Rupaliparda.com
বিবাহৰ ৪ দিন আগলৈ কাম কৰিছিল ছবিখনতঃ 1

বিবাহৰ ৪ দিন আগলৈ কাম কৰিছিল ছবিখনতঃ

বিবাহৰ ৪ দিন আগলৈ “দা স্কাই ইজ পিংক” শীৰ্ষক ছবিখনত কাম কৰি আছিল প্ৰিয়ংকা চোপ্ৰাই। টৰেন্টো ইন্টাৰনেশ্বনেল ফিল্ম ফেষ্টিভেলত মনোনীত হোৱাৰ লগতে ছবিখনে মুক্তিৰ আগেয়ে দৰ্শকৰ মাজতো লাভ কৰিছে চৰ্চা।


গতিকে এই বহু চৰ্চিত ছবিখনৰ ইতিমধ্যে মুক্তি পাইছে “ফাৰ্ষ্ট লুক” পোষ্টাৰ; য’ত ছবিখনত অভিনীত প্ৰিয়ংকা চোপ্ৰা, ফাৰহান আখতাৰ, জাইৰা ৱসীম আৰু ৰোহিত নজৰক একেলগে এটা সুখী পৰিয়ালত বাস কৰা দেখিবলৈ পোৱা গৈছে। সোণালী বসৰ দ্বাৰা পৰিচালিত এই ছবিখনে মুক্তি লাভ কৰিব চলিত বৰ্ষৰ ১১ অক্টোবৰ তাৰিখে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.