Rupaliparda.com
২০১৯ ত মুক্তি পাবলগীয়া ছবিৰ তালিকাঃ 1

২০১৯ ত মুক্তি পাবলগীয়া ছবিৰ তালিকাঃ

২০১৯ বৰ্ষটোত বলীউডত এনে কিছু ছবিয়ে মুক্তি লাভ কৰিছে যিকেইখনে ইতিমধ্যে দৰ্শকক আমোদ প্ৰদান কৰিছে। সেয়া লাগিলে “কৱীৰ সিং”-এ হওঁক অথবা “আৰ্টিকেল ১৫” য়ে হওঁক। এই বৰ্ষটোত ক’বলৈ গ’লে আৰু বাকী আছে ৪ টা মাহ। এই ৪ মাহতো মুক্তি পাব কেইখন মান এনে ছবি যাৰ বাবে এতিয়াৰ পৰাই অপেক্ষা কৰি ৰৈছে বহু দৰ্শকে। ছবিকেইখনৰ ট্ৰেইলাৰ,পোষ্টাৰেও দৰ্শকৰ মনত উৎস্যুকতা সৃষ্টি কৰি ৰাখিছে। গতিকে, আহকচোন চাওঁ এই বৰ্ষটোত মুক্তি পাবলগীয়া ছবিকেইখনৰ নামঃ

২০১৯ ত মুক্তি পাবলগীয়া ছবিৰ তালিকাঃ 2
২০১৯ ত মুক্তি পাবলগীয়া ছবিৰ তালিকাঃ 3

চেপ্তেম্বৰঃ

৬ চেপ্তেম্বৰঃ
সুশান্ত সিং ৰাজপুত আৰু শ্ৰদ্ধা অভিনীত “ছিছোৰে”।

১৩ চেপ্তেম্বৰঃ
সুন্নীল চেট্টি অভিনীত “পহলৱাল”

১৩ চেপ্তেম্বৰঃ
ঋষা চড্ডা আৰু অক্ষয় খান্না অভিনীত “আৰ্টিকেল ৩৭৫”।

১৩ চেপ্তেম্বৰঃ
আয়ূসমান খুৰানাৰ নতুন ৰূপেৰে “ড্ৰীম গাৰ্ল”।

২০ চেপ্তেম্বৰঃ
সোনম কাপুৰ আৰু দুলকাৰ ছলমান অভিনীত “দা জয়া ফেক্টৰ”।

২০ চেপ্তেম্বৰঃ
ৰাজনৈতিক ড্ৰামা সমৃদ্ধ সঞ্জয় দত্ত ছবি “প্ৰস্থানম”।

অক্টোবৰ মাহত-

২ অক্টোবৰঃ
টাইগাৰ শ্ৰফ আৰু ঋত্বিক ৰোশন অভিনীত “ওৱাৰ”।

১১ অক্টোবৰঃ
প্ৰিয়ংকা চোপ্ৰা আৰু ফাৰহান আখতাৰ অভিনীত “ডা স্কাই ইজ পিংক”।

১১ অক্টোবৰঃ
নাগা সাধুৰ বেশেৰে ছেইফ আলি খান আহিব “লাল কপ্তান”

১১ অক্টোবৰঃ
মনোজ তিৱাৰীৰ পৰিচালনাৰে জিমি সেৰগিল অভিনীত “প সে প্যাৰ ফ সে ফৰাৰ”।

২৫ অক্টোবৰঃ
সঁচা কাহিনীৰ ওপৰত আধাৰিত তাপসি পান্নু আৰু ভূমি পাডনেকাৰ অভিনীত “সান্ড কি আখ”।

নৱেম্বৰ মাহতঃ

১৫ নৱেম্বৰঃ
বিকি কৌশল অভিনীত “ভূত-ডা হ’ৰৰ শিপ”।

২২ নৱেম্বৰঃ
সিদ্ধাৰ্থ মলহোত্ৰা আৰু ৰিতেশ দেশমুখ অভিনীত “মৰজাঁৱা”।

২২ নৱেম্বৰঃ
আকৌ এবাৰ নতুন ৰূপ লৈ আয়ূসমান খুৰানাই লৈ আনিব “বালা“।

২৯ নৱেম্বৰঃ
সুশান্ত সিং ৰাজপুত আৰু সঞ্জনা সাংঘী অভিনীত “দিল বেছাৰা”

২৯ নৱেম্বৰঃ
ছেইফ আলি খান আৰু তবু অভিনীত “জৱানী জানেমন”।

ডিচেম্বৰ মাহতঃ

৬ ডিচেম্বৰঃ
সঞ্জয় দত্ত, অৰ্জুন কাপুৰ, কৃতি সানন অভিনীত “পানীপথ”।

৬ ডিচেম্বৰঃ
কাৰ্তিক আৰিয়ন, অনন্যা পাণ্ডে আৰু ভূমি পাডনেকাৰ অভিনীত “পতি-পত্নী ঔৰ ৱহ”।

১৩ ডিচেম্বৰঃ
ৰাণী মূখাৰ্জী অভিনীত “মৰডানী ২”।

২০ ডিচেম্বৰঃ
ছলমান খান আৰু সোনাক্ষী সিনহা অভিনীত “ডবংগ ৩”।

২৭ ডিচেম্বৰঃ
অক্ষয় কুমাৰ, কিয়াৰা আডৱানী আৰু কৰীণা কাপুৰ অভিনীত “গুড নিউজ”।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform