Sadak 2 – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Thu, 01 Oct 2020 09:24:34 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Sadak 2 – Rupaliparda.com https://rupaliparda.com 32 32 163073109 দিল বেছাৰাকে আৰম্ভ কৰি লুটকেছ আৰু সড়ক ২ ৰ পুনৰ মুক্তিঃ https://rupaliparda.com/archives/20765 https://rupaliparda.com/archives/20765#respond Thu, 01 Oct 2020 14:30:53 +0000 https://rupaliparda.com/?p=20765 OTT প্লেটফৰ্মত মুক্তি পোৱাৰ পিছত এইবাৰ কেইবাখনো ছবিক ডাঙৰ পৰ্দাতো উপভোগ কৰিবলৈ পাব একাংশ জনসাধাৰণে। দেশত ১৫ অক্টোবৰৰ পৰা ৫০ শতাংশ দৰ্শকেৰে চিনেমা হ’ল সমূহ খোলাৰ অনুমতি প্ৰদান কৰা হৈছে যদিও অষ্ট্ৰেলিয়াৰ ছবিগৃহ সমূহত ৮ তাৰিখৰ পৰা জনসাধাৰণে উপভোগ কৰিবলৈ সক্ষম হ’ব একোখনকৈ ছবি। বিগত দিন ধৰি স্তব্ধ হৈ থকা পিছত ছবিগৃহ সমূহ খুলি দিয়া কথাটোক লৈ আচলতে উৎসাহিতও হৈ পৰিছে জনসাধাৰণ। OTT প্লেটফৰ্মত মুক্তি লাভ কৰা ছবি সমূহক পুনৰ বাৰ জনসাধাৰণৰ সমুখত মুক্তি দিয়া হ’ব বুলি ইতিমধ্যে জানিব পৰা গৈছে। তিনিখন বলীউড ছবি ক্ৰমে দিল বেছাৰা, লুটকেছ লগতে সড়ক ২ ক মুক্তি দিয়া হ’ব অষ্ট্ৰেলিয়াত। ছবি সমালোচক তৰণ আদৰ্শেও চচিয়েল মিডিয়া যোগে এই কথা প্ৰকাশ কৰে। চলিত মাহত ছবিগৃহৰ লগতে মনোৰঞ্জনধৰ্মী বিভিন্ন অনুষ্ঠানো খুলি দিয়াৰ কথা প্ৰকাশ কৰে চৰকাৰেও।

দিল বেছাৰাকে আৰম্ভ কৰি লুটকেছ আৰু সড়ক ২ ৰ পুনৰ মুক্তিঃ 1
দিল বেছাৰাকে আৰম্ভ কৰি লুটকেছ আৰু সড়ক ২ ৰ পুনৰ মুক্তিঃ 2


তৰণ আদৰ্শে লিখে যে, “ব্ৰেকিং নিউজ, ডিজনী প্লাচ হটষ্টাৰত মুক্তি লাভ কৰা লুটকেছ, দিল বেছাৰা আৰু সড়ক ২ ক আকৌ এবাৰ দৰ্শকৰ মাজত উলিয়াই দিয়া হ’ব। ৮ অক্টোবৰৰ পৰা আৰম্ভ কৰি এই ছবিসমূহ মুক্তি দিয়া হ’ব ছবিগৃহত।” বিগত দিনৰ স্তব্ধতাৰ পিছত নতুনকৈ ছবিগৃহলৈ গৈ মনোৰঞ্জন কৰিবলৈ সক্ষম হ’ব দৰ্শকসকলো। সুশান্ত সিং ৰাজপুতৰ শেষৰখন ছবিক ছবিগৃহত উপভোগ কৰাৰ বাবে পূৰ্বৰ পৰাই ইচ্ছা প্ৰকাশ কৰিছিল একাংশই। গতিকে এই ইচ্ছাও যেন বৰ্তমান এক প্ৰকাৰ সফল হৈ পৰিছে।

