Rupaliparda.com

“বচ্চন পাণ্ডে” ফাৰ্ষ্ট লুকৰ মুক্তি লাভঃ

অহা ২০২০ চনৰ খ্ৰীষ্টমাছত অভিনেতা অক্ষয় কুমাৰৰ মুক্তিপাবলগীয়া ছবি “বচ্চন পাণ্ডে” ৰ ফাৰ্ষ্ট লুকে দৰ্শকৰ মাজত মুক্তি পালে। ফাৰহাড চামজীৰ পৰিচালনা তথা চাজিদ নাদিয়াডোৱালাৰ প্ৰযোজনাৰে “বচ্চন পাণ্ডে” হৈছে এখন একচন ছবি। উল্লেখ্য যে, অহা বৰ্ষৰ খ্ৰীষ্টমাছৰ দিনটোতেই আমিৰ খান অভিনীত “লাল সিংহ চড্ডা” ৰো মুক্তিৰ কথা পোহৰলৈ আহিছে। গতিকে, উক্ত দুইখন ছবিয়ে যদি একেদিনাই মুক্তি লাভ কৰে তেনেহ’লে দৰ্শক আকৌ এবাৰ বিমোৰত পৰাটো নিশ্চিত। যা হওঁক, “বচ্চন পাণ্ডে” ৰ অক্ষয় কুমাৰৰ ফাৰ্ষ্ট লুকে এতিয়া চচিয়েল মিডিয়াত প্ৰশংসা লাভ কৰাৰ লগতে চৰ্চিতও হৈ পৰিছে।

https://www.instagram.com/p/B0XkaPaHRH8/?utm_source=ig_web_copy_link
"বচ্চন পাণ্ডে" ফাৰ্ষ্ট লুকৰ মুক্তি লাভঃ 1

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.