Rupaliparda.com
অক্ষয়ৰ অনুৰাগীয়ে তেওঁক লগ পাবলৈ কৰিলে এনে কামঃ দুনাই নকৰিবলৈ অনুৰোধ অভিনেতা গৰাকীৰ 1

অক্ষয়ৰ অনুৰাগীয়ে তেওঁক লগ পাবলৈ কৰিলে এনে কামঃ দুনাই নকৰিবলৈ অনুৰোধ অভিনেতা গৰাকীৰ

আপুনি বাৰু নিজৰ পচন্দৰ অভিনেতা- অভিনেত্ৰী গৰাকীৰ বাবে কি কৰিছে?? তেওঁৰ প্ৰত্যেক খন ছবিৰ খবৰ ৰাখিছে নহ’লে তেওঁৰ ক’ত গৈছে, কি কৰিছে এইবোৰৰ খবৰ ৰাখিছে। নহয়নে? কিন্তু আপুনি চাওঁক অক্ষয় কুমাৰৰ এই অনুৰাগী জনক। তেওঁ ১৮ দিনত ৯০০ কিলোমিটাৰ খোজ কাঢ়ি লগ পাবলৈ আহিছে অক্ষয় কুমাৰক। দ্বাৰকাৰ পৰা খোজ কাঢ়ি অহা এই অনুৰাগী জনৰ নাম হৈছে প্ৰভাত।

অক্ষয়ৰ অনুৰাগীয়ে তেওঁক লগ পাবলৈ কৰিলে এনে কামঃ দুনাই নকৰিবলৈ অনুৰোধ অভিনেতা গৰাকীৰ 2


অনুৰাগী গৰাকীক অক্ষয়ে প্ৰশ্ন কৰাত তেওঁ কয় যে, তেওঁ প্ৰত্যেকদিনাই প্ৰায় ৫০ কিলোমিটাৰকৈ খোজ কাঢ়িছিল। অক্ষয়ে অনুৰাগী জনৰ সৈতে চেল্ফী লোৱাৰ লগতে তেওঁৰ বাবে খাদ্য বস্তুৰো যোগান ধৰে। অক্ষয়ে প্ৰভাতক ধন্যবাদ জনোৱাৰ লগতে দুনাই এনে কাম নকৰিবলৈও অনুৰোধ জনায়।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.