Rupaliparda.com
"ছিছোৰে" ৰ "খেৰিয়ত"- 1

“ছিছোৰে” ৰ “খেৰিয়ত”-

“ছিছোৰে” ৰ তৃতীয়টো সংগীত “খেৰিয়ত”-এ ইতিমধ্যে মুক্তি লাভ কৰিলে। চলিত বৰ্ষৰ ৬ চেপ্তেম্বৰ তাৰিখে মুক্তি পাবলগীয়া ছবিখনৰ উক্ত গীতটোত দেখুওৱা হৈছে সুশান্ত সিং ৰাজপুত আৰু শ্ৰদ্ধা কাপুুৰৰ লৱষ্টৰী।

"ছিছোৰে" ৰ "খেৰিয়ত"- 2


অমিতাভ ভট্টাচাৰ্য্যৰ দ্বাৰা লিখিত এই ৩ মিনিটৰ গীতটোত কন্ঠদান কৰিছে অৰিজিৎ সিঙে। উক্ত গীতটোত বৰ্তমানৰ লগতেই কলেজীয়া জীৱনৰ কিছু ক্ষণকো দেখুওৱা হৈছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform