Sai Pallavi – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Fri, 22 Nov 2024 06:15:53 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Sai Pallavi – Rupaliparda.com https://rupaliparda.com 32 32 163073109 Shocking Demand: Student Fights for Justice, Claims ₹1.1 Cr Over Unauthorized Phone Number Use in Amaran https://rupaliparda.com/archives/31373 https://rupaliparda.com/archives/31373#respond Fri, 22 Nov 2024 08:54:25 +0000 https://rupaliparda.com/?p=31373 “Explosive Backlash: ‘Amaran’ Triumphs Amidst Controversial Phone Number Fiasco!”

Amaran

The recently premiered Tamil film “Amaran,” featuring popular actors Sivakarthikeyan and Sai Pallavi, has unwittingly sparked a controversy. An engineering student, Vageeshan, lodged a police complaint after realizing that his personal phone number was used in the film, attributed as Sai Pallavi’s character’s contact number. This unexpected exposure led to a torrent of unwelcome calls and messages from strangers, severely disrupting Vageeshan’s studies and sleep, and causing significant distress. The student has reportedly demanded a hefty compensation of ₹1.1 crore for the troubles caused, although the filmmakers have not released any official statements addressing the issue as of yet.

Released during the festive season of Diwali, “Amaran” delves into the life and sacrifices of Mukund Varadarajan, an Indian Army martyr. Sivakarthikeyan brings the character of Mukund to life, with Sai Pallavi playing the role of his wife, Rebecca Varghese. Directed by Rajkumar Periyasamy, the film is a production of Kamal Haasan’s prestigious Raaj Kamal Films International banner.

Amaran

Despite the controversy, “Amaran” has been a commercial success, raking in over ₹300 crore worldwide. This achievement underscores both the film’s draw and the star power of its leading cast. However, the ongoing dispute regarding the personal phone number of Vageeshan certainly adds an unexpected twist to the film’s narrative outside the cinema halls. This incident accentuates the need for stricter scrutiny and sensitivity during the filmmaking process, especially when using real-life elements like phone numbers to avoid such personal invasions and legal complications. As audiences continue to flock to see “Amaran,” the outcome of Vageeshan’s complaint remains to be seen, and whether or not it will impact the film’s ongoing success.

]]>
https://rupaliparda.com/archives/31373/feed 0 31373
কিছু বিজ্ঞাপনৰ আঁতৰি থকা বলীউডৰ অভিনেতা-অভিনেত্ৰীঃ https://rupaliparda.com/archives/3759 https://rupaliparda.com/archives/3759#respond Wed, 27 Nov 2019 13:30:13 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=3759 জনসাধাৰণৰ ওপৰত ছবি,ধাৰাবাহিক আদিৰ সমানে প্ৰভাৱ বিস্তাৰ কৰে বিজ্ঞাপনে। বিজ্ঞাপন হৈছে এনেকুৱা এটা বস্তু যিয়ে ব্যক্তিক নিজৰ পিনে আকৰ্ষণ কৰে। গতিকে, বিজ্ঞাপন সমূহ যদি কোনো তাৰকা বা শিল্পীয়ে কৰে তেতিয়াহ’লে জনসাধাৰণে সেই তাৰকা ও শিল্পী গৰাকীয়ে ব্যৱহাৰ কৰা বস্তুটোতেই বিশ্বাস কৰিবলৈ লয়।

কিছু বিজ্ঞাপনৰ আঁতৰি থকা বলীউডৰ অভিনেতা-অভিনেত্ৰীঃ 1


কিন্তু, এনে বহু তাৰকাও আছে যিসকলে কিছু নিৰ্দ্দিষ্ট বস্তুৰ বিজ্ঞাপনৰ পৰা নিজক আঁতৰাই ৰাখে বা তেওঁলোকে কৰিব নোখোজে। চাওঁ চোন আহক এনে কিছু তাৰকা-

