“বাঘী” ৰ তৃতীয়টো সংস্কৰণত পুনৰ বাৰ দেখিবলৈ পোৱা যাব শ্ৰদ্ধা কাপুৰক। “বাঘী” ৰ প্ৰথমটো সংস্কৰণত অভিনীত টাইগাৰ আৰু শ্ৰদ্ধাৰ যুৃঁটিটোক পচন্দ কৰিছিল দৰ্শকে। গতিকে, আকৌ এবাৰ একেলগে দেখা পোৱা যাব এই অভিনেতা-অভিনেত্ৰীদ্বয়ক।


পূৰ্বৰ দুয়োটা সংস্কৰণতে অভিনয় কৰা অভিনেতা টাইগাৰ শ্ৰফে দৰ্শকৰ পৰা লাভ কৰিছিল যথেষ্ট সংখ্যক সমাদৰ। উল্লেখ্য যে,উক্ত তৃতীয়টো সংস্কৰণৰ পৰিচালনা কৰিব এহমদ খানে।
Add comment