰ মুক্তি দিছে যিকেইটা হয়টো প্ৰতিজন অসমীয়া সংগীতপ্ৰেমী শ্ৰোতাৰ হিট প্লে-লিষ্টত আছে। আপোনালোকক আগতেই হয়টো কেইবাবাৰো কৈছো যে ৰোমান্টিক গীতৰ ক্ষেত্ৰত ৰাকেশ ৰিয়ানৰ এক বিশেষ দখল থকা দেখিবলৈ পোৱা গৈছে। বিগত কেইটামান মাহৰ ভিতৰতেই তেওঁ কন্ঠদান কৰা গীত ক্ৰমে “অ’ মোৰে জান”, “তোমাৰেই নামত” আৰু শেহতীয়াকৈ মুক্তিৰ বাবে সাজু হোৱা “আধৰুৱা সপোন” ক লৈ উৎসাহী তেওঁৰ অনুৰাগীও। গীতটিৰ মুক্তিৰ তাৰিখ বৰ্তমানেও জনোৱা হোৱা নাই যদিও গীতটিৰ বিষয়ে বিভিন্ন খবৰ চচিয়েল মিডিয়াত পোষ্ট কৰা দেখিবলৈ পোৱা গৈছে কন্ঠশিল্পী গৰাকীক। ২০০৮ চনত মুক্তিপ্ৰাপ্ত “জীঁয়া ঔ” শীৰ্ষক গীতটিৰে অসমীয়া সংগীত ক্ষেত্ৰখনত সোমাই পৰা ৰাকেশ ৰিয়ান শ্ৰোতা ও দৰ্শকৰ মাজত অধিক জনপ্ৰিয় হৈ পৰিছিল “দীপৰ বিলতে” শীৰ্ষক গীতটিৰ পৰাহে। তিনিচুকীয়া কাকপথাৰত জন্মগ্ৰহণ কৰা এই গৰাকী কন্ঠশিল্পীয়ে চলিত বৰ্ষতে বিবাহ পাশত আৱদ্ধ হৈছিল।

"আধৰুৱা সপোন" শীৰ্ষক আন এক ৰোমান্টিক গীতেৰে ৰাকেশ ৰিয়ানঃ 5


কিছুদিন পূৰ্বে কন্ঠশিল্পী গৰাকী “অ মোৰে জান” শীৰ্ষক গীতটিয়ে অতি কম সময়ৰ ভিতৰতে লাভ কৰিবলৈ সক্ষম হৈছিল জনপ্ৰিয়তা। গীতটিয়ে সহজতে ভিউৱাৰচৰ মিলিয়নৰ অংক অতিক্ৰম কৰাত উৎসাহীত হৈ চচিয়েল মিডিয়াত পোষ্টো কৰিছিল কন্ঠশিল্পী গৰাকীয়ে। তেওঁৰ গীতটিৰ আন একো তথ্য বৰ্তমানেও দিয়া হোৱা নাই যদিও তেওঁৰ এই আহিবলগীয়া গীতটিক লৈ অপেক্ষাৰত ৰাকেশ ৰিয়ানৰ অনুৰাগী।

]]>
https://rupaliparda.com/archives/22628/feed 0 22628