১.জন আব্ৰাহামঃ

কিছু বিজ্ঞাপনৰ আঁতৰি থকা বলীউডৰ অভিনেতা-অভিনেত্ৰীঃ 2

ৰাফ এণ্ড টাফ ব্যক্তিত্ব আৰু ফিট ব’ডিৰ এই অভিনেতাগৰাকীয়ে পুৰুষৰ বৃদ্ধি আৰু বিকাশৰ বাবে বিজ্ঞাপন কৰে যদিও তেওঁ কোনো ধৰণৰ মাদকীয় দ্ৰব্যৰ বিজ্ঞাপনত অংশগ্ৰহণ নলয়।

২. সাই পল্লৱীঃ

কিছু বিজ্ঞাপনৰ আঁতৰি থকা বলীউডৰ অভিনেতা-অভিনেত্ৰীঃ 3

দক্ষিণৰ এই গৰাকী অভিনেত্ৰীক ২ কোটি টকীয়া ফেয়াৰনেছ ক্ৰীমৰ বিজ্ঞাপনৰ অফাৰ দিয়াৰ পিছতো তেওঁ নাকছ কৰিছিল।

৩. অমিতাভ বচ্চনঃ

কিছু বিজ্ঞাপনৰ আঁতৰি থকা বলীউডৰ অভিনেতা-অভিনেত্ৰীঃ 4

প্ৰথমতে ক’ল্ড-ড্ৰিংকৰ বিজ্ঞাপনত দেখিবলৈ পোৱা বিগ বি য়ে পিছলৈ এই এড সমূহ কৰিবলৈ অমান্তি হয়। কিয়নো তেওঁক এবাৰ স্কুলৰ ছাত্ৰী এগৰাকীয়ে সুধিছিলে যে তেওঁ এনেকুৱা বস্তুবোৰ কিয় জনসাধাৰণক খাবলৈ কয় যিটো বস্তু ছাত্ৰী গৰাকীৰ শিক্ষয়িত্ৰীয়ে “বিষ” বুলি কয়!

৪. কংগনা ৰাণাৱঁটঃ

কিছু বিজ্ঞাপনৰ আঁতৰি থকা বলীউডৰ অভিনেতা-অভিনেত্ৰীঃ 5

বি-টাউনৰ এই গৰাকী অভিনত্ৰী নিতৌ তেওঁৰ কিবা নহয় কিবা মন্তব্যৰ বাবে মিডিয়াৰ চকুত থাকে। যদিও এই অভিনেত্ৰী গৰাকীয়ে কোনো ধৰণৰ ফেয়াৰনেছ ক্ৰীমৰ বিজ্ঞাপন নকৰে কিয়নো তেওঁৰ নিজ ভগ্নী "ডাৰ্ক কমপ্লেক্সন" ৰ। ফলত, ফেয়াৰনেছ ক্ৰীমৰ বিজ্ঞাপন কৰি তেওঁ ভগ্নীক উপলুঙা কৰিব নোৱাৰে।

৫. অক্ষয় কুমাৰঃ

কিছু বিজ্ঞাপনৰ আঁতৰি থকা বলীউডৰ অভিনেতা-অভিনেত্ৰীঃ 6

হাঁহিমুখীয়া এই গৰাকী অভিনেতা স্বাস্থ্যক লৈ সষ্টম। তেওঁ “পান মছালা” ৰ কেইবাটাও বিজ্ঞাপন কৰিবলৈ ইতিমেধ্যে নাকছ কৰিছে।

… জনসাধাৰণক মনোৰঞ্জন কৰোৱাৰ লগতে সামাজিক দায়বদ্ধতাও পালন কৰে কিছু সংখ্যক অভিনেতা-অভিনেত্ৰীয়ে। আপুনি জানেনে এনেকুৱা অভিনেতা-অভিনেত্ৰীৰ নাম? জানে যদি কমেণ্ট কৰক আৰু জনাওঁক আমাক তেওঁৰ নাম।

]]>
https://rupaliparda.com/archives/3759/feed 0 3759