Rupaliparda.com

Author - Staff Reporter

ভূপেন

কলকাতাত ভূপেন হাজৰিকাৰ বিষয়ক নাটকৰ বাবে গন্ধৰ্ব’ক আমন্ত্ৰণ

মালিগাঁও বৰিপাৰৰ অভিনয় আৰু সংগীত প্ৰতিষ্ঠান ‘গন্ধৰ্ব’ই  ডিচেম্বৰত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত আয়োজিত তৃতীয় বাৰ্ষিক নাট মহোৎসৱত ভাৰতৰত্ন ভূপেন হাজৰিকাৰ বৰ্ণিল জীৱন আধাৰিত নাট ‘মই আৰু মোৰ ছাঁ’ নিবেদন কৰি...