]]>
https://rupaliparda.com/archives/20765/feed 0 20765
মহেশ ভাটৰ বিৰুদ্ধে অঘোষিত প্ৰতিযোগিতাঃ “গোৱৰ” ছবিৰ আখ্যা “সড়ক ২” ক- https://rupaliparda.com/archives/19716 https://rupaliparda.com/archives/19716#respond Sun, 30 Aug 2020 15:30:29 +0000 https://rupaliparda.com/?p=19716 এক অঘোষিত প্ৰতিযোগিতা চলিছে মহেশ ভাটৰ লগতে সৰ্বসাধাৰণ ৰাইজৰ। ইউটিউবত আটাইতকৈ নিম্ন মানদণ্ডৰ ট্ৰেইলাৰ ৰূপে ঘোষণা হোৱাৰ পিছতেই আকৌ এবাৰ “সড়ক ২” ৰ IMDb ৰেটিঙো নামিছে যথেষ্ট তললৈ। ১০ হাজাৰৰো অধিক ভোটক কেন্দ্ৰ কৰি ছবিখনৰ IMDb ৰেটিং নামিছে সকলোতকৈ তললৈ অৰ্থাৎ ১.১ লৈ। এই ছবিখনৰ সৈতে তুলনাত্মকভাৱে এটা বেয়া ৰেটিং থকা এখন হৈছে তুৰ্কী ছবি; যাৰ নাম হৈছে কোডঃ K.O.Z। কেৱল মাত্ৰ দৰ্শক বুলিয়েই নহয়; “সড়ক ২” ক লৈ সমালোচকেও বেয়া মন্তব্য আগবঢ়াই নিম্ন ৰেটিং প্ৰদান কৰিছে। IMDb ত ১৫ টা পঞ্জীয়নভূক্ত সমীক্ষা আছে য’ত এজনে যদি ছবি “গোৱৰ” আখ্যা দিছে আনহাতে কোনোৱে ছবিখনক “হাঁহিয়াতৰ পাত্ৰ” বুলি অভিহিত কৰিছে। মহেশ ভাট দ্বাৰা নিৰ্দেশিত এই ছবিখনত অভিনয় কৰিছিল তেওঁৰেই জীয়ৰী পূজা ভাট, আলিয়া ভাটে আৰু তেওঁলোকৰ সৈতে আন চৰিত্ৰ দুটিত অভিনয় কৰিছিল সঞ্জয় দত্ত আৰু আদিত্য ৰয় কাপুৰে।

মহেশ ভাটৰ বিৰুদ্ধে অঘোষিত প্ৰতিযোগিতাঃ "গোৱৰ" ছবিৰ আখ্যা "সড়ক ২" ক- 3
মহেশ ভাটৰ বিৰুদ্ধে অঘোষিত প্ৰতিযোগিতাঃ "গোৱৰ" ছবিৰ আখ্যা "সড়ক ২" ক- 4


ছবিখনক লৈ “অসহ্যকৰ” ৰ দৰেও কিছু বিশেষণৰ প্ৰয়োগ কৰা দেখিবলৈ পোৱা গৈছে জনসাধাৰণক। ইয়াৰ পূৰ্বেও ইউটিউবত জনসাধাৰণে উক্ত ছবিখনৰ ট্ৰেইলাৰৰ সৈতে কৰা কাৰ্যক সকলোৱে দেখিছিল; আটাইতকৈ নিম্নমান দণ্ডৰ ভিডিঅ’ ৰূপে সকলোৰে আগত চিনাক্ত কৰিছিল। “ডিছলাইক” কৰি ছবিখনক চচিয়েল মিডিয়াত পোষ্ট কৰি সুখো লাভ কৰিছিল সৰ্বসাধাৰণ ৰাইজে। এক কথাত ক’বলৈ গ’লে বৰ্তমান ভাগ হৈছে বলীউডৰ তাৰকা সকল; এপিনে সুশান্তৰ অনুৰাগীৰ বাবে এলাগী হোৱা একাংশ তাৰকাক তুলাধূনা দিয়া দেখা গৈছে।

]]>
https://rupaliparda.com/archives/19716/feed 0 19716
Sadak 2 Trailer becomes the 3rd most disliked video in the world; Number one in India https://rupaliparda.com/archives/19247 https://rupaliparda.com/archives/19247#respond Sun, 16 Aug 2020 09:05:05 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=19247 As Sadak 2 trailer continues to suffer backlashes and public ire, it has now become the third most disliked videos in the world.

Sadak 2 Trailer becomes the 3rd most disliked video in the world; Number one in India 5

The trailer has received more than 10 million dislikes as of now, and is the top most disliked videos in India. It is just a behind Justin Bieber’s song ‘Baby’ which has received 11.6 million dislikes.

The movie Sadak 2 stars Sanjay Dutt, Alia Bhatt and Aditya Roy Kapur in the lead roles. Seeing the star cast, the movie automatically drew flak amidst the nepotism debate, with Alia Bhatt being criticized ‘the most’.

