Rupaliparda.com
এইবাৰ ঐতিহাসিক ছবিত অক্ষয়ঃ 1

এইবাৰ ঐতিহাসিক ছবিত অক্ষয়ঃ

প্ৰথমবাৰৰ বাবে ঐতিহাসিক ছবিত দেখিবলৈ পোৱা যাব অক্ষয় কুমাৰক। অভিনেতাগৰাকীৰ জন্মদিনৰ দিনাই ঘোষণা কৰা হ’ল এই ছবিখনৰ। ইয়েচ ৰাজ ফ্লিমছৰ বেনাৰত নিৰ্মিত এই ছবিখনৰ নাম হৈছে “পৃথৱীৰাজ”। ইতিমধ্যে ছবিখনৰ টিজাৰ মুকলি কৰি দিয়া হৈছে।


এসময়ৰ সাহসী ৰজা পৃথৱীৰাজ চৌহানৰ চৰিত্ৰত দেখিবলৈ পোৱা যাব অক্ষয় কুমাৰক। নিজ টুইটাৰ একাউন্টত কৰা এটি পোষ্টৰ জৰিয়তে এই কথা জানিবলৈ দিয়ে অভিনেতা গৰাকীয়ে।
উল্লেখ্য যে, অক্ষয় কুমাৰ ইমানেই ফিট যে তেওঁ এটা বৰ্ষত চাৰিখনকৈ ছবিৰ শ্বুটিং কৰিব পাৰে।

Add comment

Leave a Reply

Most popular