Rupaliparda.com
ৰেঙণিলৈ নতুন ধাৰাবাহিক "সপোনৰ ঠিকনা বিচাৰি"- 1

ৰেঙণিলৈ নতুন ধাৰাবাহিক “সপোনৰ ঠিকনা বিচাৰি”-

চকুত হাজাৰ সপোন লৈ গুৱাহাটীলৈ অহা কেইগৰাকীমান যুৱপ্ৰজন্মৰ জীৱন সংগ্ৰামক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে এখন ধাৰাবাহিক “সপোনৰ ঠিকনা বিচাৰি”। সপোনক বাস্তৱত পৰিণত কৰিবলৈ কেতিয়াবা সফল অথবা কেতিয়াবা বিফল হোৱা দেখা যায় সকলোকে। গতিকে এই কাহিনীৰ ভেঁটিতে নিৰ্মাণ কৰা হৈছে উক্ত ধাৰাবাহিকখন।

ৰেঙণিলৈ নতুন ধাৰাবাহিক "সপোনৰ ঠিকনা বিচাৰি"- 2

চলিত মাহৰ ১৬ চেপ্তেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া এই ধাৰাবাহিকখন প্ৰচাৰ কৰা হ’ব ৰেঙণি চেলেনত আবেলি ৬.৩০ বজাত আৰু নিশা ৯.৩০ বজাত। “সপোনৰ ঠিকনা বিচাৰি” ধাৰাবাহিকখনৰ প্ৰমোটোত দেখিবলৈ পোৱা গৈছে অভিনেতা বিকিক। ইয়াৰ পৰা ধৰিব পৰা যায় যে, ধাৰাবাহিকখনত বিকিয়ে ৰূপায়ন কৰিব মূখ্য চৰিত্ৰ।

ৰেঙণিলৈ নতুন ধাৰাবাহিক "সপোনৰ ঠিকনা বিচাৰি"- 3

চকুত হাজাৰ সপোন লৈ গুৱাহাটীলৈ অহা কেইগৰাকীমান যুৱপ্ৰজন্মৰ জীৱন সংগ্ৰামক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে এখন ধাৰাবাহিক “সপোনৰ ঠিকনা বিচাৰি”। সপোনক বাস্তৱত পৰিণত কৰিবলৈ কেতিয়াবা সফল অথবা কেতিয়াবা বিফল হোৱা দেখা যায় সকলোকে। গতিকে এই কাহিনীৰ ভেঁটিতে নিৰ্মাণ কৰা হৈছে উক্ত ধাৰাবাহিকখন।
চলিত মাহৰ ১৬ চেপ্তেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া এই ধাৰাবাহিকখন প্ৰচাৰ কৰা হ’ব ৰেঙণি চেলেনত আবেলি ৬.৩০ বজাত আৰু নিশা ৯.৩০ বজাত। “সপোনৰ ঠিকনা বিচাৰি” ধাৰাবাহিকখনৰ প্ৰমোটোত দেখিবলৈ পোৱা গৈছে অভিনেতা বিকিক। ইয়াৰ পৰা ধৰিব পৰা যায় যে, ধাৰাবাহিকখনত বিকিয়ে ৰূপায়ন কৰিব মূখ্য চৰিত্ৰ।

Add comment

Leave a Reply