Just a few hours after the trailer release, the video had already made it to the most disliked videos in the world with some 5.3 million dislikes and had surpassed PewDiePie’s most disliked video with 5 million dislikes in less than 24 hours.  At that time, the video held the seventh position among the most disliked videos and now has risen the ladder to third position.

Inspite of the fact that the original movie Sadak, that starred Sanjay Dutt and Pooja Bhatt was superhit, the trailer of its sequel has received widespread criticism as ‘being a product of nepotism’. The data was analysed and published by India Today’s Data Intelligence Unit (DIU).

]]>
https://rupaliparda.com/archives/19247/feed 0 19247
মহেশ ভাটলৈ জনসাধাৰণ ক্ষোভ অব্যাহতঃ নিস্তাৰ নাই এইবাৰ নেপোকিডৰ- https://rupaliparda.com/archives/19148 https://rupaliparda.com/archives/19148#respond Thu, 13 Aug 2020 14:30:00 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=19148 এইবাৰ মহেশ ভাটক জনসাধাৰণে ধুইছে ডিছলাইকেৰে। হাজাৰ জনে কৰা ককৰ্থনাৰ পিছত এইবাৰ ইউটিউবত মহেশ ভাটৰ বিৰুদ্ধে বৈছে ডিছলাইকৰ বন্যা। মুঠতে, এইবাৰ নিস্তাৰ নাই নেপোটিজিমৰ। মহেশ ভাটৰ দ্বাৰা প্ৰযোজিত লগতে “সড়ক ২” ছবিখনত অভিনীত কেইবাগৰাকীও অভিনেতা-অভিনেত্ৰী ক্ৰমে আলিয়া ভাট, সঞ্জয় দত্ত, আদিত্য ৰয় কাপুৰ একোগৰাকী নেপোকিড হোৱাৰ বাবেই জনসাধাৰণে এনে পন্থা হাতত লৈছে। তিনি ঘন্টাৰ ভিতৰত যদি গণনা কৰো তেতিয়াহ’লে “সড়ক ২” ৰ ট্ৰেইলাৰে ৫২ হাজাৰ লাইকৰ বিপৰীত ৫ লক্ষতকৈ অধিক ভিউৱাৰচে উক্ত ঘন্টাৰ ভিতৰতে ছবিখন ট্ৰেইলাৰ ডিচলাইক কৰে। বিগত দিনৰ মহেশ ভাটৰ বিৰুদ্ধে পৰা চলি থকা ভিন্ন ঋণাত্মক সমালোচনাই আজি এনে পৰিস্থিতিৰ সৃষ্টি কৰিছে। পূৰ্বে হয়টো এনে প্ৰতিক্ৰিয়া কোনোখন ছবিয়ে কেতিয়াও লাভ কৰা নাছিল। আনহাতে, ছবিখন সময়নুযায়ী মুক্তি দিব নোৱাৰাৰ ফলতো ই ৰোষত পৰে বিভিন্ন জনৰ।

মহেশ ভাটলৈ জনসাধাৰণ ক্ষোভ অব্যাহতঃ নিস্তাৰ নাই এইবাৰ নেপোকিডৰ- 6


সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত ৰাইজৰ ৰোষত পৰিছিল নেপোটিজিম কিড সকল। ৰাইজৰ বৰ্দ্ধিত আক্ৰমণে তেওঁলোকক এটা সময়ত গৈ চচিয়েল মিডিয়া এৰিবলৈও বাধ্য কৰি পেলাইছিল। মুঠতে সুশান্তৰ মৃত্যুৰ পৰা আৰম্ভ সেই ক্ষোভৰ যাত্ৰা বৰ্তমানেও অব্যাহত আছে ৰাইজৰ মাজত আৰু সেইবাবেই হয়তো “সড়ক ২” য়ে আজি এনে পৰিস্থিতিৰ সন্মুখীন হ’বলৈ পালে।

]]>
https://rupaliparda.com/archives/19148/feed 0 19148
Sadak 2 trailer registers the highest dislikes within 12 hours of release https://rupaliparda.com/archives/19136 https://rupaliparda.com/archives/19136#respond Wed, 12 Aug 2020 16:55:01 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=19136 Sadak 2, which is a sequeal of the 1991 cult action film, Sadak stars Sanjay Dutt again along with Mahesh Bhatt as the director after 21 years. Besides Sanjay Dutt, the movie stars Alia Bhatt, Aditya Roy Kapur, Makarand Deshpande, Gulshan Grover, Jisshu Sengupta, Priyanka Bose and Mohan Kapur.

