নিতেশ তিৱাৰীৰ পৰিচালনাৰে নিৰ্মিত “ছিছোৰে” ৬ চেপ্তেম্বৰ তাৰিখে মুক্তি লাভ কৰিছে। সুশান্ত সিং ৰাজপুত আৰু শ্ৰদ্ধা কাপুৰ অভিনীত উক্ত ছবিখনে মুক্তিৰ দিনাখনেই লাভ কৰিলে ৭.৩২ কোটি টকা।


উল্লেখ্য যে, সুশান্ত সিং ৰাজপুতৰ এম.এছ ধোনীৰ পিছত এইখনেই হৈছে অধিক লাভ অৰ্জন কৰা ছবি। শ্ৰদ্ধা-সুশান্তৰ লগত ছবিখনত অভিনয় কৰে বৰুণ শৰ্মা, নবীন পোলিশেট্টী, প্ৰতীক বব্বৰ আৰু তুষাৰ পাণ্ডেই।
Add comment