Torali 2020 – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Tue, 21 Jan 2020 08:01:08 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Torali 2020 – Rupaliparda.com https://rupaliparda.com 32 32 163073109 মুক্তি পাবলৈ সাজু আচুৰ্য্যৰ কন্ঠৰে “অভিমান এনেকুৱাই”- https://rupaliparda.com/archives/9645 https://rupaliparda.com/archives/9645#respond Tue, 21 Jan 2020 08:31:55 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=9645 আকৌ এবাৰ আচুৰ্য্য বৰপাত্ৰৰ আগন্তুক গীতটিয়ে উৎসাহিত কৰি তুলিছে তেওঁৰ অনুৰাগী সকলক। “তৰালি ২০২০” ত অন্তৰ্ভূক্ত এটি গীতে ইতিমধ্যে শ্ৰোতাক আকৰ্ষিত কৰিছিল। ইউটিউবত মুক্তিপ্ৰাপ্ত “বেয়া পালে নেকি?” শীৰ্ষক গীতটোৰ লিৰিকেল ভিডিঅ’টোত ভিউবাৰচৰ সংখ্যাই বুজাই দিব আপোনাক আচুৰ্য্য বৰপাত্ৰৰ অনুৰাগীৰ সংখ্যা।


আচুৰ্য্য বৰপাত্ৰৰ প্ৰত্যেকটো গীতৰ জনপ্ৰিয়তা আপোনালোকক নক’লেও হয়টো আপোনালোকে বুজি পায়। এই গৰাকী কন্ঠশিল্পীয়ে তেওঁৰ আগন্তুক গীত সমূহক লৈ চচিয়েল মিডিয়া যোগে বিভিন্ন পোষ্ট কৰি দৰ্শকক আগজাননী দি ৰাখে। এইবাৰ মুক্তি পাবলৈ সাজু হৈছে আচুৰ্য্যৰ কন্ঠৰে “অভিমান এনেকুৱাই”।

মুক্তি পাবলৈ সাজু আচুৰ্য্যৰ কন্ঠৰে "অভিমান এনেকুৱাই"- 1


কিছুদিন পূৰ্বে মুক্তিপ্ৰাপ্ত “বেয়া পালে নেকি?” শীৰ্ষক গীতটো আকৌ এবাৰ শুনোচোন আহকঃ

]]>
https://rupaliparda.com/archives/9645/feed 0 9645
মুক্তিৰ পিছতেই জনপ্ৰিয় আচুৰ্য্যৰ “বেয়া পালে নেকি?”- https://rupaliparda.com/archives/9313 https://rupaliparda.com/archives/9313#comments Thu, 09 Jan 2020 08:33:00 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=9313 মুক্তি লাভ কৰিছে আচুৰ্য্যৰ কন্ঠত “বেয়া পালে নেকি?” শীৰ্ষক গীতটি। “তৰালি ২০২০” অৰ্থাৎ এলবামটিৰ তৃতীয়টো সংস্কৰণত অন্তৰ্ভূক্ত এই বিহু সুৰীয়া গীতটিয়ে মুক্তি লাভ কৰা পিছতেই জনপ্ৰিয় হৈ উঠে দৰ্শকৰ মাজত। ইউটিউবত গীতটি মুক্তি পোৱা পিছতেই ইয়াৰ ভিউৱাৰচৰ সংখ্যা হয় প্ৰায় ৮০ হাজাৰতকৈও অধিক।

মুক্তিৰ পিছতেই জনপ্ৰিয় আচুৰ্য্যৰ "বেয়া পালে নেকি?"- 2


এলবামটিত অন্তৰ্ভূক্ত গীত সমূহৰ বাবে এতিয়া অপেক্ষা কৰি ৰৈছে আচুৰ্য্যৰ অনুৰাগী সকল। উক্ত “বেয়া পালে নেকি?” শীৰ্ষক গীতটি লিখিছে সুনীত গগৈয়ে লগতে ইয়াত সংগীত দিছে আচুৰ্য্য বৰপাত্ৰই।

]]>
https://rupaliparda.com/archives/9313/feed 1 9313
আচুৰ্য্য বৰপাত্ৰক “বেয়া পালা নেকি??”- https://rupaliparda.com/archives/9283 https://rupaliparda.com/archives/9283#respond Wed, 08 Jan 2020 08:35:45 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=9283 আহি আছে আচুৰ্য্য বৰপাত্ৰৰ ২০২০ বৰ্ষৰ “তৰালি” এলবামটি। উক্ত এলবামটিয়ে বিগত দুটা বৰ্ষত শ্ৰোতাক আকৰ্ষিত কৰি ৰাখিছিল। এক কথাত ক’বলৈ গ’লে, আচুৰ্য্য বৰপাত্ৰ প্ৰায় সকলো গীতেই জনপ্ৰিয় ও উপভোগ্য। ইয়াৰ তুলনাত, তেওঁৰ অনুৰাগীৰ সংখ্যাও যথেষ্ট।

https://www.instagram.com/p/B7BEQo1lvMQ/?utm_source=ig_web_copy_link


এনে পৰিপ্ৰেক্ষিততে, তেওঁৰ কন্ঠত আহিবলগীয়া গীতসমূহৰ বাবে আচুৰ্য্যৰ লগতে অপেক্ষা কৰি ৰয় শ্ৰোতা সকলেও। উক্ত “তৰালি” এলবামটিৰ ২০২০ সংস্কৰণটোত অন্তৰ্ভূক্ত গীত “বেয়া পালা নেকি??” য়ে মুক্তি লাভ কৰিব আজি অৰ্থাৎ জানুৱাৰী ৮ তাৰিখে।

আচুৰ্য্য বৰপাত্ৰক "বেয়া পালা নেকি??"- 3


“বেয়া পালা নেকি?” শীৰ্ষক গীতটিত কন্ঠদান কৰাৰ লগতে ইয়াত সংগীত দিছে আচুৰ্য্য বৰপাত্ৰই। লগতে, গীতটি লিখিছে সুনীত গগৈয়ে আৰু ইয়াত শব্দ সংমিশ্ৰণ দিগন্ত বৰদলৈৰ।

]]>
https://rupaliparda.com/archives/9283/feed 0 9283