Sadak 2 trailer registers the highest dislikes within 12 hours of release 7

The trailer of Sadak 2 is finally out, and with the increasing anger and dissatisfaction of the audiences due to the current situation in Bollywood has brought a heavy toll on the trailer of this film. Within 12 hours of its release, the trailer of Sadak 2 has garnered over 3.4 million dislikes. This seems to have shaken the team and the social media analyzers as well. It’s on its way to become the most disliked Bollywood trailer ever.

Well, the situation is all around the sudden demise of actor Sushant Singh Rajput as fans of the late actor are more than convinced that director Mahesh Bhatt and the lead actress Alia Bhatt had hands to play in Sushant’s untimely demise, though things are not proved yet.

The film will premiere directly on DisneyPlusHotstar on 28th August, 2020.

]]>
https://rupaliparda.com/archives/19136/feed 0 19136
Sushant Singh Rajput’s family launches ‘Nepometer’: Sadak 2 gets its first rating https://rupaliparda.com/archives/17535 https://rupaliparda.com/archives/17535#respond Sat, 04 Jul 2020 09:03:32 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=17535 Sushant singh Rajput’s brother-in-law, Vishal Kirti recently tweeted that his brother, Mayur Krishna has created an app called Nepometer that can measure the level of nepotism filled in any Bollywood movie.

According to reports, the app has already been launched. While speaking about the same, Kirti said, “We’re still grieving. Our focus now is to take care of each other. I shared my brother’s idea of Nepometer because it enables people to make informed choices. It’s a small tribute to Sushant.” Kirti added that the purpose of the app is not to earn a profit.

Sushant Singh Rajput’s family launches ‘Nepometer’: Sadak 2 gets its first rating 8

 The first film rated in the Nepometer was Sadak 2. It was found to be 98 per cent nepotistic as it is produced by Mukesh Bharr, directed by brother Mahesh Bhatt and stars his two daughters, Pooja Bhatt and Alia Bhatt. The co-stars too scored high on the Nepometer as it stars Sanjay Dutt, son of actors Sunil Dutt and Nargis Dutt, and Aditya Roy Kapur, who is the brother of producer Siddharth Roy Kapur.

But it seems filmmaker Milap Zaveri is not happy with this app as he slammed the Nepometer and said it is “absolutely ridiculous” to rate how many cast and crew members have industry connections. The director expressed his anger on social media.

Referring to Sadak 2, he worte that the stars and makers of the film have given bonafide blockbusters because of their talent and the love of audiences. :The nepotism debate is a joke,” he added.

]]>
https://rupaliparda.com/archives/17535/feed 0 17535
It’s not fair: Genelia Deshmukh on Vidyut being snubbed at big OTT announcement https://rupaliparda.com/archives/17281 https://rupaliparda.com/archives/17281#respond Mon, 29 Jun 2020 18:00:22 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=17281 The COVID-19 pandemic has affected the release calendar of many Bollywood movies. While the movies awaited for a while for the situation to come under control so that they could release their movies on the big screen, the current scenario gives a different picture. Hence, many producers have been looking for streaming platforms as an alternative. On Monday, Disney+Hotstar announced premieres of 7 of the most-awaited movies of 2020. The virtual announcement event included Abhishek Bachchan, Akshay Kumar, Alia Bhatt, Varun Dhawan and Ajay Devgn.

But it was seen that the OTT platforms didn’t invite or intimate actors like Kunal Kemmu and Vidyut Jammwal for the event which left the actors disappointed. Jammwal took to his Twitter handle and wrote, “Long road ahead, the cycle continues.”

Reacting to his tweet, Genelia Deshmukh wrote, “Every film is made with a lot of love, a lot of sweat & a lot people giving it their all. It’s only fair to want a little respect, its only fair to expect an invitation, it’s only fair to have at least been intimated. But then, sometimes even life is not fair. Keep walking my friend. More power to you.” (sic)

Disney+Hotstar is going to premiere Akshay Kumar and Kiara Advani starrer Laxxmi Bomb, Ajay Devgn, Sonakshi Sinha and Sanjay Dutt starrer Bhuj: The Pride of India, Late Sushant Singh Rajput, Sanjana Sanghi and Saif Ali Khan starrer Dil Bechara, Sanjay Dutt, Alia Bhatt, Aditya Roy Kapur and Pooja Bhatt’s Sadak 2, Abhishek Bachchan starrer The Big Bull, Vidyut Jammwal starrer Khuda Haafiz and Kunal Kemmu and Rasika Dugal in Lootcase among others.

]]>
https://rupaliparda.com/archives/17281/feed 0 17281