Rupaliparda.com
হঠাৎ "কিশোৰী" ৰূপত দেখি আছৰিত হৈছিল দৰ্শকঃ কোন বাৰু এই অভিনেত্ৰী গৰাকী?? 1

হঠাৎ “কিশোৰী” ৰূপত দেখি আছৰিত হৈছিল দৰ্শকঃ কোন বাৰু এই অভিনেত্ৰী গৰাকী??

“কিউকি সাঁস ভি কভী বহু থি” তথা “সাকা লাকা বুম বুম” ৰ পৰা নিজ অভিনয় জীৱনৰ আৰম্ভণি কৰা হংসিকা মোটৱানীৰ আজি ২৮সংখ্যক জন্মদিন। তেওঁৰ জন্মদিনত ৰূপালী পৰ্দাই জনাইছে অশেষ শুভকামনা।

হঠাৎ "কিশোৰী" ৰূপত দেখি আছৰিত হৈছিল দৰ্শকঃ কোন বাৰু এই অভিনেত্ৰী গৰাকী?? 2


হিন্দী ভাষাৰ কেইবাখনো চিৰিয়েল ও চিনেমাত কাম কৰা এই গৰাকী অভিনেত্ৰী বৰ্তমান দক্ষিণৰ এগৰাকী জনপ্ৰিয় শিল্পী। ধনুষ, বিজয়, ৰবি আদিৰ দৰে কেইবাগৰাকীও বিখ্যাত অভিনেতাৰ সৈতে অভিনয় কৰা হংসিকাই “সিম্মা” ৰ বাবে ফিল্মফেয়াৰ এৱাৰ্ড লাভ কৰে। হংসিকাই নিজ ১৬ বছৰ বয়সৰ পৰা চিনেমাত কাম কৰিবলৈ আৰম্ভ কৰে।

হঠাৎ "কিশোৰী" ৰূপত দেখি আছৰিত হৈছিল দৰ্শকঃ কোন বাৰু এই অভিনেত্ৰী গৰাকী?? 3
হঠাৎ "কিশোৰী" ৰূপত দেখি আছৰিত হৈছিল দৰ্শকঃ কোন বাৰু এই অভিনেত্ৰী গৰাকী?? 4


তেওঁৰ প্ৰথমখন হিন্দী ছবি আছিল “আপকা সুৰুৰ” ; য’ত তেওঁৰ সহঃ অভিনেতা হিচাপে অভিনয় কৰিছিল হিমেশ ৰেচমিয়াই। উল্লেখ্য যে, এই সৰু ছোৱালীজনীক ২০০৭ চনত হঠাৎ দৰ্শকে এজনী কিশোৰী ৰূপত দেখিবলৈ পাই অভিনেত্ৰীগৰাকীয়ে “হৰ্মনেল ইনজেকছন” লগোৱা বুলি মন্তব্য কৰে যদিও ইয়াৰ সত্যতা বৰ্তমানেও প্ৰমাণ হোৱা নাই।

হঠাৎ "কিশোৰী" ৰূপত দেখি আছৰিত হৈছিল দৰ্শকঃ কোন বাৰু এই অভিনেত্ৰী গৰাকী?? 5

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.