Rupaliparda.com
লণ্ডনত ইতি পৰিল '৮০ ৰ শ্বুটিং- 1

লণ্ডনত ইতি পৰিল ‘৮০ ৰ শ্বুটিং-

লণ্ডনত শ্বুটিঙ শেষ কৰি উভতিল ৰণৱীৰ সিং। ‘৮০ ৰ লণ্ডনৰ চিড্যুৱল শেষ কৰি উভতি আহিল ৰণৱীৰ। নিজ ইনষ্টাগ্ৰাম পেজত এটি ভিডিঅ’ৰ যোগে অভিনেতাগৰাকীয়ে এই কথা জনাই দৰ্শকক। ক্ৰিকেটৰ কপিল দেৱৰ চৰিত্ৰত দেখিবলৈ পোৱা যাব এই অভিনেতা গৰাকীক।

https://www.instagram.com/p/B10M-vUhUaq/?utm_source=ig_web_copy_link
লণ্ডনত ইতি পৰিল '৮০ ৰ শ্বুটিং- 2


১৯৮৩ চনত ভাৰতে বিশ্বকাপ লাভ কৰাৰ সেই সময়ছোৱাৰ কাহিনীক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে উক্ত ছবিখন। ৰণৱীৰৰ বাহিৰে ছবিখনত দেখিবলৈ পোৱা যাব সাকিব সলীম, আৰ বদ্ৰী, হাৰ্ডী সন্ধু, চিৰাগ পাটিল, পংকজ ত্ৰিপাঠী, অম্মী বিৰ্ক আৰু সাহিল খট্টৰক।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.