Rupaliparda.com
"চন্দ্ৰায়ন-২" ক লৈ দুঃখিত চলচিত্ৰ জগতোঃ 1

“চন্দ্ৰায়ন-২” ক লৈ দুঃখিত চলচিত্ৰ জগতোঃ

“চন্দ্ৰায়ন-২” ক চাবলৈ ব্যস্ত হৈ পৰিছিল সাধাৰণজনৰ পৰা বিশেষজন। প্ৰত্যেকজনে এই ঐতিহাসিক মহুূৰ্তটো পৰ্যবেক্ষণ কৰিবলৈ অপেক্ষা কৰি ৰৈছিল। কিন্তু, দূৰ্ভাগ্যবশতঃ “চন্দ্ৰায়ন-২” চন্দ্ৰলৈ অহাৰ আগতেই বিক্ৰমৰ পৰা ইয়াৰ সম্পৰ্ক ভাঙি যায় আৰু কেইবাজনো বৈজ্ঞানিকৰ লগতে কোটি কোটি দৰ্শকৰ সপোন চুৰমাৰ হৈ পৰে।

"চন্দ্ৰায়ন-২" ক লৈ দুঃখিত চলচিত্ৰ জগতোঃ 2
"চন্দ্ৰায়ন-২" ক লৈ দুঃখিত চলচিত্ৰ জগতোঃ 3


এইক্ষেত্ৰত বৈজ্ঞানিক সকলক সাহস দিয়াৰ লগতে চলচিত্ৰজগতৰ কেইবাজনো তাৰকাই উক্ত বিষয়ক লৈ টুইটো কৰে-

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform