অলপতে “কৱীৰ সিং” চিনেমাখনত অভিনীত কিয়াৰাই নিজ নম্ৰতাৰে জয় কৰিছিল দৰ্শকৰ মন। কিন্তু এইবাৰ অভিনেত্ৰী গৰাকীৰ নম্ৰ নহয়; ফুটি উঠিছে ব’ল্ডনেছ। “ইণ্ডিয়া কাচুৱাৰ উইক ২০১৯” বৰ্ষত অভিনেত্ৰী গৰাকীয়ে জনপ্ৰিয় ফেশ্বন ডিজাইনাৰ অমিত আগৰৱালাৰ দ্বাৰা নিৰ্মিত ব্ৰাইডেল ঘাগ্ৰাৰে সৈতে দৰ্শকক আকৰ্ষিত কৰাৰ লগতে প্ৰশংসা অংশীদাৰে হৈ ৰ’ল।






Add comment