কৃষ খত্ৰী আহিছিল, চিনাকী হৈছিল, কথা পাতিছিল। নিঃশব্দে, কোনো প্ৰচাৰ-প্ৰচাৰৰ বাহুল্য নোহোৱাকৈ, আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ গঢ়ি তুলিছিল ডিগবৈৰ ৰবীন্দ্ৰ কুমাৰ সোণাৰে। –হয়, প্ৰকৃত নাম ৰবীন্দ্ৰ কুমাৰ সোণাৰ। সৃষ্টিশীল জগতত তেওঁ অধিক পৰিচিত কৃষ খত্ৰী...
4 months ago
2 min read






