Ranu Modal – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Sun, 17 Nov 2019 11:52:15 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Ranu Modal – Rupaliparda.com https://rupaliparda.com 32 32 163073109 ৰাণুৰ নিউ লুক হজম নাই হোৱা বহু জনৰঃ মিম বনাইও ছেয়াৰ ৰাণুৰ ফটো- https://rupaliparda.com/archives/8025 https://rupaliparda.com/archives/8025#comments Sun, 17 Nov 2019 13:37:31 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=8025 নিশাটোৰ ভিতৰতে জনপ্ৰিয় হৈ উঠা ৰাণু মণ্ডলে প্ৰায় বাতৰিৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে। কন্ঠৰ পৰা ধৰি তেওঁৰ ব্যক্তিত্ব তথা কিছু কথাৰ বাবে কন্ঠশিল্পী গৰাকী বহু ৰূপত চৰ্চিত হৈ পৰিছে। পূৰ্বতে বিভিন্নজনৰ পৰা প্ৰশংসা আজুৰিবলৈ সক্ষম হোৱা ৰাণু মণ্ডল বৰ্তমান প্ৰায় জনসাধাৰণৰে সমালোচনাৰ সন্মুখীন হৈ পৰিছে।

ৰাণুৰ নিউ লুক হজম নাই হোৱা বহু জনৰঃ মিম বনাইও ছেয়াৰ ৰাণুৰ ফটো- 1


শেহতীয়াকৈ ৰাণু মণ্ডল চৰ্চালৈ আহিছে তেওঁৰ লুকৰ বাবে। উত্তৰ প্ৰদেশৰ এখন বিউটী পাৰ্লাৰত এক কাৰ্যসূচীত তেওঁ উপস্থিত হৈছিল আৰু তাতেই ৰাণুক সুন্দৰকৈ সজাই তোলা হয়।

ৰাণুৰ নিউ লুক হজম নাই হোৱা বহু জনৰঃ মিম বনাইও ছেয়াৰ ৰাণুৰ ফটো- 2
ৰাণুৰ নিউ লুক হজম নাই হোৱা বহু জনৰঃ মিম বনাইও ছেয়াৰ ৰাণুৰ ফটো- 3


কিন্তু ৰাণুৰ এই নতুন লুক যেন পচন্দ হোৱা নাই সাধাৰণজনৰ। চচিয়েল মিডিয়াত ৰাণুৰ ফটো ভাইৰেল হৈ পৰা লগতেই ফটোসমূহৰ মিম বনাইও ছেয়াৰ কৰা হৈছে। কিছু দিন পূৰ্বে ৰাণু মণ্ডলৰ এটা ভিডিঅ’ ভাইৰেল হৈছিল য’ত তেওঁ নিজৰ অনুৰাগীক গালি দি থকা দেখিবলৈ পোৱা গৈছিল আৰু তেতিয়াৰ পৰাই ৰাণু মণ্ডলক “অহংকাৰী ৰাণু” ৰ আখ্যা দিয়া হৈছে।

]]>
https://rupaliparda.com/archives/8025/feed 1 8025
“তেৰি-মেৰি” ৰ পিছত এইবাৰ আকৌ ৰাণুৰ বায়’পিকঃ https://rupaliparda.com/archives/6031 https://rupaliparda.com/archives/6031#respond Thu, 26 Sep 2019 15:02:08 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=6031 পশ্চিমবংগস্থিত ৰাণাঘাট ৰেলৱে ষ্টেচনত গীত গাই চচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা ৰাণু মণ্ডলৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হ’ব ছবি। ৰেলৱে ষ্টেছনত “প্যাৰ কা নাগমা হে” গীতটি গাই ভাইৰেল হৈ পৰা ৰাণু মণ্ডল বৰ্তমান বলীউডৰ চিলেব্ৰেটী। পত্ৰকাৰৰ পৰা এগৰাকী স্বাধীন ছবি নিৰ্মাতালৈ ধাৱমান হোৱা হৃষিকেশ মণ্ডলে নিৰ্মাণ কৰিব “প্লেটফৰ্ম চিংগাৰ ৰাণু মণ্ডল” শীৰ্ষক ছবিখন।

"তেৰি-মেৰি" ৰ পিছত এইবাৰ আকৌ ৰাণুৰ বায়'পিকঃ 4


ছবিখনৰ বাবে ইতিমধ্যে ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত বঙালী অভিনেত্ৰী সুদীপ্তা চক্ৰৱতীক কোৱা হৈছে যদিও তেওঁ বৰ্তমানলৈ কোনোধৰণৰ সন্মতি প্ৰদান কৰা নাই। তেওঁ কয় যে, “হয় মোৰ সৈতে কথা-বতৰা চলছিল কিন্তু এতিয়ালৈ স্ক্ৰীপ্ট দিয়া হোৱা নাই। গতিকে মই স্ক্ৰীপ্ট পঢ়িহে জনাম যে মই এই চৰিত্ৰটো ৰূপায়ন কৰিম নে নাই!”

