Rupaliparda.com
"বৈদেহী" ৰ জন্মদিনঃ 1

“বৈদেহী” ৰ জন্মদিনঃ

“বৈদেহী” আৰু পৰিণীতাক বাৰু আপোনাালোকৰ মনত আছেনে? ৰং চেনেলৰ দুখন জনপ্ৰিয় ধাৰাবাহিক; যি শেষ হোৱাৰ পিছতো দৰ্শকৰ মনত এক বিশেষ স্থান গ্ৰহণ কৰি আহিছে।

"বৈদেহী" ৰ জন্মদিনঃ 2


হিমাক্ষী কলিতা, ধুনীয়া হাঁহিৰে সৈতে দৰ্শকৰ হৃদয় জিনা এগৰাকী অসমীয়া অভিনেত্ৰী। ২০১২ চনত দেহৰাদুনত ৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰা হিমাক্ষী কলিতাই কেইবাটাও ফেশ্বন শ্ব’ত শ্ৰেষ্ঠতাৰ খিতাপ দখল কৰিছে।

"বৈদেহী" ৰ জন্মদিনঃ 3


তেওঁৰ আজিৰ এই জন্মদিনৰ দিনটোত ৰূপালীপৰ্দাৰ ফালৰ পৰা তেওঁক জনাইছো অশেষ শুভকামনা।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.