Rupaliparda.com
ভৃগুৰ "ৰামধেনু"ঃ উৎসাহিত দৰ্শক 1

ভৃগুৰ “ৰামধেনু”ঃ উৎসাহিত দৰ্শক

ভৃগু কাশ্যপৰ নতুন ভিডিঅ’ “ৰামধেনু” মুক্তি পাব চলিত মাহৰ ১৪ তাৰিখে। নিজ ইনষ্টাগ্ৰাম পেজত আপলোড কৰা এটি পোষ্টৰ জৰিয়তে এই কথা দৰ্শকক জানিবলৈ দিয়ে ভৃগু কাশ্যপে। উক্ত গীতটিত ভৃগু কাশ্যপৰ কন্ঠৰ লগতে দেখিবলৈ পোৱা এসময়ৰ ষ্টাৰ প্লাছৰ জনপ্ৰিয় অভিনেত্ৰী দেৱলিনাক।

ভৃগুৰ "ৰামধেনু"ঃ উৎসাহিত দৰ্শক 2


লাডাখৰ সুন্দৰ পৰিৱেশৰ মাজত দৃশ্যগ্ৰহণ সম্পন্ন কৰা উক্ত গীতটিৰ বাবে এতিয়া অপেক্ষাৰত ভৃগু কাশ্যপৰ অনুৰাগী। ভৃগুৰ লগতে দেৱলিনাক প্ৰথমবাৰৰ বাবে এই ৰোমান্টিক গীতটিত চাবলৈ উৎসাহিক হৈ পৰিছে এতিয়া দৰ্শকবৃন্দ।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.