"তেৰি-মেৰি" ৰ পিছত এইবাৰ আকৌ ৰাণুৰ বায়'পিকঃ 5
"তেৰি-মেৰি" ৰ পিছত এইবাৰ আকৌ ৰাণুৰ বায়'পিকঃ 6

এইক্ষেত্ৰত আকৌ পৰিচালক হৃষিয়ে কয় যে, ” সুদীপ্তা চক্ৰৱতীয়ে বৰ্তমানলৈ ছবিখনৰ বাবে কোনোধৰণৰ মতামত দিয়া নাই; কিন্তু মোৰ মতে এই চৰিত্ৰটোক জীৱন্ত কৰি তুলিবলৈ একমাত্ৰ সুদীপ্তাইহে পাৰিব।” লগতে, পৰিচালক গৰাকীৰ মতে, ৰেলৱে ষ্টেচনত গান গোৱাৰ পৰা ধৰি বলীউডৰ যাত্ৰালৈ ৰাণু মণ্ডলৰ ওপৰত জীৱনী নিৰ্মাণ কৰাটো প্ৰয়োজনীয় আৰু ৰাণু “বায়’পিক” ৰ বাবে যোগ্য।

সংগৃহীতঃ https://navbharattimes.indiatimes.com/movie-masti/news-from-bollywood/sudipta-chakraborty-has-been-offered-the-role-of-ranu-mondal-for-her-biopic/articleshow/71309856.cms

]]>
https://rupaliparda.com/archives/6031/feed 0 6031
ৰাণুৰ “তেৰি মেৰি কাহানী” ৰ টিজাৰ- https://rupaliparda.com/archives/5284 https://rupaliparda.com/archives/5284#respond Tue, 10 Sep 2019 11:06:27 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=5284 চচিয়েল মিডিয়াত কিছু দিনৰ পৰা বৃহৎ সংখ্যাত চৰ্চা লাভ কৰি অহা ৰাণুৰ প্ৰথমটো গীত “তেৰি মেৰি কাহানী” ৰ মুক্তি কৰা দিয়া হ’ল টিজাৰ। হিমেশ ৰেচমিয়াৰ ছবি “হেপ্পী হাৰ্ডি এণ্ড হিৰ” ত ৰাণুৱে গীত পৰিৱেশন কৰিছিল।

ৰাণুৰ "তেৰি মেৰি কাহানী" ৰ টিজাৰ- 7


উক্ত গীতটিৰ টিজাৰটোত ৰাণুক এক বেলেগ ৰূপত দেখিবলৈ পোৱা গৈছে। মুক্তিৰ লগে লগে ই ভাইৰেল হৈ পৰিছে চচিয়েল মিডিয়াত। “তেৰি মেৰি কাহানী” শীৰ্ষক সম্পূৰ্ণ গীতটি মুক্তি পাব ১১ চেপ্তেম্বৰ তাৰিখে।

]]>
https://rupaliparda.com/archives/5284/feed 0 5284
ভৱিষ্যতলৈ কি হ’ব ৰাণুৰ ভৱিষ্যত?? সফলতাই আনিব নেকি অহংকাৰ?? https://rupaliparda.com/archives/4735 https://rupaliparda.com/archives/4735#respond Fri, 30 Aug 2019 15:53:25 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=4735 সফলতাই মানুহক ক’ৰ পৰা ক’লৈ নিব পাৰে বাৰু?? সফলতাৰ উদাহৰণ যদি আপুনি ক’ৰবাত বিচাৰিছে তেনেহ’লে চাওঁক ৰাণু মণ্ডলক। ৰেলৱে ষ্টেচনত গীত গাই জীৱিকা নিৰ্বাহ কৰা ৰাণু মণ্ডল বৰ্তমান বলীউডৰ চিলেব্ৰিটী। ইটোৰ পিছত সিটো সফলতাক চুমিছে ৰাণুৱে।

ভৱিষ্যতলৈ কি হ'ব ৰাণুৰ ভৱিষ্যত?? সফলতাই আনিব নেকি অহংকাৰ?? 8


হিমেশ ৰেচমিয়াৰ সৈতে প্ৰথমটো গীত “তেৰি মেৰি কাহানী” ৰ ৰেকৰ্ডিঙৰ পিছত এইবাৰ তেওঁ ব্যস্ত হৈ পৰিছে দ্বিতীয়টো গীত “আদত” ৰ ৰেকৰ্ডিঙত।


গীতৰ সমানে চৰ্চা লাভ কৰিছে ৰাণু মণ্ডলৰ ব্যক্তিগত জীৱনেও। তেওঁৰ সন্তানে মাকৰ সফলতা দেখি ধপলিয়াই অহাৰ পৰা আদি কৰি বাতৰিৰ শিৰোনাম দখল কৰিছে ৰাণুৱে কিমান বাৰ আবদ্ধ হৈছে বিবাহপাশত। তেওঁৰ ধনাত্মক দিশৰ লগতে চচিয়েল মিডিয়াই তেওঁক লৈ সৃষ্টিও কৰিছে “মিমচ” ৰ।

ভৱিষ্যতলৈ কি হ'ব ৰাণুৰ ভৱিষ্যত?? সফলতাই আনিব নেকি অহংকাৰ?? 9


সফলতাই মূৰত ধৰাৰ লগতে তেওঁক লৈ অনাহকত সৃষ্টি হোৱা কিছু বাতৰিকো একাংশই শুনাইছে কটু বাক্য। গতিকে,ভৱিষ্যতলৈ কি হ’ব ৰাণুৰ ভৱিষ্যত; সেয়া হ’ব লক্ষ্যণীয়।

]]>
https://rupaliparda.com/archives/4735/feed 0 4735