Rupaliparda.com
"চাহো" ৰ বাজেটত আয়ূসমানে বনাব পাৰে কেইবাখনো ছবি- 1

“চাহো” ৰ বাজেটত আয়ূসমানে বনাব পাৰে কেইবাখনো ছবি-

“চাহো” কেৱলমাত্ৰ “বাহুৱলী” ৰ লগতেই নহয়; ছবিখনক তুলনা কৰা হৈছে আয়ূসমান খুৰানাৰ প্ৰত্যেকখন ছবিৰ লগতো। আছলতে, ৰাষ্ট্ৰীয় পুৰষ্কাৰ প্ৰাপ্ত আয়ূসমান খুৰানাৰ ছবিসমূহৰ বাজেট আছিল ৩৫০ কোটি টকীয়া “চাহো” তকৈ যথেষ্ট কম। তথাপিও, আয়ূসমানৰ ছবিয়ে দৰ্শকক মনোৰঞ্জন কৰোৱাৰ লগতে বস্ক অফিচতো নিজৰ যাদু দেখুওৱাবলৈ সক্ষম হৈছিল। “বিকি ডনাৰ” ৰ পৰা আৰম্ভ কৰি “আৰ্টিকেল ১৫” লৈ প্ৰায় আটাইবোৰ ছবিয়ে দৰ্শকৰ পৰা লাভ কৰিছিল অভূতপূৰ্ব সঁহাৰি।

"চাহো" ৰ বাজেটত আয়ূসমানে বনাব পাৰে কেইবাখনো ছবি- 2


আমি মাত্ৰ তেওঁৰ কেইখনমান বিশেষ ছবিৰ বাজেটৰ বিষয়ে আপোনালোকক জনাম আৰু তেতিয়া আপুনি নিজেই বুজিব পাৰিব যে “চাহো” ছবিখনৰ নিৰ্মাণত হোৱা খৰচেৰে আয়ূসমানে আনুমানিক কিমানখন বনাব পাৰিলেহেঁতেন ছবি-

বিকি ডনাৰ- ৫ কোটি টকা

দম লাগা কে হাইচ্ছা- ১৪ কোটি টকা

"চাহো" ৰ বাজেটত আয়ূসমানে বনাব পাৰে কেইবাখনো ছবি- 3

অন্ধাধুন- ৩২ কোটি টকা

বধাই হ’- ২৯ কোটি টকা

আৰ্টিকেল ১৫- ৩০ কোটি টকা।

এতিয়া দেখিলেনে?? উক্ত ছবিসমূহৰ বাজেট কম হোৱা স্বত্তেও ছবিকেইখনে বস্ক অফিচত চুমুক দিছিল ১০০ কোটি টকীয়া তালিকাত।

"চাহো" ৰ বাজেটত আয়ূসমানে বনাব পাৰে কেইবাখনো ছবি- 4


বাৰু,এইক্ষেত্ৰত আপোনালোকে কি ভাবে?? কমেন্ট কৰি জনাওঁক আপোনাৰ মতামত।

Add comment

Leave a Reply

Most popular