Rupaliparda.com
অসমীয়া চিলেব্ৰেটীৰ মাঘ বিহুঃ জনাইছে শুভকামনা- 1

অসমীয়া চিলেব্ৰেটীৰ মাঘ বিহুঃ জনাইছে শুভকামনা-

মাঘ বিহু; প্ৰত্যেকখন ঘৰত মাঘ বিহুৰ প্ৰস্তুতিৰে আৰম্ভ হৈছে আজিৰ দিনটো। পৰিয়ালৰ সকলোৱে মেজিৰ জুইৰ কাষত আহিবলগীয়া সময়কণ শুভ হোৱাৰ আশাৰে আৰম্ভ কৰিছে দিনটো। বিগত বৰ্ষটক যেনেই নহওঁক কিয়! চলিত বৰ্ষটোৰ আৰম্ভণিৰে পৰা সকলোৱে ইচ্ছা কৰিছে শুভ হোৱাৰ। ইজনে সিজনক বিহুৰ শুভেচ্ছা জনোৱাৰ লগতে বিহু খাবলৈও মাতিছে মিটিৰ-কুটম সকলক। নিজ অনুৰাগীক আজি মাঘ বিহুৰ শুভেচ্ছা জনোৱাৰ পৰা আঁতৰি থকা নাই অসমীয়া চিলেব্ৰেটী সমূহো।

অসমীয়া চিলেব্ৰেটীৰ মাঘ বিহুঃ জনাইছে শুভকামনা- 2

বিতৰ্কিত “কা” আন্দোলনৰ ফলত বিগত বৰ্ষৰ মাঘ বিহুত ৰং-ৰহৈছৰ লগতে উৎসাহৰ মানদণ্ড কিছু কমি আছিল যদিও এইবাৰ যেন প্ৰত্যেকে উঠি-পৰি আগবাঢ়িছে। অসমীয়া শিল্পী সমূহৰো কোনোৱে যদি নিজ গীতৰ দ্বাৰা অনুৰাগীক শুভেচ্ছা জনাইছে; কোনোৱে আকৌ নিজ একোখন ফটোৰে শুভেচ্ছা জনাইছে জনসাধাৰণক। চাওঁ চোন আহক তেওঁলোকৰ পোষ্ট সমূহঃ

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.