Reborti – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Fri, 03 Jan 2020 08:28:58 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Reborti – Rupaliparda.com https://rupaliparda.com 32 32 163073109 নিজ গীততেই দীক্ষুৰ “টিক-টিক”- https://rupaliparda.com/archives/9142 https://rupaliparda.com/archives/9142#respond Fri, 03 Jan 2020 10:32:42 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=9142 নিজৰ গীততেই টিক-টক ভিডিঅ’ কৰি চচিয়েল মিডিয়াত খলকনি লগালে কন্ঠশিল্পী দীক্ষুয়ে। তেওঁৰ কিছুদিন পূৰ্বে মুক্তিপ্ৰাপ্ত গীত “ৰেৱতী” য়ে ইতিমধ্যে জনপ্ৰিয়তা লাভ কৰিছে আৰু ইয়াৰ সমান্তৰালকৈ টিক-টকতো সাধাৰণজনে গীতটিক আকোঁৱালি লৈছে। চাওঁক দীক্ষুৰ এই ভিডিঅ’-

https://www.instagram.com/p/B60LFEUBTRb/?utm_source=ig_web_copy_link
নিজ গীততেই দীক্ষুৰ "টিক-টিক"- 1

]
“ৰেৱতী” গীতটি লিখিছে সুনীত গগৈয়ে আৰু লগতে ইয়াত সংগীত দিছে দীক্ষুয়ে।

]]>
https://rupaliparda.com/archives/9142/feed 0 9142
এইবাৰ “ৰেৱতী” ৰ সৈতে আহিব দীক্ষুঃ https://rupaliparda.com/archives/9032 https://rupaliparda.com/archives/9032#respond Mon, 30 Dec 2019 10:38:05 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=9032 অসমৰ গায়ক-গায়িকাৰ তালিকাখনত থকা এটা উল্লেখনীয় নাম হৈছে দীক্ষু শৰ্মাৰ। গীতসমূহক ব্যতিক্ৰমী ৰূপত প্ৰস্তুত কৰি ৰাইজৰ মাজত উলিয়াই দিয়া এই গায়ক গৰাকীৰ প্ৰায় প্ৰত্যেকটো গীতেই চুপাৰ হিট। তেওঁৰ সংগীতকে ধৰি তেওঁৰ পিন্ধন তথা তেওঁৰ ষ্টাইলৰ অনুৰাগীও অত্যাধিক লোক।

এইবাৰ "ৰেৱতী" ৰ সৈতে আহিব দীক্ষুঃ 2
View this post on Instagram

Stay tuned..

A post shared by Dikshu Sarma (@dikshu_sarma) on


“পাৰিজাত”, জিয়া লে লিয়া” ৰ পিছত এইবাৰ কন্ঠশিল্পী গৰাকীৰ কন্ঠত মুক্তি লাভ কৰিব বিহু গীত “ৰেৱতী”য়ে। চলিত বৰ্ষৰ শেষৰটো দিনত মুক্তি লাভ কৰিবলগীয়া এই গীতটি লিখিছে সুনীত গগৈয়ে আৰু ইয়াত কন্ঠদান কৰাৰ লগতে সংগীত দিছে দীক্ষুয়ে।

]]>
https://rupaliparda.com/archives/9032/feed 0 9032