Rupaliparda.com
মুম্বাইৰ লোকেল ট্ৰেইনত "অধীৰ"- 1

মুম্বাইৰ লোকেল ট্ৰেইনত “অধীৰ”-

বৰষাৰাণী অভিনীত “কাঞ্চন” ধাৰাবাহিক খন হৈছে ৰং চেলেনৰ এনে এখন ধাৰাবাহিক; যাক লৈ বহু পৰিয়ালত টিভি ৰিম’টৰ টনাটনি লগাটো নিশ্চিত। উক্ত ধাৰাবাহিকখনৰ নায়ক “অধীৰ” অৰ্থাৎ জয় কাশ্যপো হয়টো বহুতৰে প্ৰিয় অভিনেতা। নিজ অভিনয়ৰে দৰ্শকৰ হৃদয় জিনা এই গৰাকী অভিনেতা বৰ্তমান মুম্বাইত।

মুম্বাইৰ লোকেল ট্ৰেইনত "অধীৰ"- 2
https://www.instagram.com/p/B2EJJh0Hepu/?igshid=5b68f4edxchk


মুম্বাইৰ লোকেল ট্ৰেইনত উঠি অভিনেতা গৰাকীয়ে উঠিলে কেইবাখনো ফটো। নিজ ইনষ্টাগ্ৰাম পেজত আপলোড কৰা এই ফটো কেইখনত এতিয়া দৰ্শকৰ কমেন্টো লেখত ল’বলগীয়া; উক্ত কমেন্ট সমূহৰ দ্বাৰা অভিনেতা গৰাকীৰ অনুৰাগীৰ সংখ্যাও যে বৃহৎ তাকো বুজিব পৰা যায়।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.